মোৰ দুখ লাগিছে আজি যোৰহাটৰ নিচিনা সমষ্টি এটাত আমি হাৰিছোঃ মৃণাল শইকীয়া

Sdílet
Vložit
  • čas přidán 3. 06. 2024
  • মোৰ দুখ লাগিছে আজি যোৰহাটৰ নিচিনা সমষ্টি এটাত আমি হাৰিছো। গৌৰৱ গগৈক বিজয়ৰ অভিনন্দন জনোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ খুমটাইৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ। চাওক আমাৰ এক প্ৰতিবেদন।
    #PratidinTime #LokSabhaElections2024 #Elections2024 #VoteCounting #ElectionResult #MrinalSaikia

Komentáře • 671

  • @AAMIRKHANAHANAOFFICIAL
    @AAMIRKHANAHANAOFFICIAL Před 2 měsíci +355

    হাৰা টো ডাঙৰ কথা নহয়, নিৰ্বাচনত হাৰা জিকা থাকিবই।কিন্তু যোৰহাট বাসীয়ে প্ৰমাণ কৰিলে যে যোৰহাট বাসী গুণগত শিক্ষাৰে শিক্ষিত...👍👍👍👍

  • @ashutdutta2698
    @ashutdutta2698 Před 2 měsíci +176

    জয়ন্ত মল্ল ,পিয়ুষ হাজৰিকা আৰু ৰানা গোস্বামীৰ বাবেই হাৰিল ।

    • @user-ll9zc1fk3y
      @user-ll9zc1fk3y Před 2 měsíci +6

      Moiu haikrna nidilu

    • @ParthapratimHazarika-rb3gv
      @ParthapratimHazarika-rb3gv Před 2 měsíci +3

      100% right

    • @sanjibbora1789
      @sanjibbora1789 Před 2 měsíci +4

      ঠিক কথা কৈছে অৰুণোদয় ,ইঞ্চিউৰেঞ্চ ৰ ভুৱা ফ্ৰম বিতৰণৰ ফল ভুগিছে আজি

    • @Bhunomali
      @Bhunomali Před 2 měsíci +1

      Piyush level putatuk restigeted kotibo lage

    • @ibrahimbarbhuiya5958
      @ibrahimbarbhuiya5958 Před 2 měsíci

      😊

  • @nipandas5010
    @nipandas5010 Před 2 měsíci +63

    ইয়াত পৰীভ্ৰমী চৰাই হৈছে মুখবেকা হিমন্ত, চিন্ডিকেট মাষ্টৰ পিযুচ আৰু ভকৱা মুখৰ মাছ জয়ন্ত মল্ল

  • @user-rx9qc2gl8w
    @user-rx9qc2gl8w Před 2 měsíci +276

    যোৰহাট ৰ একমাত্র হৰাৰ কাৰন, cm ৰ চামচা কেইটাই প্ৰচাৰ কৰাৰ কাৰনে। ৰাইজে গম পায় এই চামচা কেইটা কোন ? খুমটাই বিধায়ক জনেই ১০০% সচাঁ কথা কৈছে ।

    • @chinmoyaxomvlog2151
      @chinmoyaxomvlog2151 Před 2 měsíci +5

      right

    • @sahidulsvlogs7862
      @sahidulsvlogs7862 Před 2 měsíci +33

      ওপৰৰ মাল ক'ত গ'ল।পেটিকটৰ তলত সোমাল নেকি?

    • @satyamevajayate1274
      @satyamevajayate1274 Před 2 měsíci +11

      ​@@sahidulsvlogs7862এইটো কিন্তু মাল দিলে দেই😂😂 কি অহংকাৰ এইটোৰ। গৌৰৱ জিকিল ৰাজনীতি ত্যাগ কৰে হেনো। কাৰ মেখেলাৰ তলত লুকাই আছে ঠিক নাই।

    • @user-ll9zc1fk3y
      @user-ll9zc1fk3y Před 2 měsíci

      Moiu haikrna nidilu

    • @fahnidanasrinhazarika9064
      @fahnidanasrinhazarika9064 Před 2 měsíci +5

      ওপৰ মাল কেইটাৰ কাৰনে হাৰিলে, মৃণাল দাই ঠিকেই কৈছে

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před 2 měsíci +206

    মৃণাল ডাঙৰীয়াৰ নিচিনা স্পষ্টবাদী ৰাজনৈতিক ব্যক্তি বহুত কম আছে।।। Good

  • @indumoni891
    @indumoni891 Před 2 měsíci +84

    যোৱা বাৰ অখিল গগৈক জিকাব বিছাৰিলে জিকাই দিলে, এইবাৰ গৌৰৱ গগৈক জিকাম বুলি ক'লে জিকাই দিলে।

  • @pinkuutpal6032
    @pinkuutpal6032 Před 2 měsíci +69

    আমাৰ সমষ্টিৰ বিধায়ক ❤
    মৃণাল দা ❤ আমি আপোনাৰ লগত আছোঁ সদায় ❤

  • @BitdiyadhorPhukon
    @BitdiyadhorPhukon Před 2 měsíci +224

    মৃণাল শইকীয়া ডাঙৰীয়াই সত্য কথা কৈছে।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 2 měsíci +90

    মৃণালৰ উক্তিৰ"সত্যতা আছে।

  • @Celebrityhub-yl9rd
    @Celebrityhub-yl9rd Před 2 měsíci +33

    যোৰহাটক এনেই সাংস্কৃতিক আৰু শিক্ষা নগৰী বুলি অভিহিত নকৰে | ইয়াৰ
    কাৰণটো আজিহে উপলব্ধি কৰিছো | যদি ভোটাৰ সকল প্রকৃত গুণগত শিক্ষা ৰে শিক্ষিত হয় তেন্তে কোনো ভণ্ড ৰাজনৈতিক নেতাৰ বক্তৃতাৰ ফুলজাৰি আৰু সস্তীয়া আচনিয়ে কেতিয়াও মূহিব নোৱাৰে । ধন্যবাদ যোৰহাট ।আপোনালোকে অতি সুন্দৰ সাংস্কৃতিক মনৰ পৰিচয় দিলে । ই অসমৰ বাবে এটি সুন্দৰ উদাহৰণ ।

    • @snazzyc5889
      @snazzyc5889 Před 2 měsíci

      5 bosor agot heijonoke jikai pothiaisil sun jorhat baxhi e

    • @cottageofhappiness9436
      @cottageofhappiness9436 Před 2 měsíci

      ​@@snazzyc5889hoy apuni thikei koise kintu eibar jorhatbakhiye eketa bhulo k nokori hojag ru hosetonotr porisoy dile.

    • @debasishbora7611
      @debasishbora7611 Před 2 měsíci

      ​@ArtSpotlighthaitu nohoi main kotha tu hol manuhr kotha botra, main kotha botora val hobo lge kor bar pa ahi hangu pangu ahi eat dop dopabo hojom korim nki, parila tu aitu molua tu 2thapor mn di ha pothabo mon asil ki bal kotha kobo ahisil tarun gogoi putak a agt election khalisil aibar ji ki dekhao k, family r manuh k jiti kobo deep gogoi k jiti gal, hemanta a ahi eat 2 pak nasi dila manuh a pagol r nisina tar pukort dori goi vote nidibo nohoi, aru aitu kun piyaj he jodi actually mota hoi kotha rakhi dekhabo lge regain di dekhaok he, moiu BJP k a agt vote disu amr MLA u AGP ra kintu aibur hola ki dal hobo sob negurot dhori ulomi fura kam tu nai a ena dormoha khabola jikai lav nai tat ka aru aisob kotha gale kot hojom hobo manuhr

  • @hellonaba
    @hellonaba Před 2 měsíci +88

    জয়ন্ত মল্ললৈ কাণতলীয়া চৰ শোধাইছে ।

    • @nipandas5010
      @nipandas5010 Před 2 měsíci +5

      মাদাৰি তো বা কত আছে। তাক লেংতা কৰি যোৰহাটৰ তিনি আলিত বান্ধি থব লাগে

  • @bonomalipegu508
    @bonomalipegu508 Před 2 měsíci +65

    ডাঙৰীয়াই ১০০% সঁচা কথা কৈছে।

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn Před 2 měsíci +116

    য’ত হাজৰীকাই Campaign কৰে তাতে হাৰে৷ তেওঁৰ কাৰণে এদিন CM ক হৰুৱাৰ কাৰণ হ’ব৷

  • @surenboruah3241
    @surenboruah3241 Před 2 měsíci +60

    শইকীয়া ডাঙৰীয়াই একেবাৰে সঁচা কথা কৈছে 🙏

  • @birajkotoky8346
    @birajkotoky8346 Před 2 měsíci +30

    একেবাৰে সঁচা কথা কৈছে। আমি পুৰণি দলীয় সক্ৰিয় কৰ্মী হৈও এতিয়া গুৰুত্বহীন হৈ পৰিছোঁ। উচিত শিক্ষা পাইছে এইবাৰ কিন্তু শিক্ষা লয় নে নলয় আগন্তুক ২০২৬ গম পোৱা যাব।

  • @parthapratimkalita983
    @parthapratimkalita983 Před 2 měsíci +13

    যোৰহাট ৰ মানুহে প্ৰাৰ্থী চাই vote দিছে।

  • @janardanbora2803
    @janardanbora2803 Před 2 měsíci +67

    মিনাল দা লৈ ধন্যবাদ থাকিল আৰু অহাবাৰ কংগ্ৰেছৰ হৈ টিকট পাব বুলি আশা থাকিল 🎉🎉🎉

  • @basantaborgohain5372
    @basantaborgohain5372 Před 2 měsíci +22

    যোৰহাট,শিৱসাগৰ, মানুহ ! দালাল নহয়।

  • @hbentertainer4352
    @hbentertainer4352 Před 2 měsíci +13

    নেতা সকলৰ একাংশই স্বৰ্গত স্থান পোৱাৰ দৰে আচৰণ কৰাৰ ফল । মৃণাল শইকীয়াৰ কথাবোৰ সত্য ।

  • @user-ms4gc8kj4y
    @user-ms4gc8kj4y Před 2 měsíci +30

    মৃণাল শইকীয়া জিন্দাবাদ

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s Před 2 měsíci +25

    ভাল কাম কৰিলে সকলোৱে মনত ৰাখিব চিন্তা কৰিব নালাগে। সকলোৱে আপোনাৰ দৰে বিচাৰ বিবেচনা কৰিব নোৱাৰে। গৌৰৱ ডাঙৰিয়াই বিৰোধি সকলক
    সন্মান ৰাখি বক্তব্য ৰাখে। অসমত হেৰাই যাব বিজেপি। মামাৰ চামচা কেইটাৰ দম্ভালি বেছি হ'ল আৰু পতন হ'বলৈ অগ্ৰসৰ হোৱা যেন দেখা পাইছোঁ।

    • @protimadutta2890
      @protimadutta2890 Před 2 měsíci +3

      100 % সেইকেইটা ছিণ্ডিকেটৰ ৰজা---শকুনি মামাৰ লেম ।

  • @NandeswarChutia-tk1rm
    @NandeswarChutia-tk1rm Před 2 měsíci +25

    মৃণাল শইকীয়া দেৱে বৰ অপ্ৰিয় সত্য কথা কেইটামান কলে ।এই কথাকেইটা কেৱল বিজেপিৰ বাবেই নহয়, সকলো ৰাজনৈতিক দলৰ বাবে প্ৰাসঙ্গিক ।

  • @biplobchangmai4267
    @biplobchangmai4267 Před 2 měsíci +7

    এনেকুৱা নেতা যি দলৰ নহওঁক সন্মান কৰে সকলোৱে

  • @pradipborah649
    @pradipborah649 Před 2 měsíci +178

    BJP ৰ কেইজনমান অহ্‌ংকাৰী নেতাৰ কাৰণে যোৰহাটত হাৰিল ৷

    • @user-ll9zc1fk3y
      @user-ll9zc1fk3y Před 2 měsíci +1

      Moiu haikrna nidilu

    • @protimadutta2890
      @protimadutta2890 Před 2 měsíci +11

      আৰু হাৰিব হাৰক কংগ্ৰেছৰ দিনৰ লেতেৰা সোপা আহি বিজেপিক গেলাই পেলাইছে ।

    • @debajanisarma1673
      @debajanisarma1673 Před 2 měsíci +4

      Pijush,Jayanta Malla..❤

    • @Ishubaa
      @Ishubaa Před 2 měsíci

      ​@@protimadutta2890Thike koisa naamot he BJP. Sob Congress e sorkari sakorial 😂😂😂. Tshirt tu he change hoise😂😂 2 toka di 10 toka loi goise 😂😂😂😂😂😂😂

  • @user-kc3tc9mf4j
    @user-kc3tc9mf4j Před 2 měsíci +104

    দিগন্ত কলিতা এটা অৰ্থহীন বিধায়ক।। গৌৰৱ গগৈৰ মূতৰ ফেন ও নহয় দিগন্ত😠

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Před 2 měsíci

      Nohol nai tate ki hol , Go matar moot r fen tu hobo !! 🥴

    • @arnabrajshow8988
      @arnabrajshow8988 Před 2 měsíci

      @@AbulHussain-dl6ogitu kotha t Gou matar matter tu kio anibo lage ?

    • @J_boruah.
      @J_boruah. Před 2 měsíci

      ​@@arnabrajshow8988muslim hoi je he

    • @user-zi9fh7ne2s
      @user-zi9fh7ne2s Před 2 měsíci +1

      Diganta kalita nohy duranta kalita

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Před 2 měsíci +1

      @@arnabrajshow8988 de de nanu de R....boiya soya napabi holi....

  • @AshimkumarBhuyan-xe8ol
    @AshimkumarBhuyan-xe8ol Před 2 měsíci +18

    Mrinal Saskia neat and clean person,

  • @user-dh3zo3sx8i
    @user-dh3zo3sx8i Před 2 měsíci +99

    পিয়াজ আৰু মল্ল য'ত, বিজেপি হাৰিব ত'ত।

  • @user-li2xo1kw1e
    @user-li2xo1kw1e Před 2 měsíci +54

    বিবেকৰ ভোট পাইছে কাৰণে গৌৰৱ দা জিকিছে

  • @indrajitdas5677
    @indrajitdas5677 Před 2 měsíci +19

    পিয়াজ হাজৰিকাৰ বাবে হাৰিল আৰু ৰূপজ্যোতি খুৰ্মা জয়ন্ত মলুৱা বৰুৱাৰ কাৰণে হাৰিল ।।। বিজেপি ক ইমান ভাল পাওঁ ইহঁত কেইটাই শেষ কৰি আছে লাহে লাহে

  • @gogoiready6853
    @gogoiready6853 Před 2 měsíci +19

    100 percent right

  • @user-wg5cv3pl2x
    @user-wg5cv3pl2x Před 2 měsíci +16

    Mrinal sakiya raijor manuh❤

  • @tridipboraart1090
    @tridipboraart1090 Před 2 měsíci +26

    মৃণাল চাৰে ঠিক কথা কৈছে। দুখিয়া মানুহক ঠগি আছে যোৰহাট বাসীক।

  • @ShubhraPrateemHazarika
    @ShubhraPrateemHazarika Před 2 měsíci +42

    মাননীয় মৃণাল শইকীয়া ডাঙৰীয়াই সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে

  • @rebadas.88
    @rebadas.88 Před 2 měsíci +14

    Thik kotha koise mrinal da.

  • @nabasaikia912
    @nabasaikia912 Před 2 měsíci +7

    100℅ right kotha koise... Tekhet experienced man..

  • @panchibora4997
    @panchibora4997 Před 2 měsíci +9

    He s correct.... respect... migratory birds... excellent remark.....like this man

  • @pabinsarma2989
    @pabinsarma2989 Před 2 měsíci +3

    Congratulations,,, মাননীয় গৌৰৱ গগৈ বহুত ‌বহুত‌‌ ধন্যবাদ জনালো

  • @pareshdas2570
    @pareshdas2570 Před 2 měsíci +15

    সুন্দৰ কথা কৈছে আপুনি৷আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনালোঁ৷🙏

  • @Kiran-si2bf
    @Kiran-si2bf Před 2 měsíci +17

    সঁচা কথা কৈছে

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Před 2 měsíci +4

    মৃণাল শইকীয়া দাই সত্য কথা কৈছে আৰু তেৱেঁই আচলতে সছা অন্তৰৰ নেতা।

  • @jayadass2681
    @jayadass2681 Před 2 měsíci +7

    খুব ভাল কথা কইছে।

  • @popiborah3897
    @popiborah3897 Před 2 měsíci +41

    খুব আত্মবিশ্বাসী মানুহ ,কথাবোৰ ইমান স্পষ্ট ,নমস্কাৰ 😊

  • @nabajitdeka9357
    @nabajitdeka9357 Před 2 měsíci +16

    কিয় যোৰহাট খন হেৰালে আৰু কিয় অসমীয়াৰ ভোট নাপালে অলপ চিন্তন মন্থন কৰক।

  • @apurbaghosh9597
    @apurbaghosh9597 Před 2 měsíci

    Mrinal Saikia Sir Awsome Reply..
    Hats Off to You Sir..

  • @monikadutta4949
    @monikadutta4949 Před 2 měsíci +7

    Mrinal sir rt kotha bohut hosa
    Dombhali Jorhat Sivasagore total bhal napai

  • @jayantdeka9306
    @jayantdeka9306 Před 2 měsíci +3

    দাদা সুন্দৰ কথা আৰু সত্য কথা কৈছে।

  • @thedevogramstory7483
    @thedevogramstory7483 Před 2 měsíci +6

    Akdm hsa ktha koisa dada😊

  • @priyankahazarika7810
    @priyankahazarika7810 Před 2 měsíci +4

    মৃণালদা ভয় কিয় কৰে.. মাজে মাজে, ভয় কৰে নেকি .আপোনাক কিনু. কম.....

  • @bipulsaikiabipulsaikia5677
    @bipulsaikiabipulsaikia5677 Před 2 měsíci +7

    good mrinal sir

  • @mofidrohman6393
    @mofidrohman6393 Před 2 měsíci +2

    আপোনি বৰ ভাল কথা কৈছে।👍👍👍👍👍

  • @ptosantabora708
    @ptosantabora708 Před 2 měsíci +2

    ১০০%----- সচাঁ কথা কৈছে।

  • @bharotiborthakur8044
    @bharotiborthakur8044 Před 2 měsíci +11

    বস্তুৰ মূল্য বৃদ্ধি ৰোধ কৰক। ছাকৰি বোৰ উপযুক্ত জনক দিয়াৰ ব্যৱস্থা কৰক।

  • @NK-activ
    @NK-activ Před 2 měsíci +4

    Dada❤❤ u r right...❤

  • @ridipsaikia532
    @ridipsaikia532 Před 2 měsíci

    Real talk.Good personality,and the best leader of Khumtai.

  • @nikhilsworld7044
    @nikhilsworld7044 Před 2 měsíci +4

    Xundor kotha koise apuni..

  • @garbage010
    @garbage010 Před 2 měsíci +1

    Genuine kotha koise 💯

  • @tarjenboru8760
    @tarjenboru8760 Před 2 měsíci

    Well person ...M.... S. Really u r great ❤

  • @indprajit1590
    @indprajit1590 Před 2 měsíci +22

    Welcome to Congress

  • @satyalakshmeesarma3934
    @satyalakshmeesarma3934 Před 2 měsíci +3

    Introspection is highly required . Well said.

  • @khairuz4355
    @khairuz4355 Před 2 měsíci +4

    100% Right koise

  • @deepkalita3487
    @deepkalita3487 Před 2 měsíci +6

    কিন্ত আজি অলপ দুখতে আপুনি মাল খাইছে?😅😅😅শপত দিছোঁ সচা কথা কব কিন্ত৷ময়ো সৰু পোৱালি এটা লৈ বহিছোহে৷
    এটাই ভাল লাগিছে_শৰ্মা,হাজৰিকা, বৰুৱা আৰু ৰংহা ৰ দম্ভ অহংকাৰৰ পতন ঘটিছে৷

  • @dipudas1526
    @dipudas1526 Před 2 měsíci +5

    Bor bhal lagil

  • @rinagogoi2821
    @rinagogoi2821 Před 2 měsíci +9

    , ধন্যবাদ ইমান ভাল কথা কৈছে ।

  • @joyahatari675
    @joyahatari675 Před 2 měsíci +17

    26 oot akebare bidai dia hbo । G Gogoi jindabad❤❤❤ joy aai assam

  • @harikantagogoi2607
    @harikantagogoi2607 Před 2 měsíci

    Really kotha koise...

  • @gautamkonwar6405
    @gautamkonwar6405 Před 2 měsíci +6

    Hosa kotha

  • @dlahon732
    @dlahon732 Před 2 měsíci +1

    যি দলৰে নহওক আপোনাৰ নিচিনা politician অসমত থাকিলে হে অসম উন্নতি হব

  • @MonjitBoruah-ds9mv
    @MonjitBoruah-ds9mv Před 2 měsíci +2

    Love you mrinal da sidha manuh❤❤❤moi valpau

  • @manabgogoi-fp7wx
    @manabgogoi-fp7wx Před 2 měsíci

    Right kotha koise sir

  • @srimantadutta1018
    @srimantadutta1018 Před 2 měsíci +3

    সৰ্বানন্দ সোনোৱালক লেং মৰা পথম উজনিৰ ভোতাৰৰ ক্ষোভৰ বহিৰ্প্ৰকাশ অপেক্ষা ২৬ লৈ। আৰু উপৰৰ মালক কোনেও ভাল নাপায় 100 %hasa

  • @bijoygourovedas4865
    @bijoygourovedas4865 Před 2 měsíci

    Ekdom hosa kotha koise manuhjone❤

  • @user-os5gb5xn7x
    @user-os5gb5xn7x Před 2 měsíci

    Mja kotha koise🙏

  • @parag_gogoi
    @parag_gogoi Před 2 měsíci +15

    Mrinal saikia Jayanta malla borua r homosti loi jua nasil....malla, piyaj etc ahi hekh dile 😂 Mrinal S r dore BJP leader lage
    GG 🎉

  • @ApurbaMalakar-eb1yr
    @ApurbaMalakar-eb1yr Před 2 měsíci +7

    অহা বাৰ বিধান সভাত বেয়াকৈ হাৰিবি।যোৰহাট নমুনা কেৱল

    • @sports_guru_149
      @sports_guru_149 Před 2 měsíci

      Joke 🤣🤣

    • @ArnabHazarika-ip7uu
      @ArnabHazarika-ip7uu Před 2 měsíci

      ​@@sports_guru_149joke nhoi aji akhomia manuh jodi Hara dolok vote dia nai.kotha khar sinta koribo logia

  • @bishaldas3964
    @bishaldas3964 Před 2 měsíci +1

    Welcome India alliance

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL Před 2 měsíci +1

    Ekdom right kotha koise apuni

  • @tamanna2813
    @tamanna2813 Před 2 měsíci +2

    You are right. I also feel sad.

  • @dipankardasdk7808
    @dipankardasdk7808 Před 2 měsíci

    Mrinal Saikia Da is A Very Honest Person... If persons like him losed morally in front Of HBS lobby then it's the Biggest failure for BJp ... I am also a BJpian just I am saying my Feeling ....

  • @dipankarkalita6515
    @dipankarkalita6515 Před 2 měsíci +2

    Khub bhal kotha koise

  • @hiteshlambubhai3514
    @hiteshlambubhai3514 Před 2 měsíci

    Jorhat dhoinabad 🙏🙏.. Moi udalguri pora dhoinabad diso

  • @krishnagogoi1657
    @krishnagogoi1657 Před 2 měsíci +3

    মৃণাল শইকীয়া ডাঙৰীয়াই 100% সচা কথাই কলে | ধন্যবাদ আপোনালৈ |

  • @DeepjyotiSonowal-zx4so
    @DeepjyotiSonowal-zx4so Před 2 měsíci

    Aijon manuh jui dei❤

  • @abhilashkolita37
    @abhilashkolita37 Před 2 měsíci +1

    Thik kotha koise SIR❤️👍🙏

  • @chinmoysaikia8341
    @chinmoysaikia8341 Před 2 měsíci +1

    কথাবিলাক এনেকৈ স্পষ্ট হ'লে বহুত ভাল লাগে

  • @madhabbora-pk1cr
    @madhabbora-pk1cr Před 2 měsíci +4

    Moja dise dei

  • @nilelbart9514
    @nilelbart9514 Před 2 měsíci

    জয়ন্ত মল্ল বৰুৱা ৰাজনীতিৰ ইতিহাসৰ আটাইতকৈ অযোগ্য আৰু অদক্ষ নেতা।

  • @dipudas1526
    @dipudas1526 Před 2 měsíci +5

    True

  • @ljk6618
    @ljk6618 Před 2 měsíci +3

    মৃণাল শইকীয়াৰ দৰে মানুহ BJP য়ে হেৰুৱাব লগাটো অতি দুখৰ কথা । মানুহ জনৰ প্ৰভাৱ কিমান শক্তিশালী সেয়া খুমটাই লৈ আহিলে জানিব ।

  • @malabikagogoi1328
    @malabikagogoi1328 Před 2 měsíci +9

    সত্য কথা কৈছে

  • @runamonibaruah
    @runamonibaruah Před 2 měsíci +6

    Nice

  • @lachitsaikia3997
    @lachitsaikia3997 Před 2 měsíci

    100℅ right sir..

  • @padumburagohain4697
    @padumburagohain4697 Před 2 měsíci

    A to z hosa kotha koise,ai bur manuh real manuh hoi salute

  • @rajkumarsaikia156
    @rajkumarsaikia156 Před 2 měsíci

    Leader🔥

  • @hemangadas7358
    @hemangadas7358 Před 2 měsíci

    Salute to Mrinal Sir for making such statements. Real Leader always speak the truth.

  • @miksiabung6978
    @miksiabung6978 Před 2 měsíci

    💯 right Mrinal sir

  • @raktimbaruah3960
    @raktimbaruah3960 Před 2 měsíci +2

    ঠিক কৈছে

  • @user-fw6zb9ch9e
    @user-fw6zb9ch9e Před 2 měsíci +1

    Gaurav gogoi.k val puwa bure like ata di jauk 👍

  • @dibyabaruah8877
    @dibyabaruah8877 Před 2 měsíci

    Xundr kotha koise

  • @mineswardutta722
    @mineswardutta722 Před 2 měsíci +2

    100 percent right.

  • @gunendralahon7412
    @gunendralahon7412 Před 2 měsíci +3

    I salute you 🙏🙏🙏