Video není dostupné.
Omlouváme se.
ফলাফলৰ পাছতেই অন্তঃকন্দলত কঁপিছে অসম বিজেপি
Vložit
- čas přidán 4. 06. 2024
- #graphiccontent
ফলাফলৰ পাছতেই অন্তঃকন্দলত কঁপিছে অসম বিজেপি। মুকলি সংঘাত মুখ্যমন্ত্ৰী আৰু বিজেপি বিধায়কৰ মাজত। জয়ন্ত মল্লবৰুৱাক হৰুৱাই জিকি দেখুৱালে বিধায়ক মৃণাল শইকীয়াই।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
মৃণাল শইকীয়া, প্ৰায়ত বাজপাইজিৰ আদৰ্শৰ এজন ব্যক্তি,ধন্যবাদ ।
মামা তুমি কিমান দিন বজেপিত থাকিম বুলি ভাৱিছা....বিজেপি কিন্তু বেয়া দিন আহিছে দেই
মামা আপুনী বিজেপিত কিমান দিন থাকিব ..
আপোনাৰ মামাই টি এম চি যোগ দিবৰ বাবে আগবাঢ়ি আছে, চাই থাকক ।
@@bulbulbora-cw1el বিকল্প আৰু কি
ভদ্ৰ মানুহৰ ভদ্ৰ কথা
নিৰ্ভীক মৃণাল শইকীয়া,জিন্দাবাদ ।
Mamar din gol lahe lahe,,,, gourav gogoi next cm
পিযুষে পদত্যাগ কৰিব নে
যোৰহাটবাসীয়ে মামাক মূৰত পানী লোৱাই দিলে। 😂😂😂।
দল বাগৰা এইসকল সদাই বি জে পি ত নাথাকে ৷চাই থাকক কংগ্ৰেছৰ ভাল দিন আহিলে বা বেলেগ দলৰ ভাল দিন আহিলে এই ভস্টাচাৰী কংগ্ৰেছী বিলাক নাইকীয়া হৈ যাব ৷
Jayanta আৰু প্ৰিযুচ হাজৰিকা B J P থাকিলে 2026ত ধাৰাহাই হব B J P
আচনি মামা সাৱধান । আচনি মামা আহি আছে ২৬ সাৱধান ।
আপুনি কেতিয়া যাব আৰু কংগ্ৰেছ লৈ তাকে ৰাইজক আপুনি প্ৰথমে কক
Apuniu fress BJ p nohoi mama.....
Apunar aro besi nai o mama 😂
ৰকিবুলক পোন প্ৰথমে কোনে শুভেচ্ছা জনাইছিল
কেইদিন মান এই মলুৱাটোক টি ভিত নোলিৱাব চোন ।এইটোক দেখিলেই এলাৰ্জি হয়।
Mrinal Saikia Sir a kunu vul kam baa vul kotha kuwa nasile. Mama anekuwa monuvabor babei BJP r ai dokha hoise . Kyo okole sorkar gothon korat hofol nohol BJP
এই কেইজনৰ আৰু কাম নাই নেকি বাৰু । মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী য়ে নৰেন্দ্ৰ মোদীক ফুলৰ থুপাৰে আদৰণী জনোৱা ফটোখন এবাৰ চাই ল'ব আপোনালোকে ।
মৃণাল শৈকিয়ালৈ ধন্যবাদ
Dibrugarh pora Sarbanada Sonowal bjp candidate nuhua heten LurinJyoti Gogoi easy jikil heten. Ujjoni maximum asomiya manuh himanta, jayanta , piyush aibur val napai.
100% Right Mrinal da
ৰকিবুল হুচেইনৰ সফলতা আৰু গৌৰব গগৈৰ সফলতাৰ সলাগ লোৱা একে কথা।
Mrinal Saskia is a gentleman, he is a good politician. He knows what is morality. Other big politician of Assam bjp should learn what is morality and gentlemanly essential from mrinal Saskia.
মৃনাল শইকিয়া আ!ৰ্দবান মানুহ
B Grade ৰ leader আৰু সেনাপতি সকলে কাক কাক আৰু কিমান মূৰ্খ বনাব । অলধৰা আৰু ডাঙৰ ডাঙৰ মাল বিলাকে ৰাজনৈতিক জীৱন ত্যাগ কৰিছোঁ বুলি সোঁ হাতে নে বাওঁ হাতে লিখিব জানিলে সুখী হম । লগতে যোৰহাটবাসীয়ে এ সেই সকলে শুদ্ধ ভাষাত নিজৰ নিজৰ পৰিচয়টো দি নিজৰ মগজুৱে সেই কথা কৈছিলোঁ বুলি কৈ স্বীকাৰোক্তি দিলে নিজৰ সন্মান থাকিব বুলি ভাবিব।
অনাষ্ঠা প্ৰস্তাৱ আহিব যেন লাগিছে আৰু
A grand salute to Sri Mrinal Saikia
Lage raho BJP bhai😂
Pijush hazarika aru jayanta ai 2ta Jodi b j p et thake tente beshi din nalage aru bjp hekh hobo
Rahul Gandhi won from Two States , In Two seats . Modi just somehow managed to win by Manipulating Counting.
Mrinal is correct. He is telling the truth.Mrinal Saikia long live.
🥭🍍 🍎 🍏 🍓🍑 posil atia
নিজে তেনেকুৱা কাৰণে বেলেগ কু একে বুলি ভাবে। ডলাৰ বগৰী।
Apuni nu kimn din bjp t thakib mama .sitol masor dre akei eluti hiluti. Congress sorkar abr gothon hoi jauk sun apunak saken congrss sorkart dekhim😂😂😂karubak hubhesha jonalei eluti hiluti hoi njai .teu apunatkoi bhut vl .gotike nijor kotha bhabok mama😂😂😂
All MLA have their fundamental rights . Everybody can congratulate anybody else according to own choise .It is a simple matter .
মাল খোৱা যেন লাগে
Congratulations delay ki problem hoisay
👍👍👍👍👍👍
Aadhar issue solve nkorile 2026 t ko je hbo
হিমন্তৰ কথা বালিত মুটা একেই ।
Mama CM sir eman. Jelersy. Ne
I LOVE I.N.D.I.A
Mrinal Saikia is the bravest MLA of Assam BJP party.He is a man of high thoughts.
Aami ki ghonta korim apunar kotha khuni.
😊
apunaru besi din nai baba
সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ভূবনেশ্বৰ কলিতা দেবৰ ক্ষেত্ৰত কি হব? তেওঁলোক দুয়োজনে গৌৰব গগৈক জিকাৰ বাবে কি কৈছিল?
Actually now Ame ujane manu Ek haha time ahese.Ame kun party manu tare Hesab loi lave nai.We are ujane.
বিজে জি নধকত লাকক
Mrinal nirdoleyo khalely jikebo Dom ase khale sa jmb
Gaurav Da ahe ase Atore deok
2026 t Ahongkari Himant bishwa sharmar Moditkoi besi abostha beaa habo. 2026 t Bjp 40 khonr vitarat all out habo.
Himo mama jowabar bjp patista divasat kot asil , Monat asene
মুখ্যমন্ত্ৰীয়ে এইবিলাক কি কি কথা কয় ।জয়ন্তৰ কি ঔকাদ আছে যে তেওঁ নলবাৰীত দলক লিড দিলে। তেওঁ নিজেই লাজ পাব লাগিছিল।আচলতে নলবাৰীৰ প্ৰাক্তন বিধায়ক জনে বনাই থোৱা পথাৰখনতহে তেওঁ ফুটবল খেলিলে । গতিকে নলবাৰীত অগ্ৰগতিৰ কৃতিত্ব সেই মহান প্ৰাক্তন বিধায়ক জনৰহে।যদি জয়ন্তৰ ইমানেই ঔকাদ আছে তেওঁ কংগ্ৰেছৰ দখলত থকা সমষ্টি এটাত জয়ী হৈ দেখুৱাওক।পাৰিবনে। কেতিয়াও নোৱাৰে।যদি নলবাৰীত তেওঁৰ ইমানেই কৃতিত্ব আছে তেওঁ কিয় নলবাৰীত বিজেপিৰ হাতত পৰাজিত হৈছিল।
Mama o congregor parai ahise sun
মৃণাল শইকীয়াই সাংঘাটিক অপৰাধ কৰাৰ দৰে কৰিছে মূখ্যমন্ত্ৰীয়ে । তেও কেবল এটা ৰাজনৈতিক সৌজন্যতা ৰক্ষা কৰিছে । যদি তিলকে তাল কৰি মূখ্যমন্ত্ৰীয়ে বেচি উচ্চ-বাচ্য কৰে ক্ষতি হব মূখ্যমন্ত্ৰীৰ। মৃণাল শইকীয়া আন বিধায়কৰ দৰে মূখ্যমন্ত্ৰীৰ ভয়ত দমি যাব বুলি ধাৰণা নহয় । বহুতে ক'বলৈ লৈছে কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন বিধায়িকাৰ বাবে খুমটাই আসন খন খালি কৰাৰ কুচকাৱাজত ব্যস্ত হৈছে।
Mama aneke nhbo dee 😂 migratory birds BJP t ase sobse besi...atleast recognise the old members & give them their deserving position in the party. Kunbaii jdi akhn chair t jdi gote jibon bohibo khuje tnte Govt . Sakori join kork .... Public aa xodai new leaders bichare june raijr kotha xune ru buje....POLITICS t sobe vl position ata pua r krne xumaii !!
Aaji soboke dekha paisu kintu uporor maalk naai dekha...Raajniti erilei nki baru..🤔🤔
Himasure purani vjpk sada sunor dore use kore😅
B. J pio nathakiba 26
মূখ্যমন্ত্ৰী য'ত কাজিয়া তত ।
কিছু লোকে আগতে কৰা দুৰ্নীতি ৰ ধুকান দিব বাবেহে বিজেপি ত যোগ দান কৰিছিল ।কোনো আদৰ্শ নীতি মানি যোগ দান কৰা নাই ।
মৃনাল ভায় এজন উজনিৰ ৰিয়েল হিৰ, মিছলীয়া দল বাগৰা মামু চামচা বোৰৰ দৰে কা পুৰুষ নহয়৷ 😇😇😇
Junmonir makor ajiu sakupani jai ase,,,,,, mama abar bhabisene mama
Overtek nokora hole val folafol hol haten kijani
Bidhan xobha electionot dekha jabo Himanta dangoriya
শইকীয়া ডাঙৰীয়া ভয় কৰাৰ দৰকাৰ নাই। সচাটো সচাই। শইকীয়া এজন দল বাগৰা লোক নহয়। কংগ্রেস লৈ যোৱা টো বিচাৰিছে। এনেকুৱা লোক থাকিলে দলত বেয়া কাম বিলাক কৰাত অসুবিধা হব।
চুৰে হে চুৰৰ ঠেং দেখে 😂
হিমনত।। বাহিনীয়ে।কঙৰএছ। ভাঙি।বি।জে।পি।ভাঙি।আছে।শেষত।এ।জি।পি।কৰিব।
গৌৰৱৰ জয়, তপনৰ পৰাজয়, মোৰ ধাৰণা ভুল ও হ'ব পাৰে। নিৰ্বাচনী প্ৰচাৰত বাঘা বাঘা নেতা সৱে কয়, ভোট টো মোদীক দি মোদীৰ হাত শক্তি শালী কৰক। ভোটাৰে ভোটদানৰ বেলিকা EVM ত মোদীক নাপায় হাততেই ভোটদান কৰিছে চাগে। ভুল নে শুদ্ধ বিচাৰ আপোনাৰ।
এই মলুৱাটোক টি ভিত দেখিলেও এলাৰ্জি হয়।
আপোনি দল সলাই থাকে জে😅চবকে আপোনাৰ নিছিনা ভাবে
মমা আপোনাক গৌৰব এ বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিব। কিয় জিকালে বাৰু। পাগল জয়ন্তমল্লা
যৌতুকত যোৱা মূখ বেকাৰ কথা ।
khamaoi kahaidai eke nathake .....batatr khaadai rad nedai. Barukhanu hae😅😅😅😅
ওপৰৰ মাল আৰু জধা মূৰ্খ টো থাকিলে বিজেপি সাৰিব 26 ত 😂
যোৱা ছমাহে বিজেপিৰ পোকৰত লাগি থাকোতেই গ'ল এই অখিলুদ্দিনৰ প'ৰ্টেল টোৰ।
Godi midiya he vl tumr
Mrinal Saikia huddha, guni, gyani aru dik nirnoi koribo pora luk. Anor satruta nokore kebol bujaihe diye. Ane manuhar mulya hokolute basi. Little one.
মৃনাল শইকীয়াৰ সচাঁ কথাই কৈছে ।কাৰণ বিজেপি দলে ধনৰ বলতহে MP বোৰ জিকিছে ।
এৰা
গৌৰৱ গগৈৰ নাম কব নোখোজে। খুব টান পায় কব জ্বলা পোৰা কৰে বুকু খন। মামা আপুনি খুব চতুৰ 😂😂
New bjp main atia
এতিয়া সেই নাই।
Mamayelajpale
Thui kota... Xakuni Mama... 😮
মামাৰ কথাই কলে কুকুৰ ভকি থাকা নিছিনা লাগে
Putola kejon cm side te ase
Modie kiman votat jikise sodhak
মামা তুমি BJP ত কিমান দিন থাকিব?এনে নেতাই অসমৰ BJPকশেখ কৰিব!
গৌৰব গগৈ জয় হোৱা কাৰণে হিমন্তৰ কটি গৰম হচি ।।
আচল কথা ২০২৬ ত যে হিমন্তৰ মূখ্যমন্ত্ৰী ৰ গাদী যে গৌৰব গগৈ টানি নিব সেইটৌ খাটাং ।।।
সুদিৰৰ ভাই হিমন্ত বিশ্ব 🖕🖕🖕🖕🖕🖕 ।।।
Faltu jayant
Fale news aitu