Tumi Biyar Nixar ( তুমি বিয়াৰ নিশাৰ ) - by Bhupen Hazarika.

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • Assamese song of Bhupen Hazarika /Lyrics, Melody and Music by Bhupen Hazarika / Lyrics of the song :
    তুমি বিয়াৰ নিশাৰ শয়ন-পাটীৰ
    এপাহি ৰজনীগন্ধা...!
    তোমাৰ মূল্য এনিশাৰ ।
    পিছৰ দিনা সূৰুয উঠাৰ
    পিছৰ দিনা সূৰুয উঠাৰ
    পিছৰ বাহী শয্যাত
    তুমি মূল্যবিহীন ভাৰ ।।
    তুমি বিয়াৰ নিশাৰ শয়ন-পাটীৰ
    এপাহি ৰজনীগন্ধা...!
    তোমাৰ মূল্য এনিশাৰ ।
    তুমি ফুলিছিলাঁ আশাৰে বহুত
    আঁচনিকে লৈ...!
    তুমি ফুলিছিলাঁ আশাৰে বহুত
    আঁচনিকে লৈ...!
    গন্ধবিহীন কোঠাতে তুমি
    সুৰভি বিলাবলৈ..!!
    মালীয়ে তোমাক ছিঙাৰ পিচত
    কিয় কৰা হাঁহাকাৰ ।।
    তুমি বিয়াৰ নিশাৰ শয়ন-পাটীৰ
    এপাহি ৰজনীগন্ধা...!
    তোমাৰ মূল্য এনিশাৰ ।।
    ফুলশয্যা পাট-গাভৰুৱে
    তোমাৰেই সজালে..!
    ফুলশয্যা পাট-গাভৰুৱে
    তোমাৰেই সজালে..!
    কইনা-দৰাই কত আলফুলে
    তোমাকে পৰশিলে...!!
    পিচে পুৱাতে তোমাক সাৰি-পুচি দেখোঁ
    নিবিচাৰে এটিবাৰ ।
    তুমি বিয়াৰ নিশাৰ শয়ন-পাটীৰ
    এপাহি ৰজনীগন্ধা...!
    তোমাৰ মূল্য এনিশাৰ ।।
    পিছৰ দিনা সূৰুয উঠাৰ
    পিছৰ দিনা সূৰুয উঠাৰ
    পিছৰ বাহী শয্যাত
    তুমি মূল্যবিহীন ভাৰ ।।
    তুমি বিয়াৰ নিশাৰ শয়ন-পাটীৰ
    এপাহি ৰজনীগন্ধা...!
    তোমাৰ মূল্য এনিশাৰ ।
    পিছৰ দিনা সূৰুয উঠাৰ
    পিছৰ বাহী শয্যাত
    তুমি মূল্যবিহীন ভাৰ ।।
    তুমি বিয়াৰ নিশাৰ শয়ন-পাটীৰ
    এপাহি ৰজনীগন্ধা...!
    তোমাৰ মূল্য এনিশাৰ ।
    *****
    কথা, সুৰ-সংগীত : ভূপেন হাজৰিকা
    #_Sing_No_1472

Komentáře • 102