#Sangeetmoi_Bhagwat

Sdílet
Vložit
  • čas přidán 9. 09. 2024

Komentáře • 120

  • @ritumaninath9486
    @ritumaninath9486 Před 9 měsíci +10

    সেৱা জনাইছো মোৰ প্ৰভু বাপজনালৈ 🙏 আপোনাৰ কণ্ঠ আৰু বাখ্যা শুনিলে উদ্বাউল হৈ পৰো।গোটেই দিনটো শুনি থাকিব মন যায়।

    • @rborah736
      @rborah736 Před 9 měsíci

      সেৱা ধৰিছো প্ৰভু

    • @Chinu_moni_kalita
      @Chinu_moni_kalita Před 9 měsíci +1

      Alp digholiy hole u beya nhobo prabhu

  • @dipkalita8273
    @dipkalita8273 Před 8 měsíci

    অতিকৈ সুন্দৰ কন্ঠ আৰু বাখ্যা প্ৰভু বাপজনা আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dimbeswarbaruah9169
    @dimbeswarbaruah9169 Před 9 měsíci

    আপোনাৰ চৰণত সত কৌটি প্ৰণাম প্ৰভু।। সঁচাকৈ জীৱন ধৈন্ন হৈ গল।।।বহু খিনি কথা এ শিকিলোঁ জীৱনৰ।।। শুনিলে শুনি থাকিব মন যাই।।।লগ পাম প্ৰভু কেতিয়াবা।।।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🧁

  • @sunilhazarika5148
    @sunilhazarika5148 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ হৰি ৰাম। বাপ জনালৈ সেঁৱাহে।🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ ঈশ্বৰপিতা শ্ৰীচৰণত সুহৃদ সেৱা নিৱেদন কৰিছোঁ অমৃতময় কৃষ্ণকথাৰ হেঁপাহ নপলায় প্ৰভূ'আমি অতি আনন্দিত হৈছোঁ ৰাম কৃষ্ণ 🙏🙏🙏🙏

  • @manujdeka
    @manujdeka Před 9 měsíci

    কৃষ্ণ 🙏 প্ৰভূ সুন্দৰ লাগিলে তোমাৰ চৰণত কৌটি কৌটি প্ৰনাম কৃষ্ণ🙏🙏

  • @user-st8bd9kh1w
    @user-st8bd9kh1w Před 9 měsíci +3

    Krishna apunar bhagwat kotha xuni amoni nalage pronam

  • @user-xi9dd6iu3k
    @user-xi9dd6iu3k Před 5 měsíci

    Apunar sangeetmoi bhagwat xodai xunu ru Mur lora xodai apunar bhagwat xunihe tuponi jai.xuni thakile hapah nopolai .xewa grahan koribo pravu 🙏🙏🙏

  • @kripamayNath-ks5oe
    @kripamayNath-ks5oe Před 9 měsíci +1

    সেৱা জনাইছোঁ বাপ।
    এনেকুৱা মহান অনুষ্ঠানত উপস্থিত হবলৈ পাই ,আৰু আপোনাৰ চৰণ স্পৰ্শ কৰিবলৈ পাই মই নিজকে ধন্য হৈছো।
    আপুনি যি আধাত্মিক জ্ঞান আমাৰ মাজত বিলাই থৈ গল তাৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞ।

  • @user-th1if6xt2z
    @user-th1if6xt2z Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ
    অতি সুন্দৰ শুনি থাকিলেও হেঁপাহ নপলাই প্ৰভু ।

  • @riyadasvlog8304
    @riyadasvlog8304 Před 9 měsíci +1

    আপোনাৰ চৰনত প্ৰণাম প্ৰভূ 🙏
    বহুত ভাল লাগিছে শুনি আপোনাৰ ব্যখ্যাবোৰ।।জয় গুৰু শঙ্কৰ 🌸🙏

  • @pramudnath2228
    @pramudnath2228 Před 9 měsíci +1

    কৃষ্ণ প্ৰভূ আপোনাৰ লগতে উপস্থিত সমস্ত বাপ বান্ধব আইক সাদৰ সম্ভাসন জনাইছো।

  • @tulikabarua2838
    @tulikabarua2838 Před 9 měsíci

    সুন্দৰ অনুষ্ঠান, প্ৰভু সেৱা জনালো 🙏🙏🙏

  • @dimbeswari_patar
    @dimbeswari_patar Před 6 měsíci

    Krishna. Hori. Ram. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏

  • @malashreebora492
    @malashreebora492 Před 8 měsíci

    কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ গুৰু দেৱ প্ৰনাম জনাইছো, সঙ্গীত ময় ভাগৱত শ্ৰৱণ কৰিলে বৰ ভাল লাগে । প্ৰণাম প্ৰভু

  • @anjumonisaikia8917
    @anjumonisaikia8917 Před 9 měsíci +2

    আপোনাৰ সঙ্গীতময় ভাগৱত যাত্ৰা অব্যাহত থাকক আৰু ন-পুৰণী সঙ্গীতৰ আপোনাৰ কণ্ঠৰ দ্বাৰা সুৰক্ষিত হওক , প্ৰভু আপোনাক প্ৰণাম 🙏🙏।

  • @himboroshadas1068
    @himboroshadas1068 Před 9 měsíci +2

    কৃষ্ণ কৃষ্ণ, কৌটি কৌটি প্ৰণাম বাপ 🙏♥️🙏🙏🙏

  • @rumibaruah9284
    @rumibaruah9284 Před 9 měsíci +1

    কৃষ্ণ,প্ৰভু ঈশ্বৰ।সুন্দৰ সংগীতময় ভাগৱত কথা শুনি অতিশয় আনন্দিত হ'লোঁ য'ত প্ৰিয় গীতসমূহে নথৈ আনন্দিত কৰিলে ।প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত নিৱেদন কৰিলোঁ ।

  • @madhuramdas93
    @madhuramdas93 Před 9 měsíci +1

    Swasradha panipat jonalu Prabhu, Krishna baap. Jai Shree Krishna

  • @nitulsaikia6652
    @nitulsaikia6652 Před 9 měsíci +2

    প্ৰনাম কৃষ্ণ 🙏🙏🙏

  • @nialifestyle2482
    @nialifestyle2482 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ আপোনাৰ চৰনত শতকৌতি প্ৰণাম ।

  • @sumitradeka3599
    @sumitradeka3599 Před 6 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @rupalichetia1747
    @rupalichetia1747 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভু শতকৌটি প্ৰণাম জনালোঁ 🙏🙏🙏🙏🙏

  • @hemantadas7564
    @hemantadas7564 Před 9 měsíci +1

    ❤ আপোনাৰ শ্ৰী চৰণত সেৱা জনাইছো ❤
    জয় শ্ৰী কৃষ্ণ 🙏

  • @utpaldas3795
    @utpaldas3795 Před 9 měsíci

    আপোনাৰ চৰনত সেৱা জনাইছো ৷ ❤ আপোনাৰ ওচৰত শৰন লব বিচাৰিছো প্ৰভু ৷

  • @mamonidas1659
    @mamonidas1659 Před 9 měsíci +1

    Krishna probhu .pronam .🙏🙏🙏🙏

  • @Chinu_moni_kalita
    @Chinu_moni_kalita Před 9 měsíci

    Krishna Prabhu apunak khub val lage bhagwat Mur khub prio gontho

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xe Před 9 měsíci

    অতি সুন্দৰ বাপ শুনি থাকিলে থাকিবৰ মন যায়

  • @papukonwar4096
    @papukonwar4096 Před 9 měsíci +1

    কৃষ্ণ 🙏🙏 ৰাম

  • @sarbeswardoley2388
    @sarbeswardoley2388 Před 9 měsíci +1

    Swarup Rani Doley. কৃষ্ণ প্ৰভূ ঈশ্বৰ প্ৰণাম 🙏🙏🙏

  • @romanticworldk7z
    @romanticworldk7z Před 9 měsíci

    আপোনাক লগ পাব মন যায় প্ৰভু ঈশ্বৰ ৷ ভগৱানে আপোনাক ভালে ৰাখক 🙏 আসনৰ পৰা এটি আশীৰ্বাদ কৰে যেন কেতয়াবা হ’লেও

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Před 8 měsíci

    Krishna Krishna Krishna pranam prabhudev

  • @rituengti6651
    @rituengti6651 Před 9 měsíci

    জয় কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱত পাঠ শুনিলে গাৰ নোম শিহৰি উঠে।জয় কৃষ্ণ ভগৱানে আপোনাক কৃপা কৰক।🙏🙏🙏

  • @binapanidas6368
    @binapanidas6368 Před 9 měsíci

    অতি সুন্দৰ সংগীতময় ভাগৱত কথা ৷শুনি থাকিলে হেঁপাহ নপলায় প্ৰভূ ৷কৃষ্ণ কৃষ্ণ প্ৰভূ ৷

  • @reetabordoloi5258
    @reetabordoloi5258 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম গ্ৰহন কৰিব। 🙏🙏🙏🙏

  • @birenjapihajia8340
    @birenjapihajia8340 Před 9 měsíci

    গুৰু হেন মানিয়া আছোঁ মই প্ৰভু আপোনাক । কৃপা কৰিব কৰোঁ প্ৰণাম ।

  • @mainabordoloi2479
    @mainabordoloi2479 Před 9 měsíci +2

    কৃষ্ণ প্ৰভু ঈশ্বৰ🙏

  • @bontiborah5014
    @bontiborah5014 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু আপোনাৰ শ্ৰী চৰণত কৌটি কৌটি সেৱা আগবঢ়ালো ।

  • @BhaskarJyotiBorah-pb5id
    @BhaskarJyotiBorah-pb5id Před 9 měsíci

    কৃষ্ণ! কৃষ্ণ! কৃষ্ণ🙏🙏🙏

  • @ranudas4561
    @ranudas4561 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত ভক্তিভাৱেৰে কৌটি কৌটি বাৰ প্ৰণিপাত জনালো প্ৰভু 🙏🙏🙏

  • @indrajithazarika3411
    @indrajithazarika3411 Před 9 měsíci

    Krishna krishna krishna 🙏🙏🙏❤❤❤

  • @binakalita4108
    @binakalita4108 Před 9 měsíci +1

    কোটি কোটি প্ৰণাম প্ৰভু,

  • @leezanayak3397
    @leezanayak3397 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @dasdhiraj1090
    @dasdhiraj1090 Před 9 měsíci

    Krishna Krishna Prabhu Pranam Aaponar Charan kouti kouti Naman koriso

  • @jayantachetia4488
    @jayantachetia4488 Před 8 měsíci

    অসমীয়া জাতিৰ আমঠু প্রডূূ জনাৰ চৰণ ত সহস্ৱ প্রণাম জনালো দীর্ঘয়ু কৰি ভগৱন্তয় ৰাখক এয়ে ভগৱন্তৰ ওচৰত প্ৰাথনা।

  • @TrishnaHazarika-nd9zz
    @TrishnaHazarika-nd9zz Před 9 měsíci

    Krishna krishna krishna 🙏🙏🙏

  • @pinkudas6167
    @pinkudas6167 Před 9 měsíci

    Krishna pravujana Amrit paan korilu!!!!???,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @phirodarabha9647
    @phirodarabha9647 Před 9 měsíci

    Krishna Krishna Krishna 🙏🙏🙏🌹❤️

  • @user-pw9ke1ww8e
    @user-pw9ke1ww8e Před 8 měsíci

    Krishna gurujona 🙏🏼♥️🙏🏼 Krishna

  • @manikahazarika9506
    @manikahazarika9506 Před 9 měsíci

    Krishna, krishna probhu pronipat jonalu.❤❤❤❤.

  • @bhabajyoti356
    @bhabajyoti356 Před 9 měsíci +1

    কৃষ্ণ প্ৰভু প্ৰণাম

  • @bastobkalita6328
    @bastobkalita6328 Před 9 měsíci

    আপোনাৰ কণ্ঠ আৰু ব্যাখ্যা অতি প্ৰিয়। সেৱা জনাইছোঁ

  • @krishnadas3799
    @krishnadas3799 Před 9 měsíci

    🙏🙏🙏 Krishna Krishna 🙏🙏🙏

  • @paruldutta5898
    @paruldutta5898 Před 9 měsíci

    Krishna krishna krishna 🙏 🙏 🙏

  • @BVlogs461
    @BVlogs461 Před 8 měsíci

    প্ৰভু ঈশ্বৰ দীৰ্ঘ দিন. কৃপা. কৰক 🙏🙏🙏❤

  • @nilimarabha7373
    @nilimarabha7373 Před 9 měsíci

    Krishna 🙏🙏🙏juya Kali sangitmay bhagobath suni Amanda palu

  • @nilimapathak4130
    @nilimapathak4130 Před 9 měsíci

    Krishna Krishna 🙏🙏♥️♥️

  • @rinakutumpegu1427
    @rinakutumpegu1427 Před 9 měsíci +1

    🙏 Krishna

  • @archanasaikiadas9058
    @archanasaikiadas9058 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ। শুনি আপ্লুত হলো।

  • @deepanajlidas4523
    @deepanajlidas4523 Před 9 měsíci

    Krishna Bap aponar xoronot xeuwa jonalo 🙏🙏🙏

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og Před 9 měsíci

    কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @manikbora4419
    @manikbora4419 Před 9 měsíci

    Krishna Krishna ❤❤❤❤❤❤

  • @GouriBaruah-wi3qq
    @GouriBaruah-wi3qq Před 8 měsíci

    Krishna Krishna🙏🙏🌷🌷

  • @tutubarman5655
    @tutubarman5655 Před 8 měsíci

    Krishna krishna pranam bap

  • @alakanath6170
    @alakanath6170 Před 9 měsíci +1

    Krishna 🙏🙏

  • @shewalidevi9729
    @shewalidevi9729 Před 9 měsíci

    🙏।। কৃষ্ণ ।।🙏

  • @kunjogogoi579
    @kunjogogoi579 Před 8 měsíci

    কোটি কোটি সেৱা জনাইছো বাপ।

  • @user-id4ov8zs9f
    @user-id4ov8zs9f Před 9 měsíci

    কৃষ্ণ কৃষ্ণ 🙏

  • @jinukakati1589
    @jinukakati1589 Před 9 měsíci

    Krishan Hari, 🙏🙏🙏ram❤

  • @user-mt3su1wy6t
    @user-mt3su1wy6t Před 9 měsíci

    ৰাম ৰাম 🙏সেৱা জনালো 🙏

  • @oujaribhurbandha3982
    @oujaribhurbandha3982 Před 9 měsíci +1

    Bap Eshar Krishna Krishna.

  • @jamunadeka5494
    @jamunadeka5494 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু সেৱা গ্ৰহণ কৰিব
    🙏🙏🙏🙏🙏

  • @dilip6pesrabha759
    @dilip6pesrabha759 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা নিবেদিছো কৃপা কৰিব কৃষ্ণ

  • @rameshchandradas7530
    @rameshchandradas7530 Před 9 měsíci

    Krishna krishna........

  • @punyarabha151
    @punyarabha151 Před 9 měsíci +1

    Krishna Krishna Joy Guru Sangkar ❤🎉🎉🎉🎉.......

  • @krishnatamang7248
    @krishnatamang7248 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সেৱা গ্ৰহণ কৰিব বাপ। কৃষ্ণ 🙏🙏

  • @rupongogoi9108
    @rupongogoi9108 Před 9 měsíci

    Pronam provu 🙏🙏🙏

  • @hiteshnath8287
    @hiteshnath8287 Před 9 měsíci

    Krishn mor guru

  • @Kaustav_rava
    @Kaustav_rava Před 9 měsíci

    কৃষ্ণ 🙏🙏🙏

  • @daduldas1643
    @daduldas1643 Před 9 měsíci +1

    কৃষ্ণ কৃষ্ণ

  • @Hirandas-gv4ge
    @Hirandas-gv4ge Před 9 měsíci

    Pranam Prabhu

  • @sunmonihazarika829
    @sunmonihazarika829 Před 9 měsíci

    প্ৰভু ভগৱন্তই কৃপা কৰক।হেই ঈশ্বৰ আপুনি অৱতাৰী পুৰুষ।

  • @user-wj3ii8hr1t
    @user-wj3ii8hr1t Před 8 měsíci

    Krishna 🙏🙏🙏

  • @user-kz2sp9ro7p
    @user-kz2sp9ro7p Před 9 měsíci

    আপোনালোকৰ দৰে সৎ জনক ইশবৰে এই ধাৰা লৈ পাইছে কাৰণেই পৃথিৱীখন ইমান ধুনীয়া কৈ আছে পভু । ন মোঃ নৰায়ণ

  • @neetishahazarika7037
    @neetishahazarika7037 Před 9 měsíci

    Apunar sulalit kanthoi hidoi care🙏🙏🙏🙏❤️❤️❤️❤️🙏🙏🙏

  • @kalpataru3495
    @kalpataru3495 Před 9 měsíci

    কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏

  • @sumidevi3671
    @sumidevi3671 Před 9 měsíci

    Krishna krishna

  • @17Hirumoni
    @17Hirumoni Před 18 dny

    🌟❤️💮🙏

  • @user-ii6sq3eu3n
    @user-ii6sq3eu3n Před 8 měsíci

    Krishna,🙏🙏🙏

  • @sankhaboruah4283
    @sankhaboruah4283 Před měsícem

    🙏🙏🙏

  • @jyotshnasaikia8443
    @jyotshnasaikia8443 Před 9 měsíci

    KRISHNA 🙏

  • @prahladdas862
    @prahladdas862 Před 9 měsíci

    Krishan🙏🙏🙏bap🌹

  • @lipikasaikia1259
    @lipikasaikia1259 Před 9 měsíci

    Prabhu Sawa Janaisu. 🙏🙏🙏

  • @karunadevi276
    @karunadevi276 Před 9 měsíci

    Jai Shree Krishna 🙏🙏🙏

  • @ankitdeka8371
    @ankitdeka8371 Před 9 měsíci

    Krishna pravu

  • @amiyaborah9305
    @amiyaborah9305 Před 9 měsíci

    কৃষ্ণ।

  • @nabadeepgogoi355
    @nabadeepgogoi355 Před 9 měsíci

    🙏🙏

  • @nirmalimahanta7682
    @nirmalimahanta7682 Před 9 měsíci

    Heart touching🙏🙏🙏

  • @bipinborah8668
    @bipinborah8668 Před 9 měsíci

    Krishna kriahna bap

  • @jahnabigayan931
    @jahnabigayan931 Před 9 měsíci

    🙏