I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Mira Borthakur I Watch only at Prag News
Vložit
- čas přidán 29. 05. 2024
- I Mejmel with Editor-in-Chief Prasanta Rajguru ft. Mira Borthakur I Watch only at Prag News
Watch the full clip to know more about this story.
#pragnews #mejmel #prasantarajguru #miraborthakur #assam
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
লুৰিনজ্যোতি গগৈ,গৌৰৱ গগৈ,প্ৰদ্যুৎ বৰদলৈ,হাফিজ ৰছিদ চৌধুৰী,মীৰা বৰঠাকুৰ আৰু ৰকিবুল হুছেইন এইকেইজন নেতা জিকিলে মই ব্যক্তিগত ভাৱে নথৈ আনন্দিত হম ।
আপুনি যিকেইজন বাছনি কৰিছে গোটেই কেইজনে জয় প্ৰায় নিশ্চিত বুলি কব পাৰি।
Baki sob thik ase but ajonr honde ase .p bordoloi
🙏🙏🙏🙏
L@@nayankumarpawe2671
মীৰা বাইদেউৰ জয়ীৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
বৰ সুন্দৰ কথা কৈছে মীৰা বাইদেউ সেই কাৰণে উপযুক্ত মহিলা আশীৰ্বাদ কৰিছো চাৰি জুনলৈ
আজি বৰ সুন্দৰ সুন্দৰ কথা কৈছে।সেই কাৰণেই আমাৰ মাজত এজনী সবল নেতৃত্ব বিছাৰি পাইছো।
🎉এস
🎉🎉🎉🎉
মীৰা বৰঠাকুৰৰ স্পষ্ট আৰু সত্য কথাবোৰ আমাক সদায় আপ্লুত কৰে। আৰু ভাল লাগে দুখিতজনৰ দুৱাৰদলিত যিকোনো সময়তে উপস্থিত হৈ মানবীয়তাৰ নিদৰ্শন তুলি ধৰা কাৰ্যক।।
Congress zindabad
CM hoi jaba parei😆😆😆😆😆😆
কাহিলীপাৰালৈ নাহিলে যদিও মোৰ ছোৱালীয়ে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ আপোনাৰ বুটামটোতে সাব্যস্ত কৰিছে।
বৰ সুন্দৰ বিশ্লেষণ কৰি কথা খিনি কৈছে বাইদেউ।আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ।
Mira mam educated person ❤
আপোনী জয়ী হ'ব বাইদেউ..... ভগৱান আপোনাৰ সহাঁৰি হক 🙏🙏
আপুনি জয় হ'ব জয় হোৱাতো আমি বিচাৰোঁ। ভগৱানে নিশ্চয় সুফল দিব। প্ৰাৰ্থনা জনালোঁ
মীৰা বৰঠাকুৰ বাইদেউ জিকিবই তাত কোনো সন্দেহ নাই। আমাৰ তেখেতৰ প্ৰতি আন্তৰিক শুভকামনা আৰু আশীৰ্বাদ আছে। তেখেতৰ দৰে সৱল নেতৃত্ব লোৱা মহিলা অসমত খুব কমেই ওলাব।
বহত আশাৰেই বাট চাই আছো। 😊
An educated politician 🙏🙏
মীৰা বৰঠাকুৰ লৈ আন্তৰিক শুভেচ্ছা যাঁচিলোঁ।
আপোনাৰ এই সবল স্থিতি সদাই থাকে তাৰ কামনা কৰিছোঁ
বাইদেউ আশা কৰা বাবে ধন্যবাদ ।৪ তাৰিখলৈ ভোজ ভাতৰ আয়োজন এটা কৰক ।
Mira Borthakur jikila val hbo.
মীৰা বৰঠাকুৰ বাইদেউৰ মেজমেলত উল্লেখ কৰা কথাখিনি ভাল লাগিল। উজ্জল ভবিষ্যত কামনা কৰিলো।
মীৰা বাইদেউ জিকিব খাটাং
মোৰ ছোৱালীয়ে জাৰ্মানীৰ পৰা গুৱাহাটীলৈ আহি মীৰা বৰঠাকুৰক ভোট দিছে। যিহেতু তেখেতক উপযুক্ত প্ৰাৰ্থী বুলি বিবেচিত কৰিছে।
Mira madam jindabad
মীৰা বাইদেউৰ জয় নিশ্চিত।
বাইদেউ আপুনি ঠিকে কৈছে তিনামল ৰ কর্মী ঠিকে আছে
মই মনে প্ৰানে বিচাৰো আপুনি জিকা টো
My daughter is a first time voter,she came to Guwhati to vote Mira Anti ,bothways airfare from Bengaluru to Guwhati, I am a meagre amount pension holder
বাইদেউ শুভ কামনা জ্ঞাপন কৰিলো্ । গুৱাহাটী খন ভাল কৰিব বুলি আশা কৰিলো।
মীৰা বৰঠাকুৰ বাইদেউ, অসমৰ মূখ্যমন্ত্ৰীৰ যোগ্য ব্যক্তি ।
মাজত মাত্ৰ ৪ দিন বাকী, ৪ জুনত সকলো বুজা যাব ।
আপোনাক ৪ জুনত এনেকৈ টিভিত দেখা পালেহে ভাল লাগিব ।
Thanks baideo
God bless you
Mira Borthakur JINDABAD Salute you GOD bless you ❤❤❤
Haribo
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আপোনাৰ সেৱা জনতাই লাভ কৰাৰ সুযোগ দিয়ক।
Perfect discuss!!!!! Not only myself! For the future !!!!!
Bahute aponak Sai vote dise
Mira baidoi jindabad
Thank you so much Ma 'm for your valuable speech.
Mira baideo ekebare aramat jiki ase no doubt
GOD BLESS YOU
You will be sure. God bless you.
Lovely discussion..
এই বিলাক সাংবাদিক নহয় সাপ হয়। মীৰা বাইদৌ মনত ৰাখিব। চল চাই চাপৰি বজাই। এতিয়া কঙগেছ মূখী হৈছে।
আপুণি ঠিকেই কৈছে ।
Right.
One of best. And polite and down to earth leader.. always with PEOPLE. I HAVE SEEN HER ALWAYS RUNNING.. near us for our problem.. Mera baido Zindabad
Good baidey vl Katha kole thenks
Baideur kothakhinir logot muru ek mot huni val lagil
Mira botthakur is great and gentle lady Mira botthakur zindabad titabar
Mira baideo jindabad Jai aai axom.
অখিল আৰু পিয়ুjষ ৰ ফটো (অৰ্কিড পাৰ্ক ত)দেখিলে বেলেগ কথা মন ত আহে
❤
Silent voter no dout you will be sure
Mira baideu, though I was always a big fan of BJP, but this time I am praying for ur grand victory .. Hope you are going to be a change.
Bijuli Kalita Medhi maam must be win the Gowahati lok Sabha seat ❤❤❤
Akhil gogoi should take a class from Mira Borthakur.
Mira zindabaad
Meera baideo jitega .
Himantaraj hatao democracy bachao
Himantaraj hatao Assam Bachao
মীৰা বাইদেৱে যি কৈছে সঁচা কথা কৈছে। তেওঁ জিকিব।
মীৰা বাইদেউলৈ শুভেচ্ছা আৰু নমস্কাৰ জনালোঁ । আপোনাৰ মনোবল সদায় অক্ষুন্ন থাকিব বুলি আশা ৰাখিলোঁ।❤
Baideo Moi Palasbari r voter. Apunak ami vote disu. But bjp palasbarit lead lb. But Apuni jikiboi
Baideo, vote tu moi aponak disu
Good comment mira bydo
Very good voice
Jikiba lage mera borthakur
GOD BLESS YOU BAA
Mira Borthakur zindabad
You are great madam
If yes then very good
Very good speech.
ভাল আদৰ্শৱান ব্যক্তি মীৰা বাইদেউ ।
The lady is competent,no doubt. Good luck.
God bless you @Mira Borthakur Goswami Baideu
One of the Great & Carregeous Lady
Mur khub val lage Mira baidewk❤
উপাৰ ৰ মাল আহিছিল এই টো show t তেঁও ৰ body language গুন্ধ গিৰি ওলাই পৰিছিল
Moi Lakhimpur r baxinda..but moi dehe prane bisarisu baidau jiki ahak..ata bolistha kontho amak lage
Mira Balthazar zindabad
You will be sure
One of the best and grate woman
Mira Barthakure jenedore kotha Kobo Jane sposto kotha Kobo pare tedore Bijuliye Kobo paribone Mira Barthakuror pasfalor muror suli edaleu jugyo nohoi Mira Barthakur jikiboi moi dathi Kobo paru 4june ot Mira Barthakure hahi mariboi no doubt .
Mira Baideu 100 satangkha jitiba
Nice media
মীৰা বাইদেউ জিকা টো বিচাৰোঁ কিন্তু B.J.P প্ৰাৰ্থী হোৱা হ'লে নিশ্চিত আছিল।
মীৰাক আমাক লাগিবই।মীৰা ভজনৰ গুঞ্জন শুনিছোঁ।
Very nice spices
মীৰা বৰঠাকুৰ,আপোনাৰ বক্তব্যত ষ্পষ্টতা ফুটি উঠিছে,বৰ ভাল লাগিল। ৰাজনীতিত ভাল বেয়া দুয়োটাই থাকে।ভালটো লব পৰাটোহে আছল কথা।
জয় আই অসম,
জয় মীৰা বৰঠাকুৰ। নমস্কাৰ।।
Let us wait for. 4 June,
এক মজবুত স্থিতি।
Nice baidew z
Good
Maa kamakhya usorot prarthana korisu tumi jai hua
Mira borthakur is the right person
Great 👌🙏
মীৰা বাইদেউক ভাল লাগে
Mira Congress zindabad
Himanta ho back
মিৰা বাইদেউ জিন্দাবাদ
@Mira Borthakur Goswami good job baa
আমাক এজন এনেকুৱা মুখ্যমন্ত্ৰী ৰ প্ৰয়োজন
Gd job
❤❤❤ Val Lagil Mira Barthakur baideu Jai Hauk ❤❤
Good Discussion 👍
Good decesion
মীৰা বৰঠাকুৰ এগৰাকী অসমীয়া নিষ্ঠাবান স্পষ্টবাদী মহিলা। লোকসভাত বলিষ্ঠ ভূমিকা পালন কৰিব। শুভেচ্ছা জনালো।