আইতাৰ কাৰণে বহোৱা হ'ল এখন টিউবেল। Manuhe Manuhor Babe

Sdílet
Vložit
  • čas přidán 20. 02. 2024
  • ইমান দিনে আইতাই আনৰ ঘৰৰ পৰা পানী অনা-নিয়া কৰে। আজিৰ পৰা আইতাৰ পানীৰ সমস্যা নাইকিয়া হ'ল ।
    #homoy

Komentáře • 441

  • @Zg-fc-axom
    @Zg-fc-axom Před 5 měsíci +69

    আপোনাক বহুত বহুত ধন্যবাদ দাদা আপোনাৰ দৰে মানুহ থকা বাবে মানুহ বোৰ অলপ হ'লেও সুখত আছে দাদা ❤❤😢 i love you Dada Jai shree Ram ❤❤❤

  • @JPDigboi
    @JPDigboi Před 5 měsíci +19

    বহুত ইউটিবাৰৰ ভিডিঅ' চালোঁ কিন্তু আপোনাৰ দৰে নাই, নিজৰ কথা নাভাবি দুখীয়া মানুহৰ কথা ভাবা, সঁচাই অন্তৰৰ পৰা চেলুত 👍👍

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 Před 5 měsíci +25

    বৰ ভাল কাম কৰিলা, দেই আইতা গৰাকীক পানী কনৰ ব্যবস্থা কৰি দি। তোমাৰ বহুত ভাল হব, আশীৰ্বাদ কৰিছোঁ।

  • @bloggeroum
    @bloggeroum Před 2 měsíci +1

    আপুনি অসমৰ “Golden CZcamsr”। আপোনাৰ মংগলৰ বাবে সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম 🌹🌷👏👏🙏🙏🤱

  • @assamesegkyffffssiotyrirr8reii
    @assamesegkyffffssiotyrirr8reii Před 5 měsíci +2

    Homoy da আমাৰ প্ৰেৰণা homoy দাক আমি আগুৱাই নিব লাগে। Homoy দাৰ নিচিনা আমাৰ অসমত কোনো youtuber ny যিয়ে মানুহৰ বাবে কাম কৰি আছে ❤❤❤ homoy দা video বোৰ চাব sun কিবা এটা motivation পোৱা যায় love from jorhat❤❤❤

  • @comedy_assam
    @comedy_assam Před 5 měsíci +7

    Good work brother,,
    অসমৰ no 1 youtuber বুলি মই ভাবো,,, যাৰ কৰ্মৰাজীৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে,,, youtuber হয় যদি আপোনাৰ দৰে হব লাগে ,,,
    প্ৰত্যেকটো video চাই আহিছোঁ , যত কোনোধৰণৰ negative comments দেখা নাপাও, ভাল লাগে বহুত,,
    ভগৱানে মঙ্গল কৰক সময় দা ♥️♥️

  • @Assam1661
    @Assam1661 Před 5 měsíci +15

    ককাই তোমাক চেলুত কি বুলি কম ভাষাহিন মানে ভাষা বিচাৰি পোৱা নাই কি বুলি কম। আৰু আগুৱাই যোৱা তুমি ভগৱানে তোমাক মঙ্গল কৰক।
    Love from jorhat borhulla❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @cha2.0
    @cha2.0 Před 5 měsíci +16

    ভাল লাগিল আইতাক সহায় কৰা দেখি ।আপোনাক ঈশ্বৰে বহুত মঙ্গল কৰক তাৰেই কামনা কৰিলোঁ।

    • @dhaniramgogoi3811
      @dhaniramgogoi3811 Před 4 měsíci

      ভাই তোমাক আখিবাদ dicu bogobane tumak hohaikorak think you🎉🎉🎉

  • @rivanjoligogoi6826
    @rivanjoligogoi6826 Před 5 měsíci +2

    Apunak vogobane hodai vale rakhok anedore Kam kori jaboloi

  • @lohitsaikiaofficial482
    @lohitsaikiaofficial482 Před 5 měsíci +7

    Apuni aru aguwai jauk , apunaar channel tu million subscribers houk , apunak hodai bhogowane kukhole rakhok , aru enedorei bhal kam Kori jauk , Joi Aai Axom 🙏❤️❤️

  • @sureshhemrom7270
    @sureshhemrom7270 Před 5 měsíci +4

    অতি সুন্দৰ কাম কৰি গৈছে সময় দা আপুনি। টিউবেল যাতে ছুৰ নহয় তাৰ বাবে কিবা ব্যবস্থা কৰি দিয়া হ'লে ভাল হ'ল হেঁতেন।। 🙏🙏❤️

  • @jyotshnakonwar8064
    @jyotshnakonwar8064 Před 5 měsíci +7

    সুন্দৰ পদক্ষেপ ভগৱানে তোমাক কুশল মঙ্গল কৰি ৰাখক।❤❤❤❤

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Před 4 měsíci +3

    তোমাক বহুত ধন্যবাদ ভগৱানে সদায় কুশলে ৰাখক তোমাক আইতা জনি বৰ মৰম লগা ❤

  • @ranjandas6167
    @ranjandas6167 Před 5 měsíci +2

    Bohut val kam krisa🥰🥰

  • @bunumech8209
    @bunumech8209 Před 5 měsíci +9

    বৰ মৰম লগা আইতা গৰাকী

  • @assamssboy
    @assamssboy Před 5 měsíci +11

    Facebookt salu atiya CZcams sai asu 🙋‍♂️❤

  • @harshitarinki2156
    @harshitarinki2156 Před 5 měsíci +6

    তোমাৰ বহুত টকা হক যাতে আৰু বহু দুখীয়াক আৰু সহায়‌ কৰিব পাৰা ❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Před 5 měsíci +7

    তোমাক ঈশ্বৰে শক্তি দিব তুমি দুখীয়াৰ মুখত হাঁহি দিয়া। হিয়া উজাৰি আৰ্শীবাদ দিছোঁ সময় ।

  • @HirakjyotiDas-zw4cq
    @HirakjyotiDas-zw4cq Před 5 měsíci +4

    জয় আই অসম 🙏✊❤️ বহুত ভাল কাম কৰা তুমি বহুত ভাল পাওঁ তোমাক, ভগৱানে মংগল কৰক আৰু আগুৱাই যোৱাৰ....... জয় আই অসম 💓 সদায় লগত আছোঁ

  • @a_kash__2005
    @a_kash__2005 Před 5 měsíci +2

    Homoy da apuni mohan ❤

  • @LakhiChachoni
    @LakhiChachoni Před 5 měsíci +20

    আমাৰ আশীৰ্বাদ সদায় আপোনাৰ লগত আছে❤❤❤

  • @BichitraBordoloi863
    @BichitraBordoloi863 Před 5 měsíci +3

    মানুহক কিছুমান কথাৰেও সহায় বা উপকৃত কৰে, সময় দা আপুনিটো হাতে কামে লাগি অভাৱ বোৰ মানুহ বিলাকৰ পূৰণ কৰিছে, ইয়াতকৈ আৰু কি হ'ব পাৰে, এনেকুৱা ধৰনৰ ধনাত্মক ভাৱধাৰাৰ লৈ মানুক সহায় কৰি সদায় আগবাঢ়ি ভাল পথত গতি কৰি যাঁওক সদায় সুখ আৰু আনন্দ পাব, এই ধাৰাৰ যেন সদায় অটুট ৰাখে। সদায় আপোনাৰ মঙ্গল কামনাৰ কৰিছোঁ কৃষ্ণৰ।

  • @mondirachutia5925
    @mondirachutia5925 Před 5 měsíci +2

    তোমাক 🙏🙏🙏

  • @lborah9223
    @lborah9223 Před 5 měsíci +2

    শুভেচ্ছা থাকিল তোমাৰ লৈ ,,,

  • @PragyanVlog46
    @PragyanVlog46 Před 5 měsíci +1

    Dada apuni bohut dhunia kam korise vogomane apunak hukhi kori rakhe ❤

  • @rajibkrdas1918
    @rajibkrdas1918 Před 5 měsíci +1

    Aguai jua vi,

  • @user-el8gd9qd4i
    @user-el8gd9qd4i Před 5 měsíci +1

    Iove u homoy khub Val lagil kamtu dexi ❤❤❤❤

  • @user-xt8ts5yr8d
    @user-xt8ts5yr8d Před 5 měsíci +1

    সময় দা তোমাৰ কাম বিলাক দেখি সঁচাই বহুত ভাল লাগে। মন যাই মোৰ কাৰোবাৰ মুখত হাঁহি বিলাব। কিন্তু বৰ্তমান মোৰ অৱস্থা অলপ বেয়া চলি আছে। যেতিয়া অলপ ভাল হব তেতিয়াই তোমাৰ দৰে বহুতৰ নোৱাৰিলে ও অলপ মানুহৰ সহায় কৰিব চেষ্টা কৰিম। শেষত তোমাক 🙏🙏

  • @satyajitmajulimusical133
    @satyajitmajulimusical133 Před 5 měsíci +2

    Dhunia ❤❤❤

  • @senggogoi7527
    @senggogoi7527 Před 5 měsíci +1

    Tumi hosa arthot CZcamsr nohoi.ajon dukiar babe vogoban.❤❤❤❤

  • @jintugogoi2934
    @jintugogoi2934 Před 5 měsíci +1

    Very thankful and proud of you Bro.
    Aaitajoniye jiman aarkhibad dise heia atulonia aru agbahi jaba.

  • @sumisvlogs1480
    @sumisvlogs1480 Před 5 měsíci +1

    Bohut val val kam kori asa tmi tmar dore manuh pithibit thakile bohut dhukhia manuhe xukh pabo aru aguwai juwa tmi God bless you 🙏 love from morigaon ❤️

  • @uttamrabha5976
    @uttamrabha5976 Před 5 měsíci +1

    দাদা আপোনাক কি বুলি জে ধন্যবাদ জনাও ভাষাই নাই, আপুনিজে দুখীয়াৰ দুখ বুজি পায়,দাদা আপোনাক বহুত বহুত ধন্যবাদ,

  • @Bikarlover
    @Bikarlover Před 5 měsíci +1

    Bhut Val Kam Kri Asa Dada jibon bhut AK Bari jabo boli akha thakil aro anekay khohai kori jawk❤

  • @mrinalihazarika5091
    @mrinalihazarika5091 Před 5 měsíci +1

    Good job homoy da....👍👍👍

  • @user-zg3ps5ez3h
    @user-zg3ps5ez3h Před 5 měsíci +1

    Aitak apuni ho hai korise apunak vogobane hohoai koribo... Congrts

  • @Dcpapuhvhai_99
    @Dcpapuhvhai_99 Před 5 měsíci +40

    জয় আই অসম ❤

  • @user-mh7re8eq4n
    @user-mh7re8eq4n Před 5 měsíci +1

    Tumar video bhur bht val lage emn hunkale video vilag hekh hoi jai
    Olp dikhol video bonab lage

  • @nirugohain3692
    @nirugohain3692 Před 5 měsíci +1

    তুমি ইমান ভাল কৰিছা দেই। তোমাক ভগবানে মঙ্গল কৰক

  • @user-xi5uv4gx2i
    @user-xi5uv4gx2i Před 4 měsíci

    আশীৰ্বাদ কৰিছোঁ ঈশ্বৰে কুশলে ৰাখক।

  • @user-zu5kz9ed1k
    @user-zu5kz9ed1k Před 5 měsíci +1

    Bhut Val kam korisa aita Karna

  • @PradipBaruah-gi7zt
    @PradipBaruah-gi7zt Před 3 měsíci

    তোমালৈ বহুত আশীৰ্বাদ থাকিল কুশলে থাকা

  • @UtpalsonowalUtpalsobowal
    @UtpalsonowalUtpalsobowal Před 5 měsíci +1

    Apuni Amar hokolure mukhot hahi biringale okl aii tare nohoi dada apuni dhoyno huwa akhir bad hodaii thakibo. Thank you

  • @HarishRajbonshi
    @HarishRajbonshi Před 5 měsíci +1

    Vl came kori asa Homoy da aipuni aiguyi goi tikha ❤❤❤

  • @sanjaydeb836
    @sanjaydeb836 Před 5 měsíci

    Homoy Gogoi sobe support korok bcoz he is a great human being

  • @b2uhajong702
    @b2uhajong702 Před 5 měsíci +1

    Da aponi etu bohut val km korise god bless you

  • @user-xx5tg7tg1j
    @user-xx5tg7tg1j Před 5 měsíci +1

    Apunak long live aru. Huk Santi diok vogbane tare asirvad korok

  • @user-bp7pc6ok7k
    @user-bp7pc6ok7k Před 5 měsíci +1

    বহুত সুন্দৰ,,,,,,,, পাইপটো অলপমান জাম কৰি দিব লৰি নাযায়

  • @mukutdeka9286
    @mukutdeka9286 Před 5 měsíci +1

    Val lagile dada

  • @binudgogoi566
    @binudgogoi566 Před 5 měsíci +1

    সুন্দৰ সময় ।

  • @champagogoi3085
    @champagogoi3085 Před 5 měsíci +1

    আপোনাৰ জীৱনত আৰু উন্নতি হয় এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।

  • @KalpanaDas-wz4ne
    @KalpanaDas-wz4ne Před 5 měsíci +1

    Val houk tumar Homoy,
    Aguai juwa val val kambur kori,
    Bhagwan e tumar mangal korok.

  • @rahulboro2424
    @rahulboro2424 Před 5 měsíci +1

    দাদা আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল।

  • @TapanPhukan-xu4lx
    @TapanPhukan-xu4lx Před 5 měsíci +1

    সময় দা তুমি আগুৱাই যোৱা আৰু তোমাক ভগৱন্তই মংগল কৰক আশীৰ্বাদ কৰিচো

  • @miradoley6801
    @miradoley6801 Před 5 měsíci +1

    Very good brother God bless you Amen

  • @AxomAdityaGaming
    @AxomAdityaGaming Před 5 měsíci +2

    দাদা video ৰ Title ত লিখা "এখন" শব্দ টো ভূল, এখনৰ ঠাইত "এটা" হে হ'ব আৰু "টিউবেল" ৰ সলনি অসমীয়া "দমকল" শব্দটো ব্যৱহাৰ কৰিব পাৰে। All the best dada, আপুনি এই দৰেই অসহায় জনক সহায় কৰি যাওক ❤।

  • @DigntaKalita
    @DigntaKalita Před 5 měsíci +3

    বহুত ভাল লাগিল দাদা আইতাৰ কাৰনে এই খিনি কৰাৰ বাবা

  • @DapantiMoran-gz5uz
    @DapantiMoran-gz5uz Před 5 měsíci +1

    Vaiti bohut val kam korisa ❤❤❤

  • @anuradhavlog6972
    @anuradhavlog6972 Před 5 měsíci +1

    Dada Apuni bohut val mne ❤❤❤vogoman buli ai kob pari 😊

  • @hemalatachetia3765
    @hemalatachetia3765 Před 4 měsíci

    বৰ ভাল কাম কৰিছা বাবাটো ।।আইতা সকলক বিচাৰি সহায় কৰিছা ,,তোমাকো ভগৱানে মনৰ কামনা পূৰ্ণ কৰিব। ।

  • @tahirali254
    @tahirali254 Před 5 měsíci +1

    Bohut Val kam kore asa

  • @niromaboruah143
    @niromaboruah143 Před 5 měsíci +1

    মৰম দিলোঁ তোমাক ❤❤❤ তিনিচুকীয়া পৰা

  • @user-dv5xl1pw1k
    @user-dv5xl1pw1k Před 5 měsíci

    Bhut vl lagilxe bro aguwai juwa aji tumr video 1srt salu vl lagili

  • @mainusaikia9958
    @mainusaikia9958 Před 5 měsíci +1

    বৰ ভাল কাম কৰিলা ।

  • @bijoyboro2533
    @bijoyboro2533 Před 5 měsíci +1

    Very very good job bro

  • @sumsumidas3107
    @sumsumidas3107 Před 5 měsíci +1

    Great 👍

  • @foujimixer5498
    @foujimixer5498 Před 5 měsíci +1

    আইতাক গাঁও ৰ মানুহখিনিয়ে ও অলপ সহায় আগবঢ়ালে ভাল হব। মানুহে মানুহৰ বাবে🙏🙏🙏🙏জয় আই অসম🙏🙏🙏

  • @JonaliChitrakarphukan-bw1bd
    @JonaliChitrakarphukan-bw1bd Před 4 měsíci

    Bohut val kam korila vaiti vogobane tukak mongol korok

  • @bornaliboruah3178
    @bornaliboruah3178 Před 28 dny

    Bohut.valll.kamm.korisa.

  • @user-bv6pu9dx3s
    @user-bv6pu9dx3s Před 4 měsíci

    দাদা আপুনি যিমান‌ পাৰে সহায় কৰক বহুত ভাল কাম কৰিছে

  • @user-lc9zy9ws8v
    @user-lc9zy9ws8v Před 5 měsíci +3

    আপোনাৰ সদায় ভাল হওঁক 👍🙏

  • @Dcpapuhvhai_99
    @Dcpapuhvhai_99 Před 5 měsíci +4

    Good job bhai ❤

  • @tridipsaikia723
    @tridipsaikia723 Před 5 měsíci +1

    আপুনি সঁচাই ভগৱান স্বৰূপ

  • @BikiBrajen123
    @BikiBrajen123 Před 5 měsíci

    ধুনীয়া

  • @BLINDEsportsyt
    @BLINDEsportsyt Před 5 měsíci +2

    Tumi jui Val kam korisa

  • @NNG-SINGER
    @NNG-SINGER Před 5 měsíci +1

    দুলীয়াজানৰ পৰা মৰম যাছিলো❤️❤️❤️

  • @jakirvlogsnolove5660
    @jakirvlogsnolove5660 Před 5 měsíci +1

    Bohut Bohut Bhal Kam korile 👌👌👌❤❤

  • @mridupobanmridupoban187
    @mridupobanmridupoban187 Před 4 měsíci

    Dada hosai apuni ajon bhogoban or an ata rup,oll da best dada tumi agai jua👏

  • @pdpranabdas7237
    @pdpranabdas7237 Před 5 měsíci +7

    Good bless you bro u and your team ❤😊😊

  • @PolashJyotiBora-wu4is
    @PolashJyotiBora-wu4is Před 5 měsíci +1

    Bohut val kam korise

  • @RtanTabai-vm8lr
    @RtanTabai-vm8lr Před 4 měsíci

    অ আই ভালে থাকা সদায় ,, ভগৱানে ভালে ৰাখক আপোনাক, আপোনালোকৰ দৰে আৰু আছে অসহায়,নিচলা,নোৱাৰা, অকলশৰীয়া যি সকলৰ অৱস্থা চালে চকুৰ পানী নৰয়, মোৰ দৰে সমৰ্থ যাৰ নাই তেওঁক কি কম কিন্তু যাৰ এওঁ লোকক সহায় কৰিব পাৰিব যিমান কম বেছি পাৰে সহায় কৰিব ,চাব দুখীয়া মানুহক সহায় কৰিলে একো নেপাই কিন্তু মনৰ শান্তি নিশ্চয় লাভ কৰিব ,

  • @janalibaishya-qs2hz
    @janalibaishya-qs2hz Před 5 měsíci

    আপোনাক বহুত বহুত ধন্যবাদ দাদা ।🙏

  • @pjyotimonikachari1675
    @pjyotimonikachari1675 Před 4 měsíci

    দাদা বহুত ভাল কাম কৰিছে আপুনি ❤

  • @user-oc8ku1tx1w
    @user-oc8ku1tx1w Před 5 měsíci

    Bohut val Kam kori asa tumi dada vogobane tumak hodai xukhot rakhok❤

  • @SanjoyBaruahVlogs
    @SanjoyBaruahVlogs Před 5 měsíci +1

    Samay da apuni bohut val Kam kori ase . ❤

  • @PallabiBonia-dq7bi
    @PallabiBonia-dq7bi Před 5 měsíci +2

    Apunar video t like comment nkrakoi thakibo nuaru😊 love from nagaon

  • @user-ny2uw2wp7k
    @user-ny2uw2wp7k Před 5 měsíci +1

    তোমাৰ জীৱনলৈ সুখেই আহক।ভালেথাকা।

  • @prasantagoswami1477
    @prasantagoswami1477 Před 4 měsíci

    বৰ ভাল কাম হ'ল।

  • @D-Boy470
    @D-Boy470 Před 4 měsíci +1

    I love you dada dhuniya kam krisa apuni❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊❤😊❤❤❤❤💯💯👍👍👍👍

  • @bubuldutta1888
    @bubuldutta1888 Před 5 měsíci

    মনুষ্যৰ ৰুপত ভগৱানৰ অৱতাৰ বুলিয়েই কব পাৰি।

  • @gitanjalojahdas8273
    @gitanjalojahdas8273 Před 5 měsíci +1

    এনেকুৱা মানুহক চৰকাৰে সহায় কৰিব গালে

  • @PapuAhmed-iu8cy
    @PapuAhmed-iu8cy Před 4 měsíci

    Bht vl km korisa,val lagil tmi anekoi help korar karne

  • @kangkanjyotisarmah
    @kangkanjyotisarmah Před 5 měsíci +2

    Keep it up Homoy daa

  • @page6452
    @page6452 Před 5 měsíci +2

    Ultimate work vai

  • @rubulnath3988
    @rubulnath3988 Před 5 měsíci +1

    Tumak Antarr pora Dhanyabaad jonaisu Homoy,,,,logote Aai gorakik Essore hodai kuxole rakhok,,,,

  • @amarendradeka5253
    @amarendradeka5253 Před 5 měsíci

    Great homoy da

  • @abinashnath3872
    @abinashnath3872 Před 5 měsíci

    ভাল হওঁক আপোনাৰ❤

  • @RBNGSHI
    @RBNGSHI Před 5 měsíci

    Dada 🙏 love you ❤ sabo bisaru apunak aru apuni val pua suali joni...kenekua lage aru kun hoy bhaigya devi joni👤❣️ bhul nubujibo apunak val paw val lage karone xudhidu..🌍🌍

  • @DkKd-ev5km
    @DkKd-ev5km Před 21 dnem

    Ami axomia nohou dukhiya joi #homoy da ❤❤❤❤ form dbi

  • @jodumonidewri7144
    @jodumonidewri7144 Před 5 měsíci

    Val lagil homoy daa🎉🎉🎉❤❤❤