গান গাবলৈ মন নাই! মঞ্চৰ পৰা নামি গ’ল জুবিন

Sdílet
Vložit
  • čas přidán 28. 02. 2023
  • অনুষ্ঠান পৰিৱেশনৰ বাবে শিৱসাগৰলৈ আহিও মঞ্চৰ পৰা গীত পৰিৱেশন নকৰাকৈয়ে নামি গ’ল জুবিন গাৰ্গ। গান গাবলৈ বোলে মন নাই জুবিনৰ। বহু বুজাই বঢ়াই জুবিনক উদ্যোক্তাই পুনৰবাৰ মঞ্চলৈ আনিলে কিন্তু মাইক্ৰফোনত ভেজা দি এটা গান গাবলৈ চেষ্টা কৰি গান গাবলৈ মন নাই বুলি পুনৰ নামি গ’ল মঞ্চৰ পৰা।
    #zubeengarg
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Komentáře • 747

  • @assamcomady9785
    @assamcomady9785 Před rokem +113

    জুবিন দাক যিসকলে ভাল পাই লাইক কৰা

    • @lalitabora912
      @lalitabora912 Před 8 měsíci +2

      Xonmaniya Baideyu Sir Nomoste nomoste nomoste Dr Xonget Xurjya Best Cook Women Most Beauty Ful Most Beaty Ful Most Beauty Full

    • @SimantaKakati-mp3vp
      @SimantaKakati-mp3vp Před 3 měsíci +2

      মই ভাল নাপাও

  • @lakhyajitsonowal2135
    @lakhyajitsonowal2135 Před rokem +28

    মোৰ মতে... যি কেইজন মানুহে জুবিনদাক বেয়া পায় ন...সেইকেজন মানুহে দাদাৰ কোনো ভিডিও,ফটো,গীত,বজাব বা ফোনত ৰাখিব নালাগে চিধা কথা😊মানুহজনক ইমান বেয়া ব্যৱহাৰ কৰি...সেই মানুহজনৰ গীত শুনাৰ যোগ্য নহয় সেইবোৰ মানুহ।
    ❤জয় জুবিন দা❤

    • @bhargabblack1284
      @bhargabblack1284 Před 11 měsíci +1

      Love you Zubeen daa 🥰🙏

    • @bhargabblack1284
      @bhargabblack1284 Před 11 měsíci +5

      Zubeen daa r নিচিনা আৰু আমি এই জনমত কেতিয়াও নাপাওঁ

    • @jakirgamingyt7094
      @jakirgamingyt7094 Před 3 měsíci

      এটাও থাকিব নোৱাৰে

    • @SimantaKakati-mp3vp
      @SimantaKakati-mp3vp Před 3 měsíci +2

      মই শুনিয়ে পোৱা নাই আৰু নুশুনো

  • @abhijitgogoi000
    @abhijitgogoi000 Před rokem +79

    পৰিস্থিতি সাপেক্ষে মানুহৰ মন বোজা উচিত। প্ৰতিজন ব্যক্তিয়ে কিবা ভূল পথ বাছি লোৱাৰ আঁৰত আৰু কিছুমান দুখ কষ্ট থাকে যাক সেই পৰিস্থিতিৰ পৰা ওভটাই অনাটো ভগৱানৰ বাহিৰে আন কাৰো ওচৰত ক্ষমতা নাথাকে। তেওঁ মদ খাই বা নিজৰAttitude ক লৈ এনেকুৱা কৰিছে বুলি ক'ব নোৱাৰি, গতিকে তেওঁ এনেকুৱা কাম কৰাটো উচিত অনুচিত বিচাৰ কৰা আগত অসমৰ গৌৰৱ তথা জনপ্ৰিয় গায়ক এজনে এনেকুৱা কাম কিয় কৰিব লগা হ'ল তাক বিচাৰ কৰা উচিত বুলি মই ভাবো।
    মনৰ কথা প্ৰকাশ কৰোতে যদি কিবা ভূল হৈছে আঙুলিয়াই দিয়াৰ লগতে সুধৰাই দিব বুলি আশা ৰাখিলোঁ।❤️🙏

    • @bijoypegu5262
      @bijoypegu5262 Před rokem +1

      I aggre 👍👍👍👍👍

    • @assamrhinoff6972
      @assamrhinoff6972 Před rokem

      Gus njwaar pora janu kiba rasta asel??? Tar... Emn tokat loi anise public joma huise... Mod Tu kom khai ahbo lgsl

    • @Manalisha2.0
      @Manalisha2.0 Před rokem

      @@assamrhinoff6972 তেখেতে এইবাৰ এই যে সুৰা পান কৰি আহি প্ৰগাম কৰিছে তেনে নহয় অতীতৰ পৰা এনেকৈ এই তেখেতে অনুষ্ঠান কৰি আহিছে💝 এজন ব্যক্তিৰ জীৱনত কৈ কোটি কোটি টকা ডাঙৰ হ'ব নোৱাৰে, মানুহ জনৰ অলপ বয়স হৈছে শৰীৰ টোৱে টানিব নোৱাৰা হৈছে হ'লে ও কিন্তু তেখেতে আমাক লগ এৰা নাই প্ৰতিটো ক্ষেত্ৰত আমাৰ সোনালী অসম খনৰ কাৰণে অলেখ বৰঙনি আগবঢ়াই আহিছে তেখেতে কিয় অনুষ্ঠান স্হগিত ৰাখিলে তাৰ আৰৰ কাৰণটো চাই হে কথা কব যি টি কৈ নিদিব এজন ব্যক্তি ৰ জীৱনৰ লগত টকা তুলনা নকৰিব ধন্যবাদ 👿

    • @lenasarma8918
      @lenasarma8918 Před rokem +1

      Thik koisai

    • @rahulboruah7471
      @rahulboruah7471 Před rokem +2

      @@assamrhinoff6972 sok tekhete agote ane kora nai ami agor video sale gom pam je khujr khele mele agoteu hoi moi bhabu tekhetor oinyo kiba tentionu hb pare n .tekhetok June bhal paisele sobei agolekeu bhal pai jabo.bhul hoise jode khyomaa korebo🙏joi Zubeen da🙏

  • @SIVSAGARAssam07
    @SIVSAGARAssam07 Před rokem +3

    নিজৰ ঠাই এদুখৰত আহি এনেকুৱা ব্যৱহাৰ কৰা টো ভুল। নিজৰ যি খিনি আত্ম সন্মান সেইখিনি অথলে যাবলৈ দিব নালাগিছিল আৰু সুৰাপান কৰাটো সাইস্থৰ পক্ষে ক্ষতিকাৰক। যি কি নহওঁক কিয় অনাগত দিনত এনে ভুল নকৰিব আৰু যি সকলে অনুষ্ঠান ভাগ উৎযাপন কৰিছে তেওঁ লোকক মনত দুখ নিদিব। শেষত জয় জুবিন দা।love you ❤️❤️

  • @deepjyotinath5255
    @deepjyotinath5255 Před rokem +3

    জয় জুবিন গাৰ্গ I love zubeen

  • @Upleving
    @Upleving Před rokem +44

    Aikarone zubeen da rock❤️❤️❤️

    • @shyamantakalita4970
      @shyamantakalita4970 Před rokem +2

      Amar tate eibar stage program eta ase . Take bhabisu modahi matu ne bhanguri matu

    • @Upleving
      @Upleving Před rokem +1

      @@shyamantakalita4970 bajet kimanr 10/20 hejarot haibelak a paba 😂😂😂

  • @monikumar1724
    @monikumar1724 Před 9 měsíci +2

    Love you zubeen da গাবলৈ মন নাই নাই আৰু নগাও ako

  • @vinodjoysowal9055
    @vinodjoysowal9055 Před rokem +5

    জুবিন দাৰ বিষয়ে কোনেও যাতে কোনো ধৰণৰ কটু মন্তব্য নকৰক আমাৰ বিনম্ৰ অনুৰোধ।
    অসমৰ তথা ভাৰতৰে সুউজ্জ্বল তৰা। অসমী আইৰ সূপুত্ৰ তেওঁ। তেওঁৰ উদাৰতা আৰু বিশালতা আমি গম পাওঁ। তেওঁক অপমান কৰা মানে অসমৰ আকাশক কৰা। সকলোৱে বুজিব লৈ চেষ্টা কৰিব, মানসিক আৰু শাৰীৰিক অসুস্থতাৰ বাবেই তেওঁ গান গাবলৈ অপৰাগ হৈ পৰিছিল ।( ক'ব নালাগে তথাপিও কৈছোঁ,.... মনত সকলোৰেই আছে আৰু আপোনা সকলোৱে জানে k k চাৰৰ
    সেই মঞ্চ program ।)
    তাৎক্ষণিক শাৰীৰিক মানসিক চাপে জুবিন দা মঞ্চ কৰিব নিদিলে । সেয়া কেৱল দাদাহে জানে। এয়া জুবিন দাৰ বাহাদুৰী বা দৰ্শক শ্ৰোতাক অপমান কৰা বুলি ভূলতো নাভাবিব।
    আমি তেওঁক ভালদৰে জানো...

    • @bhargabblack1284
      @bhargabblack1284 Před 11 měsíci

      আপুনি কথাষাৰ ঠিকেই কৈছে ❣️❣️❣️

  • @moonroy2889
    @moonroy2889 Před rokem +6

    Joi Zubeen daa💣❤

  • @Rihanhaque-fs6zr
    @Rihanhaque-fs6zr Před 3 měsíci +1

    Zubeen da Apuni gaan naga lao tabu o Apunaka vhal pau.I love Zubeen da.@MaYa ZiNdAgI@❤❤❤❤

  • @immanvlogs4554
    @immanvlogs4554 Před rokem +48

    Thank you Zubeen da gaaan nagale exam soli ase ...
    Ur a Legend❤️❤️❤️

    • @kalitakalita1437
      @kalitakalita1437 Před rokem

      Hmm vale korise

    • @Dayofmemories
      @Dayofmemories Před rokem

      তুমি Val ছাত্ৰ মদ nakhaba

    • @roonydeka6042
      @roonydeka6042 Před rokem

      🤣🤣🤣

    • @manashsharma7382
      @manashsharma7382 Před rokem

      Exam soly thika karone zubeeen da gaan gua nai vale a korishe aru manhua kintu kotha koy kintu zubeen gaan nagale val a paishu 🙏🙏❤️❤️

    • @manashsharma7382
      @manashsharma7382 Před rokem

      Yes absolutely right 👍▶️ always legend heart throub zubeen da ♥️💪

  • @medhilogichouse7859
    @medhilogichouse7859 Před rokem +49

    আজিৰ প্ৰজন্মৰ কিবা বোলে heart throb। কি হ'ব jubinৰ । ৰাইজ আৰু ভাষা নাই।

    • @natureover7360
      @natureover7360 Před rokem +8

      malua zubeen😂😂

    • @jaydeepbarman955
      @jaydeepbarman955 Před rokem +6

      Maloru zubeen😂

    • @pratapkalita8894
      @pratapkalita8894 Před rokem +1

      এইটো প্ৰথম নহয়। মদ খাই মঞ্চত উঠাটো তেখেতৰ স্বভাৱ

    • @deepkashyap2866
      @deepkashyap2866 Před rokem

      Hb bokasoda zubbenk beya kb kn ne 2y

    • @x3hell324
      @x3hell324 Před rokem +1

      Reply kora every single one.. who the fuck you are moina? Zubeen oha nai tumi roi axa Zubeen daar gaan hunibo

  • @kandarpanath4610
    @kandarpanath4610 Před rokem +5

    অসমৰ বিখ্যাত মদাহী ।।।

  • @Jioshorts-ec5fl
    @Jioshorts-ec5fl Před rokem +3

    জয় জুৱিন মদাহী ✊

  • @nirbandeka4017
    @nirbandeka4017 Před rokem +1

    Jai da Zubeen da........Love u Belsor

  • @chakrabortykartik9752
    @chakrabortykartik9752 Před rokem +50

    দেখিয়ে অনুমান লব পাৰি জুবিন দাৰ গা টো ভাল নহয়।
    ৰাইজে যেন বিষয় টোক বেছি সমালোচনা নকৰে।
    ঠিক এনেদৰে যোৱা বছৰত আমি KK sir ওক হেৰাইছিলো।
    Keep love him Don't forget the contribution he given to the Assamese culture 🙏

  • @bhaskarborah7873
    @bhaskarborah7873 Před rokem +6

    জুবিন দা সদায় জুবিনেই।কাকো খাটি নকৰে।।

  • @dasamal3312
    @dasamal3312 Před rokem +4

    Love You জুবিন দা ❣️

    • @QpQp529
      @QpQp529 Před rokem

      Ja Suma eta khaide

  • @simantaborgohain1459
    @simantaborgohain1459 Před rokem +1

    🥰Hartbet zuben da.... From sivasagar but ... Anekuwa korily vhl nlge zuben da🙏

  • @ranjulabora
    @ranjulabora Před 13 dny

    Manuhar katiab mon val nathakibow para ❤❤❤❤

  • @Mintu577
    @Mintu577 Před rokem +63

    মাল খাব লাগে। কিন্তু অলপ খাব লাগে। খোজৰ ঠৰ নাই।। জুবিন দাক সকলোৱে ভাল পাই।। কিমান কষ্টত প্ৰগ্ৰেম কৰিছে আৰু ৰাইজ বোৰেই কিমান মনত দুখ পাইছে।। ৰাইজৰ মনত বহুত দোষ দিলে জুবিন দাই😔

  • @x__6591
    @x__6591 Před rokem +17

    Zubeen da ❤️❣️ heartbeat 🥺💓🫁🫀

  • @alexx_rahmanmisbah2031
    @alexx_rahmanmisbah2031 Před rokem +65

    সন্মান দিলে সন্মান লব লাগে।
    মৰম দিলে মৰম লব লাগে।
    এইবোৰ ভাল নালাগে আচলতে।

  • @jphjoy8926
    @jphjoy8926 Před rokem +3

    Bhut vl paau zubeen da aapunak ❤️ aapunar protitu gane aamar majoloi aamak ntun jibon ati di diye ... Aapun gaan xuni a dangr hoisu 😊 aapuni aamar Maan 🥰 axomiya buli kole .. ya Ali rom rom jagi jaai ... Maya bini gaan tui jibon vl powa bor bujai diye ... Sila sila sila mn hsa koi xopon bor dithok kori uri jabo mn jaai ... Bt zubeen da aapuni aru ane nkribo jot program thake 🙏 bhut aakhare aapunar program Sam buli aakhare roi thake aapuna mukhe mukhe jn gaan gai protitu manuhe jibon r ntun rong aanibo bisare ... Bhutore aakha nirakga korile dada 😭 ... Love ❤️ you dada 😊ketiya ba jodi gaa beya thake mn vl nhoi din a phn kori jonai dibo ... Kone o aapunak beya napai 😊

  • @hemangaboruah6073
    @hemangaboruah6073 Před rokem +2

    Love u Zubeen da ❤️ aku nai hoi jai ketiyaba..

  • @lifehereandthere
    @lifehereandthere Před rokem +7

    মই শিৱসাগৰ বাসী, জুবিন জুবিনেই,,, গান গায় বা নাগায়,,, তেওঁৰ প্ৰতি আমাৰ মৰম নকমে,, গায়ক হল বুলিয়েই সকলো সময়তে গান গাবলে মন নাথাকিব পাৰে,,, তেওঁ মদ খাই সকলোৱে জানে,, মদৰ নিচাতেই তেওঁ আগতেও উৰে ৰাতি গান গাইছে,, এইখন field তে লৰাই বোকাত লোতুৰি পুতুৰি হৈ নাচিছে,, এদিন নাগালে নাই আৰু

  • @hengulia3203
    @hengulia3203 Před rokem +8

    Joi zubeen da ❤️

    • @Ishubaa
      @Ishubaa Před rokem

      Gela pani besi khai bisonaloi monot poril sage

    • @hengulia3203
      @hengulia3203 Před rokem

      @@Ishubaa he is my heart 💜❤️

  • @rujaminsultana1780
    @rujaminsultana1780 Před rokem +2

    Love u Zubeen da

  • @bolorambiswas3172
    @bolorambiswas3172 Před rokem +1

    Val lagil love you jubeen da

  • @user-uf2th4hj2d
    @user-uf2th4hj2d Před 2 měsíci

    ❤ jai zubeen daa i love you zubeen daa❤

  • @pritirekhabaishya9305
    @pritirekhabaishya9305 Před rokem +16

    LV u zubeen da....gaa beya habo o pare....mod kone nakhai, tat thoka 50% a mod khai ase.....okal mod a nahoi, gaa beya habo o pare

  • @Village.6
    @Village.6 Před měsícem

    I love you jubeen daa❤

  • @bijoymili805
    @bijoymili805 Před 3 měsíci +1

    Very good ZUBEEN DA

  • @sanjivnimbiswas9805
    @sanjivnimbiswas9805 Před rokem +1

    Mon beya ZG rocksss💕💕💕💕

  • @neelhagorvlogs2706
    @neelhagorvlogs2706 Před rokem +6

    Hoi tu tekhetr gaa tu beya u lagibo pare
    Tekhetu ajon manuh janeke manuhr ga beya lgile Kam kribo MN njai teneke teur mn najabo pare
    Zubeen da Hodai priyo❤️💕💕💕❤️

  • @jakirgamingyt7094
    @jakirgamingyt7094 Před 10 měsíci +7

    আপোনালোকে এতিয়া জুবিন দা ক বেয়া বেয়া কৈ আছে 😢 😢 কিন্তু যেতিয়া জংকী বাৰ নিছিনা জুবিন দা ক হেৰাবো তেতিয়া আপোনালোকে কান্দিব 😢😭😭😭

  • @bikashphukon-sr2xx
    @bikashphukon-sr2xx Před rokem +2

    Love you Zubeen daa

  • @NortheastExplorerRH
    @NortheastExplorerRH Před 2 měsíci

    শাৰীৰিক অসুস্থতাৰ বাবেও কেতিয়াবা গান গাব নোৱৰা হয়..... যিজন মানুহে কম বয়সৰপৰা ইমানখিনি সৃষ্টি কৰিলে সেয়া বুজাই বুজে 🙏

  • @suvamboro7225
    @suvamboro7225 Před rokem

    Zubeen da assam or hero gaan nalag kiba problem u thakibo pare no bemar u hobo pare zubeen dar i love you zubeen da❤apuni xodai mur bukut thakibo

  • @nomotheintrovert
    @nomotheintrovert Před rokem +1

    Joii Zubeen da🔥 exam hoi ase

  • @gangaramchetry2094
    @gangaramchetry2094 Před 11 měsíci +1

    Rock dada lv u

  • @babluh908
    @babluh908 Před rokem +65

    জুবিন গাৰ্গৰ সুৰ টো গুনক মানুহ তোক নহয়।।। ইমান বেছি মৰম দিলে এনেকুৱাই হয়।।। যোগ্য নহয় ইমান বেছি মৰমৰ এনেকুৱা ব্যৱহাৰ ।।অন্ধ ভক্ত সকলো বেছি ভাগ অনুৰাগী।।। মানিছো তেখেতৰ নিচিনা আন এজন কোনো হব নোৱাৰে তেখেতৰ নিচিনা গাব নোৱাৰে ।। Singer হে হয় তেখেত Artist ।। ইমান পাগল হৈ কি লাভ ।।এজন ব্যক্তিৰ হৈ, গান শুনক ।।। বাহিৰৰ artist বিলাক এনেকুৱা নহয়।।।অনুৰাগী মৰম বুজি পায় তেখেত সকলে।। মদ্যপান কৰিব এহুপা মান ।।কত গান গাব পাৰিব।।

  • @abdboss4276
    @abdboss4276 Před rokem +2

    Aituei hoic zubben da .....axomor roja hoi

    • @hindu8703
      @hindu8703 Před rokem

      Tur oxom khobor Roja hobo pare zubeen....amar oxomor Roja hol the lachit borphukan

    • @hammerroasters5703
      @hammerroasters5703 Před rokem +1

      ৰজাৰ ওচৰত প্ৰজাৰ ভেলুগুটি কমি গ'ল।😂

  • @adityaborah5120
    @adityaborah5120 Před 8 měsíci +1

    Love you forever zubeen da ❤

  • @Hindu_Facts_
    @Hindu_Facts_ Před rokem

    Adin gan nagale buli a nalage ane kuwa Zubeen Garg wah kya baat 👍👍

  • @rajubora3485
    @rajubora3485 Před rokem +83

    অনুৰাগী মুৰত উঠাই শেষ কৰিলে এইজনক
    মাল ডিঙি লৈকে খালে কেনেকৈ গাব

  • @nobita2k286
    @nobita2k286 Před rokem +11

    Depending upon the situations, it's important to understand people's mindsets. Often, behind a person's wrong choices, there are deep-rooted sufferings that only God has the power to resolve. Rather than attributing it to factors such as alcohol or attitude, we should first try to understand why a popular and proud singer from Assam would do such a thing before passing judgment on their actions.

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 Před rokem +1

    Zubeen da I vul Krise . Apunak Ami bahut vl pao ♥️❤️.

  • @dibyanganaborahsumkiborah7785

    Mahadev hoi porisil zubeen sir🙏🥺

  • @hirokjyotihaloi3371
    @hirokjyotihaloi3371 Před rokem +4

    Jodi HS exam aru HSLC exam r majot function pate tente kio gan gabo mon jabo .
    Joi zubeen da ♥️

    • @dibyanganaborahsumkiborah7785
      @dibyanganaborahsumkiborah7785 Před rokem +1

      Hoi diyok ....seikarone hoitu tekhete gan gabo mn nkrile....

    • @biswavlogs1673
      @biswavlogs1673 Před rokem

      Tur leura2 sudurvai

    • @biswavlogs1673
      @biswavlogs1673 Před rokem +1

      Anuragir moromei buji napai zubeen dai..mal khai thio hboi nuare kor pora gaan gabo paribo..kintu amar zubeen dar pagol anuragibur bule HS aru Hslc exam huar bbe nagale..oi pagl hott agreement krute date saisil nai ketiya program ase..tetiyai cancel kri dibo lgisil exam ase moi najau buli..Kiman manuh kiman anuragi kimn akhare baat sai asil j zubeen dai gaan gabo aru ami nasim..anuragir proti ki eku emotion ai nai ne zubeen dar

    • @hirokjyotihaloi3371
      @hirokjyotihaloi3371 Před rokem

      @@biswavlogs1673 kotha kobo Jodi xika nai ahibi mur tat tution koraii dim gali tur gharar manuhk dibi muk nohoii ,jatiya bhall dore xikhaii puwa naii toii tuk koi ki lav hobo agote school goii xiki aha manuhk bebohar keneke koribo lage

    • @biswavlogs1673
      @biswavlogs1673 Před rokem

      @@hirokjyotihaloi3371 Aikhar ktha tur hei zubeen dak kua j manuhor lgt kidore byobohar kra hoi..aru school toi ja tuk hee gyanor proyujon ase goru...nije sage ghur modahi toi n?? Poha huna nai..dangorok kneke ktha kbo lge horuk knekoi ktha kbo lage ghoror manuhe nihikale tuk idiot..mur usorole ahibi vlke gyan dim tuk understand

  • @jodujunakakashmusical266

    100 ta val kam korile ata beya kam korile aku nai aru aeitu aku bya km bulli nkw .
    Joy zubeen da ❤️

  • @parashmonibora7848
    @parashmonibora7848 Před rokem +56

    Zubeen dak ami cb a vl pw .kintu enkua km bur nkribo dada..apunar krnai hazar mnuh asll roi... Ktiaba mn nglau raij r krna krib logya hbo pre 🥲 hdai mrm ase 💘💘

    • @digantaray4573
      @digantaray4573 Před rokem +5

      Modaru manuka Val pabi toi✨
      Jia daal nohok kio e ajon Modaru drugy

    • @debarshikashyap8224
      @debarshikashyap8224 Před rokem +1

      @@digantaray4573 toi jubin dar nisina gaan gai dekha agote madarch# d 😠

    • @digantaray4573
      @digantaray4573 Před rokem

      @@debarshikashyap8224
      Makchudai dunikonot e Okla singer naki, ai madaru tu Tor nisna Manu hunibo Ami balo na hunu.

    • @biswanathbty5834
      @biswanathbty5834 Před rokem +3

      Drunkar

    • @jatendranathsaikia351
      @jatendranathsaikia351 Před rokem +2

      Modahik jail di dekhaok CM Sir.

  • @trinayangogoireelsandmugic4566

    Love you zubeen da

  • @hasanhadi2122
    @hasanhadi2122 Před rokem +2

    Feel for the people of Shivsagar

  • @renubordoloi6589
    @renubordoloi6589 Před rokem

    Joi zubeen da
    Emn bur val kaam korar pisotu matro ata vule go back buli siorise hosa kbo gole manuhe ata khubidha bisari thake manuhok tol peluaboloi
    Bt zubeen garg hoi amar mrm val pua hodai thakibo......

  • @jhingalala6333
    @jhingalala6333 Před rokem +5

    Zubeen dai kio mot khai nu♥️ 😓😢 joy zubeen da

  • @Nitul_yt
    @Nitul_yt Před 2 měsíci

    Bya lagil bht 🥲💔

  • @MontuSingh-fo8xs
    @MontuSingh-fo8xs Před rokem

    I love u zubeen da ..zubeen da gatu Val nhoi sage .....abosor gabo nuwarile ..nex bosor gan gabo ..i love zubeen da ..

  • @ndas9029
    @ndas9029 Před rokem +4

    মৰম আৰ ধনে ভালকৈ মুৰত ধৰিলে।

  • @PranabKakati-wk3kq
    @PranabKakati-wk3kq Před 2 měsíci

    Buja usit lv zg ❤❤

  • @mixtvne6684
    @mixtvne6684 Před 3 měsíci

    Moja

  • @kishore_doley
    @kishore_doley Před rokem +4

    I love you zubeen da

  • @debarumurah8432
    @debarumurah8432 Před rokem +14

    Function t ke exam bsi important,joy Zubeen da 👍

    • @onlinetipsandtricks164
      @onlinetipsandtricks164 Před rokem

      Program Tu arrange a kribo nlgisil tnke bhba hoi...

    • @trish5350
      @trish5350 Před rokem +1

      @@onlinetipsandtricks164 aro Xii gaan gam boli paisa lobao nlgisil

    • @kishordeka5582
      @kishordeka5582 Před 8 měsíci

      ​@@trish5350toi akoli diseli nki banori 😂

    • @trish5350
      @trish5350 Před 8 měsíci

      @@kishordeka5582 oi kukur tok matisu neki

    • @kishordeka5582
      @kishordeka5582 Před 8 měsíci

      @@trish5350 zubeen dar kotha beya ke, nakobi maksudai,set dl

  • @JamalJamal-xz4fq
    @JamalJamal-xz4fq Před rokem +1

    Zubeen Garg you will

  • @akumili8660
    @akumili8660 Před rokem +1

    Tikey korile zubin daa karubar tika loi tua nai nohoi hosake 👌🤞🤟

  • @iveehazarika3737
    @iveehazarika3737 Před 3 měsíci

    Good.❤🎉❤

  • @pranjaldas969
    @pranjaldas969 Před 8 měsíci

    Zubeen da king 👑👑

  • @anandarajbongshi8200
    @anandarajbongshi8200 Před 7 měsíci

    Mod khai nijok hekh korile teo nijoke.
    Zubeen ❤

  • @dhunubora6241
    @dhunubora6241 Před rokem +3

    Apuni jitu koi dada hetuye hobo..... Joi zubeen da ❤

  • @shivaroy2201
    @shivaroy2201 Před rokem

    Joi zubeen daa

  • @pinkusaikia5373
    @pinkusaikia5373 Před 7 měsíci

    Zubeen da khoday zubeen hoi rouk❤❤❤❤

  • @nayankalita8320
    @nayankalita8320 Před 4 měsíci

    Jai zubeen da love you ❤❤❤❤❤❤❤❤❤❤

  • @bikashgogoi5104
    @bikashgogoi5104 Před rokem +6

    Exam. Homoyot kihor function . Dada right . Dadai jiman khale u gan gai . 💕 Dada .

  • @manashsharma7382
    @manashsharma7382 Před rokem +2

    Zubeen da gaan nagau buki kole kyuo kole xaitu val dore janu lobo laghe ana Zubeen da ♥️💪 ji ti kotha kobo nalaghe kishumane nonsense buli koishe aru modahi buki koishile monot asse k.k kotha pura bharitor manhu majot dukhor dau pori goishile karon tu Jane sake k.k Haan nagau buki kua passitbo committee manhua ako loi goishile k.k Jodi zubeen da ♥️💪 nisina gaan nagau buki kole hoi tetya sake aji k k Basile hoi thik tenekua isto hoishile aru moy katiyao biswas nokoru je zubeen da ♥️💪 gaan nogia Kori Ari jabo Jodi raije zubeen da ♥️💪 iman val pai tenehole love you zubben da 💪♥️ Jai zubeen da buli kyo koy Kobo nalaghe bhitorot ata bahirot ata dekhabo nalaghe zubeen da beya Kori kua agote 10 bar bhavi dabo laghe aru zubeen da program adha poisa garibok diye xaibur bavibo laghe aru ji a nohok jodi ukhuk hoishe tenehole ati xonkale val hoi jabo aru Zubeeen da gaan nagale khub val Kam korishe aru advance toka passit je gaan gabo laghibo kotha asse niki tarmane bemar xole o gabo laghibo niki love you zubeen da ♥️💪 Jai zubeen da ♥️💪 all time favorite and always best for ever everyone 👋🌞❤️💖😎 God bless you 🙏🙏❤️ always and best wishes for future endeavors stay blessed 🙏🙏❤️❤️ stay happy 😊😊😊 and always keep smiling 😊😊❤️❤️ 🙏🙏🙏

    • @Dayofmemories
      @Dayofmemories Před rokem

      Soku Val k মিলি চা গা বেয়া ne kiba

    • @manashsharma7382
      @manashsharma7382 Před rokem

      News to a a fake hoi zubeen da aha nai sake ahike zubeen da gaan nogua Kori kstyao nathake 3 gaan coke i gale hoi 😆😅😆

  • @tot680
    @tot680 Před rokem

    Aji Mr gaan gaboli mon nai so nagao tqq so mush zubeen da 😁

  • @assamdeni3311
    @assamdeni3311 Před rokem

    Zubeen da ❤️💕

  • @BiswaJit-ft9vr
    @BiswaJit-ft9vr Před 7 měsíci

    Rock men❤😎🤟

  • @nitiskitchen4659
    @nitiskitchen4659 Před 3 měsíci

    হথাৎ হয়টো তেওঁৰ মনটো কিবা কাৰণত বেয়া হৈছিল।

  • @user-es7pf5nl6r
    @user-es7pf5nl6r Před 2 měsíci +1

    জুবন দাদা গা বেয়া 😆😆😆😆😆😆😆😆

  • @deepjyoti5917
    @deepjyoti5917 Před rokem +45

    Zubeen da always legend

  • @advlog8244
    @advlog8244 Před rokem

    Zubeen da ata nomuna manhu ami kosto kri jau teur gan saboloi teur aru ahi kine lebel dekhai gusi jai

  • @jatinteamjatinrabha7471
    @jatinteamjatinrabha7471 Před rokem +2

    Love from jatin Rabha worldwide book of record lover Zubin sir❤❤

  • @ankitakalita5742
    @ankitakalita5742 Před rokem

    Luv uuuuu

  • @srihirakdas2392
    @srihirakdas2392 Před měsícem

    ❤❤❤

  • @deepjyotihandique9915
    @deepjyotihandique9915 Před rokem +10

    Political ভণ্ডামি দেখি সকলোৱে মন ভৰি গৈছে। আৰু মন নাথাকিলে বেছি যোৰ দিব নালাগে । সুস্থ হৈ উঠক।

  • @bodoassameseyoutuber4357

    Zubeen Da provhu amar karone gwa nogua Zubeen dar kotha tat manhu bor koi ako lavh nai😊

  • @AssamBoy-lx4en
    @AssamBoy-lx4en Před rokem

    Love you zuben daa

  • @SimantaKakati-mp3vp
    @SimantaKakati-mp3vp Před 3 měsíci

    জয় জুবিন দাল মদাহী

  • @adityaborah5120
    @adityaborah5120 Před rokem

    Joi zubeen da

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 Před rokem +5

    জুবিনে গাঁওলীয়া 8 PM খাই দিলে বোধহয়....😉

  • @user-eb5et9uu3w
    @user-eb5et9uu3w Před 9 měsíci

    God ❤❤❤❤❤❤🎉🎉🎉

  • @ritukalita3670
    @ritukalita3670 Před 3 měsíci

    I ❤️ you Zubeen Garg

  • @entertainmenthub4596
    @entertainmenthub4596 Před rokem +5

    Joy Zubeen Da❤️

  • @mudukirani1935
    @mudukirani1935 Před rokem

    Kamrup lagend zuben da

  • @jintuzg2566
    @jintuzg2566 Před rokem +5

    joi zubeen da❤

  • @MritynjayKashyap
    @MritynjayKashyap Před rokem +1

    Love you ZG...Take care of yourself ❤ mayeksuda keitamane besi kori ase honmukhot puwa hole ghusiyai mukh bhangi dim

  • @user-lj9pi8ki4f
    @user-lj9pi8ki4f Před 8 měsíci

    Joy zubeen da ❤❤❤❤

  • @purnakantanath5538
    @purnakantanath5538 Před rokem +40

    জুবিন দা গায়ক হল বুলিয়ে সকলো সময়তে গান গাব নেকি....💕
    আমি জানো সকলো কাম সকলো সময়তে কৰিব পাৰোঁ? কেতিয়াবা আমাৰো মন নাযায় নহ....
    Zubeen da always a 🌟...

    • @shyamantakalita4970
      @shyamantakalita4970 Před rokem +2

      Hoine bupai. Nokou dia aru. Hahi uthise

    • @mitalimomivlogs
      @mitalimomivlogs Před rokem +1

      Toi aslte bsi pgl

    • @nobita2k286
      @nobita2k286 Před rokem +1

      Joy Zubeen Da

    • @mohanbhai1891
      @mohanbhai1891 Před rokem +2

      জুবিন দা STAR ⭐ নহয়,MOON🌕 হয়!
      জয় জুবিন দা❤✊

    • @ranjibborah3274
      @ranjibborah3274 Před rokem +2

      পিছে টকা লৈ মদ খাই মাতাল হৈ stage ত চেহেৰা দেখুৱাবলৈ আহিছিল নেকি?

  • @amarchanmili
    @amarchanmili Před rokem +3

    Jai zubeen daa

  • @nobita2k286
    @nobita2k286 Před rokem

    Joy Zubeen Da🔥