Guwahatir Konoba ( গুৱাহাটীৰ কোনোবা) - by Bhupen Hazarika.

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • Assamese song of Bhupen Hazarika / Lyrics and Melody by Bhupen Hazarika / Song was written in 1992 / Lyrics of the song :
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    শুনাইছিলাঁ গণেশ গগৈৰ
    শুনাইছিলাঁ গণেশ গগৈৰ প্ৰেমৰ কবিতা
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    মোক আঁকোৱালি চাৱনি মিলাই
    কৈছিলাঁ মধুৰ আৱেগেৰে
    কৈছিলাঁ মধুৰ আৱেগেৰে
    তোমাৰ প্ৰাণৰ পাপৰি ঢালি
    সজাবা শয্যা দুয়োৰে ।
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    লুইত বাগৰি বাগৰি গʼল
    ভৰলুমুখত গধূলি হʼল
    ভৰলুমুখত গধূলি হʼল
    অস্তাচলত দিগন্তত প্ৰতিশ্ৰুতিও বিলীন হʼল।
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    শুনাইছিলাঁ গণেশ গগৈৰ
    শুনাইছিলাঁ গণেশ গগৈৰ প্ৰেমৰ কবিতা
    আজি মনত পৰেনে ?
    গুৱাহাটীৰ কোনোবা এটি মিঠা গধূলিৰ কথা
    কথা, সুৰ ও কণ্ঠ : ভূপেন হাজৰিকা
    ৰচনা কাল : ১৯৯২ চন।
    My Facebook Account :
    www.facebook.c...

Komentáře • 10