দোমানি তাল বজাবলৈ শিকোঁ আহক - খোলবাদন - Assamese khol Tutorial

Sdílet
Vložit
  • čas přidán 25. 02. 2024

Komentáře • 21

  • @runubaruah6143
    @runubaruah6143 Před 5 měsíci

    Bohut val lagil🙏🙏🙏 moiu hikim apunar pora bap

  • @dibavlogs2665
    @dibavlogs2665 Před 5 měsíci

    Val lagil

  • @ghanashyamborah1063
    @ghanashyamborah1063 Před 5 měsíci

    Bap, keep yourself as jolly mode., then it will be so mindblowing and useful for new commers.Thanks for video. May God bless you.

  • @muninborah6784
    @muninborah6784 Před 5 měsíci

    কৃষ্ণ; দাদা সেৱা জনাইছোঁ‌;

  • @debaff3267
    @debaff3267 Před 5 měsíci +1

    Sir enekoi jiman pare xikabo sesta kribo sn khol r bixoye..
    Tq sir ❤🙏

  • @souravj.kashyop6051
    @souravj.kashyop6051 Před 5 měsíci

    সুন্দৰ উপস্থাপন। ধন্যবাদ

  • @ankurhazarika108
    @ankurhazarika108 Před 5 měsíci

    ধুনীয়া হৈছে 🙏 ,দদাইদেও বিষম তাল আৰু ৰূপগঞ্জন খন শিকাব চোন ভালকৈ ।

  • @user-bn6mu6bw7j
    @user-bn6mu6bw7j Před 5 měsíci

    ধন্যবাদ 🎉

  • @jayantakakati9640
    @jayantakakati9640 Před 5 měsíci

    কৃষ্ণ প্ৰভু, আপোনাৰ ভিডিঅ'চাই আমি যথেষ্ট পৰিমাণে উপকৃত হৈছো। আপোনাক এনেদৰে আগবাঢ়ি গৈ থাকিবলৈ ঈশ্বৰে শক্তি প্ৰদান কৰক।
    হে গুৰুজন, আপোনালৈ এটা অনুৰোধ 👉 আপুনি অনুগ্ৰহ কৰি ভাওনাত ব্যৱহৃত বিভিন্ন চৰিত্ৰৰ প্ৰৱেশৰ খোলৰ চাপৰ লগতে গীত ৰাগৰ সুৰৰ বিষয়ে একো একোটা ভিডিঅ' বনাই ভাঙি পাতি যেন আমাক শিকাই দিয়ে।
    হে গুৰুজন, আপোনাৰ ভিডিঅ'লৈ বাট চাই আছো 🙏🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      কৃষ্ণ বাপ 🙏🏻 আপোনাক অশেষ ধন্যবাদ, আপোনাৰ অনুপ্ৰেৰণা মূলক মন্তব্যত আমি বাৰুকৈয়ে আনন্দিত হৈছো। দৰ্শকৰ আশীৰ্বাদৰ মাজতে আমাৰ কষ্ট সাৰ্থক হয়।
      সাধ্যানুসৰী বিচৰা খিনি দি যাৱলৈ চেষ্টা কৰিম।

  • @kashmiribora5413
    @kashmiribora5413 Před 4 měsíci

    Porital, ektal, dharam jeuti, rupak taal kamalabari thulor diboloi onurudh jonali...... 🙏🙏🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      নিশ্চিত ভাৱে দিবলৈ চেষ্টা কৰিম 🙏🏻

  • @koustovjyotibora4904
    @koustovjyotibora4904 Před 4 měsíci

    ধৰমযতি ঘাতটো কি বজাব লাগিব

  • @sudhir_nandan
    @sudhir_nandan Před 4 měsíci

    Sutkola khn dbo sun next

  • @user-uz5qt3uk4f
    @user-uz5qt3uk4f Před měsícem

    সূত্ৰ ৰ প্ৰবেশৰ তাল খন দিব

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před měsícem

      ইতিমধ্যে দিয়া হৈছে। সূত্ৰ তালত প্ৰৱেশ নকৰে নৃত্যৰ বাজনাতহে মঞ্চত প্ৰৱেশ হয়।

  • @polofficial424
    @polofficial424 Před 5 měsíci

    ৰচক তাল খন দিব পাৰিব নেকি

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 5 měsíci

      লাহে লাহে সকলো তাল দিবলৈ চেষ্টা কৰিম।

  • @dimbeswardas1094
    @dimbeswardas1094 Před 4 měsíci

    দাদা আপোনাৰ নম্বৰ টো দিয়ক চোন।