MAA O MAA - RAGHAV | Jatin | Mridula | Zubeen | Shanta | Diganta Bharati | Pankaj Ingti

Sdílet
Vložit
  • čas přidán 5. 08. 2024
  • Music Credits
    Music-Zubeen Garg
    Song- Maa Oo maa
    Singer- Zubeen Garg, Shanta uzir
    Lyrics- Diganta Bharati
    Composer - Zubeen Garg
    Mix and Mastering - Ibsan lal Boruah
    Recoded at - Chickmik studio
    Music Arrangement - Babloo
    Tabla - Raja
    Siter - Subhankar Hazarika
    Cinema Credits
    Cast - Jatin Bora, Mridula Boruah, Nishita Goswami, Hiranya Deka, Bibhuti Bhushan Hazarika, Chinmoy Katoki, Jivi, Sumi Borah
    Music Producer -
    Zubeen Garg
    Lyrics - Zubeen Garg, Diganta Bharati, Rahul Gautam Sharma
    Singer - Zubeen Garg, Shanta Uzir, Mahalaxmi Iyar, Zublee, Prabin Borah
    DOP - Pradip Daimary
    Aerial photography - Joydeep Poul
    Action Director - Rajesh Kanan
    Art Direction - Jyoti Shankar Bhattacharyya
    Vfx Ratul dutta
    Costume - Navanita Sharma Bora
    Makeup - Biswajit Kalita
    Online Editing - Abhijit Roy
    Production Manager - Monuj Kumar Mishra
    Production Designer - Navanita Sharma Bora
    Choreography - Pankaj Ingti, Deepak Dey,
    Sound Designing and Mixing - Debajit Changmai and Amrit Pritam (MPSE)
    BGM - Ajay Singha
    Di Colourist - Rajesh Yadav
    Editor and Visual Promotion - Protim Khaound
    Poster Design - Hitesh Sharma
    Direction Team - Arindom Kashyap, Annindita Kalita, Bhargab Adhypak, Surajit Phukan
    Story, Screenplay, Dialogue - Abhijit Bhattachary
    Music - Zubeen Garg
    Produced by - Navanita Sharma Bora, Jatin Bora
    Directed by - Jatin Bora
  • Hudba

Komentáře • 1,1K

  • @hiyasarma99
    @hiyasarma99 Před 10 měsíci +107

    মা দেউতা অবিহনে এই পৃথিৱী খন শূণ্য.....❤️🌎💫

  • @user-tj4br2ti3j
    @user-tj4br2ti3j Před 10 měsíci +135

    জুবিন দাৰ অনুৰাগী সকলে like কৰি যোৱা ...👍💝🥰

  • @user-jm9dq7kk8j
    @user-jm9dq7kk8j Před 10 měsíci +146

    কৰ্মসূত্ৰে বাহিৰত থাকো কিন্তু এই গানটো শুনিকীনে মা লৈ আজি বহুত মনত পৰিছে।। ভালে থাকক সকলোৰে মা - দেউতা ❤

  • @hiro408
    @hiro408 Před 10 měsíci +197

    জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, মাতৃ-পুত্ৰ নাইবা পিতৃ-পুত্ৰৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া 💚🤍💝

  • @john-8810
    @john-8810 Před 10 měsíci +233

    এই গীতটোক এটা যাত্ৰাৰ আৰম্ভণি বুলি ক’ব পাৰি। যি যাত্ৰাৰ কোনো শেষ নাই... চিৰদিন এই গীতটো নতুন হৈ গৈ থাকিব...
    এতিয়া অপেক্ষা মাথোঁ ৰাঘৱলৈ.... ❤

    • @hiro408
      @hiro408 Před 10 měsíci +9

      জুবিন গাৰ্গ মানেই এক বিশেষ শক্তি ❤, মাতৃ - পুত্ৰ নাইবা পিতৃ - পুত্ৰৰ আকুল মৰম, প্ৰেম কেৱল জুবিন গাৰ্গৰ কণ্ঠইহে ফুটাই তুলিব পাৰে। কি কম আৰু ইমান ধুনীয়া ❤❤❤

    • @john-8810
      @john-8810 Před 10 měsíci +2

      @@hiro408 মনৰ কথা ক’লে ❤️❤️

    • @fulashree
      @fulashree Před 25 dny

      Exactly

  • @KabitaBoruah-ks9ok
    @KabitaBoruah-ks9ok Před 10 měsíci +127

    মা--- মা----মা-----অ'-----মা ---উফ' এই সুন্দৰ মা গীতে মোক আকৌ কন্দুৱাই গল ।🙏🙏মা সমান কোন হব পাৰে ।ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী জুবিন।বোলছবিখন চাবলৈ অপেক্ষ্যাত আছো।🙏🙏❤️❤️🙏🙏

  • @user-lr5pg3qc2o
    @user-lr5pg3qc2o Před 10 měsíci +129

    যতীন বৰাৰ দৰে অভিনেতা আৰু জুবিন গাৰ্গেৰ দৰে গায়ক অসমত কোনো নাই আৰু জন্ম নহ'ব চাগে 😊🎉❤

    • @njcreative1990
      @njcreative1990 Před 9 měsíci +3

      Really

    • @biswajitbaruah2831
      @biswajitbaruah2831 Před 9 měsíci

      সঁচা কথা, গানটোত বহুত অৰ্থ আছে।

    • @tikendrajitassom871
      @tikendrajitassom871 Před 9 měsíci

      1:37 😅

    • @dkblog5226
      @dkblog5226 Před 5 měsíci +1

      Zubeen da xdai zubeen da a hoi thakib ❤🙏🥀 !! Kin2 jatin dat koi rabi dar raghupati besi val lagisile 😊

  • @ChinmoyVlogs06
    @ChinmoyVlogs06 Před 9 měsíci +16

    ও মাঁ তোমালৈ বহুত মনত পৰিছে ও গীতটি শুনাৰ পিছত বহুত কান্দিছো এবাৰ যদি লগ পালো হয় তোমাক বহুত কথা কব লগা থাকি গল ও মাঁ তই মোক কিয় এৰি গলি ও মাঁ আজি কালি সকলো সলনি হল সচাঁ মৰম তোমাৰ বাহিৰে বেলেগে দিব নোৱাৰে মাঁ তোমাৰ কোলাত মূৰ থয় শুৱ মন গৈছে ও মাঁ 😢😢😭

  • @Kaushik632
    @Kaushik632 Před 10 měsíci +141

    জুবিন দাৰ কন্ঠত যতীন দাৰ অভিনয়.... অপেক্ষা..❤

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK Před 10 měsíci +79

    অই, ঐ ৰাতিতো শুব
    অই, ঐ ভাগৰে চুব
    অই, ঐ নৱমিৰে জোন
    অই, ঐ আঁতৰি যাব ।
    মা ও মা
    কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    তোৰ চেনেহ বিচাৰি বিচাৰি
    লাগিছে আজি মোৰ ভাগৰ
    সোণ বুলি এবাৰ নামাতো নেকি
    দুহাতে সাৱটি নলওঁ নেকি
    মা ও মা কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    তোৰ দুটি নয়নৰে
    এটি মইও হ'ব খোজো
    অৱহেলা কিয়নো মোলৈ
    ও মা জানিব খোজো
    তোৰে ভৰিত কলিজা থেকেচিম
    তাৰে তোলৈ দুটি হাঁহি কিনিম
    ও মা এনে সপোনে মোৰ
    মা ও মা কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    নিচুকণি শুনা যে নহ'ল
    খোৱা নহ'ল তোৰ হাতৰে
    হাতে বুলাই দিয়ো বুলি
    ৰ'লোঁ মাথোঁ বহু বছৰেই
    মৰা মৰা লৰালি যৌৱন
    ভিৰৰ মাজতো একাকি জীৱন
    ভাঙি দিবিহি এই সাঁথৰ
    মা ও মা কৰি দে ক্ষমা
    ক'তেবা লগালোঁ জগৰ
    অই, ঐ ৰাতিতো শুব
    অই, ঐ ভাগৰে চুব
    অই, ঐ নৱমিৰে জোন
    অই, ঐ আঁতৰি যাব ।।
    যিসকলে গান গাবলৈ বিচাৰে বা যিসকলে গান ভাল পায় তেওঁলোকলৈ দিগন্ত ভাৰতী দাৰ কলমেৰে নিগৰা আৰু জুবিন দাই প্ৰাণঢালি কণ্ঠদান কৰা এই আবেগ ভৰা গীতটো অসমীয়াত শব্দৰে আগবঢ়ালোঁ ।
    গীতটো বহুবাৰ শুনিছোঁ কাৰণ আগতেই Audio টো মুক্তি পাইছে সেয়ে শুনি শুনি গীতটোকেই লিখিলোঁ ।
    আজি Video টো মুক্তি দিলে , ভিডিও টো চালো, যদিও চকু পানী ওলায় অহা যেন হৈছে তথাপিও ভাল লাগিছে , মাক থাকিও মাকৰ অভাৱ , নোপোৱাৰ বেদনা কিমান যন্ত্ৰণাদায়ক ...সেয়া ৰাঘৱ ত যতীন দাই সকলোকে অভিনয়ৰ যোগেৰে প্ৰকাশ কৰিব।। Waiting for Raghav 💛
    #Raghav #JatinaBora #NishitaGoswami #ZubeenGarg #Debajitpathakzg

  • @RATUL-VLOGS
    @RATUL-VLOGS Před 10 měsíci +46

    মা'ৰ মৰমেই মাএ এনেকোৱা এটা medicine যাৰ কোনো experiedate নাথাকে ❤😊_ভালে থাকক সকলো মা_❤❤

  • @kushalgogoi8806
    @kushalgogoi8806 Před 10 měsíci +471

    মা পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ। সকলোৰে মা - দেউতা ভালে থাকক। ৰাঘৱলৈ শুভেচ্ছা থাকিল।

  • @jyotishmaandeka1859
    @jyotishmaandeka1859 Před 10 měsíci +166

    চকুপানী ৰখাব নোৱাৰিলোঁ😢 .. কি সুন্দৰ উপস্থাপন.. লগতে জুবিন দাৰ কন্ঠৰ কথাটো সকলোৱে জানেই.. তেওঁৰ কন্ঠৰ দৰদে সকলোকে আবেগিক কৰি তোলে ❤.. বিৰাতেই সুন্দৰ হৈছে ❤.. এতিয়া মাথোঁ চিনেমাখনলৈ অপেক্ষা ❤..
    💥 ৰাঘৱ 💥

  • @debajitzgVlog
    @debajitzgVlog Před 10 měsíci +41

    কি শক্তিশালী কণ্ঠ চকুপানী ওলাই গ'ল 😢 ৰাঘৱৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ❤

  • @anupamneog4660
    @anupamneog4660 Před 10 měsíci +167

    কোনে কি নকয়, কোনোবাই কয় পাগল, কোনোবাই কয় বিজেপিলৈ বিক্ৰী হ'ল, কোনোবাই কয় মদাহী কিন্তু মদ হ'লে চবেই খায়,,,,, এটা কথা মন কৰিব যে জুবিন গাৰ্গ মদাহী হ'ব পাৰে, কিন্তু সকলো মদাহীয়ে জুবিন গাৰ্গ হ'ব নোৱাৰে।
    এই সকলোবোৰ কথা আওকাণ কৰি ডাঙৰ হোৱা গছ জোপাই হ'ল জুবিন গাৰ্গ। যিয়ে কেতিয়াবাই আকাশ চুলে কিন্তু ভৰি মাটিতেই আছে। দাদা ❤️ ।।

  • @Borlung
    @Borlung Před 10 měsíci +25

    বৰ্তমান মোৰ মা আছে সেইকাৰণে বহুত সুখী বা বহুত কষ্টৰ পৰা দূৰত আছো কিন্তু মই বুজো যিসকলৰ মা নাই সেই সকলৰ কিমান দুখ মই কেতিয়াও ভাবিৱ নোৱাৰো মা অবিহনে মই কেনেকৈ জীয়াই থাকিম .... জুবিন দা আপুনি মহান ❤❤❤❤️

  • @mjsaikiaentertainment9975
    @mjsaikiaentertainment9975 Před 10 měsíci +28

    দিগন্ত দাৰ কথা আৰু দাদাৰ সুৰৰ মায়াজালত প্রাণ পাই উঠিছে গীতটিয়ে | সঁচাকৈ চকুলৈ নিগৰিছে আজি.......যতীন দা আৰু টীম ৰাঘৱলৈ অলেখ অযুত মৰম আৰু শুভকামনা | আৰু উজলি উঠক আমাৰ অসমীয়া চলচিচত্র উদ্যোগটো | ❤❤❤

  • @jurimonikalita4440
    @jurimonikalita4440 Před 10 měsíci +47

    জুবিন দা আৰু যতীন দা সদায়েই অনুপম❤❤

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 Před 10 měsíci +20

    জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️

  • @Rupam_ZG_Kakati1845
    @Rupam_ZG_Kakati1845 Před 10 měsíci +35

    সঁচাকৈ এক অভূতপূৰ্ব কন্ঠৰ সমাহাৰ কালজয়ী গীত ❤ বহুত ধুনীয়া গীত এটি উপহাৰ দিছে জুবিন ককাইদেউ এ 😇🙏 বহুত বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" চিনেমাখনলৈ ।

  • @sontoshkumardey7963
    @sontoshkumardey7963 Před 10 měsíci +33

    ধন্যবাদ জুবিন দা আৰু যতীন দা, ইমান ধুনীয়া এটা গীত দি আমাক উপহাৰ দিয়াৰ বাবে ❤❤🙏🙏

  • @BitopanBorah
    @BitopanBorah Před 10 měsíci +42

    উফ..... ভাষাবিহীন❤ জয় জুবিন দা ❤

  • @pranjitpartho
    @pranjitpartho Před 10 měsíci +22

    গানেই কন্দুৱাইছে আৰু ফিল্ম বাকী আছেই ❤❤ বহুত শুভেচ্ছা থাকিল "ৰাঘৱ" লে 🎉🎉

  • @nishancreation3614
    @nishancreation3614 Před 10 měsíci +28

    আপোনাৰ কণ্ঠত স্পষ্ট মা শব্দৰ মূল্য, প্ৰকাশ,মৰম আৰু আদৰ বহুত গুনে বঢ়াই । জুবিন দা ❤ ককাইদেউ ❤

  • @karishmadas1173
    @karishmadas1173 Před 10 měsíci +42

    Masterpiece ❤ চকুপানী ৰখাব নোৱাৰিলোঁ 😢😢😢

  • @RatulReehit
    @RatulReehit Před 10 měsíci +42

    জুবিন দা আৰু মাৰ সংঞ্জ্যা বহু ওপৰত❤❤..জয় জুবিন দা❤❤

  • @sagarikalifeline9883
    @sagarikalifeline9883 Před 10 měsíci +46

    মা..... এক আচৰিত শক্তি মা 🙏

  • @Rockstar0500
    @Rockstar0500 Před 9 měsíci +6

    Bht val lgil raghab sai.❤❤Joi Raghab.❤❤joi zubeen Daa

  • @bikramdas58
    @bikramdas58 Před 10 měsíci +32

    প্ৰিয় ব্যক্তি কন্ঠত এটি সুমধুৰ গীত..❤️ ‍ Zubeen Da is the voice 😉 and Acting #Jatin Bora no words ⚡

  • @crezycreativity5406
    @crezycreativity5406 Před 10 měsíci +25

    মা তুমি নাহিলেই অস্থিৰতাই আগুৰি ধৰে হিয়া....❤

  • @assamesepoem7953
    @assamesepoem7953 Před 10 měsíci +13

    কণ্ঠত চকুলো নিগৰিছে উফ কি যে সুন্দৰ অনুভৱৰ চকুলো
    জয় জুবিন দা
    যতিন দা❤

  • @gitarthazgmedhi.
    @gitarthazgmedhi. Před 10 měsíci +9

    জুবিন দা বুলি কলে হৃদয়ত লাগি ধৰে ও 😌😢 ভগৱানক দেখা পোৱা নাই কিন্তু মই মানৱ ৰূপী ভগৱানৰ ৰূপত জুবিন দাক দেখা পাইছো 🥺😩 প্রভুদেৱ আপুনি সদায় মোৰ ভগৱান ❤❤

  • @OldAgeHomeUtpal
    @OldAgeHomeUtpal Před 10 měsíci +19

    সকলো ককা - আইতা আবেগিক হৈ পৰিছিল গানটো দেখি। ❤ কেইগৰাকীমান আইতাই চকুলো তুকিছিল। আমাৰ আশ্ৰমত গানটো শুভ মুক্তি দিয়াৰ বাবে আকৌ এবাৰ শ্ৰদ্ধাৰ শ্ৰীযতীন বৰা দাদালৈ আৰু শ্ৰীনৱনিতা বৰা শৰ্মা বাইদেউলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ।

  • @jayantatalukdar1966
    @jayantatalukdar1966 Před 6 měsíci +4

    জুবিন দাৰ সৃষ্টি খুবেই হৃদয় স্পর্শ, ওঁ মা , কোত মোৰ মা, মোৰ মা, মাজনী, অ' দেউতা, পিতাই ঐ , মোৰ কেচুৱাই কান্দিছে এইবাৰ আকৌ "মা অ মা" জুবিন দা আপুনি মহান❤️🥰

  • @BuddhaBayushman7575
    @BuddhaBayushman7575 Před 10 měsíci +9

    সঁচাকৈ দেহ মন শীতল কৰি তোলা এটি গীত, ইমান দিনে youtube খুচৰি খুচৰি audio গীত শুনি আছিলোঁ আজি video গীতটি পাই মনটো বহুত ভাল লাগিল thank you jatin da and Zubin da and all team of raghav

  • @pinkumoniborah5914
    @pinkumoniborah5914 Před 10 měsíci +15

    হৃদয়স্পৰ্শী এটি গীত। ভাল লাগিল। ৰাঘৱলৈ বহুত বহুত শুভেচ্ছা থাকিল

  • @anilkumardas8454
    @anilkumardas8454 Před 10 měsíci +33

    উফ্ কি অপূৰ্ব কন্ঠ ❤সচাইয়ে মন প্ৰাণ শেতা পৰি গ'ল।“জয় জুবিন দা”🙏 আপুনি সদায় ভালে থাকক‌ তাকে ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আৰু ভাল ভাল গান অসমবাসীক দি যাব বুলি আশা ৰাখিলোঁ। আজিৰ ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই অহা বহু দিনে হ'ল। মালে বহুত মনত পৰিছে😢 “মা" গানটো শুনি বহুত কান্দিলো। অবশেষত ৰাঘৱ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অপেক্ষা কৰি আছোঁ চাম বলি।

  • @ankurjyotinath4986
    @ankurjyotinath4986 Před 9 měsíci +14

    যেতিয়া এই গানটো চিনেমা হলত বজে নহয় তেতিয়া বেলেগ এটা Goosebumps আহি যায় আৰু মোৰ ওচৰত বহা(চিনেমা হলত) প্ৰায় সকলোৱে লাহে লাহে উচুপি কান্দি আছিল।❤❤❤😢😢

    • @user-yd4ps2ln4c
      @user-yd4ps2ln4c Před 9 měsíci +1

      Mjjah hoise film khon jatin Dak anei king buli nokoi ❤❤❤

    • @RanuKakati-st7cb
      @RanuKakati-st7cb Před 8 měsíci +1

      Moiu kandisilu bhut dukh lagisil nijoke rokhab nuyarilu

  • @TechInformativeAssam
    @TechInformativeAssam Před 9 měsíci +2

    সৰু পৰা মা ডাঙৰ দীঘল কৰি কিমান কষ্ট সন্মুখীন হৈ নিজৰ লৰা ছোৱালী ভাল হোৱা বিচাৰে।। আৰু ডাঙৰ হোৱা পিছত কয় আমৰ লৈ তই কৰিলি কি। বিয়া পিছত নিজৰ গৰাকী জনি কথা শুনি জন্তনা দিব নালাগে মাকক।। পৃথিৱী মা আৰু দেউতা এবাৰ পাই সেই কাৰণে মৰমত শান্তি থাকিব দিয়া ।। মা দেউতা আৰু একো আশা নকৰে ❤❤❤❤

  • @AkashPatar-ww6or
    @AkashPatar-ww6or Před 10 měsíci +10

    গান তো হুনি জেন মোৰ বুকু খন হাত পৰি গল ।। 😢কব নোৱাৰা এটা বহুত ভাল লাগিল ❤❤। গানটোৰ প্ৰতিতো হুৰ প্ৰতিতো শব্দ ত যেন বহুতৰে জীৱনৰ এটা এটা কাহিনী জৰিত হৈ আছে।
    বহুত বহুত ভাল লাগিল ❤।
    And love you jotin daa ❤ ❤

  • @priitam_xutradhar
    @priitam_xutradhar Před 10 měsíci +40

    মা তুমি অনান্য।
    মা তুমি ভগৱান।
    মা তুমি ধৰণী।
    ❤❤❤

  • @simplelifewithasimplegirl7852
    @simplelifewithasimplegirl7852 Před 10 měsíci +7

    😢😮❤❤❤❤❤ বহুত ধুনীয়া ❤❤❤❤❤❤ এই কাৰণে জুবিন দা,জুবিন দায়ে হয়,only one

  • @r.hazarika9231
    @r.hazarika9231 Před 9 měsíci +10

    বৰ আবেগিক হৈ পৰিলোঁ, হৃদয়স্পৰ্শী গীত,ৰাঘৱলৈ শুভ কামনা জনালোঁ ❤

  • @TulshiPhukan-rk8ye
    @TulshiPhukan-rk8ye Před 10 měsíci +41

    যতীন দাৰ অভিনয়,জুবিন দাৰ কণ্ঠ ❤❤❤❤

  • @BhimmAZ
    @BhimmAZ Před 10 měsíci +11

    জুবিন গাৰ্গ দা অতুলনীয় ❤🙏

  • @farukdiscuess4237
    @farukdiscuess4237 Před 10 měsíci +17

    👑Jatin Bora is a Un compareable Actor.
    His acting can be compared to bollywood actors. ( specially emotion parts)👌👌
    Waiting❤❤❤❤

  • @lipikaray3592
    @lipikaray3592 Před 9 měsíci +2

    Raghav cinema khon moja lagise..geet tio khubei dhunia..eman kanduwaise cinema khone..khub val lagise❤❤❤..hokoluwe sab khub val pab👍👍👍

  • @tapanakhomofficial7484
    @tapanakhomofficial7484 Před 6 měsíci +2

    মা দেউতাক দিয়া উপহাৰৰ ভিতৰত এইটো গীত শ্ৰেষ্ঠ উপহাৰ।।।।ভালে থাকক সকলোৰে মা দেউতা।।🙏🙏🤗

  • @GJK550
    @GJK550 Před 10 měsíci +19

    Without Zubeen da incomplete any assamese movie 💪⚡

  • @milliondreams0762
    @milliondreams0762 Před 10 měsíci +10

    জুবিন দা আৰু যতীন দা দুয়োজনে মোৰ সকলো সময়ৰে favourite ❤

  • @PabitraSonowal-km3xn
    @PabitraSonowal-km3xn Před 10 měsíci +8

    জুবিন দা অমৰ হৈ থাকক তাকে কামনা কৰিলো আমাৰ অসমীয়াৰ বাবে❤

  • @bishwajitnath5860
    @bishwajitnath5860 Před 9 měsíci +4

    আইৰ সমান হব কোন নদীৰ সমান বব কোন?জয় ৰাঘৱ যাৰ মা নাই সিহে বোজে অ jai hind জয় আই অসম।😢😢😢

  • @pilingadeka
    @pilingadeka Před 10 měsíci +3

    উফ জেগাত লাগি গৈছে মোৰ❤ mon pran sui goise ane dhoror geet bur hunile deha xat pori jai montu kiba kiba lagijai

  • @introvert_sanjib
    @introvert_sanjib Před 10 měsíci +14

    জুবিন গাৰ্গ দাৰ কন্ঠ অতুলনীয়।‌
    Zubeen + Jatin = 💥💥

  • @bhaijandas-ss7fg
    @bhaijandas-ss7fg Před 9 měsíci +4

    মই মা ৰ মৰমৰ বাবে প্ৰতি ক্ষণত হাবাথুৰি খাইছো ।মা ৰ অভাৱে বৰকৈ আমনি কৰে । বাৰে বাৰে এই গীতটো শুনিবলৈ মন যায় । ❤মা কৰি দে ক্ষমা,🙏। ভগৱানে ভালে ৰাখক 🙏 তোক মা।

  • @sonomshyamvlog6662
    @sonomshyamvlog6662 Před 10 měsíci +20

    কি যে সুন্দৰ গীত মা মা অ মা ♥️♥️♥️

  • @Frustratedmitu
    @Frustratedmitu Před 10 měsíci +7

    "মৰা মৰা ল'ৰালি যৌৱন
    ভীৰৰ মাজতো একাকী জীৱন......" These lines 💔😫

  • @pagolsoraiZG
    @pagolsoraiZG Před 10 měsíci +35

    কি সুমধুৰ কণ্ঠ ❤️🥺 জুবিন দাৰ গান শুনিলে যেন ক'ৰবাত বেলেগ এখন পৃথিৱীৰত ভাহি যাও 🎧😇

  • @bhaskar_jaihind446
    @bhaskar_jaihind446 Před 9 měsíci +2

    Gaar num xiori jua eti geet❤️✨

  • @BishwajitTaid-gn8xz
    @BishwajitTaid-gn8xz Před 9 měsíci +4

    ❤️💝 মা তুমি সচাকে অনন্ন্যা❤️💝 মা মানেই জীৱন দাতা💝❤️♥️❤️ মা মানেই নিৰাপত্তা 🙏🙏মা ❤️❤️💝মা দেউতা 🌍🌎💫🌈 গানটো হ্নদয় চুই গল জুবিন দা আৰু যটিন দা ♥️❤️💝 জয় জুবিন দা🙏💝

  • @dulukrishnavlog4063
    @dulukrishnavlog4063 Před 10 měsíci +3

    1st song t kuwa yang mane Deuri maa bli koi Deuri olp ase val pysu bhut bhut aru val lagil bhut😊😊😊❤❤❤

  • @amarjyotidas2467
    @amarjyotidas2467 Před 10 měsíci +5

    ভাল লগা এটা গান ❤মা মই তোৰ বাবেই জীৱন জীয়াই থাকিম ৷হাজাৰ কষ্ট হলেও তোৰ এশাৰী মাতে মোক সজীৱ কৰি তুলে৷❤

  • @gyandeepnath3600
    @gyandeepnath3600 Před 10 měsíci +12

    উফফ্ জুবিন দাৰ কণ্ঠৰ এই দৰদ্ ❤লগতে শান্তা বাইদেউলৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ❤️অপেক্ষা মাথোঁ ৰাঘৱলৈ

  • @RUWAT777
    @RUWAT777 Před 10 měsíci +7

    চকুলো নিগৰি গ'ল 😥 বহুত বেছি ধুনীয়া হৈছে।👍

  • @nijansarmah3706
    @nijansarmah3706 Před 10 měsíci +393

    Though Zubeen da is one of the versatile singers in India...but when a song comes related to MAA....Zubeen da sounds to its peak....loved it❤❤

  • @sibajibarman4046
    @sibajibarman4046 Před 10 měsíci +26

    🙏💕মা তুমি অনন্যা,,, 🌎💗মা... ৰ মৰম এইখন পৃথিৱীত শ্ৰেষ্ঠতম উপহাৰ । 💐16/07/2023😢...

  • @pranjaldas-ri2pp
    @pranjaldas-ri2pp Před 6 měsíci +1

    জুবিন দাৰ এনে এটা গুণ হঠাৎ নচুৱাব পাৰে আৰু কন্দোৱাব পাৰে। তেওঁ অসমৰ অমূল্য সম্পদ। জয় জুবিন দা।

  • @PrinceGogoi-np3ou
    @PrinceGogoi-np3ou Před 9 měsíci +2

    Hokolue saboge bohut dhuniya hoise cinema khon ❤....

  • @ritahazarika6108
    @ritahazarika6108 Před 10 měsíci +10

    গানটোৰ জৰিয়তে চিনেমাখনৰ কাহিনীটোৰ আভাষ এটা পাই গৈছো৷ ডাঙৰ ল’ৰাটোৰ মাক নিজৰ নহব চাগে সেইবাবে তাক মৰম নকৰিব ডাঙৰ হৈ সেইজনেই যতিন বৰা হব ঘৰখন চাব সৰু ভায়েকক পঢ়াই ডাঙৰ মানুহ কৰিব নিজে গাড়ী চলাই ঘৰ চলাব পিছত সকলোৰে পৰা দুখ পাব যেনেকৈয়ে নায়ক চিনেমাখনত হৈছিলে মাজত আৰু বহুত কাহিনী উপকাহিনী থাকিব বাৰু নহবও পাৰে কাহিনীটো তেনেকুৱা মই গানটোৰ দৃশ্যবোৰৰ দেখিহে ভাবি লৈছো দেই৷

  • @H.J.K.CREATION
    @H.J.K.CREATION Před 10 měsíci +5

    উফ‌:কি গাইছে অ জুবিন দাই🥲 লাভ ইউ জুবিন দা ❤️ আপুনি মোৰ বাবে ভগৱান হয় 🙏❤️🔥

  • @Sanjib-Shorts
    @Sanjib-Shorts Před 10 měsíci +1

    Zubeen da nohole axomiya cinema industry adhoruwa... Aii gaantu xuni gaar lum xiyori uthe kobo nuwaru ki jadu ase teur gaanbilakot... Zubeen da love u ❤️😘

  • @dutta585
    @dutta585 Před 10 měsíci +1

    ❤Maa❤Bujabo nuwara koi val puwa manuh goraki hoise maa...gaan2 huni hokoluwe maak Miss krise😍Hodai hustho hoi thaka maa❤️...Raghav saboloi ami exited hoi asu🤗

  • @ankuran8534
    @ankuran8534 Před 10 měsíci +11

    Zubeen + Shanta ❤
    Perfect composition. Love from #Tokyo

  • @smritanjaliboragi8416
    @smritanjaliboragi8416 Před 9 měsíci +3

    কি যে সুন্দৰ শব্দৰ গাঠনি , মন ভৰি ভৰি পাৰ ভঙা কন্ঠ ❤

  • @latadekaraja5105
    @latadekaraja5105 Před 10 měsíci +2

    শিশুৰ বঞ্চিত মনস্তত্ত্বক তুলি ধৰা এটি অনুভৱী গীত৷ বাৰে বাৰে শুনিও আমনি নলগা৷

  • @pijushzubeendas9221
    @pijushzubeendas9221 Před 10 měsíci +8

    Zubeen Daa’s rendition of the song “Maa” is truly a masterpiece. His heartfelt vocals and emotional depth in this song capture the essence of a mother’s love and sacrifice. The lyrics are beautifully written and resonate with anyone who has a special place in their heart for their mother. Zubeen Daa’s ability to convey such profound emotions through his music is what makes this song one of his best and an enduring tribute to mothers everywhere.❤Love you Zubeen Daa❤

  • @pratapsaikia3049
    @pratapsaikia3049 Před 10 měsíci +5

    অতি সুন্দৰ উপস্থাপন। সুন্দৰ কণ্ঠ। সুন্দৰ অভিনয়।❤

  • @champakbora5551
    @champakbora5551 Před 10 měsíci +8

    Best combo ever.
    ZG + JB = WORLD CLASS CONTENT

  • @Mousumsarma
    @Mousumsarma Před 10 měsíci +11

    অসমৰ মান আৰু আমাৰ প্ৰাণ ♥️♥️... জয় জুবিন দা ..♥️

  • @coversongsmazikmaniadipank9952
    @coversongsmazikmaniadipank9952 Před 10 měsíci +2

    Bohut dhunia gaan. Sokupani ulai gol.

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Před 10 měsíci +5

    মন বিগলিত কৰি যোৱা এটি গীত । কণ্ঠ ,সুৰ অনন্য ।

  • @hmmhimangshu5843
    @hmmhimangshu5843 Před 10 měsíci +3

    Super hit hbo
    Jdi jatin dak log pau dekham
    Aru kom
    Apuni axomor super star
    Moi Himangsgu Dekai kolu

  • @chandramasaharia6604
    @chandramasaharia6604 Před 10 měsíci +1

    Wow amazing..... Sakupani baii aha ata gan.... Best of luck raghav

  • @ShivaBania
    @ShivaBania Před 10 měsíci +2

    Xundor ____ zubeen Dar Ganor Ktha Nu Ki Kom Vakha Nai ___ Aru Ei Konmani Loratur Acting Uff Bohut Xundor____Aagole Val Actor Hbo Ee❤

  • @sumibaruahsaikia5783
    @sumibaruahsaikia5783 Před 8 měsíci +3

    গান টো যিমান ধুনীয়া চিনেমা খন তাতোতকৈ ধুনীয়া❤❤

  • @one9-dhi
    @one9-dhi Před 10 měsíci +7

    জুবিন দাৰ কাৰণে এবাৰ শুনা গানটো তিনি-চাৰিবাৰ শুনিছোঁ যদিও চকুদুটাই আমনি পোৱা নাই❤ cinematography👌

  • @jowandutta4685
    @jowandutta4685 Před 10 měsíci +12

    দৰদ আৰু দৰদী কণ্ঠ। Superb ❤

  • @sanjibborah9156
    @sanjibborah9156 Před 10 měsíci +5

    বহুত ভাল লাগিল❤❤❤❤❤❤❤❤❤ ৰাঘৱলৈ শুভেচ্ছা থাকিল।

  • @manashdeka7545
    @manashdeka7545 Před 4 měsíci +3

    তোৰ দুটি নয়নৰে এটি ম‌য়ো হ'ব খোজো .....😌💝

  • @parthapratimsarmah9801
    @parthapratimsarmah9801 Před 10 měsíci +7

    "মা" জুবিন দাৰ কণ্ঠত গীতটি শুনি দুচকু সেমেকি আহিছে , মা অবিহনে একো নাই, তুমি কিয় এৰি গলা মা একো কৰিব নোৱাৰোঁ দেখোন তুমি নোহোৱাকৈ

  • @Mithieducational
    @Mithieducational Před 9 měsíci +2

    Zubeen da is a the king of Assam for Assamese music industry. No one bet him. He is
    a singer more above 32000 thousands of songs record various languages. So salutes Zubeen Garg ❤❤❤🎉🎉🎉

  • @tiku5593
    @tiku5593 Před 10 měsíci +13

    মা মাথোঁ এটা শব্দ নহয়... গোটেই পৃথিৱীৰ সবাতোকৈ সাহসৰ উৎস...❤

  • @rhythmbeat8591
    @rhythmbeat8591 Před 10 měsíci +4

    Another heart touching song from ZG... But to be honest, the kid stole the show ... I'm overwhelmed by the performance of the kid - he looks so real and emotionally expressive!!! ... great job at 2:25 !!!

  • @naineebora8211
    @naineebora8211 Před měsícem +1

    Excellent acting jatin da...imn dhunia emotions sin apunar bahire blge kunau nuare kribo

  • @babudas653
    @babudas653 Před 10 měsíci +3

    অতি সুন্দৰ। মা তোমাক বহুত মন পৰিছে। I Love you zd jt ❤❤❤❤

  • @Gopintrip8
    @Gopintrip8 Před 10 měsíci +6

    মা নহ'লে পৃথিৱী অন্ধকাৰ

  • @hirakjyotikalita4491
    @hirakjyotikalita4491 Před 10 měsíci +3

    গম পোৱা গৈছে যে চিনেমা খন কিমান ধুনীয়া হব ❤❤❤❤ waiting.......

  • @dollyzg
    @dollyzg Před 10 měsíci +2

    এই গানটো জুবিন দাৰ কাৰণে চিৰ যুগমিয়া হৈ থাকি গল। সকলোতকৈ ডাঙৰ ভগৱান হল মা ❤❤

  • @charliechaplin3271
    @charliechaplin3271 Před 4 měsíci +2

    Child artist superb acting... video moja

  • @PankajAmchi
    @PankajAmchi Před 10 měsíci +89

    'ৰাঘৱ" চাবলে কোনে কোনে অপেক্ষা কৰি আছা।👇👍❤