১৪ এপ্ৰিলত আছুৰ মুকলি বিহুত অন্তিমবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল কণ্ঠশিল্পী ভিতালী দাসে

Sdílet
Vložit
  • čas přidán 20. 04. 2021
  • #NewsLive #VitaliDas #VitaliDasNoMore #COVID19 #AssamNews
    কৰ'নাত আক্ৰান্ত হৈ কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যু
    মৃত্যুৰ পূৰ্বে ১৪ এপ্ৰিলত আছুৰ মুকলি বিহুত অন্তিমবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল কণ্ঠশিল্পী ভিতালী দাসে
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 605

  • @rkdvlogs3428
    @rkdvlogs3428 Před 3 lety +103

    শৈশৱটো ভিতালী বা আৰু জুবিন দাৰ দুয়োৰে বিহু গীত জুতিৰে পাৰ কৰিলোঁ,আচৰিত আৰু মৰ্মাহত হলোঁ ভিতালী বাৰ বিয়োগৰ বাতৰি পাই।এজন গুণমুগ্ধ হিচাপে ভিতালী বাৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।😥😥

    • @alauddinahmed1669
      @alauddinahmed1669 Před 3 lety +1

      ভিতালি বা মতেই আছে তাতে সুখেৰে ‌থাকক। আলাউদ্দিন আহমেদ, খাৰশিঠা, মোহনবজাৰ। জিলা নলবাৰী

  • @niraj8221
    @niraj8221 Před 3 lety +157

    ভিটালী বাইদেউৰ দৰে বিহু গাব পৰা দ্বিতীয় এগৰাকী গায়িকা হয়তো আৰু নোলাব । তেওঁৰ বিহুৰ কণ্ঠ সঁচাই God gifted... তেখেতৰ আত্মাৰ শান্তি বিছাৰিলো । 💐

  • @basisthaacharya6590
    @basisthaacharya6590 Před 3 lety +65

    অসমীয়া জাতিৰ প্ৰাণ উচ্ছল কৰি তোলা এই গীতটো গাই তুমি আমাৰ মাজৰ পৰা আতৰি গুছি গ'লাগৈ। বৰ দুখ লাগিছে, জনমে জনমে তুমি আহি অসমী আইৰ কোলা শুৱনি কৰি গীত গাবাহি। তোমাৰ এই সুৱদী কণ্ঠ সদায় আমাৰ সমাজত অমৰ হৈ ৰব। 🙏🙏🙏

  • @bijoybora6181
    @bijoybora6181 Před 3 lety +34

    ভিতালী বাৰআত্মাই সদগতি লাভ কৰক তাৰে কামনা কৰিলো

  • @monjitlahon3963
    @monjitlahon3963 Před 3 lety +14

    অসমৰ বিহু সঙ্গীত জগত খনৰ লতা মঙ্গেশকাৰ আছিল Vitali বাইদেউ 😭🌼🌼🕊️

  • @umaraninath2530
    @umaraninath2530 Před 3 lety +88

    বহুত বেয়া লাগিল 😭 তেখেতৰ বিদেহি আত্মাই চিৰ শান্তি লাভ কৰে যেন🙏🙏🙏

  • @jitumonidas329
    @jitumonidas329 Před 3 lety +5

    খৱৰটো পাই মৰ্মাহত হলো।ভাষা নাই কি বুলি তেখেতক বিদায় জনাও।এনেকৈ বিহুৰ বতৰত যাৰ কণ্ঠত বিহুৰ মাদকতা পাইছিলো তেও এ আজি আমাৰ মাজৰ পৰা আতৰি গল।বা তোমাৰ আাত্মাই শান্তি পাওক অশ্ৰুসিক্ত নয়নেৰে তাকেই কামনা কৰিলো।

  • @sushilsaharia5160
    @sushilsaharia5160 Před 3 lety +35

    অন্তিম বাৰৰ বাবে অন্তিম গীততিৰে বৰ ভাল কন্ঠৰ গায়ীকা লগতে সুন্দৰ মাৰ্জিত আচৰনৰ ভিতালী দাসক অসমৰ ৰাইজে অকালতে হেৰুৱালো

  • @dipshikhasarma6613
    @dipshikhasarma6613 Před 3 lety +10

    কেতিয়াও আশা কৰা নাছিলো এনেকুৱা এটা বাতৰি। তেখেতৰ আত্মাই শান্তি পাওক... বহুত বেছি miss কৰিম বা আপোনাক😢

  • @babeeboruah2088
    @babeeboruah2088 Před 3 lety +23

    বিদেহী আত্মা ৰ সদগতি কামনা কৰিলোঁ লগতে পৰিয়াললৈ সমবেদনা জনালোঁ ।

  • @pragjotishpurbapan6308
    @pragjotishpurbapan6308 Před 3 lety +11

    ভিতালী দাস ৰ বিহু মোৰ শৈশৱৰ আবেগ
    শ্ৰদ্ধাঞ্জলি বা
    বংগভাষী মই ভালপাওঁ বিহু ৰঙালী
    আজি হতাশ কৰোনাৰ কৰাল গ্ৰাসত বিশ্ব
    হেতালি নেখেলিৱ ৰাইজ সতৰ্ক হওঁক

  • @Musicplanet369
    @Musicplanet369 Před 3 lety +4

    আকলুৱা মাতৰ গীত সমূহৰ যোগেৰে তেওঁ আমাৰ মাজত সদায় উজলি ৰ'ব!
    Miss u sooooooo much Vitali ba😥😥😭😭প্ৰতিটো ব'হাগ মূখৰিত হৈ ৰ'ব তোমাৰ কন্ঠেৰে 🙏🙏

  • @montusaikia9966
    @montusaikia9966 Před 3 lety +23

    তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏🙏

  • @Harkhajit1000
    @Harkhajit1000 Před 3 lety +2

    ভিটালী বাইদেউৰ আত্মতৰ শান্তি পায় যেন🙏🙏😔🙏🙏😔

  • @buliborah5758
    @buliborah5758 Před 3 lety +18

    কোনো ভাষা নাই😭😭😭😭🙏🙏

  • @pritamroy12345
    @pritamroy12345 Před 3 lety +2

    বহুত দুখ লাগিল কথাটো শুনি । আপোনাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক । তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

  • @patkainews4519
    @patkainews4519 Před 3 lety +59

    অতি দুখৰ খবৰ আমাৰ বাবে

  • @phatiknandanrabha6679
    @phatiknandanrabha6679 Před 3 lety +2

    তেখেতৰ কণ্ঠৰ চিৰসেউজীয়া গীতবোৰ শুনি থাকোতে আজি মনটো সেমেকি গল।তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।আধৰুৱা কাম বোৰ কৰি তেওঁক সদায় চিৰস্মৰণীয় কৰি তোলক অজস্ৰ গুণমুগ্ধই।

  • @debapriyomusical.7417
    @debapriyomusical.7417 Před 3 lety +9

    অসমীয়া সংগীতজগতৰ এগৰাকী বিশিষ্ট বলিষ্ঠ কণ্ঠশিল্পী আমি হেৰুৱাই দিলোঁ 😭

  • @chinmoywailung2418
    @chinmoywailung2418 Před 3 lety +8

    So sad news, best female Bihu singer of Assam ❤️❤️RIP

  • @padumitalukdar6621
    @padumitalukdar6621 Před 3 měsíci +1

    চৰণেহে জানে মৰণৰ ঠাই।তেওঁ জনা নাছিল মৰণ আহিছে বুলি।যতে আছে শান্তিত থাকক।❤🎉🎉🎉🎉🎉

  • @dimpiranisarma451
    @dimpiranisarma451 Před 3 lety +43

    তেওঁৰ কণ্ঠত যাদু আছে।তেওঁৰ বিদেহ আত্মাই শান্তি পাওক।

  • @rupalibhuyan8075
    @rupalibhuyan8075 Před 3 lety +2

    গাণটো শুনোতেই ফুপাই থকা যেন লাগিছিল। বহুত বেয়া লাগিল ।ওম শান্তি 🙏

  • @bhargabdas6848
    @bhargabdas6848 Před 3 lety +5

    ভিতালী বা আত্মাৰ সদগতি কামনা কৰিলো নেদেখা জনৰ ওচৰত।

  • @pabitratamuly8982
    @pabitratamuly8982 Před 3 lety +4

    বহুত বেয়া লাগিল। সজাগ হওক ৰাইজ।

  • @Bishalbaruah7889
    @Bishalbaruah7889 Před 3 lety +5

    বহুত দুখ লাগিছে, অসমবাসীৰ বাবে এক অপুৰণীয় ক্ষতি l. তেখেতৰ বিহু গীতবোৰ চিৰযুগমীয়া হৈ ৰব l জুবিন গাৰ্গৰ লগত গোৱা সেই... কিনো চাৱনিৰে চালা মোক ঐ, তই নাগিনী নে নগাচাঙৰ আদি অগনন গীত আমাক উপহাৰ দি গৈছে, তেওঁৰ গীতবোৰৰ মাজতে চিৰদিন অসমবাসীৰ বুকুত জীয়াই থাকিব l

  • @asen8165
    @asen8165 Před 3 lety +36

    বহুত বেয়া লাগিছে। তেওঁৰ গান সদায় শুনি থাকিম। RIP

  • @Rupnayan135
    @Rupnayan135 Před 3 lety +1

    বুকুখন কপি উঠিল তোমাৰ আকস্মিক বিয়োগৰ বাতৰি পাই।বিহুতলী কপাই তোলা ভিতালী জনী আমাক এৰি গুছি গলা।দুৰৰ পৰা তোমাক এটি সেৱা জনালো ভিতালি🙏 তোমাৰ আত্মাৰ চিৰশান্তিৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো🙏🙏🙏

  • @santoshborah6757
    @santoshborah6757 Před 3 lety +52

    বিহু বন্ধ কৰক । জীৱনৰ ঘোৰি নাহে বিহু আহিয়েই থাকিব । বহু দুঃখিত ।😭😭

    • @minakshikumaridekamorigaon1668
      @minakshikumaridekamorigaon1668 Před 3 lety +5

      Thik kotha koise

    • @m..d5627
      @m..d5627 Před 3 lety +3

      Right..

    • @rajibprakashboro2805
      @rajibprakashboro2805 Před 3 lety +3

      সচা কথা । বন্ধ হব লাগে। সংবাদ মাধ্যমেও প্ৰচাৰ বন্ধ কৰিব লাগে।

    • @dilipbiswas6046
      @dilipbiswas6046 Před 3 lety

      মোৰ মতে বিশু বন্ধ কৰিব নালাগে ।S O P মানি কৰিব লাগে

    • @santoshborah6757
      @santoshborah6757 Před 3 lety +1

      @@dilipbiswas6046 আপোনাৰ গাত বিহু কি লাগিয়ে আছে যেন লাগিছে । বিহু পাতিব মন কাৰ নাযায় বিহুত কৈ আপোনাৰ জীৱন সুৰু নহয় । কৰুনা যাব দিয়ক যিমান মন যায় সকলোৱে মিলি বিহু পাতিম ।

  • @farmingasjeevika763
    @farmingasjeevika763 Před 3 lety +3

    বহুত দুখৰ খবৰ, তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, ওঁম শান্তি😭

  • @mintudas404
    @mintudas404 Před 3 lety +2

    বহুত বেয়া লাগিল বাইদেউ খবৰটো পাই তেখেত আত্মাই চিৰ শান্তি লাভ কৰক 😭😭😭😭😭😭

  • @jaminidas1266
    @jaminidas1266 Před 3 lety +2

    বাল্য কালৰ পৰাই বাইদেউৰ গীত শুনিছিলোঁ। জুবিন দা আৰু ভিতালি বাৰ সেই পুৰণি গীত বোৰ শুনি, আজিও নষ্টালজিক হৈ পৰো।
    তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ব্যক্ত কৰিছোঁ।।

  • @sanjibkashyap5646
    @sanjibkashyap5646 Před 3 lety +9

    ভিটালী বা আৰু নাই। অপূৰণীয় ক্ষতি অসমীয়া সংগীত জগতৰ । ঔম শান্তি🙏🙏🙏

  • @manalishadas2421
    @manalishadas2421 Před 3 lety +14

    খবৰটো শুনি বহুত দুখ পাইছো 😢 তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো 😢😢🙏🙏 .. we miss you mam❤

  • @jaanboruah8680
    @jaanboruah8680 Před 3 lety +15

    খবৰটো পাই বহুত বেয়া লাগিছে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ।
    ভিতালী বাৰ অবিহনে জানমণিৰ বিহু গীত কেইটাও আজিৰ পৰা আধৰুৱা হৈ ৰব । যাৰ কন্ঠই জানমণিক চিৰসেউজ কৰি ৰাখিছিল । জুবিন দা আৰু ভিতলী বাৰ কন্ঠত জানমণিৰ বিহু গীত কেইটাইও প্ৰাণ পাই উঠে । যাৰ উচ্চ কন্ঠত প্ৰতিটো গীতত নতুন মাদকতা দিয়ে সেইগৰাকীয়ে আছিল ভিতালী দাস বা ।

  • @bananisarma1636
    @bananisarma1636 Před 3 lety +8

    তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো

  • @rabingogoi4636
    @rabingogoi4636 Před 3 lety +5

    অকল কৰ'না কৰ'না বুলি মিছাকে বাতৰি পৰিবেশন নকৰিব প্লীজ । ভিতালী বা বৰআত্মাই সদগতি লাক কৰক যেন তাকে কামনা কৰিলো ।

    • @mashemunda2745
      @mashemunda2745 Před 3 lety

      Aapuni ki bujabo bisarise..apunar murt rajniti etiyao aku loga nai n..mori jaok apunar nisina manuh..

  • @smritiboruah7138
    @smritiboruah7138 Před 3 lety +9

    তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ

  • @Luitporiyafoodifytraveltastic

    ভিতালী বা ৰ অকাল মৃত্যুত বহু মৰ্মাহত হলোঁ। অসমৰ সংস্কৃতিক জগত খ‌নৰ লগতে অসমবাসীৰ বাবে এটি অপুৰনীয় ক্ষতি। তেখেতৰ বিদেহী আত্মাৰ সৎগতি কামনা কৰিলো।
    ॐ শান্তিঃ

  • @digantasaikia394
    @digantasaikia394 Před 3 lety +10

    তেখেতৰ আত্মাৰ সদগতি কামনা কৰিলো।

  • @manjulpathak4182
    @manjulpathak4182 Před 3 lety +1

    আমাৰ ৰাজনৈতিক নেতা বোৰ কেতিয়া মৰিব? ইহঁত বোৰ মৰিলেহে ভিতালী বাক শ্ৰদ্ধাঞ্জলি জনাম

  • @hemantasensuwa4435
    @hemantasensuwa4435 Před 3 lety +32

    ভিতালী বা ৰ বিদেশী আত্মা ই যেন সদগতি লাভ কৰে 😥

    • @roypallabkumar
      @roypallabkumar Před 3 lety +1

      বিদেশী নে বিদেহী কোনটো?

    • @hemantasensuwa4435
      @hemantasensuwa4435 Před 3 lety +1

      @@roypallabkumar sorry... Spelling Tu vul hoi gol.... Bidehi hobo lagisil....

    • @roypallabkumar
      @roypallabkumar Před 3 lety

      একো নাই এডিট কৰি দিয়ক ডাঙৰীয়া ।

  • @krishnahazarika6391
    @krishnahazarika6391 Před rokem

    Bahut dukh lagil.... Vitali ba ni bisakh nahoi...eman hundor kantho nulabo ketiao 🙏

  • @sewaligohain5043
    @sewaligohain5043 Před 3 lety +26

    বিদেহী আত্মাৰ সদগতিৰ কামনা কৰিলো🙏🙏🙏

  • @navarunmusical9830
    @navarunmusical9830 Před 3 lety +25

    প্ৰিয়ংকা ভৰালীয়ে চাই আছেনে নিউজটো?? তেওঁৰ এইবাৰ ৰাতিপুৱালৈকে অনুষ্ঠান কৰাৰ বৰ মন আছিল। কিয় ১১বজাতে সামৰিব লাগে মেডিয়াৰ আগত প্ৰশ্ন কৰিছিল।।

    • @pallabkalita3153
      @pallabkalita3153 Před 3 lety

      Priyanka ajoni faltu hoi....aji Bhitali ba amar majot nai....aya bohu dukhor kotha....bohut dukh paisu...priyankai aibur ki bujibo....tai kak ketia kenekoi Suma dibo lage seitu kintu bhal dore Jane...moi bhoi nokoru...karon sotyat thakile bhogobanoku bhoi nokoru...aru kun Priyanka....tair dusto soritror kotha amar bhal Dore jona ase....Bhitali baar bidehi atmai siroshanti paok...Om Shanti...

    • @rashukantadas9183
      @rashukantadas9183 Před 3 lety +1

      যিকোনো উৎসৱ অনুষ্ঠান আহি থাকিব: ::::কিন্তু :এটা অমূল্য জীৱন আমাৰ মাজৰ পৰা গুচি মাজৰ পৰা গুচি গ'ল ::::::সেয়া আমি কেতিয়াও ঘূৰাই নাপাম:::ভিতালী দাসৰ অকাল বিয়োগত অতিকে মৰ্মাহত হৈছো:::তেওৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।

  • @pranjitdeka7452
    @pranjitdeka7452 Před 3 lety

    Eman dhunia mat 2 aji kot herai gol ....miss u ba

  • @parthapratimdas8426
    @parthapratimdas8426 Před 3 lety

    আজি মনত পৰিছে তুমি বিহু গোৱা মঞ্চত, আমি জপিয়াই জপিয়াই নাচো তলত ! কি যে এক অনাবিল আনন্দ ! আজি তুমি আমাক কন্দুৱাই গুচি গ'লা ভিটুবা !কবলে ভাষা নাই 😭😭😭😭 ! এগৰাকী শিল্পীৰ মৃত্যুুৱে জাতিটোৰেই এক অপুৰনিয় ক্ষতি কৰে ! তোমাৰ আত্মাই সৰগত বাঁহ লওঁক !

  • @rulizxz9901
    @rulizxz9901 Před 3 lety

    Xosake bohut dukh lagise kotha 2 gom pai😭😭😭Teur aatmai siro xanti pauk🙏🙏

  • @ankitaborah3072
    @ankitaborah3072 Před 3 lety +1

    তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক🙏। আজি তোমাৰ বিদাই বেলাত ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা। তোমাৰ গীতৰ লগতে তোমাৰ শেষ বাক্য কেইটা আজিও কাণত বাজি আছে,😭😭😭। ওম শান্তি🙏

  • @NirmolRay118
    @NirmolRay118 Před 3 lety

    বহুত দূখ লাগিল।

  • @janmonidutta9276
    @janmonidutta9276 Před 3 lety

    Ati dukhor khbor amar babe bhut hundor kontho herai gol amar major pora 😭😭😭😭😭😭

  • @rupakhazarika9010
    @rupakhazarika9010 Před 3 lety +1

    যাদুকৰী কণ্ঠৰ গৰাকী ভিতালী বাৰ আত্মাই সদগতি লাভ কৰক।🙏🙏

  • @rekhadsarmah4287
    @rekhadsarmah4287 Před 3 lety

    ভিতালী তোমাৰ গান তোমাৰ দৰদী কন্ঠ সদায় সোঁৱৰণী হৈ আমাৰ মাজত থাকি যাব। নিষ্ঠুৰ নিয়তি য়ে তোমাক অকালতে আমাৰ মাজৰ পৰা
    লৈ গলেও তুমি আকাশৰ এটি উজ্জ্বল তৰা হৈ ‌ চিৰদিন জিলিকি থাকিবা।

  • @purabidas7130
    @purabidas7130 Před 3 lety

    গানটো শুনি মনটোত বেচি দুখ পালো ভিতালী বা...R.I.P. বা

  • @purabidas2186
    @purabidas2186 Před 3 lety +1

    তেখেতৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰিছো...🙏🙏🙏....ওম শান্তি...

  • @manuarahazarika3510
    @manuarahazarika3510 Před 3 lety +1

    মৃত্যু এনেকৈয়ে আহে। তেখেতৰ বিদেহী আত্মা সদগতি কামনা করিলো।

  • @bituldowarah6336
    @bituldowarah6336 Před 3 lety

    প্ৰথম গীত শুনিবলৈ লোৱা দিনৰ পৰাই মই ভিতালি বাৰ গীত শুনি আহিছোঁ।।।তেওঁৰ কণ্ঠ এতিয়াও মোৰ কাণত ।।যিমানবোৰ বিহু গান মই ইতিমধ্যে শুনিছোঁ তাৰ সৰহ সংখ্যক গীতত কণ্ঠদান নিগৰাইছে ভিতালি বায়ে।।বিহু যেন তেওঁৰ মাততহে প্ৰাণ পাই উঠে।।।তেওঁৰ বিদায়ত আজি মৰ্মাহত।।।তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।।।তাৰেই কামনাৰে।।।।।

  • @TheMadhujya
    @TheMadhujya Před 3 lety

    চিৰ যুগমীয়া কৰি ৰাখিম, আপোনাৰ এই সৃষ্টি।

  • @monujhazrika4189
    @monujhazrika4189 Před 3 lety

    বহুত দুখ লাগিছে আপোনাৰ চিৰ শান্তি কামনা কৰিলো

  • @billalmixton570
    @billalmixton570 Před 3 lety

    Bohut Dukh lagil khobor to huni

  • @mamonscreator9939
    @mamonscreator9939 Před 3 lety +1

    বৰ দুখ লাগিল। গানটো শুনি চকুপানী ৰাখিব নোৱাৰিলো।

  • @pranjoldutta7038
    @pranjoldutta7038 Před 3 lety

    কিযে মনোৰম গীত ‌বাঃ সুন্দৰ 💕 বা আপোনাৰ ‌আত্মাই চিৰশান্তি ‌লাভ কৰক ❤️

  • @niranjanaraj5300
    @niranjanaraj5300 Před 3 lety

    খবৰটো শুনি মনটো ভাগৰি পৰিছে ।
    ভিটালী বা আপুনি আমাৰ পৰা আঁতৰি গ'লেও আপুনি আমাৰ মনৰ মাজত সদায়ে
    জিলিকি থাকিব । আপোনাৰ আত্মাই যেন শান্তি পায় তাৰেই কামনা কৰিলো ।

  • @dipankarchangmaiaxom1299

    জানমণি বুলি ক'লে ভিতালী বা ৰ কন্ঠলৈ বৰকৈ মনত পৰিব

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Před 3 lety +3

    বহুত দুখ প্ৰকাশ কৰিছোঁ । তেখেতৰ বিদেশী আত্মাৰ শান্তিৰ কামনা কৰিলো।🙏🙏🙏

  • @sehnazahmed4923
    @sehnazahmed4923 Před 3 lety

    বহল মনর দরদি কন্ঠর গাযিকা গরকীক হেরুবাই বর মর্মাহত হলো । তেখেতর বিদেহী আত্মার শান্তি কামনা করি ভগবানর ওচরত প্রার্থ্না করিলো ।

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 Před 3 lety

    বাইদেউ আত্মাই চির শান্তি লাভ করক

  • @kbhassam4066
    @kbhassam4066 Před 3 lety +1

    Bhagawanok xewa jonaisu . Vitali baideu Jen akow Janam loi . Vitali baideur jadukori kanthoi aru Jen jonom loi .apunar atmai xanti lav korok. Apunar smriti Amar xomajot jiai thaki amar projonmo apunar dore ejon Xu nagorik hoi .

  • @kishorbiswakarma2464
    @kishorbiswakarma2464 Před 3 lety

    love you vitali ba ❤️❤️❤️❤️❤️❤️❤️❤️ ,

  • @barnalidebi2897
    @barnalidebi2897 Před 3 lety

    আপোনাৰ বিহু গান ময় খুব ভাল পাও আজি আপোনাৰ বিয়োগৰ খবৰ পায় দুখ পালো

  • @cricketupdatestoday7964

    God bless you Vitali baido.

  • @fankeygohain9740
    @fankeygohain9740 Před 3 lety

    😭😭bohut dhukh paisu....

  • @mondirabezborah9457
    @mondirabezborah9457 Před 3 lety

    Veetali Ba ! biddehi aatmai jen hodgoti pawk .🙏🙏🙏

  • @mamatakhanam5320
    @mamatakhanam5320 Před 3 lety

    Ufffff... Bor dhukh palo o kbr tu paai!! RIP vitali baa... Jotai thaka hukhot thka

  • @zeropower9282
    @zeropower9282 Před 3 lety +1

    Ram krishno

  • @pritambezbaruah9842
    @pritambezbaruah9842 Před 3 lety

    Vagabane mangal korok baa Rip bahut miss korim tumak baa

  • @dipabharali1115
    @dipabharali1115 Před 3 lety

    ভিতালী বাৰ গান শুনিলে শুনি থাকিবলৈ মন যায়

  • @funnycomedyvideos4558
    @funnycomedyvideos4558 Před 3 lety

    বহুত দুখ লাগিছে,তেখেতৰ আত্মাৰ শান্তি কামনা কৰিলোঁ

  • @rihansaikia6243
    @rihansaikia6243 Před 3 lety +2

    Today we all Assamese people had lost an idle of Assamese culture ...So sad ...May God bless Bhitali baa...in Heaven ...

  • @i.simon0
    @i.simon0 Před 3 lety

    😭😭he bhogoban apuni teok jote rakhe bhal dore khukhere rahkibo please 🙏🙏🙏🙏😭😭

  • @akhilbhoirabofficial5454

    ভিতালী বা 🙏😥😥😥😥

  • @itsmedipon8370
    @itsmedipon8370 Před 3 lety +1

    তেওঁৰ আত্মাই শান্তি পাওঁক💞💞💞💞😢😢😢😢

  • @taralikeot7017
    @taralikeot7017 Před 3 lety +1

    Bohut bea lagisil baideu apuner atmai santi pauk RIP

  • @probinbora3830
    @probinbora3830 Před 3 lety

    Good beles you thank s

  • @tikludas3222
    @tikludas3222 Před 3 lety +1

    Bohut dukh palu

  • @dhrubachoudhury8030
    @dhrubachoudhury8030 Před 3 lety +1

    🙏🙏🙏Om shanti.

  • @axonkowshikgamer613
    @axonkowshikgamer613 Před 3 lety

    ভিতালী বা তুমি সদায় আমাৰ মাজত জিয়াই থাকিবা । তুমাৰ গীত বোৰ আমাৰ মাজত সদায় অমৰ হৈ ৰব । তুমি যতে আছা আমাৰ প্ৰতি সু দৃষ্টি দিবা । তোমাৰ আত্মাই চিৰ শান্তি পাওক

  • @khargerajbongshi9748
    @khargerajbongshi9748 Před 3 lety

    ইয়াতে গম পোৱা গলযে ,,, অসমৰ গোটেই ৰাইজে সমবেদনা জনাই যে জানো,,,মতামতৰ গোটেই খিনি ৰাইজৰ ,,,,,

  • @bindassbitupon_official
    @bindassbitupon_official Před 3 lety +1

    Xosai,... bhobai nasilu ....... i am unespected

  • @basumatigorh1828
    @basumatigorh1828 Před 3 lety

    Bidehi atmer sadgoti kamona korilu🙏🙏🙏

  • @Hazarika-oe7fp
    @Hazarika-oe7fp Před 3 lety

    আপোনাৰ পৰম আত্মাই চিৰশান্তি লাভ কৰক বাইদেউ 🙏🏻❤️

  • @angeltasmin3297
    @angeltasmin3297 Před 3 lety

    ai.....hei...... axom bakhir babe bohut dukhor khobor gutei axom bakhi a agoraki hu prokhiddho mohan jonopriyo kontho hilpik heruai bor dukh paisu tekhetor atmai jate siro hanti lav korok tarei kamona korilu 🙏🙏🙏

  • @parinitasarmah6477
    @parinitasarmah6477 Před 3 měsíci

    Miss u ba

  • @kalpakrishnadas2045
    @kalpakrishnadas2045 Před 3 lety

    Miss u Bhitali ba.....RIP..

  • @dimpideka5660
    @dimpideka5660 Před 3 lety +1

    Bhut dukh palu xuni....😥😥😥RIP...😭😭😭

  • @monalishadutta5860
    @monalishadutta5860 Před 3 lety +1

    So sad Rip Bor dukh lagila NEWS 2 pai. Bidahi atmai hanti pauk 😭😭😭🙏🙏🙏

  • @mrinalkalita1487
    @mrinalkalita1487 Před 3 lety

    Rip😭😭...jot ase vale thakok...apuni xadai amor hoi rbo apunar xhristire..

  • @bhargobikalita4209
    @bhargobikalita4209 Před 3 lety +1

    Bhoot bea lagise

  • @rajumonibaruah6865
    @rajumonibaruah6865 Před 3 lety +1

    বৰ দুখ লাগিল৷ভাবিবই নোৱাৰি

  • @bibhascreation3207
    @bibhascreation3207 Před 3 lety +3

    Bahut dukh lagil