সমৰ হাজৰিকাৰ জীৱন যাত্ৰাত, দুৰাৰোগ্য অৱস্থাত পত্নী শোভাই কেনেদৰে সাহস হৈ থিয় দিছিল?

Sdílet
Vložit
  • čas přidán 13. 07. 2024
  • ১০ টি সন্তানেৰে দেশে বিদেশে পৰিচিত এটা সম্ভ্ৰান্ত পৰিয়াল। ঘৰখনৰ কনিষ্ঠ পুত্ৰ সমৰ হাজৰিকাৰ সংগীতৰ লগতে জীৱন যাত্ৰাত কেনেদৰে পত্নী শোভাই কৰিছিল সহায়? স্বামীৰ দুৰাৰোগ্য অৱস্থাত কেনেদৰে সাহস দিছিল তেখেতে? বৰজনা ভূপেন হাজৰিকাৰ কথা কি ক'লে শোভা হাজৰিকাই?
    #nbnews #nbnewsdigital #aarormanuhgoraki #BhupenHazarika #samarhazarika #sobhahazarika #singer
  • Hudba

Komentáře •