◾ নাৰীৰ কণ্ঠত গীত গাই চৰ্চিত এজন অসাধাৰণ যুৱক।

Sdílet
Vložit
  • čas přidán 19. 08. 2021
  • ◾ ছ'চিয়েল মিডিয়াত চৰ্চিত কণ্ঠ আজি ঈশানৰ মজিয়াত।◾ কেঁচা চানা বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া পংকজে দেখিছে কণ্ঠেৰে জগত জিনাৰ সপোন।
    Ishan News
    ishannews.com/
    Ishan news, facebook page
    / newsishan
    Ishan news twitter account
    / newsishan
    Ishan News Instagram
    / newsishan
    Ishan News Koo
    www.kooapp.com/profile/ishannews

Komentáře • 1,1K

  • @nirojdeori7130
    @nirojdeori7130 Před 2 lety +138

    বিশেষকৈ আমাৰ অসমীয়া মানুহৰ দুখ। আনৰ ভাল দেখিব নোৱাৰা। ইয়াত দিচলাইক কৰা সকলেও আমাৰে ককাই ভাই।🙏🙏🙏

  • @jantihira9223
    @jantihira9223 Před 2 lety +88

    অসমীয়া বিখ্যাত গায়ক জুবিন দালৈ অনুৰুধ পঙ্কজ বৰদলৈ লগত এটা গান একেলগে গোৱা দেখিলে বহুত ভাল পাম । জুবিন দাই মতা মানুহৰ সুৰ আৰু পঙ্কজ বৰদলৈ ছোৱালীৰ সুৰ দিলে ভাল লাগিব।

  • @munmiduttaburagohain4909
    @munmiduttaburagohain4909 Před 2 lety +111

    ইমান ধুনীয়া অ' মাতটো,,,, 🥰😘এনেকুৱা প্ৰতিভা আমাৰ অসমতেই আছে তাৰ বাবে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো,,, 🙏

  • @bubulbaruah4926
    @bubulbaruah4926 Před 2 lety +187

    ভাল কন্ঠ দিছে। তেখেত নাৰী আৰু পুৰুষ দুয়োৰে কন্ঠত গীত পৰিৱেশন কৰাৰ অধিকাৰ আছে। ধন্যবাদ 🙏

  • @user-sn2yc8co2w
    @user-sn2yc8co2w Před 2 lety +28

    হে ভগৱান সঁ‌চাকৈ এখেতে গায়ছে নে নাই নিজ চঁ‌কুৰে দেখাৰ পিছতো চোন বিশ্বাসেই নহয়। ইমান সুন্দৰ মাত..আচৰিত

  • @infoeducation729
    @infoeducation729 Před 2 lety +62

    ভাল হওক তোমাৰ ভাই ৷ ভগবান সহায় হ’ব ৷

  • @dhirendramazumdar1384
    @dhirendramazumdar1384 Před 2 lety +48

    অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল ,এনেকুৱা প্ৰতিভা মৰহি যাব দিব নোৱাৰি,ৰাইজেও সহায়ৰ হাত আগবঢ়াওক ।

  • @daizee4510
    @daizee4510 Před 2 lety +81

    বাঃ অদ্ভুত কণ্ঠ দেই ৷

  • @kailashbharali5604

    Mai khub val paiso .mai sadharan tumak. Ashiirbad kariso.

  • @daimeeborah1845
    @daimeeborah1845 Před 2 lety +22

    , খুউব সুন্দৰ কণ্ঠ নাৰী আৰু পুৰুষ ৰ সমানে পৰিৱেশন কৰিছে শুনি ভাল লাগিল আৰু আগুৱাই যোৱা ।👍😉👍

  • @subhashsut2215

    কি সুন্দৰ সছাকৈয়ে ভাবি আচৰিত হলো ।

  • @monjugogoi6107
    @monjugogoi6107 Před 2 lety +25

    আশীর্বাদ কৰিছো ভগৱানে য়েন দয়া কৰক

  • @kulasaikia740
    @kulasaikia740 Před 2 lety +57

    ভগৱানে আৰু শক্তি দিয়ক । অতি সুন্দৰ ।

  • @kundansonowal8655
    @kundansonowal8655 Před 2 lety +42

    Kokai tumi jui 🔥

  • @onlineclass5882
    @onlineclass5882 Před 2 lety +31

    সফলতাৰ আৰম্ভনি...god bless you

  • @subhashnathentertainment4595

    ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ এই প্ৰতিভা যেন প্ৰায় জীয়াই থাকক

  • @hirensaikia3810
    @hirensaikia3810 Před 2 lety +53

    কি আচৰিত 🙏🙏🙏🙏🙏🙏👍

  • @tinamoni172
    @tinamoni172 Před 2 lety +10

    বাঃ অদ্ভুত কণ্ঠ দেই তুমি আৰু আগ বাহি যোৱা

  • @lalitbordoloi7422
    @lalitbordoloi7422 Před 2 lety +22

    বহুত বহুত ভাল লাগিল ধন্যবাদ জনাইছো আৰু আগবাঢ়ি যাব লৈ ঈশ্বৰে শক্তি দিয়ক তাৰে কামনা ঈশ্বৰৰ ওচৰত ।সদৌ অসম বাসী লৈ আহবান লৰা জনক আগুৱাই যোৱাত সহায় কৰে যেন

  • @junmonisarmah5194
    @junmonisarmah5194 Před 2 lety +69

    চেষ্টাৰ অসাধ্য একো নাই। অতি সুন্দৰ কন্ঠ। 🙏🙏🙏🙏🙏