Video není dostupné.
Omlouváme se.

বহাগ এটি মাথো ঋতু নহয় ( LIVE AT JORHAT IN 1979(অন্যৰূপত )"ভূপেন হাজৰিকা,বাণীবদ্ধ ডাঃহীৰেণ শইকীয়া

Sdílet
Vložit
  • čas přidán 15. 10. 2019

Komentáře • 46

  • @poetry_pulse2705
    @poetry_pulse2705 Před 10 měsíci +2

    সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏

  • @pratulchaudhury1195
    @pratulchaudhury1195 Před 4 měsíci +1

    অন্যৰূপত এই গীতটো প্ৰথম শুণিলো।
    আপলোড কৰা বাবে বহুত ধন্যবাদ ডেকা

  • @vlogsofdeba4480
    @vlogsofdeba4480 Před 2 lety +4

    the legend.মোৰ দিবলৈ একো নাই বুলি কৈ চিৰকাললৈ বহাগক গীতৰ ছবিত তুলিকাৰে বান্ধি ৰাখিলে কালজয়ী কৰি!!!!!!!!!

  • @narayankalita1365
    @narayankalita1365 Před 3 lety +6

    ভূপেনদাৰ মই এজন অনুৰাগী । ভূপেনদাৰ প্ৰায়বোৰ গীত শুনিছো ,কেতিয়ায়বা গুণগুণাাও কিন্তু আপোনাক ধন্যবাদ আপুনি গীতবোৰ নতুনৰ বাবে সংগ্ৰহ কৰি দিছে

    • @h34852
      @h34852  Před 3 lety

      স্বাগতম্

  • @pranamikaadhikary8954
    @pranamikaadhikary8954 Před 3 lety +4

    মন ভৰি গ’ল৷

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +2

    গীতটো বাণীবদ্ধ ৰূপত শুনিবলৈ পাই অতিশয় সুখ অনুভৱ কৰিছোঁ। তেখেতৰ কথাবোৰ শুনি এনে ভাৱ হ'ল যেন ওচৰতে থাকি তেখেতৰ অনুষ্ঠান উপভোগ কৰিছোঁ।

  • @tilakkalita6303
    @tilakkalita6303 Před 4 lety +5

    Another sweet experiençe tilak kalita

  • @SukumarBaishya
    @SukumarBaishya Před 4 lety +4

    পুণৰাই অশেষ ধন্যবাদ; ভূপেনদাৰ ফাংচন চাই থকা যেন লাগিছে !

  • @kochpradipnarayan4524
    @kochpradipnarayan4524 Před 4 lety +5

    ব'হাগ সচাই অনন্যা।

  • @subhamsarma8493
    @subhamsarma8493 Před 4 lety +4

    বাঃ কি সুন্দৰ!! মোহাচ্ছন্ন হ'লো।। আকৌ এবাৰ আন্তৰিক ধন্যবাদ।।

  • @bimalnath8463
    @bimalnath8463 Před 2 lety +3

    Excellent collection

  • @medinitalukdar4873
    @medinitalukdar4873 Před 2 lety +4

    Boriya geet thanks

  • @sinkusarmah72
    @sinkusarmah72 Před 3 lety +4

    Very nice ❤️🙏🙏🙏

  • @dhantimedhi2021
    @dhantimedhi2021 Před 4 lety +7

    প্ৰথম শুনিলো, বৰ ভাল লাগিল। ধন্যবাদ ডেকা দা। আপুনি আপলোড কৰা ভূপেনদাৰ সকলো গান ডাউনলোড কৰি লৈ আজৰি পালেই / ৰাতি বিচনাত পৰি/ ক'ৰবালৈ গলে গাড়ীত বজাই শুনি থাকো। সময় কেনি পাৰ হৈ যায় কবই নোৱাৰো।

  • @kusholbhuyan4221
    @kusholbhuyan4221 Před 3 měsíci +1

    Fantastic

  • @dineshdas4968
    @dineshdas4968 Před 4 lety +5

    Dhruba Deka aaponar ei prochestak dhanyabad janabaloiko moi jen rhini hoi rom. Enehen bahu haate likha geet kabita chithi purani newspaper magazine specially saptahik Nilachal aru asam banit padhiboloi paichilo, sanrakshyanar abhabat herai gol. Aapuni enehen geet-kavita upload kari thakibo. Dhanyabad.

  • @user-rj5ym6mu6x
    @user-rj5ym6mu6x Před 2 měsíci +1

    Bohag mahok ak ononya rupot dekha he mohan tumak nomoskar, tumi juar pisot tuamar asomiya jati Tu keneke ase aber sai juahi,

  • @dhirendeka5745
    @dhirendeka5745 Před 4 lety +4

    বৰ সুন্দৰ হৈছে ডেকা

  • @dhirendeka784
    @dhirendeka784 Před rokem +2

    গীতটোৰ সংগ্ৰাহক ডাঃ হীৰেন শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জনালোঁ । RIP

  • @jayantahazorika1540
    @jayantahazorika1540 Před 4 lety +4

    আপ্লুত হলো

  • @DanceepathsalaSUTRADHAAR

    Jonmoru agar... Ajiu prasangik

  • @nikunjkalita5239
    @nikunjkalita5239 Před 4 lety +4

    👌

  • @mofijali4108
    @mofijali4108 Před 4 lety +3

    good song

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 4 lety +4

    ভূপেনদাৰ সমুখত বহি আন শ্ৰোতাদৰ্শকৰ লগতে একেলগে শুনিলো ( অনুগ্ৰহ কৰি ডেকা দেৱে ভূপেনদাৰ "গুপুতে গুপুতে কিমান খেলিম "-গীতটিৰ অন্তৰ্নিহিত কথাখিনিৰ সতে এইদৰে দিবচোন যদি পাৰে .... !! )

    • @h34852
      @h34852  Před 4 lety

      সংগ্ৰহ কৰিব পাৰিলে নিশ্বয় দিম

    • @bhesojbaruah8725
      @bhesojbaruah8725 Před 4 lety +1

      আজি দেখিছো যে ড° ভূপেন হাজৰিকাৰ গীত সমগ্ৰ নামৰ গীতৰ কিতাপ খনত এই গীতটি
      (যোৰহাট : ১৯৭৮ চন । )বুলি লেখা আছে পৃষ্ঠা ৩৪০

  • @babulchandradas421
    @babulchandradas421 Před 2 lety +2

    সচাকৈয়ে ধ্ৰুৱজ্যোতি ডেকা সকলোৰে ধন্যবাদৰ পাত্ৰ। আপোনাক শত শত নমস্কাৰ। এঘাৰ বছৰ পিছতো ভূপেন দাক সদায় নতুন নতুন ৰূপত পাই আছোঁ। ইয়াত কৈ আৰু অধিক আনন্দ কি থাকিব পাৰে?

    • @h34852
      @h34852  Před 2 lety

      ধন্যবাদ

  • @kamalengineering9025
    @kamalengineering9025 Před 4 lety +3

    Tq u so much @dhurba da😘

  • @nazmabegum899
    @nazmabegum899 Před 4 lety +3

    Can you give live performance of Jayanta Hazarika

    • @h34852
      @h34852  Před 4 lety

      Not avaiable but one progam ( at home ) I have uploaded in ytu.

  • @rollno.14gaurabjyotikalita59

    Please upload the song Halodhiya soraye baodhan khai sung by khagen mahanta lyrics by Keshab Mahanta . If possible

  • @labanyadharbaniah5251
    @labanyadharbaniah5251 Před 3 lety +1

    সাহিত্য সম্ৰাট ৰসৰাজ বেজবৰুৱা দেৱে আৰু ড মহেন্দ্ৰ বৰা চাৰৰ টিপ্পনিৰ পিছত আনে আৰু টিপ্পনি দিলে ভাল নহ'ব যেন লাগে মোৰ।

  • @jgohain4931
    @jgohain4931 Před 3 lety +1

    'Nagpakh' could kindly U exp. the meaning of this assamese word (in the lyrics of this song)

  • @ajaypatowary7153
    @ajaypatowary7153 Před 3 lety +4

    Diselike kra keijan kr pagal hoi
    Dr bhupen hazarika devr gant didelike kre