Amare Xokhiyai ( আমাৰে সখীয়াই) - by Bhupen Hazarika.

Sdílet
Vložit
  • čas přidán 18. 07. 2019
  • Assamese song (Joyti-Sangeet) of Bhupen Hazarika / Lyrics and Melody by Joyti Prasad Agarwalla / Lyrics of the song :
    [ চিত্ৰলেখাই সূদুৰ গুজৰাটৰ পৰা অনিৰুদ্ধক শোণিতপুৰলৈ মায়াৱী যাদুৰে পলুৱাই আনিছে, ঊষাৰ বাবে | ইফালে ঊষা পিতৄ বাণৰজা আৰু অনিৰুদ্ধৰ পিতামহ শ্ৰীকৄষ্ণৰ তয়াময়া ৰণ |এই গীতটি অসমীয়া ঠাঁচত লিখি জ্যোতিয়ে জেউতি বঢ়াইছে নাটখনিৰ- আমাৰে সখীয়া ]
    গীত :
    আমাৰে সখীয়াই আকুল বিয়াকুলে
    সপোনৰ হাঁহিটি চাই
    অ' সপোনৰ হাঁহিটি চাই
    সপোনত কোঁৱৰে আহুদী আনিলে
    মতলীয়া সখী খাই
    অ' মতলীয়া সখী খাই
    আমাৰে সখীয়া আকুল বিয়াকুলে
    সপোনৰ হাঁহিটি চাই
    অ' সপোনৰ হাঁহিটি চাই
    সপোনত কোঁৱৰে আহুদী আনিলে
    মতলীয়া সখী খাই
    অ' মতলীয়া সখী খাই ।
    দিঠকৰ বাতৰি সপোনত মিলিলে
    আছিল সখী বাটে চাই
    দিঠকৰ বাতৰি সপোনত মিলিলে
    আছিল সখী বাটে চাই
    ফাগুণৰ বতাহে গাতে ছাটি মাৰে,
    গাতে ছাটি মাৰি যায়
    অ' গাতে ছাটি মাৰি যায়।
    আমাৰে সখীয়াই আকুল বিয়াকুলে
    সপোনৰ হাঁহিটি চাই
    অ' সপোনৰ হাঁহিটি চাই ।
    চুমাৰ পৰশনত জুতি পাই সখীয়াৰ
    গাতে উৱাদিহে নাই
    চুমাৰ পৰশনত জুতি পাই সখীয়াৰ
    গাতে উৱাদিহে নাই
    চুমাৰ পৰশনত যুতি পাই সখীয়াৰ,
    চুমাৰ পৰশনত যুতি পাই সখীয়াৰ
    গাতে উৱাদিহে নাই
    অ' গাতে উৱাদিহে নাই
    আমাৰে সখীয়াই আকুল বিয়াকুলে
    সপোনৰ হাঁহিটি চাই
    অ' সপোনৰ হাঁহিটি চাই
    সপোনত কোঁৱৰে আহুদী আনিলে
    মতলীয়া সখী খাই
    অ' মতলীয়া সখী খাই।
    আমাৰে সখীয়াই আকুল বিয়াকুলে
    সপোনৰ হাঁহিটি চাই
    অ' সপোনৰ হাঁহিটি চাই ৷৷
    🌿 🌼 🌿

Komentáře • 32

  • @mohendragohain1299
    @mohendragohain1299 Před 5 lety +42

    এই অভাজনে বহু বহুবাৰ লক্ষ্য কৰিছো যে আজিৰ প্ৰজন্মৰ মাজত এনেবোৰ গীতে স্থান নাপাই। কিন্তু আচৰিত ভাৱে এই শ্ৰুতিমধুৰ গীত সমূহ আমাৰ কৰ্নকুহৰত পৰিলে কিবা যেন মৌৰস কানত সোমাই যোৱাৰ দৰে লাগে।

    • @anildeka4824
      @anildeka4824 Před 3 lety

      "

    • @bhadeswarbora6559
      @bhadeswarbora6559 Před 3 lety

      দুখজনক

    • @bhesojbaruah8725
      @bhesojbaruah8725 Před 3 lety +2

      আমাৰ চৌপাশৰ আমি সদায় লগপোৱা আৰু জনা কনমানিহঁতক আমিবোৰে এইবোৰ গীত পৰিৱেশন কৰিবলৈ পৰিৱেশ সৃষ্টি কৰিব লাগিব ।

    • @purnimachutia7648
      @purnimachutia7648 Před 7 měsíci

      1:42 1:45 1:47 1:48 1:48 1:48 1:49 1:49 1:49 1:49 1:49 1:50 1:50 1:50 1:50 1:51 1:51 1:51 1:51 1:51 1:52 1:52 1:52 1:52 1:52 1:53 1:53 1:53 1:53 1:54 1:54 1:54 1:54 1:54 1:55 1:55 1:55 1:56 1:56 1:56 1:56 1:56 1:57 1:57 1:57 1:57 1:58 1:58 1:58 1:59 1:59 1:59 1:59 2:00 2:00 2:00 2:00 2:01 2:01 2:01 2:01 2:02 2:02 2:02 2:02 2:03 2:03 2:03 2:03 2:03 2:04 2:04 2:04 2:05 2:05 2:05 2:05 2:06 2:06 2:06 2:06 2:07 2:07 2:07 2:07 2:07 2:08 2:08 2:08 2:08 2:09 2:09 2:09 2:11 2:13 2:13 2:13 2:13 2:13 2:14 2:14 2:14 2:14 2:14 2:15 2:15 2:15 2:15 2:16 2:16 2:16 2:16 2:16 2:17 2:17 2:17 2:18 2:18 2:18 2:18 2:19 2:19 2:19 2:19 2:20 2:20 2:20 2:20 2:21 2:21 2:21 2:21 2:22 2:22 2:22 2:23 2:23 2:23 2:24 2:24 2:24 2:24 2:25 2:25 2:25 2:26 2:26 2:26 2:26 😊😊😊😊😊😊😅😅😅😅😅😂😂😂😂🎉🎉🎉🎉🎉🎉 2:35 2:35 2:35 2:36 2:36 2:36 2:36 2:37 2:37 2:37 2:38 2:38 2:38 2:38 2:39 2:39 2:39 2:40 2:40 2:40 2:40 2:41 2:41 2:42

    • @dibyajyotideka8745
      @dibyajyotideka8745 Před 4 měsíci +2

      তেনেকৈ নক'ব দাদা👏ভূপেন মামাৰ মই আজন্ম অনুৰাগী❤❤তেওঁৰ মৃত্যু তিথি ২০১২ৰ পৰা এতিয়ালৈকে কৰি আছো আৰু বহুত কিবা কৰিবলৈ মন আছে আগলৈ❤

  • @SunitaDas-eg7ee
    @SunitaDas-eg7ee Před 2 měsíci +6

    মই যদিও আজিৰ প্ৰজন্মৰ তথাপিও মই পুৰনি গীতবোৰ বহুত ভাল পাও। এই গীতবোৰ সুকীয়া

  • @user-oc5rg6tf2h
    @user-oc5rg6tf2h Před měsícem

    হৃদই চুই যোৱা গীত 😊😊❤

  • @pranjaldas2380
    @pranjaldas2380 Před měsícem

    Bohut dhunia ❤

  • @villagecreation2339
    @villagecreation2339 Před 2 měsíci +1

    কি এক সুন্দৰ গীত।

  • @juliphukan5107
    @juliphukan5107 Před 5 lety +5

    Bhal lagil bahut.

  • @cartoonhouse4925
    @cartoonhouse4925 Před měsícem

    Ai pojomr majt jen .aibu song herai goise bohyt dukh lge ..imn dhunia git bur aji pojomre sini napai 😢😢😢😢.moi o ai zubeen.da gan huni dangr huwa lora kintu aibu gan ....blgk ata hukh ase bujabr nuwaaaaa❤

  • @sgr__official__07
    @sgr__official__07 Před 7 měsíci +2

    Aie geet tua mur buku khon sui goisil

  • @abhispadas7433
    @abhispadas7433 Před 19 dny

    ❤❤❤

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 3 lety +20

    আমাৰ লগত Original কেছেট ও আছে এই গীত সংগীত সমূহৰ -তথাপিও আজিকালি ইউটিউবত প্ৰায়েই চাই থাকো।

  • @biswajitborah3148
    @biswajitborah3148 Před 4 lety +4

    Horu pora ai geet tu gai ahisu..bht valpau

  • @mainukalita3784
    @mainukalita3784 Před 2 lety +4

    Maa e jitiae ei geet tu gaisil Ami sob kam Sam eri ekelge gaisilu aru pisot dhunia k tuponi marisilu

  • @biswajyotidas7691
    @biswajyotidas7691 Před 2 lety +3

    ❤️❤️

  • @bornilakashkashyap6866
    @bornilakashkashyap6866 Před rokem +1

    Mojjja

  • @PG_uknown
    @PG_uknown Před 2 lety +3

    My mom favorite song

  • @pranabgoswami9606
    @pranabgoswami9606 Před rokem

    All Time favorite 💕

  • @manuranjandeka3238
    @manuranjandeka3238 Před 3 měsíci

    ❤❤❤❤❤

  • @DIBYAJYOTISIL-xd8xk
    @DIBYAJYOTISIL-xd8xk Před 5 měsíci

    ❤❤❤❤❤❤❤❤❤

  • @putulkonwar4101
    @putulkonwar4101 Před 5 lety +3

    Matir manuh .. Heujia humodhur geet ....hodai bhal lagi thakibo

  • @drelizabegum7142
    @drelizabegum7142 Před 3 lety +1

    Best song ever it really good its rember my mom

  • @paramanandabora1047
    @paramanandabora1047 Před rokem

    Unique

  • @parajkalita
    @parajkalita Před 3 lety +7

    অতি সুন্দৰ, কিন্তু ভূপেন হাজৰিকাই ৬ মাত্ৰাৰ, আমাৰ সুপৰিচিত সুৰটোৰ সলনি ৫ মাত্ৰাত গাইছে।
    স্বীকৃত (স্বৰলিপিত থকা) সুৰটো আকৌ আমি সাধাৰণতে শুনিবলৈ পোৱা সুৰৰ লগত একেবাৰে নিমিলে। মধুস্মিতা ভট্টাচাৰ্য্যই গোৱা। অপৰিচিত সুৰ কাৰণে খুব বিতৰ্ক হৈছিল।
    CZcams-অত পোৱা যায়।

  • @Biswajitdas-mg3jt
    @Biswajitdas-mg3jt Před rokem

    And its 2023 june26 still this some tough me 🙂

  • @shekharjyotibhuya4803

    জ্যোতি ভাৰতী উপদেষ্টা সমিতিৰ দ্বাৰা গঠিত জ্যোতি সংগীত বিশেষজ্ঞ সমিতিৰ দ্বাৰা স্বীকৃত সুৰ জেউতিত সন্নিবিষ্ট স্বৰলিপি অনুসৰি গীতটিৰ সুৰটো পৃথক | ইয়াত " আমাৰে সখিয়া ...সা..ৰ পৰা আৰম্ভ কৰিছে ,কিন্তু স্বীকৃত স্বৰলিপি অনুসৰি 'মা' ৰ পৰা আৰম্ভ হয় |