প্ৰথমবাৰলৈ প্ৰেম-বিবাহ সম্পৰ্কত স্থিতি লুৰীণৰ
Vložit
- čas přidán 27. 05. 2024
- প্ৰথমবাৰলৈ প্ৰেম-বিবাহ সম্পৰ্কত স্থিতি লুৰীণৰ। দীপাংক নাথ যদি বিশ্বাসঘাতক, লুৰীণজ্যোতি গগৈ কি? ‘কংগ্ৰেছত হিমন্ত বিশ্বৰ মানুহ আছে’- স্বীকাৰ কৰিলে লুৰীণে! এংকৰৰ প্ৰশ্নত কিয় হঠাত্ খং লুৰীণৰ? লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ হৈ কাম কৰে নেকি? TRIPLE ACTIONত লুৰীণজ্যোতি গগৈৰ বহু গোপন কথা ফাদিল।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
লুৰিণ ক ভগৱানে শক্তি দিয়ক আগুৱাই যোৱা
লুৰিণক ভগৱানে শক্তি দিয়ক ❤🎉
লুৰীণজ্যোতিৰ সাংবাদিকৰ প্ৰশ্নৰ বৰ সুন্দৰ যুক্তিপুৰ্ণ উত্তৰ শুনি ভাল লাগিল । তেওঁক ধন্যবাদ জনালোঁ ।
কি সুন্দৰকৈ প্ৰশ্নৰ উত্তৰ দিছে চাওঁক.. ভৱিষ্যত উজ্বল হওঁক , তাকে কামনা কৰিছো ❤❤
লু ৰিণে যি সময়ত কংগ্রেজৰ লগত লগ লাগিছে যিবিলাক ধুৰন্ধৰ কংগ্রে
জীখিনি নাই | কংগ্রেছত দপদপনি নাইএতিয়া | শক্তিশালী মানুহ এতিয়া আছে | পরিবর্তন হৈছে। গৌৰব গগৈ, মীৰা বৰঠাকুর, প্রদ্যুৎ বৰদলৈ জ্ঞান বন্ত লোক | দেবব্ৰত শইকীযা আৰু ভূপেন বৰা শান্ত প্রকৃতি লোক |বেয়া চিন্তা কৰি ৰাইজক বিপদত নেপেলাই | নির্মল পানী এই দল আজিৰ দিনত |
Right 👍
লুৰিণৰ কথা বিলাক বহুত লাগিল ৷লগতে সাংবাদিক সকলৰ প্ৰশ্ন বিলাক সময়োচিত আৰু উত্তৰবিলকো যুক্তিপূৰ্ণ ৷
লুৰিন আগুৱাই যাওক।❤
অনুস্থান টি ভাল লাগিল ।অংশীদাৰ সকলৰ আলোচনাই বহুত কথাই জনালে ।আটাইকেইজন ৰ কথা বাৰ্তা ভাল লাগিল ।সকলোকে শুভেচ্ছা আৰু ধন্যবাদ জনাইছো
লুৰীনজোতিয়ে বৰ শান্তভাৱে উত্তৰ দিলে। বহুত ধন্যবাদ 🙏
লুৰীনজ্যাতি ডাঙৰীয়াই সুন্দৰ মন্তব্য আগুৱাই যাওক
সম্পুৰ্ণ সাক্ষাৎকাৰটো চালোঁ। বহুত ভাল লাগিল।
এটি সুন্দৰ অনুস্থান বহুত ভাল লাগিছে
সঁচাকৈ লুৰিণ দা কথা বোৰ বহুত ভাল লাগে 🙏
লৰিন বহুত বহুত ভাল ধন্যবাদ। শুভেচ্ছাৰে ।❤😂
God bless you L gogoi❤❤❤
বহুত পৰিপক্ক হল। স্পষ্ট কথা। ভাল লাগিল
শাসকীয় দলটোৱে বিৰোধী দলবোৰক বিভাজন কৰাত সফল হৈছে।
।।সুউৱ ধুনীয়া ৰণুৱা মুখৰ হাহিৰে মুহিব পৰা ভাল ৰাজনৈতিক এজন নেতা।।
Khub hundor discussion...
ভাল লাগিল,তেওঁক শুভেচ্ছা জনালো😘
Lurin da always great 👍❤❤❤
Love you Lurin da
জয় লুৰিন দা
Really bohut val lagil interview 2 Sai..Best of luck
Both questions and answers are very nice👏.
Many many thanks🙏 Lurinjyoti Gogoi🎉. Go ahead.
Very Nice . . ❤ ❤ ❤
সুন্দৰ চিন্তা
God bless you❤
অসমীয়া জাতিৰ জাতীয় সমস্যাটো বাস্তৱত ৰূপ দিব লাগিবই।
Himantaraj hatao democracy bachao
Himantaraj hatao Assam Bachao
আমাৰ ককাই জিন্দাবাদ 🥳
Lurin Jyotir kothabilak khubei val lagil
lurinjyoti dada adin hofol hoboi....bhagabanor usarat parthana jonaisu
ZG 💙
Very.nice
বিশ্বাস কৰাই কঠিন ৰাজনীতিবিদ সকলক ।
Great ❤❤❤
lurin da love you 💖💗💗💗
Lurin Jyoti Gogoi Zindabaad
উত্তৰ শেষ নহওঁতেই প্ৰশ্ন .... কেনেকুৱা সাংবাদিক
লুৰিণজ্যোতিয়ে যে কংগ্ৰেছৰ লগত মিত্ৰতা কৰাই এচাম বিজেপি আৰু সাধাৰণ জনতাই সমালোচনা কৰি আছে তেওঁলোকে কিয় এবাৰো অনুভৱ কৰা নাই যে সেই ৮৫৫ জন অসমীয়াক হত্যা কৰা কংগ্ৰেছৰ এচাম নেতা/পালিনেতাই যে বৰ্তমান অসমৰ হৰ্ত্তাকৰ্ত্তা বিধাতা সেই বিষয়তো কিয় উত্থাপন নকৰে৷
হিমন্ত,পিয়ুষ,জয়ন্ত,ৰুপজ্যোতি,
পল্লবলোচন সেই হত্যাকাৰী দলৰে দেখোন সন্তান
সেই সমালোচক সকলৰ মুৰৰ কামোৰ হবলৈ ধৰিছে , সেই কাৰণে...
❤❤❤
Superb kokai deu
Lurin jyoti jindabad✊✊🤝
Lurin jyoti bohut jugyo parthi
❤❤❤❤❤❤❤❤
Dulu Ahmed da kothabur huni bor kosto palu
আমাৰ ককাই দিঘায়ু হক
শ্ৰী গগৈৰ বাওঁ হাতে বহা সাংবাদিকে কৰা প্ৰথম প্ৰশ্নৰ ভাষাৰ গ্ৰহণ যোগ্যতা নাই। প্ৰশ্ন কৰাত ৰাইজ আশাবাদী। প্ৰশ্ন হ'বই। দীপাঙ্কৰৰ একে শাৰীতে গগৈক "প্ৰতাৰক" শব্দ বুদ্ধি জীৱী সাংবাদিক মহলৰ পৰা উঠাব পাৰি বুলি সিদ্ধান্ত লৈ কাৰ্যকৰি কৰি দেখোৱাটো অপত্যাশিত। দ্বিতীয়তে, দেশ পানীত পৰিছে:-- পানীৰ পৰা দেশ উদ্ধাৰৰ বাবে আপোনালোকে কৈ পেলালে " কংগ্ৰেছক লগত লৈ পানীৰ পৰা দেশ উদ্ধাৰ কৰিবলৈ ললে যে???" এয়া কোমলীয়া, চালুকীয়া চিন্তাৰ পৰিচালন,নহয়নে??? আপোনাৰ প্ৰতিবেশী পানীত পৰিলে উদ্ধাৰৰ সময়তো তেনে প্ৰশ্নৰ অৱতাৰণা কৰিবনেকি???
দুলু আহমেদৰ প্ৰশ্ন বিলাকৰ উত্তৰ কিয় দিব নোৱাৰে । দম আছে যদি উত্তৰ দিব । লুৰিন জ্যোতি সুবিধাবাদি আনৰ টকাৰে helicaptar t ঘুৰা ফটোৱা।
akodom right quetion protarok congress lgt thaki congressor volkhini pahiri goise lurine
Gourav gogoi dangoriyak bisaru
Lurin jyoti is better than Sarbanand Sonowal.
😂😂😂😂😅😅😅o
😂😂😂😂 prem ot mn dilei hl😂😂😂
মামা জিন্দাবাদ❤❤
Ajj Tak নিউজৰ third degree progame,,
bjp jikib lurinjhoti harib
Koneu biswashghatok kua nai. Ami xuna nai. Congress kon tu dolt nai. Hei ximoyar Congress kot nai sob dolotei ase .
লুৰিণ কাম নাই তোৰ ; কেইটামান শব্দ মূখত সদায় কৈ থাকি জাতীয়তাবাদী চৰিত্ৰৰ ৰণুৱা নুবুজাই।
Nath toi kela amar ujoni oxomor lorar kothat mat namatibi ami tohotor nisina kapuruokh nohoi kela
Ata johamalr karona emn manuh kiyo buji napalu
Nije korile eku ni, ane korile ras lila
E to maha badmas hobo 100℅ garanti diso
😂😂😂😂000
HBS zindabad
Okhomiyar ❤hokti
Pogola
Dulu Ahmed a tumar mukha khuli dile dada
দুলু নিজে এটা ডলাৰ বগৰী
দুলু আহমেদ নিজে অস্তিত্বহীন
Dulu r nam loi lav nai.kam nai tar
Dulu ata nijei hopeless😊
@@satyajitgoswami9411 lurin baru bhalai. Tente dulur kothat answer dibo lage
Diplina r কতি খন সুঙী থাক 😂
Pls call JI KATHAR. from karbi anglong
লুৰিণদা ভগৱানে আপোনাক শক্তি দিয়ক ।
❤❤❤