#Bhagwat_Path

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • ভাগৱত পাঠ আৰু ব্যাখ্যাৰ এক বিশেষ ধাৰাবাহিক অনুষ্ঠান আপোনাৰ বাবে। ২৭/০১/২০২১

Komentáře • 286

  • @probitiburagohain1318

    হে বাপ ঈশ্বৰ সেৱা জনালোঁ। সদায় ভাগৱতৰ অমৃত ৰস পান কৰি ধন্য হৈছো প্ৰভূ। ভগৱানে সদায় ‌কুশলে ৰাখক ।
    তাকে প্ৰাৰ্থনা কৰিছোঁ। ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @daisyrabha2343
    @daisyrabha2343 Před 3 lety +2

    Krishna krishna bap sewa janaisu krishna 🙏🙏🙏🙏❤️

  • @dipakborah1152
    @dipakborah1152 Před 3 lety +1

    🕉 Nomu Bhogobotei Bashudebai🌺🙏🙏🙏Krishna Baap🌺🙏

  • @prafullabora5386
    @prafullabora5386 Před 3 lety +6

    জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ । স-শ্রদ্ধ প্রণিপাত আৰু সেৱা সম্ভাষণ সমস্তৰে প্রতি জ্ঞাপন কৰিলোঁ । পুণৰ আজি আপোনাৰ শ্রীমদ্মে ভাগৱত অমৃত পান কৰাৰ বাসনা পূৰ্ণ হ'ল । কৃষ্ণ কৃষ্ণ । " নাৰায়ণ কাহে ....... । " পৰম আনন্দ মনেৰে শ্রৱণ কৰিলো আৰু শ্রৱণ কৰি পৰম আপ্লুত হলোঁ । পৰিয়াল পৰিজন সমন্বিতে সমস্তে কুশলে থাকক ইয়াকে ভগৱন্তৰ শ্রীচৰণত সেৱা আৰু প্রাৰ্থনা জনাইছোঁ । কৃষ্ণ কৃষ্ণ । জয় গুৰু শঙ্কৰ । শুভৰাত্ৰি ।

  • @ratuldeka3368
    @ratuldeka3368 Před 3 lety +1

    Krishno krishno prabhu tumar chorone pronam

  • @MonishaChutia-zf4og
    @MonishaChutia-zf4og Před 21 dnem

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ঈশ্বৰ

  • @smritirekhadas3528
    @smritirekhadas3528 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ভাগৱত ব্যখ্যা অমৃত ৰস প্ৰান কৰি বহুত আনন্দিত হৈছো । কৃষ্ণ সেৱা আগবঢ়াইছো আপোনালৈ কৃষ্ণ 🙏🙏🙏

  • @lakhenboruah3183
    @lakhenboruah3183 Před 2 lety

    কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏 কৃষ্ণ🙏 ৰাম🙏

  • @leenaborah8433
    @leenaborah8433 Před 3 lety +2

    Krishna Krishna probhu
    Pronam jonalu🙏🏼🙏🏼🙏🏼🙏🏼

  • @daduldas1643
    @daduldas1643 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্ৰভূ দেৱ সেৱা গ্ৰহণ কৰিব। প্ৰভূ কৃষ্ণ মুৰ্তি ধীয়ান কৰিবলৈ ভগৱন্ত ই কৃপা দৃষ্টি দিবনে্ ? কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @letslearnwithsashin8648
    @letslearnwithsashin8648 Před 9 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 অতি শ্ৰদ্ধা আৰু ভক্তিৰে প্ৰণাম জনালোঁ

  • @sarumaibora6873
    @sarumaibora6873 Před 3 lety +1

    কৃষ্ণ প্ৰভূ আপোনাৰ চৰনত কোটি কোটি প্ৰণাম প্ৰভু আপোনাৰ শ্রীমুখে ওলোৱা অমৃতময ভাগৱতৰ কথা শুনি সন্তোষ পালোঁ ।আপোনাক ভগবানে কুশলে ৰাখক আমাক কৃষ্ণ কথা ক'বলৈ। কৃষ্ণ হৰি ৰাম ৰাম

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏 pranam 🙏 janalo 🙏 pravu 🙏 krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @himakshithakuriya6003
    @himakshithakuriya6003 Před 3 lety +6

    আপোনাৰ দৰে সন্ত জনাৰ সান্যিধ্য পাই আমি অতিশয় আনন্দ পাইছো নিজকে ধন্য মানিছো আৰু ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক কুশলে ৰাখক কৃষ্ণ 🙏🙏

  • @user-tf4fn6kw8w
    @user-tf4fn6kw8w Před 3 lety +1

    কৃষ্ণ প্ৰভূজন । প্ৰনাম নিবেদিলো ।কৃষ্ণ

  • @gangadevi4089
    @gangadevi4089 Před 3 lety +5

    কৃষ্ণ কৃষ্ণ, হে গুৰুজনা এদিন যদি পাঠ শুনিব নাপাওঁ সেই দিনটো মোৰ কাৰণে অতি বেয়া অনুভৱ হয় । প্ৰভু ভগৱন্তই আপোনাৰ কল্যাণ কৰক ।ইহ জগতৰ সমস্ত প্ৰাণীৰ কল্যাণ কৰক । কৃষ্ণ ।

  • @rupalikonwarhazarika5251
    @rupalikonwarhazarika5251 Před 3 lety +3

    Om namo bhagwate basudavay namah.....krishna prabhu apunar soronot hewa jonalu...aakhirbad korok..krishna..🙏🙏🙏🙏🙏🙏

  • @jayantamedhi5040
    @jayantamedhi5040 Před 3 lety +1

    প্রণাম.প্রভু.ঈশ্বৰ🙏🙏🙏🙏🙏

  • @atulokalita4134
    @atulokalita4134 Před 3 lety +1

    Baap aponar sumadhur Bhagabat Katha sunibo pai ati anandita. Ati sunder Narad Dhruba sangbad. Krishna Krishna

  • @user-ur6hj4xk4w
    @user-ur6hj4xk4w Před měsícem

    কৃষ্ণ কৃষ্ণ বাপ আপোনালৈ সেৱা জনালোঁ ! সেৱা গ্ৰহণ কৰিব কৃষ্ণ 🙏🙏

  • @nareswarbarman6763
    @nareswarbarman6763 Před 2 lety

    KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA.........bap..

  • @junumech653
    @junumech653 Před 3 lety

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰণাম প্ৰভূ 🙏🙏🙏🙏

  • @nabajyotidas6117
    @nabajyotidas6117 Před rokem +1

    🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏❤️

  • @kalpanasaikia4588
    @kalpanasaikia4588 Před 3 lety +2

    পৰম পিতাই আপোনাক দীৰ্ঘায়ু কৰক ।আপোনাৰ অমৃতময় ভাগৱত কথাই আমাক দয়া কৰি আপোনাৰ দুখনি চৰণত ঠাই দিয়ে যেন🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @krishnatamang7248
    @krishnatamang7248 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সেৱাঁ ভাগি গ্রহণ কৰিব। অতি সুন্দৰ পাঠ আৰু ব্যাখ্যা। কৃষ্ণ কথা অমৃতময় বাণী শ্রৱণ কৰিবলৈ পাই আনন্দিত হলোঁ। ভগৱন্তই আপোনাক কুশলে ৰাখক। কৃষ্ণ 🙏🙏জয় গুৰু শঙ্কৰ।

  • @anjalitalukdar7156
    @anjalitalukdar7156 Před 3 lety +2

    কৃষ্ণ ৰাম। আপ্লুত হৈছো।🙏🙏 সেৱাহে।

  • @dipalidas8073
    @dipalidas8073 Před 3 lety

    কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম ৰাম.................,.....

  • @probitiburagohain5278
    @probitiburagohain5278 Před 5 měsíci

    হে বাপ ঈশ্বৰ কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před 2 lety

    আপোনাক ভগৱানে কুশলে‌ ৰাখক কৃষ্ণ 🙏🙏🙏

  • @dipalidevi507
    @dipalidevi507 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ প্ৰভু জন ।সেৱা জনাইছোঁ । আমাৰ সেৱা ভাগ গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ।

  • @mriduldehingia6544
    @mriduldehingia6544 Před 3 lety +2

    Krishna Ram prabhu, hewa he jonaisu, Ram Hari krishna

  • @joyadevi2447
    @joyadevi2447 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ আন্তৰিক সেৱাভাগি আপোনালৈ অৰ্পণ কৰিলো গ্ৰহন কৰিব । কৃষ্ণ কৃষ্ণ ।

  • @ccharanmedhi9252
    @ccharanmedhi9252 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ ।সেৱা আগবঢ়ালোঁ ।

  • @lukudas1209
    @lukudas1209 Před 3 lety +1

    ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম

  • @bontiborah5014
    @bontiborah5014 Před 3 lety

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।প্ৰভু আপোনাৰ দৰে এজন মহান ব্যক্তি ৰ শ্ৰী মুখে ভগৱন্তৰ অমৃত বাণী শ্ৰৱণ কৰি পৰম শান্তি লাভ কৰিছো ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @ratnarayray5094
    @ratnarayray5094 Před 3 lety +8

    কৃষ্ণ বাপ ভালে ভালে থাকক আৰু আমাক ভাগৱত সুনাম থাকিব 🙏 প্ৰনাম🙏
    👇

  • @jayasaharia5055
    @jayasaharia5055 Před 3 lety +3

    কৃষ্ণ পৰমগুৰু পৰমেশ্বৰৰ কৃপাত আপোনাৰ শ্ৰী মুখে প্ৰচাৰিত ভাগৱত পাঠৰ ধ্ৰুব চৰিত্ৰৰ মাধ্যমেৰে ভগৱন্ত ঈশ্বৰপুৰুষৰ অবয়ব নৈবেদ্য তুলসী তথ্য জনাৰ জ্ঞান লাভ কৰি ধন্য হলোঁ ।

  • @priyadoleypegu597
    @priyadoleypegu597 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤ 🙏🙏🙏

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 Před 3 lety +5

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভু দয়াল ঈশ্বৰ ভগৱন্তৰ গুণানুকীৰ্তন শুনিবলৈ পায় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ , কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @duludas3345
    @duludas3345 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ প্রভু প্রনাম জনাইছো। শুভৰাএি

  • @bedantaboishnavporomarthi6010

    আমাৰ জীৱন ধন্য কৰিছে আপুনি ৷
    সেৱা নিবেদিলোঁ প্ৰভুজনা !

  • @rajibpatar2445
    @rajibpatar2445 Před 2 lety

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱাৰ গ্ৰহণ কৰিব।নিৰন্তৰ আপোনাৰ ভাগৱত শ্ৰৱন কৰো। পৰিয়াল বৰ্গ কে ঈশ্বৰৰ ভক্তি যুক্ত হবলৈ অমৃত দৃষ্টি প্ৰদান কৰিব।কৃষ্ণ প্ৰভু নমস্কাৰ।লক্ষী কান্ত পাটৰ ধৰমটোল আটি গাওঁ।

  • @ranjanarabha4608
    @ranjanarabha4608 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ দেউতা ঈশ্বৰ আপোনালৈ সশ্ৰদ্ধ সেৱা ও প্ৰাৰ্থনা কৰোঁ🤲🤲🤲 নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা,ওহি জন্মে জীৱৰ জনম দূৰ কৰা---------------👏👏👏👏👏

  • @mitalinowholia6378
    @mitalinowholia6378 Před 3 lety

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হে মোৰ গুৰু জন।

  • @bandanadas1139
    @bandanadas1139 Před 3 lety

    কৃষ্ণ প্ৰভুজনা🙏🙏🙏প্ৰনিপাত জনালো কৃষ্ণ

  • @padminikonwar34
    @padminikonwar34 Před 3 lety +1

    Krishna baapjona xotokouti pranam..mongmoi houk.xiuva rattri

  • @brajakumarsaikia5255
    @brajakumarsaikia5255 Před 3 lety +3

    প্ৰণাম প্ৰভূ ঈশ্বৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৰুনা ময়।

  • @aaimonisingha4881
    @aaimonisingha4881 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 Před 3 lety +7

    ক়্ষ্ণ ক়্ষ্ণ সেৱাভাগ জনালোঁ প্ৰভুজনা....
    🙏🙏🙏

  • @dipikagogoi2840
    @dipikagogoi2840 Před 3 lety

    কৃষ্ণ কৃষ্ণ হে প্ৰভু শত কৌটি নমস্কাৰ

  • @lilakalita6705
    @lilakalita6705 Před 3 lety +1

    ৰাম কৃষ্ণ পভু পনামহে জনালোঁ

  • @reetabordoloi5258
    @reetabordoloi5258 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ প্রভু সেৱা গ্রহন কৰিব 🙏🙏🙏

  • @baneemabora4575
    @baneemabora4575 Před 3 lety +2

    কৃষ্ণ বাপজনা, অতিকে আনন্দিত হলো কৃষ্ণ কথা শ্ৰবন কৰি। কি বুলি যে আপোনাক ধন্যবাদ জনাও একো বুজি পোৱা নাই। শতকোটি প্ৰণাম প্ৰভুজনা 🙏🏻🙏🏻🙏🏻

  • @ratuldeka3368
    @ratuldeka3368 Před 3 lety +1

    Krishno krishno krishno of

  • @shyamaborah4819
    @shyamaborah4819 Před 3 lety +8

    বাপ আপোনাৰ চৰণত প্ৰণাম জনালোঁ । ব হুত আশাৰে বাত চাই থাকোঁ আপোনাৰ শ্ৰী মুখে প্ৰভুৰ গুণ নাম শুনিবলৈ। কৃষ্ণ কৃষ্ণ।

  • @ranunayak3161
    @ranunayak3161 Před 3 lety +2

    Krishna bap🙏🙏

  • @nibirentertainment8672
    @nibirentertainment8672 Před 3 lety +3

    Krishna probhu . ...hawa grohon koribo 🙏🙏🙏🙏

  • @japanchandrabora7502
    @japanchandrabora7502 Před 3 lety +1

    : KRISHNA: Bhagavatanam Purankathitam ShriKrishnaleelamritam . Sundaram ,
    Atiba Sundaram Baap , Pranam .

  • @dulalbori8510
    @dulalbori8510 Před 3 lety +2

    কৃষ্ণ বাপ সেবা জনালোঁ।

  • @rukminitalukdar425
    @rukminitalukdar425 Před 3 lety +6

    কৃষ্ণ কৃষ্ণ🙏🙏 বাপ আপোনাৰ চৰণত সশ্রদ্ধ সেৱা জনালো🙏

  • @bornalisaikia6467
    @bornalisaikia6467 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏

  • @munmigogoi2377
    @munmigogoi2377 Před 3 lety +2

    প্ৰনাম প্ৰভু

  • @nikunjagogoi9741
    @nikunjagogoi9741 Před 3 lety +2

    প্রণাম প্রভু 🙏🙏🙏

  • @sarajonisardar429
    @sarajonisardar429 Před 3 lety +4

    Krishna Krishna Krishna 🙏🙏🙏

  • @sabitrimedhi6564
    @sabitrimedhi6564 Před 3 lety +2

    কৃষ্ণ'কৃষ্ণ' সুপ্ৰভাত শ্ৰীআচাৰ্যদেৱৰ চৰণত সেৱা নিৱেদিছোঁ লগতে অতি শ্ৰুতিমধুৰ ভাগৱতৰ অমৃতপ্ৰসাদ শীৰে থাপিছোঁ । আপোনাৰ লগতে সৱাৰো সুস্বাস্থ কামনা কৰিছোঁ । কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম

  • @jadavdutta658
    @jadavdutta658 Před 3 lety

    বাপ ভাগৱতৰ ব্যাখ্যা শ্ৰৱণ কৰি অতিশয় আনন্দিত হৈছো।আপোনাক প্ৰনাম🙏

  • @ganeshkoch561
    @ganeshkoch561 Před 3 lety +1

    Krishna ram provu pronam jonalu apunak krishna

  • @mnath7444
    @mnath7444 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভূ ঈশ্বৰ , শতকৌটি প্ৰণাম জনালোঁ ।

  • @gopalchandradas4871
    @gopalchandradas4871 Před 3 lety +1

    Prabhu sat kouti pranam Grahan karibo💖

  • @mahabahu6757
    @mahabahu6757 Před 3 lety +2

    কৃষ্ণ বাপ ঈশ্বৰ ।

  • @rajivkachari9342
    @rajivkachari9342 Před 3 lety +2

    কৃষ্ণ প্ৰভুজনা

  • @modhusmitadas9137
    @modhusmitadas9137 Před 3 lety +1

    কৃষ্ণ প্ৰভূ সস্ৰদ্ধাৰ সেৱা নিবেদিলো । সুন্দৰ , মনোৰম এই ভাগি শুনিবলৈ বহু আশাৰে ৰৈ আছিলো । কৃষ্ণ

  • @dibyajyotihneog5699
    @dibyajyotihneog5699 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @shrutimanbayan7278
    @shrutimanbayan7278 Před 3 lety +4

    কৃষ্ণ কৃষ্ণ, বাপ 🙏🏻🙏🏻

  • @lakhisaikiagungun5943
    @lakhisaikiagungun5943 Před 3 lety +3

    Guru Jon krisno....

  • @gplus7793
    @gplus7793 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা গ্ৰহণ কৰিব।

  • @ushahazarika137
    @ushahazarika137 Před 3 lety +2

    কৃষ্ণ বাপ। ভক্তিভৰা সেৱা গ্ৰহণ কৰিব।

  • @rekhadas5058
    @rekhadas5058 Před 3 lety

    কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ

  • @pratibhapathak5602
    @pratibhapathak5602 Před 3 lety +3

    Karuna Sagar 🙏 🙏

  • @probhawati8478
    @probhawati8478 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ ।বহুত দিন বিৰতিৰ অন্তুত ভিদিঅ ছাব্বিশ পালো শুনিলো সুখী হলো ।পিছৰ ভাগু চোৱাত পলম হ'ল কিন্তু বহুত ভাল লাগিল ।আপোনাৰ কুশল মঙ্গল কামনা কৰিলো ।কৃষ্ণ ।

  • @jinukakati1589
    @jinukakati1589 Před 3 lety

    krishna Ramkrishna bap koti2 pranam

  • @trailokyachetia3091
    @trailokyachetia3091 Před 3 lety +2

    কৃষ্ণ প্ৰভু,সেৱা গ্ৰহণ কৰিব

  • @bharatideka971
    @bharatideka971 Před 3 lety

    🙏🙏🙏Krishna Prabhu 🙏🙏🙏

  • @hirandas2056
    @hirandas2056 Před 3 lety +2

    শত কোটি প্ৰনাম জনালোঁ । কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ । ভগৱানে ভালে ৰাখক আপোনাক ।

  • @banamalimedhi5097
    @banamalimedhi5097 Před 3 lety +3

    কৃষ্ণ বাপ প্রণাম🙏🙏🙏

  • @abhijitborah6673
    @abhijitborah6673 Před 3 lety +3

    প্ৰণাম প্ৰভু ঈশ্বৰ, আমাৰ সেৱা জনালোঁ , কৃষ্ণ...

  • @binandadas9675
    @binandadas9675 Před 3 lety +2

    🙏🏼🙏🏼কৃষ্ণ কৃষ্ণ🙏🏼🙏🏼ৰাম ৰাম হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু মাধৱ সেৱা জনালোঁ গ্ৰহন কৰিব ।আপোনাৰ মঙ্গল কামনাৰে পূন পূন সেৱা নিবেদিলোঁ ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু মাধৱ 🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ।।

  • @nilimadas1784
    @nilimadas1784 Před 2 lety

    Krishna Krishna bahut bhal lagil Bap huni thakibore mon jay Krishna Krishna kripa kariba🙏

  • @LakhimiGohain
    @LakhimiGohain Před měsícem

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @monishasonowal6754
    @monishasonowal6754 Před 3 lety +3

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @dinabandhudas6110
    @dinabandhudas6110 Před 3 lety +3

    KrishnO Provu

  • @jadabborah1447
    @jadabborah1447 Před 3 lety +3

    কৃষ্ণ প্ৰভু , প্রণিপাত জনালোঁ ।

  • @bhairabjyotidas613
    @bhairabjyotidas613 Před 3 lety +2

    ৰাম কৃষ্ণ হৰি প্ৰভু সেৱা গ্ৰহণ কৰিব

  • @nayanmonimedhi.271
    @nayanmonimedhi.271 Před 3 lety +5

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ আমাৰ সেৱা গ্ৰহণ কৰিব ।

  • @manjulanath2645
    @manjulanath2645 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ,, বাপ চৰণে সেৱা জনালোঁ । ঈশ্বৰে কুশলে ৰাখক এই কামনাৰে ,, শুভ ৰাত্ৰি ।। 🙏

  • @AjitkrDas-ox3no
    @AjitkrDas-ox3no Před 3 lety

    কৃষ্ণ বাপ সোৱা জনালো
    বহু দিনৰ অন্তত আপোনাৰ এই ভাগৱত অমৃত পান কৰিব পাৰিলে । প্ৰভূ আমাক পাহৰি নাযাব কৃষ্ণ নুশুনিলে মনত বৰ কষ্ট পায়।

  • @padmakumariburagohain6490

    Krishna Baap Ishwar Pranam🙏bhagawat path-byakhya br xuntoxere shrawan korilo,Krishna! 🙏

  • @gopagogoi7958
    @gopagogoi7958 Před 3 lety +1

    Krishna Krishna bap

  • @khirodbhuyan5967
    @khirodbhuyan5967 Před 3 lety +3

    Krishna bap

  • @nabingogoi4699
    @nabingogoi4699 Před 3 lety +2

    Krishna Krishna 🙏🙏