"মথাউৰি ভাঙিলে মই অত্যন্ত কষ্টত থাকোঁ, নিজকে কৰ'বাত অসফল যেন লাগে।"

Sdílet
Vložit
  • čas přidán 2. 07. 2024
  • "মথাউৰি ভাঙিলে মই অত্যন্ত কষ্টত থাকোঁ, নিজকে কৰ'বাত অসফল যেন লাগে।" মাজুলীত খহনীয়া আৰু বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com/profile/ishannews

Komentáře • 30

  • @monujpalak560
    @monujpalak560 Před 6 dny +14

    দুখ নহয় সুখহে পাইছ আকৌ বনাবি কমিচন পাবি।অভিনয় চাই চাই আমনি লাগিছে।

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s Před 6 dny +8

    দুখ লাগিছে বিফল তুমি। ৰাজনীতি ত্যাগ কৰা

  • @dhanjitnath4013
    @dhanjitnath4013 Před 6 dny +6

    অভিনয় জানে ভাল বহুত ওপৰৰ মাল হয় 🙏🌹

  • @sanjibdas3774
    @sanjibdas3774 Před 5 dny +4

    ইচচচ ৰাম মুখ খন দেখিলে গম পাই। বহুত দুখত আছে বেছেৰা। মই চাব এ পৰা নাই মুখ খন। কান্দোন ওলাই যাই।

  • @jayantdeka9306
    @jayantdeka9306 Před 6 dny +8

    তোৰ‌ কামে‌ নাই। বানপানী হৈছে কেইজন মান মন্ত্ৰীৰ উপাৰ্জন কৰাৰ ৰাস্তা

  • @user-bx8gv2ct2i
    @user-bx8gv2ct2i Před 4 dny

    Krishna 🙏🙏

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před 5 dny +1

    আপুনি কেতিয়াও সফল নহয় ৷ আপোনাৰ কথা ভেলু নাই ৷

  • @RG-ch7kg
    @RG-ch7kg Před 4 dny

    ক'ৰবাত অসফল নহয়, তোমালোক সম্পূৰ্ণ অসফল।

  • @masrafali927
    @masrafali927 Před 4 dny

    হয়,আপুনি বিৰাট হফল ব্যক্তি ,যোৰহাটৰ এলেকচন তাৰ প্ৰমাণ।

  • @pranjal1393
    @pranjal1393 Před 3 dny

    যতীন বৰাৰ লগত অহা বছৰ থিয়েটাৰত যাব পাৰিব।

  • @anjugogoi6222
    @anjugogoi6222 Před 5 dny +1

    মুখৰ কথা কোৱা ভাজ দেখিলে দুখত থকা যেন নালাগে সেই কাৰণে এই বিপদত থকা মানুহ ক আমোলা ভৰা মিছা কথা নকব

  • @nilotpalbaruah8486
    @nilotpalbaruah8486 Před 5 dny +1

    কষ্ট নাপাবা ওপৰৰ মাল ।আকৌ নতুনকৈ মঠাউৰি কেইটাৰ এচটিমেণ্ট বনোৱা।অ অ পাহৰিছিলোৱেই নিজৰ কমিচন টো ৰাখি লবা দেই ।

  • @indiraborgohain8277
    @indiraborgohain8277 Před 6 dny +1

    তুমি নো সফল কেতিয়া।। বেলেগৰ উশাহ-নিশাহত সুবিধা লৈ চলি আছে।।। বানপানী হোৱাৰ আগত খৰাং পৰিস্থিতিৰ কেৱল উফাইদাং মৰা কথা কৈ থাকোঁতে যায়।।। খৰাং পৰিস্থিতিত ক'ত মঠাউৰী মেৰামতি কৰিবলৈ আছে বা ক'ত মঠাউৰীৰ পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে সেইবোৰ নাচায় কিয়।। এতিয়া বানপানীৰে জৰাজীৰ্ণ হোৱাৰ পাছত নাওঁৰ ওপৰত উঠি ইনেই ভেকো ভাওনা কৰি দেখুৱায় কিয়।। বানপানীৰে উপচি পৰাৰ পাছত কেৱল নাওখনৰ ওপৰত উঠি বানপানীৰ নিৰাময় কৰিব পাৰিবনেকি।।

  • @user-db2mc5kd4f
    @user-db2mc5kd4f Před 5 dny

    Aaitul dekhile moi logun diu, ahaz bhat nakhau

  • @hanseali1924
    @hanseali1924 Před 5 dny

    দুখ কষ্ট পাবিএ কাৰন এইকেইদিন সাম্প্ৰদায়িক মন্তব্য কৰিব পৰা নাইজে।এনেকৈ সাম্প্ৰদায়িক মন্তব্য কৰিব নোৱাৰিলে কেনেকৈ হৱ কত জিকিব পাৰিবি।সনকাল পানিৰ পৰা উদ্ধাৰ হৈ সাম্প্ৰদায়িকতাত লাগি জোৱা।

  • @BabuGogoi-qr6op
    @BabuGogoi-qr6op Před 5 dny

    বতৰ বেয়া দেখি লেপ লই সোই থাকিল😂😂

  • @anuraghazarika8627
    @anuraghazarika8627 Před 4 dny

    Mothauri jdi bare bare bnabole thika pai tente bht lakh toka poketot khumabo, heikarone proti bare vagok buli ye jenetene bonai sage, jate eyar pisr bsr vagileu ami ye thika pam, toka kham heitu vabiye kre, 😂😂

  • @srimantamotivatoranushilan8846

    Hoitu eman hofol apuni

  • @dbhargab
    @dbhargab Před 6 dny +1

    এটি বিনম্ৰ অনুৰোধ প্ৰকৃতিক আমি ৰোধ কৰিব নোৱাৰো ,আপোনাক সমালোচনা কৰিওঁ আমাৰ লাভ নাই কাৰণ আমাক সেই দায়িত্ব দিলে আমিওঁ কৰিব নোৱাৰি সেইবাবে অনুগ্ৰহ কৰি মথাউৰি বনোৱা কাম বন্ধ কৰক অনাহকত চৰকাৰ পইচাবোৰ অপব্যয় নকৰিব ।মথাউৰি যিমানে বনাৱ সিমানে নদ-নদীয়ে ভয়াবহ ৰূপ লব ,নতুন নতুন ঠাইত বানপানী হ’ব ।সমাধানৰ উপায় হিচাপে বানপানী হোৱা ঠাইবোৰৰ মানুহবোৰক বানপানী নোহোৱা ঠাইবোৰলৈ স্থানান্তৰিক কৰক ,সেইটোৱে একমাত্ৰ উপায় ।

    • @pranjal1393
      @pranjal1393 Před 3 dny

      অসমৰ মাটিকালি কিমান?

    • @dbhargab
      @dbhargab Před 3 dny

      @@pranjal1393 search on google 🤷🏻‍♂️

  • @biswakataky7070
    @biswakataky7070 Před 5 dny +1

    Ao katha hona

  • @surajdadhara5776
    @surajdadhara5776 Před 5 dny

    Ban pani noholi poisa kot pabi.

  • @monuranjanphukon8553
    @monuranjanphukon8553 Před 6 dny +1

    Apuni Kot hophal

  • @gh12138.
    @gh12138. Před 6 dny

    😂😂😂😂😂Himanta pisuai thoi jabo sun😂😂😂😂

  • @user-sk1gp2ph2g
    @user-sk1gp2ph2g Před 6 dny +1

    Bjp ❤❤❤