ক্ষমতাই মূৰত ধৰি অহংকাৰী কৰি তুলিছে সৰু মামা জয়ন্ত মল্ল বৰুৱাক

Sdílet
Vložit
  • čas přidán 16. 05. 2024
  • ক্ষমতাই মূৰত ধৰি অহংকাৰী কৰি তুলিছে সৰু মামা জয়ন্ত মল্ল বৰুৱাক।সৰু মামা জয়ন্ত মল্ল বৰুৱাৰ বাবেই ৰাজ্যিক বিজেপিত আৰম্ভ দুৰ্বাদল কাজিয়া।গুৰু-গোঁসাই নামানি চৰম সীমা পাৰ কৰিছে সৰু মামা জয়ন্ত মল্ল বৰুৱাই।কংগ্ৰেছৰ দৰে একেই অৱস্থা হ'ব নেকি ৰাজ্যিক বিজেপিৰ?

Komentáře • 312

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w Před měsícem +46

    মামাৰ অনুপস্তিত সৰু মামা এতিয়া উঠি ৰজা বহি ৰজা । অলগদ্ধ চাল্লা...জয়ন্তমল্ল বৰুৱা নিপাত যাওক ।

  • @papuborgohain8156
    @papuborgohain8156 Před měsícem +27

    কংগ্ৰেছক শেষ কৰি এইবাৰ বিজেপি শেষ কৰিব।

  • @user-zg2dy5lc4t
    @user-zg2dy5lc4t Před měsícem +38

    এই হিমন্তু জয়ন্তু পিযুজৰ বাবেই bjp শেষ

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u Před měsícem +21

    অখিল দা মন্তব্য মোৰ বহুত বহুত ধন্যবাদ থাকিল।

  • @gunendralahon7412
    @gunendralahon7412 Před měsícem +50

    Akhil Gogai jindabad

  • @monwarbarlaskar1793
    @monwarbarlaskar1793 Před měsícem +90

    দাদা ব্ৰিগেডৰ অন্যতম দস্যু পোৱাজ হাজৰিকা আৰু গৰু মল্ল য় সৰ্দাৰৰ লগত লগ ধৰি ২৬অত অসমৰ পৰা bjp ৰ বিদায় খাটাং

  • @Sivasagar04
    @Sivasagar04 Před měsícem +23

    জয়ন্ত মল মলেই হয়, ই অলগদ্ধ গৰু,মূৰত একো মাল নাই, জুবিন দায়ে ঠিকেই কৈ থৈছে

  • @user-fz1fp7oj3u
    @user-fz1fp7oj3u Před měsícem +16

    জয়ন্ত মল্প এতিয়া 16বছৰিয়া চফল ডেকা বাকী বিলাক বুঢা হ'ল।

  • @user-en7ut1xh8c
    @user-en7ut1xh8c Před měsícem +13

    বি জে পি এতিয়া কৰুণা ভাইৰাছৰ সংক্ৰমণ হ'ব ধৰিছে

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Před měsícem +32

    ই‌য়াক জুবিনে যি কব লাগে কৈছে । ই আৰু ওপৰৰ মাল একেই । বডি লেংগুৱেজ বৰ .....। ইহত দুটাৰ কাৰণে বহুত ভোট কমিছে ।

  • @user-ns9nr9ky2h
    @user-ns9nr9ky2h Před měsícem +12

    দল বাগৰি ফুৰা মানুহক ৰাইজে ভোট দি জিকা ই থাকিলে হব ই

  • @itsmehyt5506
    @itsmehyt5506 Před měsícem +42

    অন্ধ্ ভক্ত সকলৰ আশীৰবাদ

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Před měsícem +5

      নৰেন্দ্ৰ মোদীক বয়স হৈছে বুলি কব পাৰিব নে ।

    • @BinoyKumar-vs1es
      @BinoyKumar-vs1es Před měsícem +2

      Right 100%

  • @GoneshPatowary
    @GoneshPatowary Před měsícem +30

    ই চোৰ হয়

  • @masrafali927
    @masrafali927 Před měsícem +9

    শক্তিশালী মন্ত্ৰী,হাঁহি উঠা কথা, নিজকে গৌৰৱ কৰা মন্ত্ৰী জনক ৰাইজে ভালদৰে চিনি পাইছে ।

  • @SPhukan-bv6su
    @SPhukan-bv6su Před měsícem +15

    বাপেৰ মুডীক কবি চোন সন্যাস লোৱাৰ কথা

  • @harekrishnabora6743
    @harekrishnabora6743 Před měsícem +9

    কংগছৰ দিনটো দলটো ভাঙি টুকুৰা টুকুৰ কৰিছিল।

  • @dharmendracharo2493
    @dharmendracharo2493 Před měsícem +53

    দল ভাগৰা নেতা বাগৰি তাকিব

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Před měsícem +53

    মৰণৰ সময়ত এনে লক্ষণ স্বাভাৱিক।

    • @pratimasarma1737
      @pratimasarma1737 Před měsícem +5

      ঠিকেই, মৰিবলৈ পৰুৱাৰ পাখি গজে।

  • @satyendrabaishya8809
    @satyendrabaishya8809 Před měsícem +21

    আপোনি আঙুৰলতাৰ সমপৰ্যায়ৰ হে

  • @budheswarnath6516
    @budheswarnath6516 Před měsícem +11

    জয়ন্ত মল্ল ৰ " বেঁকা মুখখন " চিধা কৰি দিলেই " চিধা " হৈ যাব সি... 😊😊🤓🤓😜😜

  • @user-ii7iz9sq3p
    @user-ii7iz9sq3p Před měsícem +9

    মোদীয়ে ৰাজনীতি কৰাৰ বয়স আছেনে ডাঙৰীয়া ।আপোনাৰ কাৰনে বিজেপিয়ে অসমত বহুত ভোট কম পালে।এইটো সঁচা কথা।

  • @priyasaikia3075
    @priyasaikia3075 Před měsícem +13

    জয়ন্ত মল্ল বৰুৱা । আমাৰ মামাৰ জউটোকত আহা সম্পত্তি 😅😅😅😅

  • @Savagehighlander
    @Savagehighlander Před měsícem +27

    বেলেগ মাল কিন্ত দেই ডাঙৰ মামা,মাজু মামা,সৰু মামাহত 😂😂😂 বেলেগৰ ঘৰত সোমাই নিজে মালিক হোৱাতো কিন্ত মানিব লাগিব ,মালিকক কাম কৰোৱাব পাৰাতো বেলেগ এটা টেলেন্ত আকৌ 😂

  • @assam2006
    @assam2006 Před měsícem +3

    সৰু মামাক জীলাৰ ৰাজধানী বিছাৰিব দিয়ক।

  • @gautamsuperpower4271
    @gautamsuperpower4271 Před měsícem +15

    গৰু

  • @dipakbaruah8987
    @dipakbaruah8987 Před měsícem +37

    অন্ধভক্তই বা কোনটো মামাক পছন্দ কৰে ? নে তেওঁ লোকৰ একো অস্তিত্ব নাই ! মই আপোনালোকক প্ৰশ্ন কৰিছোঁ পুৰণিক নে নতুন BJP ক আপুনি পছন্দ কৰে ?

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf Před měsícem +5

    বিজেপি এতিয়া গুবৰুৱা দলত পৰিণত হল

  • @pratapkalita8894
    @pratapkalita8894 Před měsícem +4

    জয়ন্ত মল্ল ৰ কথাবোৰ একেবাৰে ভাল নালাগে, ন বি জে পি কেইটাই আজি যি সুবিধা লৈছে, সেইবোৰ ল'ব পাৰিছে পূৰণা বি জে পি ৰ ত্যাগ ৰ বাবে। আপোনাৰ পিচপিনে বি জে পি নহয়, হীমন্ত আছে বাবে আপুনি জীয়াই আছে।

  • @attemptsexam6538
    @attemptsexam6538 Před měsícem +4

    এনে ধৰণৰ মন্তুব্যৰ বাবেই জনতা পাৰ্তিক যথেষ্ট ক্ষতি কৰিব । এও already দুবিছেই ।

  • @bipuldeka3364
    @bipuldeka3364 Před měsícem +6

    জয়ন্তমল্লৱ বৰুৱা অলগদ বিজেপি নেতা

  • @sankardev349
    @sankardev349 Před měsícem +18

    Jayanta Mallab Baruah ata Sagoli

  • @user-wk2lr7fl3d
    @user-wk2lr7fl3d Před měsícem +25

    দলাৰ বগৰি

  • @anjubegum6320
    @anjubegum6320 Před měsícem +5

    জয়ন্ত মাল্ল বৰুৱা অহংকাৰি হিন্দু নেতা

  • @prabitachutia448
    @prabitachutia448 Před měsícem +34

    জয়তু মালাক কাণতলীয়া দুপাত দিবলৈ ওচৰত কোনো নায়েই নেকি বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , বেছি তেল ফাটিছে হেনো

  • @ramdhenu578
    @ramdhenu578 Před měsícem +8

    গৰু😂

  • @Pulakeswar_medhi
    @Pulakeswar_medhi Před měsícem +2

    আপুনি মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিছে নেকি ? আকাশত চাং নাপাতিব |

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Před měsícem +27

    মহাশয়ে মই এজন সমতাশালী মন্ত্রী বুলি নিজে নিজকে কয় । কি হব , ইমান অহংকাৰ কৰে নেকী কোনোৱাই । 😂😂😂

  • @GoneshPatowary
    @GoneshPatowary Před měsícem +8

    কতি ৰজা

  • @imdadali9519
    @imdadali9519 Před měsícem +12

    এই মজা দিছে।

  • @handbim51
    @handbim51 Před měsícem +14

    মন্ত্ৰীৰ কথাৰ পৰা এটাই বুজিলো যে মন্ত্ৰী হৈ থাকোতেই যদি অলপ পাৱাৰ নেদেখোৱাই কেতিয়া দেখোৱাব।

  • @mamatkalita5883
    @mamatkalita5883 Před měsícem +12

    তোমালোকৰো চমু চাপি অহাৰ লক্ষণে দেখা দিছে

  • @trailokyarajbongshi9612
    @trailokyarajbongshi9612 Před měsícem +6

    Nation first,party ২nd,,person 3Rd BJP ৰ এইবোৰ উক্তিৰ কোনো অৰ্থ নাই, এওঁলোকৰ মতে দল পিছত।

  • @pratapkalita8894
    @pratapkalita8894 Před měsícem +1

    Thanks Dulu ahmed

  • @xmdi3687
    @xmdi3687 Před měsícem +3

    Next CM সৰু মামা

  • @user-dy3fr6mu7q
    @user-dy3fr6mu7q Před měsícem +2

    Horu mama haribu

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před měsícem +1

    Well done Mama brigade, right action at right time

  • @user-saurabh582
    @user-saurabh582 Před měsícem +2

    ভালেই হল এনেকুৱা ফটুৱা,অলগদ্ধ আৰু গৰু বোৰ কংগ্ৰেছৰ পৰা আতৰিল😂😂

  • @RareSpoy
    @RareSpoy Před měsícem +8

    খুমটাইত এইবাৰ বিস্মিতাক টিকট দিব মৃণাল ডাঙৰীয়া আপুনি এতিয়া কৃষি কৰ্মত মনোযোগ দিয়ক।

  • @zakirrahman53
    @zakirrahman53 Před měsícem +1

    Horu s....bhai

  • @user-rm1dz2pq5w
    @user-rm1dz2pq5w Před měsícem +9

    Good news

  • @gunendralahon7412
    @gunendralahon7412 Před měsícem +7

    Nuariba Ragen Gohaian jindabad

  • @iloveassam257
    @iloveassam257 Před měsícem +4

    Ihotor নিচিনা মানুহ যদি মন্ত্ৰী হৈ থাকে ৰাইজৰ আস্থা হেৰুৱাই পেলাব BJP ye

  • @ranjitdutta3411
    @ranjitdutta3411 Před měsícem +5

    ছাগলী মল্ল বৰুৱাক জুবিনে চূণ সানিলে।

  • @ripunjoygohain8164
    @ripunjoygohain8164 Před měsícem +2

    Haru mama you are very proudy day by day why ? Be care in future.

  • @jitendas1790
    @jitendas1790 Před měsícem +2

    Akhil dada apunio bohut kajiya kore aru aponar news sale kajiya he dekhu. Aponako bishak nokore assam raije

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před měsícem +4

    মই মল্লযোদ্ধা বুলি নাম দিছো;দ্বিতীয়তে আৰুএটানাম হব ২য় মথুৰাৰাজ।

  • @joshuamusharof7397
    @joshuamusharof7397 Před měsícem +10

    Jayanta Mollor mathat mal nai

  • @JIRI138
    @JIRI138 Před měsícem +3

    বি জে পি বুলি দল আছে জানো সন্দেহ হয় 😂😂😂 ,

  • @narenhazarika7663
    @narenhazarika7663 Před měsícem +2

    অসম বিজেপিৰ ৰাজনীতি এতিয়া উজনি vs নামনি হৈ পৰিছে ।

  • @SurajitSarma532
    @SurajitSarma532 Před měsícem +2

    সৰু মামা সচাকে গাধ

  • @babulmahanta6484
    @babulmahanta6484 Před měsícem +1

    জয়ন্ত গৰুবল্ল মিনাল শইকীয়া দা ৰ ভৰিৰ চেন্দেল তই কম নে তুমি কম ভাবি পোৱা নাই

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf Před měsícem +2

    মাইনাছ বাংগ্ৰেচ ৰ পৰা আহি বিজেপি মাইনাচ কৰিলে

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n Před měsícem +2

    মন্ত্ৰী বিধায়ক সকল মাৰ্জিত আৰু অমায়িক হোৱা ভাল
    কিয়নো জনতা ৰ কৰে কাতলৰ টকাৰে দৰমহা লৈছে
    চৰকাৰী গাড়ী চিকৰিটি গাৰড পাইছে
    বিদেশ ভ্ৰমণলৈ যাব পাইছে
    মন মৰজি মতে কাম কৰিবলৈ কথা ক'বলৈ ৰাইজে ভোট দিয়া নাই

  • @rambalram2610
    @rambalram2610 Před měsícem +3

    এই বিলাকক কোনে আনিলে ৰাজনীতি লৈ... গৰুমল্ল হঁতক কোনে আনিলে ৰাজনীতি লৈ..?? সৰু মামা 😮😮😮😅😅😂😂😂 অসমৰ ৰাজনীতি এজন মানুহেই পঁচাই পেলাইছে... এনেই কিছুমান তিলৈ ঘটোও কিছুমানক মূৰৰ চুলিত ধৰি উঠাই আনিছে... ইয়াৰ নাম গৰু মল্ল, ই চলিব ৰাজনীতিত ল ইয়াক উঠাই... এনেদৰে কেইবা জনকো উঠাই আনিছে অসমৰ বিভিন্ন স্থানৰ পৰা... এই বিলাক হল কেৱল পেট ভৰোৱা আৰু পকেট ভৰোৱা মানুহ.. ইহঁতে কি কৰিব অসমৰ সমস্যাৰ সমাধান.... দেখিছেই নহয় মাটি বাঢ়ি কিমান কিনিলে, কেইখন Resort, চাহ বাগান, স্কুল, TV চেনেল খুলি ললে....😮😮😮😮 মানুহ চিনি পাবলৈ শিকক.....!!!!

  • @kiranmoydas
    @kiranmoydas Před měsícem +2

    Ahankar bola bastuto kara jane buji napay... nedekha janar oporatei eriso.. Axom khan teor he.. ami varat he aso.

  • @litysa4236
    @litysa4236 Před měsícem +2

    Very good
    Pratibedan prastut korajan dhainya 🎉🎉

  • @prankamarjyotidasvideo6272
    @prankamarjyotidasvideo6272 Před měsícem +5

    Good koise

  • @sashibhatta5198
    @sashibhatta5198 Před měsícem +1

    আমাৰ সৰু 'মামা' কেইজনমানে 'মামাগিৰি' কৰি আহিছে বিগত দুবছৰমানৰ পৰা ৷

  • @hiteshchbezbaruah3573
    @hiteshchbezbaruah3573 Před měsícem +1

    এটা সময়ত এওলোকে কংগ্ৰেছক ডুবাই থৈ আহিছিল | এওলোকে জনগনৰ হৈ চিন্তা নকৰে, কেবল দলৰ কথাহে ভাবে |

  • @dhirenboruah4665
    @dhirenboruah4665 Před měsícem +1

    ফটোৱা মামা মুখত জিহকে আহে টিহকে গাই থাকে

  • @barunkonwar6021
    @barunkonwar6021 Před 16 dny

    ২০২৬ ত ‌গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব।

  • @utpalgoswami1990
    @utpalgoswami1990 Před měsícem +1

    জয়ন্ত বলধ বৰুৱা, তোমাৰ সময় আহিছে। পাবা বেছি ওপৰলৈ উঠছা তুমি বেছিদিন ৰব নালাগে। লাজ লগা নায়?

  • @harmohansaud134
    @harmohansaud134 Před 16 dny +1

    ভোকৰা ছাগলী গলত এডাল ৰঙা ফিতা মৰি দিলে হল ।

  • @pgoswami5378
    @pgoswami5378 Před měsícem +2

    সৰুমামাতো আছে বুলি শুনিলোঁ ৰৱক ,মাজু মামা
    আছে নে নাই? যদি আছে তেওঁ কোননো বাৰু?
    সত্তৰ বছৰ বয়স পাৰ হোৱাৰ পিচতো দেখোন নিৰ্বাচন খেলা লোক ৰাজনীতিত আছেই দেখোন।

  • @deepankargayan6929
    @deepankargayan6929 Před měsícem +4

    Zubeen Daai anei kuwa nasile2...

  • @pranabkumarboro6586
    @pranabkumarboro6586 Před měsícem +3

    Jayanta moulla boruah ajon johora hoi ...Aku Kam nai tar..

  • @princebishwa9586
    @princebishwa9586 Před měsícem +1

    সৰু mama

  • @bichitranarayanborah5170
    @bichitranarayanborah5170 Před měsícem

    বিদায়

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf Před měsícem +1

    বিজেপি ব্যাপক ক চিনি নোপো এটা দর্শত পৰিণত হৈছে বহিস্কাৰ কৰিব লাগে

  • @amarendradas2268
    @amarendradas2268 Před měsícem

    বহুত অহংকাৰী হৈছে।

  • @Tech_MD_85
    @Tech_MD_85 Před měsícem +2

    Jiman bur pm asil sobore age 50 to 60 upor hoi tetiya hole apuni ki kbo mohakhoi

  • @Jagadishdutta-mn4ru
    @Jagadishdutta-mn4ru Před měsícem +1

    Garu mama

  • @tiraprasadpegu8994
    @tiraprasadpegu8994 Před měsícem

    Yes

  • @ajoydebnath632
    @ajoydebnath632 Před měsícem +1

    Then retire modi and shah

  • @user-nk6uw1dm5o
    @user-nk6uw1dm5o Před měsícem +3

    Without Bjp bhupen hazorika, zubeen garg, akhil gogoi and many other people become a legand. Otherways they are more famous than you

  • @prantikkalita7929
    @prantikkalita7929 Před měsícem +1

    Dulu ahmed aro ওপৰত kintu dei raizzz tak ako sidha buli navhabibo

  • @user-wi2oy5yv6p
    @user-wi2oy5yv6p Před měsícem

    Jayantamalla. Jindabad

  • @jhoondeka8568
    @jhoondeka8568 Před 29 dny

    এই মানুহ জনে কমেন্ত বোৰ পঢ়ে নে?

  • @sunilsarmasunilsarma67

    এইজনক জুবিন গাৰ্গে ঠিকে কৈছিল -

  • @bikramdeka4406
    @bikramdeka4406 Před měsícem

    Thanks

  • @jhoondeka8568
    @jhoondeka8568 Před 29 dny

    জয়ন্তৰ body language প্ৰকাশ কৰে তাৰ অহং কাৰ, কিন্তু cm অবিহনে তাৰ স্থান কি হব?

  • @pranamibarkataky3850
    @pranamibarkataky3850 Před měsícem

    সৰু মামা এইজন নহয় নয়..লীনা বাইদেউৰ Lffra জন হে..এই জন গবয়..

  • @user-zg2dy5lc4t
    @user-zg2dy5lc4t Před měsícem

    জয়ন্ত অসঙ্কাৰী কথা বোৰে নলবৰীয়া ৰইজৰ বাবে সচাই বৰ লাজৰ কথা

  • @pkinfo3795
    @pkinfo3795 Před měsícem

    জয়ন্ত মল্ল বৰুৱা যেনতেন কিন্তু পিযুছ তেনটেন ।

  • @BiplobBoruah-lc2cs
    @BiplobBoruah-lc2cs Před 18 dny

    নিৰপেক্ষ মন্ত্ৰী নহয় তেখেত

  • @user-nk6uw1dm5o
    @user-nk6uw1dm5o Před měsícem +2

    Ejon kongsha mama ajon sakuni

  • @dibakarsonowal9489
    @dibakarsonowal9489 Před 23 dny

    এতিয়া সকলো মই মই

  • @djsb7256
    @djsb7256 Před měsícem

    দল টো শেষ কৰিলে ন বিজেপি য়ে অসমত

  • @rajuboro5132
    @rajuboro5132 Před měsícem

    Congress or soritra etiao jowanai amar dadar

  • @dimbeswardas6518
    @dimbeswardas6518 Před 27 dny

    বহুতবেছি হৈ গৈছে নেকি ?