Sangeetmoy Bhagwat, Sivsagar mahapalnamm ||

Sdílet
Vložit
  • čas přidán 19. 11. 2023

Komentáře • 425

  • @nabajyotidas6117
    @nabajyotidas6117 Před 14 dny +2

    Bap krishna ohari oram pranam janalo pravu 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾

  • @joyprokashbhuyan4157
    @joyprokashbhuyan4157 Před měsícem +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা জনাইছোঁ ।

  • @manjulabora8219
    @manjulabora8219 Před 8 měsíci +7

    ,, কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ভক্তি ভৰা সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @dimpigogoi7858
    @dimpigogoi7858 Před 8 měsíci +9

    কৃষ্ণ । মই ঠিক বুজাব নোৱাৰিম , কি এক সাগৰসম প্ৰশান্তি লভি আহিছো আপোনাৰ শ্ৰীমুখে নিগৰি অহা কৃষ্ণকথামৃত শ্ৰৱণ কৰি । মোৰ প্ৰতিটো অস্থিৰতাৰ শান্ত সমাহিত উত্তৰ হৈছে ভাগৱত শ্ৰৱণ । সেৱা নিবেদিছো ❤️

  • @Kaustav_rava
    @Kaustav_rava Před 8 měsíci +4

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু হৰি নামৰ ৰস শুনি মোৰ জীৱনটো ধন্য মানিলো।কৃষ্ণ বাপ প্ৰভুৰচৰণে শত শতবাৰ সেৱা নিবেদিলো।কৃষ্ণ 🙏🙏🙏

  • @keshabbora7742
    @keshabbora7742 Před 5 měsíci +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @user-wb2bz6cj4k
      @user-wb2bz6cj4k Před 3 měsíci

      এতিয়ালৈকে পাচ বাৰ শুনিলোঁ। হেপাঁহ পলোৱা নাই। প্ৰভু জনলৈ সশ্ৰদ্ধ সেৱা জনাল😢

    • @durgawatikalita3924
      @durgawatikalita3924 Před 2 měsíci

      ​@@user-wb2bz6cj4k3rd 3 in in in PC bhi
      Cl

  • @rivachiringphukan1440
    @rivachiringphukan1440 Před 8 měsíci +4

    কৃষ্ণ সেৱাভাগ ধৰিছো প্ৰভু ! আপোনাৰ সুৰ সম্বলিত পাঠভাগ বৰ ভাল লাগিল । কৃষ্ণ

  • @junak4332
    @junak4332 Před 3 měsíci +7

    সেৱা জনালো 🙏ভাগি পৰাৰ সময়ত আপোনাৰ কন্ঠত নাম শুনিলে মনটো শান্ত হয়।

  • @upakhisivam5568
    @upakhisivam5568 Před 8 měsíci +3

    প্ৰভূৰ শ্ৰী চৰণত শতকৌতি প্ৰণিপাত জনালো,কৃষ্ণ 🙏🙏🙏🙏

  • @abhijitdutta864
    @abhijitdutta864 Před 8 měsíci +9

    বিশ্ব প্ৰেমৰ লহৰ যেন ভাহি আহিছে এনেকুৱা এটা অনুভৱ কৰিছোঁ।বাপ কৃষ্ণ🙏

  • @user-ct7tn8cp3r
    @user-ct7tn8cp3r Před 23 dny

    ওম নমো ভাগবত ই বাসুদেৱ নম 🙏🙏🙏

  • @anjaligogoi6284
    @anjaligogoi6284 Před 8 měsíci +2

    Krishna বাপজন আপোনাক এবাৰ সম্মুখৰ পৰা লগ পায় ভাগৱত বাখ্যা শুনিব বহুত মন আছে। ইশ্বৰে মোৰ মনৰ আশা পূৰণ কৰে যেন এয়াই ভগৱান ৰ ওচৰত মোৰ প্ৰাথনা।

  • @joychandra9226
    @joychandra9226 Před 5 měsíci +5

    Shita Ram Ram Ram Ram, Radhe Krishna Krishna Krishna Krishna, he Ram vakokt songkot mosam hanumaan

  • @SongitasharmaSharma-us8zn
    @SongitasharmaSharma-us8zn Před měsícem

    Krisha Krishna Krishna bapjona Krishna.

  • @rijumedhi3426
    @rijumedhi3426 Před 2 dny

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏

  • @user-go4ki2pz1y
    @user-go4ki2pz1y Před 2 hodinami

    কি বুলি শেৱা জনাম প্ৰভূ ,,🙏🙏🙏

  • @ritatalukdar7264
    @ritatalukdar7264 Před 2 měsíci +1

    Krishna Krishna 💐🙏♥️🌺💐🙏🙏🙏🙏🙏🙏🙏🙏

  • @rajkhowa.nijumoni
    @rajkhowa.nijumoni Před 7 měsíci +4

    ভাল লাগিছে বাখ্যা শুনি ,ইমান ধুনীয়াকৈ বুজাইছে🙏❤️

  • @horicharannath5531
    @horicharannath5531 Před 8 měsíci +4

    সংগীতময় ভাগৱত ব্যাখ্যা শুনি বহুত বহুত আনন্দিত হলোঁ ।কৃষ্ণ কৃষ্ণ প্ৰভু 🔊🔊😉ঈশ্বৰে আপুনাক মংগল কৰক
    । কৃষ্ণ কৃষ্ণ ।

  • @mnfilmproductionassamese6105
    @mnfilmproductionassamese6105 Před 8 měsíci +3

    বহুত বহুত ধনয়বাদ।

  • @mikyumpegu4717
    @mikyumpegu4717 Před 24 dny

    Krishna Krishna Krishna ❤🙏🙏🙏

  • @pahigogoi4574
    @pahigogoi4574 Před 8 měsíci +3

    আপোনাৰ কণ্ঠত মুগ্ধ হৈ প্ৰভূ চৰণত শেৱা নিবেদন কৰিছো🙏হে বাপ কৃপা কৰিব 🥺ব্যখ্যা অতি সুন্দৰ ❤সমস্তজনক চক্ষু মেলি চোৱাপ্ৰভূ🙏

  • @rinaborah3390
    @rinaborah3390 Před 8 měsíci +3

    অমৃতময় কৃষ্ণ কথা ❤🙏🙏🙏🙏

  • @thopodutta5502
    @thopodutta5502 Před 7 měsíci +2

    হে প্ৰভু আমাক উদ্ধাৰ কৰিবা🥺🥺 সকলো দুখৰ পৰা মুক্ত কৰিবা আৰু 🙏🙏তোমাৰ চৰণত প্ৰণাম কৰিছোঁ 🙏🙏প্ৰভু🥺🥺

  • @probalkhataniar2919
    @probalkhataniar2919 Před 8 měsíci +3

    সংগীতময় ৰসাল অমৃত ভাগৱত শুনি ধন্য আমিসৱ🙏🙏

  • @sunitsaikia4717
    @sunitsaikia4717 Před 3 měsíci +1

    🙏🙏🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু

  • @rijumonijoymaalaxmideka3877
    @rijumonijoymaalaxmideka3877 Před 8 měsíci +1

    Krishna Krishna 🙏🙏 Prabhu bhakti bhara sewa jonaisu 🙏🙏🙏

  • @arpanarabha9426
    @arpanarabha9426 Před 8 měsíci +2

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম🙏🙏🙏🙏🙏

  • @GitanjaliDutta-wm1ww
    @GitanjaliDutta-wm1ww Před 2 měsíci +1

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ 🙏🙏🙏🙏🙏

  • @barnalidas7784
    @barnalidas7784 Před 8 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আমাৰ সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏 কৃষ্ণ

  • @bhobaniborgohain1721
    @bhobaniborgohain1721 Před 8 měsíci +1

    Krishna Krishna pravu 🙏🙏🙏

  • @mahendraborah4575
    @mahendraborah4575 Před 6 měsíci +1

    আপোনাৰ ভাগৱত বাখ্যা শুনিলে শুনিয়েই থাকিব মন যাই , কৃষ্ণ প্ৰভু প্ৰণাম🙏🙏🙏

  • @nipanjalisaikia9083
    @nipanjalisaikia9083 Před 7 měsíci +2

    অনুপম অনুষ্ঠান অমৃতময় পাঠক দেৱৰ সুন্দৰকনঠত শুনিবলৈ পায় ধন্য হৈছো 🙏🙏🙏

  • @moonkumardas6611
    @moonkumardas6611 Před 8 měsíci +1

    হে বাপ মান্যবৰ এই বাখ্যা এই বক্তৃতা এতিয়ালৈকে শ্ৰেষ্ঠ।
    অতিকৈ শ্ৰুতিমধুৰ আৰু নতুন প্ৰজন্মৰ বাবে অতিকৈ প্ৰয়োজনীয়।
    আপোনাৰ এই বাখ্যা বাস্তৱত মানি চলিবলৈ আমি চেষ্টা কৰি যাম।

  • @rupalibordoloi8015
    @rupalibordoloi8015 Před 8 měsíci +1

    Krishna Krishn 🙏🙏🙏Apunar soronot sewa jonaisu.. Sundor .....

  • @RJrekhacreation
    @RJrekhacreation Před 7 měsíci +2

    কৃষ্ণ 🙏 ইমান সুন্দৰ ব্যাখ্যা 🙏🙏

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 Před 5 měsíci +1

    Krishna Krishna Krishna prabhudev pronam to you

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 Před 7 měsíci +1

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ 🙏🙏🙏🙏

  • @papuborah8957
    @papuborah8957 Před 3 měsíci

    Hare Krishna hare ram 🙏🙏🙏

  • @rinakalita927
    @rinakalita927 Před 7 měsíci +2

    অতি অনুপম ব্যাখ্যা কৃষ্ণ কৃষ্ণ

  • @parineetapari2645
    @parineetapari2645 Před 7 měsíci +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @sanjibsaikia2450
    @sanjibsaikia2450 Před 7 měsíci +1

    কৃষ্ণ কৃষ্ণ বাপ । সংগীতময় ভাগৱত শুনি ভাল পালো আৰু অলপ শুনিব ইচ্ছা আছিল।

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io Před 4 hodinami

    He prabhu apunak sewa janaisu

  • @mrinalnath4640
    @mrinalnath4640 Před 3 měsíci +2

    ওম নমো ভাগৱত ই বাসুদেৱ নম

  • @user-bl4jx8hk6u
    @user-bl4jx8hk6u Před 8 měsíci +2

    কৃষ্ণ ‌❤কথা‌ শুনিথাকিলে‌‌। ‌‌শুনিথাকিব‌ মন যায়

  • @DiptiMazumder-sv5ch
    @DiptiMazumder-sv5ch Před 7 měsíci +1

    Krishna 🙏🙏

  • @mamubaruah7390
    @mamubaruah7390 Před 5 měsíci +1

    Krishna Prabhu jona 🙏🙏 apunar pratitu byakha huni mon pran aapluto hoi jai 🙏🙏

  • @malashreebora492
    @malashreebora492 Před 8 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভু মোৰ গুৰু দেৱ আপোনাৰ চৰনত সহস্ৰ প্ৰণাম জনালোঁ।

  • @sanjoyborah3687
    @sanjoyborah3687 Před 5 měsíci

    Krishna Krishna 🙏 🙏 🙏 🙏

  • @BhagyashreeDevi74
    @BhagyashreeDevi74 Před 2 měsíci

    Krishna krisha Bap❤❤❤👏👏👏

  • @MRD95-rg9p
    @MRD95-rg9p Před 8 měsíci +1

    কৃষ্ণ প্ৰভু জনাক সেৱা জনাইছোঁ 🙏🙏 আপোনাক মংঙ্গল কৰক কৃষ্ণ । আপোনাক দৰ্শন পাব বহুত আশা আছে প্ৰভু

  • @diptiborah413
    @diptiborah413 Před 8 měsíci +2

    🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏 সেৱা জনালো বাপ । সঙ্গীত ময় ভাগৱত পাঠ আপোনাৰ মুখত অমৃত সম🙏🙏

  • @suminicesongdevi2793
    @suminicesongdevi2793 Před 8 měsíci +2

    ভগৱানে আপোনাক সদায় ভালে ৰাসক 🙏🙏🙏🙏

  • @pranjitbaishya2409
    @pranjitbaishya2409 Před 6 měsíci +2

    Krishna bap... apunar proti2 anushthan a sao... bahut agor porai sao.. abar amar namgharat ahisil bahut basar agot tetiar pora a sao. ..🙏🙏🙏

  • @archanakalitaphukan4281
    @archanakalitaphukan4281 Před 7 měsíci +1

    কৃষ্ণ প্ৰভূ..

  • @promodborah3768
    @promodborah3768 Před 4 měsíci +2

    কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন‌ এইয়া মোৰ‌আশা ধন্যবাদ

  • @promodborah3768
    @promodborah3768 Před 5 měsíci +2

    কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি ভাল লাগিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাই এনে দৰে পেৰনা দি থাকিৱ ধন্যবাদ ❤❤❤❤❤❤❤❤❤

  • @si-fi7823
    @si-fi7823 Před 5 měsíci +1

    Krishna Krishna Krishna Prabhu

  • @bitupanbarua9222
    @bitupanbarua9222 Před 8 měsíci +2

    অমৃতময় কৃষ্ণ কথা শুনি বৰ সুন্দৰ লাগিল কৃষ্ণ 🙏

  • @adityarabha6027
    @adityarabha6027 Před 8 měsíci +1

    Krishna Krishna 🙏🙏 Prabhu bhakti bhara sewa janaisu 🙏🙏 Krishna 🙏🙏🙏🙏

  • @prabinchabukdhara5129
    @prabinchabukdhara5129 Před 7 měsíci +1

    Krishna Bap Krishna Krishna Krishna

  • @user-bl4jx8hk6u
    @user-bl4jx8hk6u Před 8 měsíci +2

    আপোনাৰ অমৃত। বাণী।শুনি। ‌ভাল লাগিল ‌

  • @keshakantadas1935
    @keshakantadas1935 Před 8 měsíci +1

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ।প্ৰভূ ,অতিব সুন্দৰ অনুষ্ঠান পৰিবেশন। শ্ৰৱণ কৰি আনন্দ লভিলো ।

  • @dhritirajnath3436
    @dhritirajnath3436 Před 6 dny

    Provo krishna krishna krishna Brajen Nath

  • @rinachutia3723
    @rinachutia3723 Před 8 měsíci +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ জনা আমাৰ সেৱা
    গ্ৰহণ কৰিব 🙏🙏🙏🙏

  • @nabadeepgogoi355
    @nabadeepgogoi355 Před 8 měsíci +1

    হে প্ৰভু আপোনাক সেৱা জনাইছোঁ....ভাগৱত ব্যাখ্যাৰ জৰিয়তে উঠি অহা প্ৰজন্মক বহুখিনি জ্ঞান দি আহিছে

  • @putukonbalijan3028
    @putukonbalijan3028 Před 8 měsíci +1

    🙏🙏 প্ৰভু অনুষ্ঠান ভাগী অতি সুন্দৰ। শুনি আপ্লুত হলো কৃষ্ণ।

  • @SurajitDas-kv7up
    @SurajitDas-kv7up Před 8 měsíci +1

    আপোনাৰ শ্ৰীচৰণত সেৱা জনালোঁ। কৃষ্ণ শংকৰ গুৰু।

  • @mitalibaishya7148
    @mitalibaishya7148 Před 4 měsíci

    Krishna Krishna ❤❤❤

  • @LakhimiGohain
    @LakhimiGohain Před 3 měsíci

    Krishna Krishna 🙏🙏

  • @ratulnath5498
    @ratulnath5498 Před měsícem

    কৃষ্ণ কৃষ্ণ 🎉🎉

  • @monalishaborah8420
    @monalishaborah8420 Před 8 měsíci +1

    Bohut val lagisile
    Ru huni thakibo mon asil

  • @pankajsaikia6076
    @pankajsaikia6076 Před 6 měsíci +1

    Krishna 🙏🙏🙏

  • @Hariprossanna
    @Hariprossanna Před 4 měsíci +1

    জয় গুৰু শঙ্কৰ..🫀📌

  • @MiraDuttaboruah
    @MiraDuttaboruah Před 6 měsíci

    Krishna ,Krishna ,Krishna .

  • @banamalibori9084
    @banamalibori9084 Před 6 měsíci

    Krishna... Krishna... ❤

  • @BijoyBaro-yc9yn
    @BijoyBaro-yc9yn Před 5 měsíci

    Krishna krishna🙏🙏🙏

  • @taranidas6027
    @taranidas6027 Před 8 měsíci +1

    কৃষ্ণ প্ৰভু আপুনিও কলিৰ অবতাৰ।

  • @kalpanasaikia4588
    @kalpanasaikia4588 Před 8 měsíci +1

    মহা মহা ভাগৱতৰ শ্ৰী চৰণত কমলত ভক্তি ভৰা সেৱা নিবেদিছো প্ৰভু 👏👏👏👏

  • @monikonwar6868
    @monikonwar6868 Před 8 měsíci +1

    কৃষ্ণ কৃষ্ণ।সুন্দৰ ব্যাখ্যা।

  • @user-el4hn8nl6e
    @user-el4hn8nl6e Před 8 měsíci

    Bohu besi val lagil,jimane parisu Buji loisu pravu dev🙏🙏🙏🙏🙏

  • @atulokalita4134
    @atulokalita4134 Před 8 měsíci +1

    অতি সুন্দৰ পৰিবেশন। কৃষ্ণ কৃষ্ণ

  • @babitasutradhar2371
    @babitasutradhar2371 Před 8 měsíci +3

    কৃষ্ণ কৃষ্ণ

  • @user-gc2jd1gs3h
    @user-gc2jd1gs3h Před měsícem

    প্ৰণাম হে মহান পুৰুষ। দূৰৈৰ পৰাই আপোনাৰ ভক্তি কথা শুনি থাকো। এবাৰ আপোনাক চৰণ চুই প্ৰণিপাত জনাবলৈ পামনে। মই বৰ আশা কৰি আছোঁ।

  • @deepabora1865
    @deepabora1865 Před 8 měsíci +4

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ পদ কমলত কমলত ভক্তি অঞ্জলি অৰ্পন কৰিছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @pallabigogoi1612
    @pallabigogoi1612 Před 8 měsíci +2

    কৃষ্ণ বাপজনা।। শিৱসাগৰ পৰা লিখিছো।।

  • @bharatiborah1690
    @bharatiborah1690 Před 4 měsíci

    ধন্যহলো প্ৰভূ আপোনাৰ শ্ৰীমূখে প্ৰভূৰ গুণানু চৰিত্ৰ শ্ৰবণ কৰি ধন্য হলো ।প্ৰভূ আপোনাৰ সুস্বাস্থ্যকামনা কৰিলো । ভগৱানে কৃপা কৰক 🙏🙏🙏🙏🙏🙏🙏

  • @ajaykalita631
    @ajaykalita631 Před 8 měsíci +4

    আপোনাৰ শ্ৰীমুখত কৃষ্ণ কথা শুনি খুব আনন্দ পালোঁ ।।প্ৰভু ঈশ্বৰে আপোনাক সদায় সুস্থ ৰাখক তাৰেই কামনা কৰিলোঁ ।।আমাৰ ও সৌভাগ্য ক্ৰমে আপোনাৰ দৰে জ্ঞানৰ সাগৰ মহাপুৰুষ এজনৰ চৰণ স্পৰ্শ কৰাৰ সুভাগ্য হৈছিল ।

  • @babuldeka2390
    @babuldeka2390 Před 6 měsíci

    Om pravu

  • @jayantadeka8522
    @jayantadeka8522 Před 4 dny

    Krishna Bap 🙏 🙏

  • @tulanmohan9706
    @tulanmohan9706 Před 8 měsíci +3

    কৃষ্ণ প্ৰভূ । সঙ্গীতৰ জৰিয়তে যি তত্ত্বমূলক ব্যাখ্যা আগবঢ়ালে, শুনি আপ্লুত হলো । আপোনাৰ চৰণত স- ভক্তিৰে সেৱা জনাইছো । কৃষ্ণ 🙏🙏🙏👋👋👋

  • @animegistic9997
    @animegistic9997 Před 8 měsíci +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @phirodarabha9647
    @phirodarabha9647 Před 8 měsíci +3

    বাপ কৃষ্ণ গুৰু টো হয়েই তাৰো।উপৰি প্ৰায় বোৰ মঞ্চতে গোৱালপাৰা শব্দটো শুনি অধিক ভাবোক হৈ পৰো। কোটি কোটি কোটি প্ৰণাম জনাইছোঁ বাপ 🙏🙏🙏🙏❤️❤️❤️❤️❤️

  • @DebajitGogoi-ne5oy
    @DebajitGogoi-ne5oy Před měsícem

    Krishna Krishna

  • @user-go4ki2pz1y
    @user-go4ki2pz1y Před 2 hodinami

    🙏🙏🙏🙏🙏🙏🙏

  • @abhijitabordoloi8515
    @abhijitabordoloi8515 Před 16 dny

    নমো কৃষ্ণ

  • @user-st8il6dq5y
    @user-st8il6dq5y Před 8 měsíci +3

    কৃষ্ণ

  • @manikdax2858
    @manikdax2858 Před 8 měsíci +1

    Krishna... Bap pranam Janaisu

  • @hemalatadevi8610
    @hemalatadevi8610 Před 3 měsíci

    Om santi

  • @minatimech4993
    @minatimech4993 Před 24 dny

    কৃষ্ণ কৃষ্ণ বাপ