Pita Oi - Zubeen Garg Ft. Prastuti Porasor (Abahan Theatre 2022-23) | Ajoy Phukan | Apuraj | Video
Vložit
- čas přidán 16. 08. 2022
- AC MULTIMEDIA Label Released "Pita Oi" Assamese Song From "Abahan Theatre 2022-23"
🎵Audio Credits ::
◾Singer - Zubeen Garg
◾ Music Composer - Ajoy Phukan
◾ Lyrics - Abhijit Bhattacharjya, Ajoy Phukan
◾ Music Produced/Mixed - Palash Gogoi
◾ Violin - Manuj Baruah
◾ Fulte - Anjan Medhi
🎥 Video Credits ::
◾ Video Director - Prastuti Porasor & Apuraj Gogoi
◾ Cinematographer / DI / Editing - Apuraj Gogoi
◾ Supporting Cast - Kangana Mohan, Joy & Thomas
◾ Make-up - Nanu
◾ Poster Design - Rituparna Bora
◾Cast - Prastuti Porasor, Jibon Hatikakoty & Jaffy bakshi
©AC MULTIMEDIA
🔴Subscribe Us : bit.ly/2SAwoNZ
🔵Contact Us On Fb : bit.ly/2DCMMD7
🔵Contact Us On Instagram : bit.ly/2TNjIQb
🔴◾◾◾ Thanks ◾◾◾🔴 - Hudba
ইমান ধুনীয়া গীতবোৰ আমাক উপহাৰ দিয়া বাবে জুবিন গাৰ্গ লৈ অশেষ ধন্যবাদ জুবিন দাক ভালপোৱা সকলে ইয়াত এটা like কৰি দিয়া
P
🥰🥰🥰😍😍😍😘😘😘
❤❤❤ Dhritishmita ❤️🥰🤫
জুবিন দাক ভালপোৱা সকলে এটাকৈ টিপ চহী মাৰি যাওঁক😍❤️
পিতা ঐ।। পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰ।। জোনবাই দেশৰ পিতা লৈ বৰকৈ মনত পৰিছে আজি। 😢😢😢😢
জুবিন দা, ভগৱানে কুশলে ৰাখক।❤️
গীতৰ কথা , সুৰ , গীতৰ সংমিশ্ৰণ , অভিনয় --- অনন্য ।
মন পৰশা , মন ভৰি পৰা গীত ।
মোৰ এতিয়াও বিস্বাস হোৱা নাই যে জুবিন দাৰ কণ্ঠ আগৰ দৰে হৈ থকা নাই বুলি।কিছুমানে কয় আগৰ কণ্ঠ নাই,ভাগৰুৱা হৈছে। কিন্তু জুবিনৰ কণ্ঠ কোনেওঁ ৰুধিব নোৱাৰে। পিতা ঐ গীতটি শুনি ভাল লাগিল। জুবিন এক অনন্য। জয় জুবিন জয়।
Sob manuhor mat ake nathake xei2 simple kotha.. Bt zubeen da olp unic 😍😍
Zubeen dai geet gabo..ru assamor manuhor mon jur noporibo...seya HBO a nuware..zubeen Daa Amar karone super hero..love you zubeen Daa..god bless you...
জুবিন দা, আপুনি গোৱা গীতবোৰে হৃদয় চুই যাই । যেতিয়ালৈ অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব থাকিব, তেতিয়ালৈ আপোনাক মনত ৰাখিব ।
জুবিন দা আপুনি আমাক বহুত দিলে। আপুনি আৰু প্রগ্ৰেম কৰি বেলেগক দান দিয়া প্রয়োজন নাই। আপুনি আমাৰ কাৰনে ষ্টেজ প্রগ্ৰেম নকৰিলেও হব,আপোনাক আমি হেৰুৱাব নোখোজে। ভয় লাগে কেতিয়াবা কেতিয়াবা আপোনাৰ হঠাৎ কিবা এটা হৈ যায় বুলি। আমাক মাজে মাজে এনেকুৱা ধৰনৰ ধুনীয়া ধুনীয়া গীতবোৰ উপহাৰ দি থাকিলেও হব। বহুত থিয়েটাৰৰ নাটক চালো কিন্তু নাটকখনৰ মূল গানটো যদি আপোনাৰ নাথাকে নাটকখনৰ একো মজাই নাপাই। গতিকে দাদা আপুনি আমাৰ কাৰনে বহুত কৰিলে তথাপিওঁ আপোনাক বহুতে চিনিব য়ে নাজানিলে।স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি কাম কৰি থাকক জুবিন দা ❣️
Aftr Oh deuta, Oh maa pasot Pitai oi. Thank you Zubeen'da for this gift.. Hridoy khon epar hepar hoi sui gol...
Miss eu deuta 😭🙏...jotai asa vl k thaka.
জয় জুবিন দা,,,,,,,,,,,,,, কোনে কোনে জুবিন দাৰ নতুন গান শুনিবলৈ সদাই ৰৈ থাকে
Moi
Moi
মোৰ দেউতা মোৰ ভগৱান, মোৰ পৃথিৱী ........
U r my everything, u r the best father in the world my PITAI❤️❤️❤️ I LOVE YOU MY PITAI😍😘😘❤️❤️❤️
থিয়েটাৰ চালোঁ ,চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😥, দেউতাক সৰুতে হেৰুৱালোঁ । দেউতাৰ মৰম কেনেকুৱা নাপালোঁ 😥।
এনেকুৱা মূল্যবান গীতবোৰ দি থৈ যাবগে এদিনাখন এই পৃথিৱীৰ পৰা ❣️😭😭😭
Baki ji kwa kwa kin2 zubeen da jwa kotha ketiyao nkoba plz
😔🙏
😭🙏
Kotha khini accept koribo nuari🙏
Unbelievable,,, heart touching and extraordinary song zubeen da.its possible only for you.❤️🙏
Zubeen da r gan ru Prastuti ba r acting uff😌❣️❣️❣️😘😘😘😘😍😍❤️💚❤️
For this song thanks to zubeen da,Ajay phukan da and prostuti baa.... love it
Iman dukh lage 🥺 kisuman kotha monot pori gol
Zubeen da hodai hokolure hiyoyot ase aru thakibo
প্ৰত্যেক বছৰে বছৰে জুবিন দাদাই দেউতাক লৈ এটি এটিকৈ নতুন নতুন গান উলিওৱা বাবে বহুত বহুত ধন্যবাদ দাদা ❤❤❤❤❤❤❤❤❤
কলিজা চুই গৈছে। ভগৱান জুবিন দাৰ মাত সদায় 🔥🔥💥💥
Bohut hundr geet r uphar zubeen da..ji ajir pojonmor babe ak buji vabi koriblogia geet.❤️❤️
এনেকুৱা গান সম্ভৱ অকল দাদাৰ মিঠা সুৰত ❣️ জয় জুবিন দা🙏
❤️
Ufffffff🥺❤️
Joi zubben da ❤️ love.....2024 ot kuna hunisa
❤️❤️❤️ জয় প্রস্তুতি বা ❤️❤️❤️
হৃদয় জুৰ পৰি গ’ল গীতটি শুনি ॥ জয় জুবিন দা 🫶🏼♥️
বছৰ বছৰ ধৰি দাদাই দেউতাক লৈ একোতা গান দি যায়।,ধন্যবাদ দাদা❤️❤️
Zubeen da amr babe vgban❤️
কি ধুনীয়া কন্ঠ ❤️❤️ জুবিন দা
Must beautyfull song zubin daa I love dewta.
❤️❤️❤️ জয় জুবিন দা ❤️❤️❤️
উপভোগ কৰিলোঁ আজি🙂, সঁচাকৈ বহুত সুন্দৰ গীত টোৰ লগতে "মই নাটক কৰা ছোৱালী" নাট খন❤️🔥😭
Koliza Puri goisa oo 😢 zubeen da ♥️🥰
Power of voice... 🔥🔥
Bhut dhuniya dada
This is the world heart tuching song....Ma pita mor bhogaban....❤️🙏
Babulee congratulations 👏
AC multimedia 2 m hobu
Zubeen da sodai amk anekua upohar d thka... Lv u always dada...
Zubeen Garg da Dhuniya ❤️❤️❤️❤️
Hundor gan .
I love u dewta ...natak khan salu bahut val lagise......zubinda song to doniya hoise
Nice song
Mon sui goise jai zubeenda.
পিতা ঐ♥️
সচাঁকৈয়ে প্ৰত্যকটো শব্দই অন্তৰ চুই গ'ল ❤️
Gaan tuu val lagise ,,,joi zubeen da
জুবিন দা ও অমনি নালাগে আপোনাৰ গীত শুনি
Love u from heart' 💚💚💚
মন চুই গল
Zubeen da Tumi Khodai khusto hoi Takiba
Tumar Gite Amar Hiya sue jai 🥰😘
Jai Zubeen Da 🙏🙏 # Love'YouZubeenDa 😘😘
হ্নদয় চুই গল জুবিন দা।দেউতা নাই যে😔😥
Pitai oi akou ghuri aha.. baba buli muk mati sua..
Miss u deota..
dhuniya 💕❤
Song tu hunale sokur pani norkhai i love zubeen garg
Aitu hoi Zubeen Dar jadu......🥺🥺🥺❤️❤️❤️❤️🙏🙏🙏🙏🙏🥺🥺🥺
মন চুই গৈছে ও ❤️💖🌹
Bohut bhal lagil.....❤️
Theaters will be back 😍
Lovely 😍
😭😭😭😭👏👏👏👌👌👍👍❤️❤️❤️ Hard touching song
Gaan tur Logote music O Moja hoise
পিতা ঐ 🥺❤️
জয় জুবিন দা 😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘
Hsake zubeenda hur2 agor Dore hoi ase.❤️❤️❤️
🙏🙏🙏 moja অভিনয় কৰে দে
1st Viewers
🥰🥰💕💕ZG 💓💓💓
I also missing my Baba and Ma..The Song touched every heart Really Vaiyya..Tnq So Much Vaiyya.I'm Bangladeshi But I live at Saudi Arabia.I love too much all of Assamese Song Bro..💜💕👉🇸🇦💕🇧🇩🌿🌿🌿
É2
Unbelievable, amazing, fantastic 😍😍😍😍
Zubeen Da ❤️
Wow it's amazing 🔥 🔥
Great song
U are king 🤴 zubeen da ❤
Beautiful song voice awsom
❤❤
Wow so sweet Zubeen daa 💞💞💖💖♥️
দেউতা ........❤️
পিতাৰ প্ৰতি থকা মৰম খিনি❤️❤️😘😘
Nice 💕❣️❣️
Heart touching ❤️
Super
"মুখতে ৰং সানি বুকুতে ঘৰ সাজি জীৱন নাটৰ নায়ক তই" 🥺🥺🥺❤️❤️❤️❤️
I Luv you so much Deuta 🥺❤️ Bujabo nuwaru kiman besi val pau tumak 🥺❤️ সদায় ভালে থাকা তুমি । তুমি মোৰ বাবে কৰা কষ্টবোৰ সদায়েই মনত পৰে অ' দেউতা । সেই যে হেজাৰ ৰ'দ বতাহ বৰষুণ নেউচি মোক স্কুলত থ'ব গৈছিলা ❤️ কথা দিছো , তোমাক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ , ভৱিষ্যতে সদায় সুখত ৰাখিম তোমাক । মোৰ চুপাৰহিৰো তুমি। ❤️❤️
And ZUBEEN GARG , you murdered the whole song with your killer voice 🥵🥵🔥🔥🔥
I can't tell you , how much I love you . You are my inspiration ❤️🎶
সুন্দৰ গীত
Miss u papa ❤🙏
mja
সুন্দৰ
হৃদয় জুৰ পেলোৱা এটি গীত🥰🥰 জুবিন দা😍😍
অভূতপূৰ্ব নাটক (মই নাটক কৰা ছোৱালী) লগতে জুবিন দাৰ কণ্ঠ 💖🔥🔥
Heart touching base with my Father,,
Heart ❤️ touching..
❤❤❤❤ hearttachinh song
Very nyc vdo nd song❤️❤️❤️❤️🔥🔥🔥🔥🔥
পিতা ❤️🙏
Nice 👍
Lovely song❤️❤️
😭realy emotional
Nice Jubeen da 💖💖💓💓
Sweet
Awesome 🤩🤩
Zubeen da❤️🔥🔥🔥🔥🔥❤️
সুন্দৰ এটি গীত শুনিবলৈ পালো।
This song is touched everyone hearts❤💞❤💞
Nice song ❤️❤️❤️ apunar konthot Saraswati biraj korokk zubin daa 🙏