আইতাই লেট্ৰিনৰ দৰ্জাৰে বেৰৰ ফুটা ঢাকি ৰাখিছে। Manuhe Manuhor Babe

Sdílet
Vložit
  • čas přidán 3. 03. 2024
  • টকৌপাতৰ চালিখন ফুটা হৈ পানী পৰে। আইতাৰ এটাই অনুৰোধ "থাকিব পৰাকৈ ঘৰ এখন বনাই দিলেই হ'ব..."।
    #homoy #manuhemanuhorbabe

Komentáře • 574

  • @Zgfcaxom
    @Zgfcaxom Před 4 měsíci +165

    সময় দাদাক কেনে কেনে ভাল পাই এটা লাইক। জয় আই অসম জয় সময় দা ❤😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @aruneebharali2610
    @aruneebharali2610 Před 4 měsíci +95

    আইঅ' আইতাক দেখি বৰ দুখ লাগিল। তুমি যে বিচাৰি পাইছাগৈ ভগবানে তোমাৰ মঙ্গল কৰক।

  • @darshuvlog7241
    @darshuvlog7241 Před 3 měsíci +9

    আইতাৰ কথা টো শুনি বহুত বেয়া লাগিল 🙂🥺 মনৰ আশা সপোন সকলো বুকুত বান্ধি এই ধুনীয়া চকুজুৰিৰ আইতা গৰাকী গুচি গল 🥺🥺😓 সুখী হওঁক যতে আছে আপুনি 🥺😓

  • @user-xt8ts5yr8d
    @user-xt8ts5yr8d Před 4 měsíci +28

    আইতা লে বেয়া লাগিছে। তুমি সঁচাই মহান কাম কৰিছা দাদা❤❤

  • @parthamixarsassam6762
    @parthamixarsassam6762 Před 4 měsíci +38

    আপোনাৰ মহানতা সদায় জিলিকি থাকে দাদা

  • @niromaboruah143
    @niromaboruah143 Před 4 měsíci +25

    বহুত দুখ লাগে এনেকৈ দেখিলে😢 আইতা ভালে থাকক 🙏 ভগৱানে তোমাক যুগ যুগ জীয়াই ৰাখক সময় 🙏❤

  • @__priitt__
    @__priitt__ Před 4 měsíci +41

    আইতাগৰাকীৰ চকুযুৰি সঁচাকৈয়ে ধুনীয়া ❤️🌺......

  • @brindadas4911
    @brindadas4911 Před 3 měsíci +3

    সময়,আইতা গৰাকী সঁচাই মৰম লগা আইতাৰ লগতে তোমাৰো সু স্বাস্থ্য কামনা কৰিলো।

  • @bhupenraj4546
    @bhupenraj4546 Před měsícem +1

    দাদা অ আপোনাৰ কৰ্মক কি বুলি ধন্যবাদ দিও ইমান ধুনীয়া অন্তৰৰ মানুহ আপুনি। আপোনাৰ মা দেউতা বৰ ভাগ্যবান অ দাদা আপোনাৰ দৰে সন্তান এজন লাভ কৰিছে। ইমান মৰম মানবতা আপোনাৰ মানুহৰ প্ৰতি উফ। আপোনাৰ জীৱনটো ইমানে সুখৰ হওক যেন সাত জনমতো যেন আপোনাক কোনেও একোৰে যেন আপোনাক ঢুকি নাপাই। কিমান লিখিম আপোনালৈ । বহুত মৰম শ্ৰদ্ধা ভালপোৱা আপোনালৈ।।।

  • @Jinty254
    @Jinty254 Před 4 měsíci +9

    আইতালৈ সঁচাই বেয়া লাগিছে। 😢😢চকুজুৰি ধুনীয়া ❤❤❤

  • @leenagogoi9664
    @leenagogoi9664 Před 4 měsíci +7

    তোমাৰ মহানতা স্বগীয় দান ৷আগুৱাই যোৱা বেটা ৷ঈশ্বৰে তোমাক কুশলে ৰাখক ৷আশীৰ্বাদ থাকিল ৷

  • @bijitbharali9039
    @bijitbharali9039 Před 4 měsíci +34

    অসম চৰকাৰে ধুকী নোপোৱা আৰু কিমান মানুহ আছে
    এনেকৈ
    অসম চৰকাৰৰলৈ এটাই অনুৰোধ অলপ সহায় কৰক সময় দাদাই কিমান কৰিব ❤❤❤❤❤❤ PMY ঘৰ এটা সাজি ডিয়ক video চালে বৰ দোষ লাগে

  • @nupurjtdhnga4906
    @nupurjtdhnga4906 Před 4 měsíci +7

    আইতাৰ হাঁহি টি বৰ মৰম লগা আশা কৰো সদায় ভাল দৰে থাকক❤

  • @rajibboruah1143
    @rajibboruah1143 Před 4 měsíci +7

    আইতাৰ ঘৰত পৰিয়ালৰ মানুহ বোৰ।। মানুহ নহই নেকি।। তেওঁক এনেকৈ আৰু অকল সৰীয়া কে এৰি দিছে। সিহঁতৰ অকণো বেয়া লগা নাই নে আইতালে। আইতা আপুনি যিমান দিন থাকে সুখে থাকক। ভগৱানে চকু মেলি চাব।আমি ভগৱান ওচৰত পৰ্থনা🙏🙏 কৰিছো !আপুনাক যাতে সুখে ৰাখে।।।।।🙏🙏 love you আইতা 🙏🙏🙏🙏🙏🙏

  • @anupamsaikia2920
    @anupamsaikia2920 Před 4 měsíci +11

    সময় দা আপোনাক ভগৱানে আৰু আগবঢ়াই নিয়ক ।

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Před 4 měsíci +10

    তুমি সচাকৈয়ে বহুত মহান ভগৱানে সদায় কুশলে ৰাখক তোমাক আইতা জনি বৰ মৰম লগা বহুত দুখ লাগিল আইতাৰ কথা শুনি আইতা ভগৱানে তোমাক সদায় কুশলে ৰাখক সচাকৈয়ে চকু জুৰি বৰ ধুনীয়া ❤❤❤

  • @paporimohan
    @paporimohan Před 4 měsíci +16

    আপুনি মহান ব্যক্তি ❤❤

  • @dipalisonowal2432
    @dipalisonowal2432 Před 23 dny

    আইতাক দেখি বৰ দুখ লাগিল। তুমি বৰ মহান কাম কৰিছা।

  • @dhunukolizasaikia9705
    @dhunukolizasaikia9705 Před 4 měsíci +17

    Hokolua homoi da karane ata like kora.. Vl lagil dada

  • @shrutikashyap2691
    @shrutikashyap2691 Před 3 měsíci +2

    কি যে জীৱন অ মানুহৰ .... আইতা অ বৰ দুখ লাগিলে অ তোমালে

  • @tulikahazarika3968
    @tulikahazarika3968 Před 4 měsíci +4

    ❤ Bhogoban e jen tumar hokolu monor asha puron kore......manob hewa manei Eswar hewa

  • @nirusaikia7631
    @nirusaikia7631 Před 4 měsíci +4

    যিটো সময়ত আইতাই সুখ পাব লাগিছিল সেই সময়ত ইমান কষ্টত জীৱন নিৰ্বাহ কৰিছে। কিছুমান মানুহে ইয়াত কৈ বেছি পায়ো সুখত থাকিব নোৱাৰে।আইতাক সেৱা আৰু সময়লৈ ধন্যবাদ থাকিল 🙏🙏🌹

  • @Assamesecelebritiesfan
    @Assamesecelebritiesfan Před 4 měsíci +8

    আইতাক দেখি বৰ দুখ লাগিল দেই ❤❤❤❤

  • @user-ny2uw2wp7k
    @user-ny2uw2wp7k Před 4 měsíci +7

    সুন্দৰ তোমাৰ কৰ্ম।

  • @SikhamoniGogoi-xi4xl
    @SikhamoniGogoi-xi4xl Před 4 měsíci +7

    Aitak dekhi bor dhkh lagil😢❤😢 dhunia aitar soku kita❤

  • @Zgfcaxom
    @Zgfcaxom Před 4 měsíci +24

    আইতাৰ কথা বোৰ বহুত দুখ লাগিল ❤😢😢😢😢😢😢😢

  • @user-ch9fo9ni3b
    @user-ch9fo9ni3b Před 4 měsíci +3

    Dada apuni bhut vl monor manhu o😢😢😢❤❤❤

  • @nangmona2005chawrok
    @nangmona2005chawrok Před 4 měsíci +4

    যি সকলে দুখৰ বিলাসিতা কৰে তেওঁ লোকলৈ একো একোটা পাঠ জীৱনৰ জীৱন জী থাকিবলৈ মানুহে কেনেকৈ কেনেকৈ কষ্ট যন্ত্ৰণাৰে যুঁজ্ কৰিছে নিতৌ গতিকে জীৱনটো ভালকৈ মন সন্ত্তষ্টিৰে যাপন কৰক যি পাইছে সেইয়া বহুত বুলি ভাৱক কাৰণ কিছুমানে সিমানখিনিও নোপোৱাকৈ জীয়াই আছে ...জীৱনৰ মোহে মানুহক বাধ্য কৰে যুঁজিবলৈ আইতাৰ ঘৰখন সোনকালে হওঁক আৰ্থিক সহায় কৰিব পৰা সামৰ্থ নাই নহলে যোগাযোগ কৰিলো হয়

  • @user-si8if6ou8b
    @user-si8if6ou8b Před 4 měsíci +15

    Homoy tumi first assam CZcamsr jak moi Subscribe kori thoisu... Good job..

  • @nabajyotiborah3670
    @nabajyotiborah3670 Před 4 měsíci +16

    অতি সুন্দৰ মহানোভৱতা দাদা আপোনাৰ।

  • @ransumboro2947
    @ransumboro2947 Před 4 měsíci +7

    Full support baksa mushalpur dihira 3no

  • @BikramDewri-pj4ik
    @BikramDewri-pj4ik Před 4 měsíci +5

    সময় দা always help কৰি যাৱ ! দূৰভগিয়াক।

  • @gogoida7940
    @gogoida7940 Před 4 měsíci +1

    বহুত দুঃখ লাগিল লাগিল অ আইতা গৰাকীলৈ ৷
    বেংকৰ একাউণ্টৰ ব্যৱস্থা এটা কৰিৱ লাগে ৷😢😢😢

  • @user-cm3gy2rl1i
    @user-cm3gy2rl1i Před 3 měsíci +1

    Manuhe manuhor babe....❤️❤️
    You are the brightest star...

  • @RahulSingh-mk2vw
    @RahulSingh-mk2vw Před 4 měsíci +1

    তুমি জীৱনত বহুত উন্নতি কৰা ভাইটি যাতে এনেকৈ আমি কৰিব নোৱাৰা কামখিনি তুমি সম্পূৰ্ণ কৰা।

  • @pratimdevi8759
    @pratimdevi8759 Před 4 měsíci +2

    আচলতে, আমি মানুহবোৰে ( অলপ ভাৱি চালে )একোতেই বাহাদুৰি কৰিব নোৱাৰি I এয়ে আমাৰ ভাগ্য ! সুখ ভগাব পাৰিলেও যেন দুখ ভগাব নোৱাৰি ,য়িমান ধনেই নাথাকক ,যিমান অপোনজনেই নাথাকক ,সহিব লাগে অকলেই ! এয়ে নিয়তি !!

  • @mougoalpara9180
    @mougoalpara9180 Před 3 měsíci

    Khub sundor Bhogobane ru aguwai niyak mongal korok apuner

  • @LHF30
    @LHF30 Před 4 měsíci +2

    দাদা আইতাক বৃদ্ধা আশ্ৰয়ত‌ নিলে ভাল হ'ব please 🥺🥺❤❤

  • @hemantadas6711
    @hemantadas6711 Před 4 měsíci +2

    এতিয়াই গম পোৱা যায় যে মানুহৰ বয়স হৈ যোৱা লগে লগে জীৱনটো অনাদৰ হৈ পৰে 😢😢😢😢

  • @rimabhuyan1738
    @rimabhuyan1738 Před 3 měsíci

    ভগৱানে তোমাক মংগল কৰক সময়❤

  • @ranjitadeori6018
    @ranjitadeori6018 Před 14 dny

    অসম চৰকাৰক দেখুৱাই দিয়া সময়ে হৈছে আজি দিনত দুখীয়া ৰ বন্ধু 🎉🎉🎉❤❤❤

  • @priyakoch450
    @priyakoch450 Před 4 měsíci +7

    আইতা জনী সদায় ভালে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা মোৰ মা দেউতা কোনো নাই মই আইতাক এ মা বুলি ভাবো ❤

  • @AXOM_BT_Gaming_AS03
    @AXOM_BT_Gaming_AS03 Před 3 měsíci

    Iman biyostotar majot je okoman homoi uleai belegok hohai korise ❤ mon tu kiba Val lagi gol ❤ Jorhat titabor pora bohut bohut morom jasilu ❤

  • @deepjyotisonowal4632
    @deepjyotisonowal4632 Před měsícem

    সঁচাকৈ কি যে জীৱন সময় তুমি যে বহুত ভাল কাম কৰিচা তোমাক কি বুলি কম ভাষা নাই।

  • @DMCHANGMAI
    @DMCHANGMAI Před 4 měsíci +1

    Aitak dakhi bht dukh lagel.. Sokur pani rokhaboi nuwarelu😭 aita hodai hustho hoi thaka jen. bhogobanor usorot parthona jonalu🙏🙏🙏🙏

  • @DigntaKalita
    @DigntaKalita Před 4 měsíci +4

    ভাল লাগিল

  • @gogoi5666
    @gogoi5666 Před 4 měsíci

    তুমি বহু ত মহান কাম কৰিচা আগ বাঢ়ি যোৱা আশিবাদ কৰিছো মনে ভবা কথা বোৰ যেন পূৰন হয় তোমাৰ

  • @bhushanbordoloi2214
    @bhushanbordoloi2214 Před 3 měsíci

    বাবু তোমাৰ মহানতাক নমস্কাৰ ৷চাই আছো বহু দিনৰ পৰা ৷ দুটকামান তোমালৈ পঠাবলৈ নম্বৰটো দিবানে ৷

  • @akb1975
    @akb1975 Před 3 měsíci

    Bohut bhaal kaam korisa .....God bless you

  • @zubli939
    @zubli939 Před 3 měsíci

    Aita jonik sai bea lgil😢soku keita emn morom loga❤😢

  • @lakhandas4852
    @lakhandas4852 Před 3 měsíci +1

    Dada apunar Video bohut bhal lage ❤

  • @MAJONIBARUAH1
    @MAJONIBARUAH1 Před měsícem

    Bht bht val Kam kori goise homoi da apuni well done bro❤

  • @pramilathakuria000
    @pramilathakuria000 Před 3 měsíci

    তোমাৰ ভিডিও বোৰ চাই আবেগিক হৈ পৰো তুমি বহুত ভাল কাম কৰি আছা দুখীয়া মানু্হ ৰ ওচৰত যোৱা youtuber নাই বুলিয়ে কব পাৰি..u r defferent person so we love u lots

  • @user-rp6tr4po3b
    @user-rp6tr4po3b Před 3 měsíci

    Apuni bhut vl video bor bhut bhal lage

  • @user-cx5mn9bv7d
    @user-cx5mn9bv7d Před 3 měsíci +1

    সময় আপোনাৰ video চাই বৰ ভাল লাগে

  • @lakhindratairai5278
    @lakhindratairai5278 Před 4 měsíci

    তুমি আৰু আগলৈ আগৱাঢ়ি যোৱা ভগৱানে সদায় তোমাক কুশলে ৰাখক তাকে কামনা কৰিছোঁ ❤❤❤❤❤❤

  • @assamfunnyandalsoabout6504
    @assamfunnyandalsoabout6504 Před 3 měsíci

    Bohut Bhal kam korisa❤❤❤❤

  • @user-fj6pf2kd2f
    @user-fj6pf2kd2f Před 3 měsíci

    বহুত ভাল কাম কৰি আছা তুমি 😮আইতালৈ বেয়া লাগে দে

  • @LakheswarPhukan-pd3uh
    @LakheswarPhukan-pd3uh Před 4 měsíci +4

    Domkol tur jiva aru bocket etau logai dibasun really aitak dekhi bohutei beya lagil

  • @Pallavi.206
    @Pallavi.206 Před 4 měsíci +1

    Aaita r soku juri xosai bohut dhunia, apunar kam xosake bohut val lage dada

  • @rahuldas3181
    @rahuldas3181 Před 4 měsíci +3

    Uff আইতা ♥️🥺♥️ জীবন.....…?

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před měsícem +1

    সময় তুমি ভগৱান ৰ অৱতাৰ কৃষ্ণ কৃষ্ণ

  • @kingmotor6424
    @kingmotor6424 Před 2 měsíci +1

    Homoy daa apuni vogoban apunar video sai like nokorakoi thakibo nuarr❤❤😊

  • @sangitrabha3374
    @sangitrabha3374 Před 4 měsíci

    বহুত দুখ লাগে এনেকৈ দেখিলে 😢😢 আইতা ভালে থাকক ❤❤🙏🏻

  • @aleesha475
    @aleesha475 Před 2 měsíci +1

    Hamoi da apunar potitu video mur antar khn xui jai 🙏🙏🙏

  • @akankhya7929
    @akankhya7929 Před 4 měsíci +2

    Bahut bhale Kam korisa❤

  • @sonjoyr2024
    @sonjoyr2024 Před 3 měsíci

    BOHUT xundor dada apuni je buji paise tmk Mora pora BOHUT xevesha thakil bro

  • @bhupenrabha1613
    @bhupenrabha1613 Před 4 měsíci +2

    nice shearing dada❤❤

  • @GayatriBorah-ou8ok
    @GayatriBorah-ou8ok Před 2 měsíci

    Val lagil ❤❤❤

  • @mintudas2152
    @mintudas2152 Před 3 měsíci

    মৰম লগা আই 😘😘😘

  • @poligogoi1997
    @poligogoi1997 Před 3 měsíci

    দাদা আপোনাক বহুত ভাল লাগে

  • @himashreeboruah772
    @himashreeboruah772 Před 4 měsíci +1

    তুমি মহান

  • @Cartoon_Video12340
    @Cartoon_Video12340 Před 4 měsíci

    আপুনি সঁচাকৈয়ে বহুত ভাল কাম কৰি আছে আগবাঢ়ি যাওঁক এনেকৈ❤

  • @AtulSharma-cr2bh
    @AtulSharma-cr2bh Před 4 měsíci

    ককাইদেউক কৌটি কৌটি প্ৰণাম, তুমি বহুত মহান ❤❤❤👏👏👏🥀

  • @sumisnakonwar7755
    @sumisnakonwar7755 Před 4 měsíci +1

    Tumi hosai manuh rupi bhogoban dada❤❤hodai aguwai jua aru val Kam kori jua..ami hodai support korim 🙏💐

  • @bibibora3546
    @bibibora3546 Před 4 měsíci +3

    Great job Samay God bless you ❤

  • @user-iu9mz2nn5s
    @user-iu9mz2nn5s Před 3 měsíci

    মৰমৰ ভাইটি তোমাৰ ভিডিও চাই মোৰ বহুত ভাল লাগে! কাৰণ তোমাৰ চিন্তাৰ, কামৰ লগতে যি সকলৰ জীবন সংগামৰ বিষয়ে দেখোৱা তাৰ পৰা বহুত কথা মই শিকিব পাৰিছো, ধন্যবাদ . May God bless you🙏 with love as a small brother!

  • @dutta22
    @dutta22 Před 4 měsíci +1

    🙏🙏🙏🙏 সময়ক সকলোৱে আৰু আগুৱাই নিয়ক । অতি সোনকালে মিলিয়ন মিলিয়ন suport কৰিব লাগে

  • @poridutta585
    @poridutta585 Před 4 měsíci +2

    ❤❤

  • @pubalibhuyan9318
    @pubalibhuyan9318 Před 3 měsíci

    Emn dukh lgle aitak..emn kostot ase.. vgbn a hkty diok😭😭😭🙏🙏...

  • @PodmoMoran-mc3mr
    @PodmoMoran-mc3mr Před 4 měsíci +1

    Mur soku Pani ulai goise aitak dekhi aitai sokulu tukise 😓❤

  • @muniparas2464
    @muniparas2464 Před 4 dny

    আইতা আছে নে ভালে❤

  • @anjansaikia9189
    @anjansaikia9189 Před 4 měsíci

    সময় মহান

  • @HeenaRangpe
    @HeenaRangpe Před 4 měsíci

    Homoy Brother hosai tumk jen bhogobane teulukor babe ye pothiyai se gotike tumi goi thoka bhogovan tumr logot aase. ❤ you so much Brother & Joi Homoy gogoi , Joi Hunor Asom.

  • @anamikavlog1964
    @anamikavlog1964 Před 4 měsíci

    xosai aita joni ai boyokhot o dhuniya hoi ase... kin2 beya lage dekhi... apuni bohut val kam kori ase... 🙏🙏🙏

  • @user-fc6gp1qx5n
    @user-fc6gp1qx5n Před 4 měsíci +2

    Real Hero

  • @user-rh9pc2yr8u
    @user-rh9pc2yr8u Před 4 měsíci +3

    apuni kio eman val ❤❤❤❤❤ adin log koribo

  • @usefulvideobyuday8701
    @usefulvideobyuday8701 Před 4 měsíci

    Apunar Dore manuh ase karone ajir loike prithibi khon jiyai ase❤❤❤❤❤..vogobane mongol korok..joy I axom❤❤

  • @mongogoi6695
    @mongogoi6695 Před 4 měsíci +1

    Samay daa apuni anekua ajon youtuber all axom a sapot koribo buli akha korilu love you samay da ❤

  • @user-cm7rt4et2z
    @user-cm7rt4et2z Před 4 měsíci

    Dada apuni bohut mohan kam kori ase

  • @damayantiborolaskar2706
    @damayantiborolaskar2706 Před 4 měsíci

    Homoy tumi xosaikoi mohan❤❤❤❤

  • @user-qx5ix8jk6v
    @user-qx5ix8jk6v Před 4 měsíci

    আইতা জনীক দেখি বৰ দুখ লাগিল ।

  • @user-fk9sk2hz5u
    @user-fk9sk2hz5u Před 4 měsíci +1

    Bohut val manuh hoi tumi,,,,,edin hosake log korim apunak,,,,,,❤❤❤❤❤bohut maahaan hoi apuni,,,,

  • @gobindaduwarah6160
    @gobindaduwarah6160 Před 4 měsíci +1

    Ata kotha buji napau ....eman kostot lora suali k dangor dighol kore lastot nijor mak deutakok sini nupua hoi jai ...lazz lagibo lage enekua lora sualik ... Aitar r kosto khini dekhi soku pani ulai goise ..
    Jibonot sucess hb parile tumr nisina koi hohai kori jam 🙂🥲

  • @satyajitmajulimusical133
    @satyajitmajulimusical133 Před 4 měsíci +1

    Dadar video bor fast like .comment. share kori low .tar past he saw moi❤❤❤

  • @riyanhazarika-pz4wv
    @riyanhazarika-pz4wv Před 2 měsíci

    homi dada apuni bhut bhal

  • @biswanathdasbiswanathdas
    @biswanathdasbiswanathdas Před 4 měsíci

    Great brother

  • @Priyanka_dutta66
    @Priyanka_dutta66 Před 3 měsíci

    Homoy da tmi bhagwan hoi🥺♥️...tumak hotokuti pronam✨🙏

  • @bindassboy9993
    @bindassboy9993 Před 4 měsíci +1

    Mujjang

  • @bijurajkhowa7114
    @bijurajkhowa7114 Před 4 měsíci +1

    তোমাক ধন্যবাদ।