KUWANA - Zubeen Garg | Gayatri Hazarika | Kishor | Alishmita | Dada Tumi Dusta Bor | Film Song 2022

Sdílet
Vložit
  • čas přidán 24. 05. 2022
  • ♬ AUDIO CREDITS ♬
    Film : DADA TUMI DUSTA BOR
    Song : Kuwana
    Singer : Zubeen Garg & Gayatri Hazarika
    Music /Tune : Alaap Dudul
    Lyrics : Goutam Sarmah
    ▣ VIDEO CREDITS ▣
    DIRECTOR : Samir Burhagohain
    Producer : K. M. Rahman
    Executive Producer: Pankaj Mahanta
    Starring : Kishor Das, Alishmita Goswami
    Co-Producer : DR. Jarina Rahman
    Choreography : Samir Burhagohain
    Cinematography : Suruj Deka
    Editing :Ashim Sarmah
    #DadaTumiDustaBor #AssameseFilmSong2022 #ZubeenGarg
    MUSIC LABEL - DHWANI RECORDS
    © 2022 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR CZcams CHANNEL - / dhwanirecords
  • Hudba

Komentáře • 835

  • @debalinakidschannelassam8019

    কিশোৰ, তোমাৰ বিদেশী আত্মাৰ সদগতিৰ কাৰণে ভগবানৰ ওচৰত প্ৰাথনা জনাইছোঁ, তুমি যাতে আকৌ কিশোৰ দাস হৈ জনম্ লোৱা..........

  • @harinarayandeori3813
    @harinarayandeori3813 Před 2 lety +21

    দাদা তোমাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো। ভৱা নাছিলো তুমি ইমান সোনকালে আমাৰ মাজৰ পৰা এনেকৈ আতঁৰি যাবা...। যতে আছা, সুখ আৰু শান্তিৰে থাকা।

  • @sumanfromassam7058
    @sumanfromassam7058 Před 2 lety +11

    কি যে হৈ গ'ল , বিশ্বাসে নহয় 😥 ভাইটি তুমি য'তে আছা শান্তি ৰে থাকিবা 😥

  • @kishorbarman4265
    @kishorbarman4265 Před 2 lety +6

    ইমান ধুনীয়া hero Looks ৰ লৰাজন আমাৰ মাজৰ পৰা আতৰি যোৱাৰ বাবে বৰ দুখ অনুভৱ কৰিছো।তুমি যাতে শান্তিত থাকা তাৰেই কামনা কৰিলো।

  • @india0454
    @india0454 Před 2 lety +119

    জুবিন দাই প্ৰতিটো গান প্ৰাণ ঢালি গায় কাৰণে ভাল পাওঁ মানু্হজনক। জয় জুবিন দা

  • @zgrobinkhakhlary2882
    @zgrobinkhakhlary2882 Před 2 lety +3

    বহুত বহুত বেছি ধুনীয়া লাগিছে, ছ মোৰ ফালৰ পৰা বহুত বহুত বেছি মৰম থাকিল

  • @jyotirmoysarmah2670
    @jyotirmoysarmah2670 Před 2 lety +59

    কিশোৰ দাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো। যতে আছে ভালে থাকক।।

  • @ranjanabora8995
    @ranjanabora8995 Před 2 lety +15

    বৰ ধুনীয়া লাগিল ❤️ কিশোৰ দাসৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏🙏🙏

  • @mitalinath6601
    @mitalinath6601 Před 2 lety +9

    আমিয়েই মানি লব পৰা নাই কিশোৰ দাস যে নাই 😭তেওঁৰ জন্মদাত্ৰী মাতৃ গৰাকীয়ে কেনেকৈ মানি লব

  • @jagyeswartaid3888
    @jagyeswartaid3888 Před 2 lety +108

    Kishor Das
    God bless him🙏🏻 Stay healthy and happy ❣️

  • @tapanhazarika9794
    @tapanhazarika9794 Před 2 lety +132

    জুবিন দাৰ গান মানেই জনপ্ৰিয়তা।❤️❤️ চলচ্চিত্ৰ খনি সকলোয়ে চাম কিয়নো ইয়াত বহুতো কষ্ট জড়িত হৈ থাকে। লগতে কিশোৰ দাসো অসুস্থ। চলচ্চিত্ৰ খনি সফলতা লভিলে তেওঁৰো ভাল লাগিব।❤️🤗❤️

  • @bibeknath756
    @bibeknath756 Před 2 lety +5

    কিশোৰ দাস তুমি জৈত আছা শান্তিত থকা। আত্মায়ে চিৰ শান্তি লাভ কৰক।

  • @manpritpritam6613
    @manpritpritam6613 Před 2 lety +176

    জুবিন দা মানেই আবেগ ,শান্তি ,অনুভুতি আৰু যি একুৰা জুইৰ দৰে প্ৰজ্বলিত হৈ আছে অসমীয়া কৃষ্টি-সংস্কৃতিৰ পথাৰ খনত.....
    Always Love u dada 😘❤

  • @sksajjubhai543
    @sksajjubhai543 Před 2 lety +45

    জুবিন দা ,,,আপোনাৰ কাৰণে মই সদায় অপেক্ষা কৰিব পাৰো 😁😁 love from ❤️ নগাঁও

  • @ranjitasonowal6177
    @ranjitasonowal6177 Před 2 lety +9

    খুব সুন্দৰ অভিনয় কৰিছে । খুব সুন্দৰ গীত জুবিন দা গীতটো ভাল লাগিল
    কিশোৰ ভাইৰ আত্মাই স্বৰ্গত ঠাই পাওক

  • @jitencreation4758
    @jitencreation4758 Před 2 lety +101

    কোনে কোনে জুবিন দাক ভাল পোৱা👍 লাইক এটা মাৰি যোৱা ❣️জয় জুবিন দা❤😍❤❤❤❤❤

  • @Kaushik632
    @Kaushik632 Před 2 lety +11

    জুবিন দাৰ কন্ঠ। গীত টি টো জনপ্ৰিয় হ'ব য়ে.... নে কি কয় ৰাইজ...?
    চিনেমা খন চাবলৈ ৰৈ আছোঁ।
    অপেক্ষা.......🖤🖤

  • @sangitasaikia950
    @sangitasaikia950 Před 2 lety +8

    কিশোৰ ❤️

  • @rashmirekhasaikia3181
    @rashmirekhasaikia3181 Před 2 lety +30

    Dukh dila bohut😥💔 rest in peace Kishore... You will be missed.. ❤️

  • @bikash1saikia187
    @bikash1saikia187 Před 2 lety +7

    তুমি সদায় আমাৰ অন্তৰত থাকিবা কিশোৰ দা । i will always miss u

  • @nabanitakalita7908
    @nabanitakalita7908 Před 2 lety +9

    Kishor daa love u so much 😘😘😘 apuni jaldi val hob ami khodai apunar babe jeausr agt pray karu... Apunio alop jisu r kotha bor pohrib sn apuni aru khon kale healty hob... By d way gaan 2 khuni mojja lagil zubeen daa aru apuni tamam milise love u zubeen daa...

  • @birdug3486
    @birdug3486 Před 2 lety +5

    অতি মৰ্মাহত!অসমীয়া ছবি জগতৰ এক উজ্জ্বল নক্ষত্ৰ হেৰুৱালো।RIP

  • @chengeliyan
    @chengeliyan Před 2 lety +3

    ধুনীয়া ❣️

  • @gogoistatus4k345
    @gogoistatus4k345 Před 2 lety +13

    Amr karone zubeen da main ❣️🤘 zubeen dak vl puwa hkole tip sohi eta mari dia💕

  • @editingmixturevideo9775
    @editingmixturevideo9775 Před 2 lety +2

    দাদা তুমি যতে আছা ভালকৈ থাকিবা আৰু শান্তুিত থকিবা Bhut miss korem dada apunak 😭😭😭😭😭

  • @bitumahanta6701
    @bitumahanta6701 Před 2 lety +14

    এই চিনেমাখন কৰি থাকোতে কেঞ্চাৰে কিশোৰৰ দেহত লুকাই ভাকু খেলি আছিল।ভাবিলেও চকুপানী ওলাই। তুমি য'তেই আছা শান্তিত থাকা কিশোৰ ভাইটি

  • @BK-qi2ne
    @BK-qi2ne Před 2 lety +163

    অৱশেষত তুমি আঁতৰি গলা 😢😢💜💜🙏🙏তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক 🌹🌹

  • @prasantadeka7579
    @prasantadeka7579 Před 2 lety +3

    ভাষা নাই কবলে বহুত ভাল লাগিছে।।।
    শেষত জয় জুবিন দা ❤️👑🤟

  • @biplobborahap15
    @biplobborahap15 Před 2 lety +4

    সুন্দৰ

  • @entertainingaxom7380
    @entertainingaxom7380 Před 2 lety +9

    গানটোৰ আৰম্ভনিত,,,,আমাৰ ধলা শদিয়াৰ দলং খন ওলাছে দেখোন,,,,ভিদিঅ টিত ঠাই দখৰ আৰু সুন্দৰ লাগিছে।।।।❤️❤️🔥

    • @junmoniborah6823
      @junmoniborah6823 Před 2 lety

      হয় আমাৰ ধলা শদিয়া দলং খন দেখি মনটো বৰ ভাল লাগি গল। গানটো অন্তৰ চুই গৈছে।

  • @giridharmedhi9783
    @giridharmedhi9783 Před rokem +2

    কিশোৰ দা তুমি যতেই আছা ভালে থাকা 😭😭😭😭😭😭😭

  • @chintumonideka6539
    @chintumonideka6539 Před 2 lety +7

    সুন্দৰ ❤️🎧🎧🎧
    জয় জুবিন দা 🙏

  • @ArishaKiDuniya19
    @ArishaKiDuniya19 Před rokem +3

    Amr kishor dar last dekha 😭😭😭😭kiman j miss koru kishor dak😭hodai saw kishor dar songs bur ♥️montuk atiau bujabo nuwaru o 😭😭jote asa vale kukhole thka 😘

  • @khemrajbhujel7352
    @khemrajbhujel7352 Před 2 lety +6

    Miss you kishor da..
    We love you... ❤

  • @ujjaldas2749
    @ujjaldas2749 Před 2 lety +7

    দাদা আপূনি অসম বাশিস মৰম দি আজি আতৰি গলি আপুনি যতে আছোঁ শান্তিৰে থাকা ভগোৱাণক সেৱা জনালোঁ 🙏😭

  • @manojpegu77
    @manojpegu77 Před 2 lety +5

    #Kishor Das 😭
    ইমান প্ৰতিভাৱান লৰাটোক নিয়টিয়ে আমাৰ পৰা কাঢ়ি লৈ গ'ল, ক'বলে একো ভাষাই নাই, ৰাইজে আশা কৰাৰ দৰেই... "Rest In Peace"

  • @mcsahar1807
    @mcsahar1807 Před 2 lety +8

    Always miss you kishor daa 😥😥😥

  • @gayatridas2873
    @gayatridas2873 Před 2 lety +12

    দাদা আপোনাৰ আত্মা য়ে শান্তি লাভ কৰে যেন তাকে ভগৱানৰ ওচৰত কামনা কৰিলো 🙏😢

  • @bonjitarahang729
    @bonjitarahang729 Před 2 lety +6

    আজি কিশোৰ দাদা নিজে অভিনয় কৰি আমাৰ মাজত নাই বহুত মনত পৰিব 🥺😭
    এতিয়া এই ছবিখন মুক্তি পাব কিন্তু কিশোৰ দাক মনত পেলাই বহুত দুখ কৰিব এই ছবিখনৰ লগত জড়িত থকা প্ৰত্যেক গৰাকীয়ে 😔🥺😭

  • @rahulcreationrc6136
    @rahulcreationrc6136 Před 2 lety +10

    I am so excited 😊😊

  • @akhomorbhaskar
    @akhomorbhaskar Před 2 lety +112

    দাদা আপোনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।😭আপুনি যতে আছে ভালে থাকক🥺আপোনাৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিলো😭😭😭

  • @Dkmusicofficial143
    @Dkmusicofficial143 Před 2 lety +2

    I miss you Kishur Das
    আপুনি যতে আছে শক্তিত থাকক

  • @ragini_musical
    @ragini_musical Před 2 lety +6

    wow zubeen dar ganor karone ha bohut exited hoi wait kori asu🥰😘😘❤️❤️

  • @Nihabora
    @Nihabora Před 2 lety +6

    Tumar atmai শান্তি লাভ কৰে যেন, যতে আছা ভাল কৈ থাকা 😢 কিশোৰ 💞love you জুবিন দাদা

  • @jitulonlinevlogs7912
    @jitulonlinevlogs7912 Před 2 lety +5

    love You Zubeen Da ❤❤❤
    Miss u Kishore Da 😢😢🙏

  • @zubeenbandanagarg1677

    উফ দাদা ‌‌‌কন্ঠ চুই গল জয় জুবিন দা ❤🙏🔥

  • @akashpg341
    @akashpg341 Před 2 lety +3

    Mja

  • @myrootsworld1497
    @myrootsworld1497 Před 2 lety +20

    Zubeen da Is Heart and Soul of😍 Assamese Music Industry

  • @jeutiray1394
    @jeutiray1394 Před 2 lety +2

    Bohut miss korim kishar daa...

  • @santanadeka5054
    @santanadeka5054 Před 2 lety

    জুবিন দাৰ নতুন গানটো বৰ ধুনিয়া হৈছে দেই মজা মজা সান্তনা ডেকা 💓💓🌺🌺🌺💔💔💔💔😭😭😭🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭🎵🎵🎵💓💓💓💓💓💓💓🌺🌺💔💔❣️❣️❣️❣️❤️❤️❤️❤️❤️❣️❣️🎵🎵💓

  • @success_mindmanstar
    @success_mindmanstar Před 2 lety +1

    জুবিন দা আপোনাৰ কন্ঠত হিন্দী গান নুশুনা বহু দিনে হ'ল।।। আশাবাদী জুবিন দা আপোনাৰ কন্ঠত হিন্দী গান শুনিবৰ ।।।।😘🤩🥰🤗

  • @juriboruah6849
    @juriboruah6849 Před 2 lety +4

    তোমাৰ আত্ম সদগতি কামনা কৰিলোঁ ❤️❤️❤️❤️

  • @phulenassam9546
    @phulenassam9546 Před 2 lety +3

    Bohut Miss Korim kishor Bhai,😭😭

  • @anjanrecord4820
    @anjanrecord4820 Před 2 lety +2

    waiting

  • @mainuraj4073
    @mainuraj4073 Před 2 lety +11

    Miss you Kishore daa😭😭 god bless you

  • @bharatpjbhuyan7350
    @bharatpjbhuyan7350 Před 2 lety +1

    জুবিন দাৰ বাবে হিট লাইক🥰

  • @djblog8926
    @djblog8926 Před 2 lety +11

    Zubeen da always rock🤘🤘 what a voice❤❤Heartthrob❤❤ Kishore da!! God Bless Him❤

  • @sanjayrajbongshi6238
    @sanjayrajbongshi6238 Před 2 lety +1

    কিশোৰ সচাকৈয়ে তোমাৰ এই সুন্দৰ অভিনয় বোৰ ভগৱানৰ চাগৈ সয্য নহল ।

  • @bipinsaikia7821
    @bipinsaikia7821 Před 2 lety +25

    Very beautiful tune and music composition, nicely sung by Zubeen and Gayatri both of you.All the best for future projects.

  • @buliborah5758
    @buliborah5758 Před 2 lety +4

    সকলোকে দুখ দি তুমি হাঁহি গুচি গলা। যতে আছা শান্তি ত থাকা😭😭😭😭

  • @chandanchalihaofficial5005

    বহুত ধুনীয়া

  • @arjjun6609
    @arjjun6609 Před 2 lety

    ধুনীয়া ধুনীয়া নাচ বোৰ সদায় জিলিকি থাকিব জোনটি হৈ । মৰম লগা হাঁহিটো সদায় সাঁচি ৰাখিম বুকুত । কুশলে থাকক ভগৱানৰ ওচৰত কিশোৰ দা🙏😓

  • @sajitsaikia1303
    @sajitsaikia1303 Před 2 lety +6

    Miss you kishore da😥❣️

  • @laptuiom
    @laptuiom Před 2 lety +5

    Ki nu kom
    Kishor da always best
    And Zubeen sir
    So I am so excited

  • @pampibaruah7085
    @pampibaruah7085 Před 2 lety +5

    Kishore daa😢😢❤️❤️

  • @pravakarroy_liveshow5059
    @pravakarroy_liveshow5059 Před 2 lety +2

    Dhuniya

  • @janmonigarh4223
    @janmonigarh4223 Před 2 lety +2

    Miss u too kishore da😭😭😭

  • @dhirajborah8500
    @dhirajborah8500 Před 2 lety +2

    Moja lagil 💓🥰

  • @labonyaindia8728
    @labonyaindia8728 Před 2 lety +3

    খুউব ধুনীয়া গান।ভাল লাগিছে

  • @jyotikaborgohain465
    @jyotikaborgohain465 Před 2 lety +6

    দাদা আপোনাৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰিলো 🙏🙏

  • @j.swargiari1323
    @j.swargiari1323 Před 2 lety +4

    অতি মনোৰম🥀🥀🥀🥀🥀🥀🥀🥀🥀❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀

  • @pranjalborthakur7598
    @pranjalborthakur7598 Před 2 lety +2

    1st...❤️

  • @rangiardiganta9030
    @rangiardiganta9030 Před 2 lety +2

    Zubeen Da r Gan
    Nahale Cinema Ye Hak Ba Theatre Ye Hak Xakalu Adhruwa ❤😊😌❤

  • @rubulhazarika1
    @rubulhazarika1 Před 2 lety +10

    Very nice singing by Zubin n Gayatri.... Very lovely composition, lovely music by Alaap Dudul... Very beautiful Lyrics by Gautam.... Nice picturisation..... a great song.

  • @user-nk3zc2sp8w
    @user-nk3zc2sp8w Před 2 lety

    কীশূৰ দাদালৈ মনত পৰি চকু সেমেকি গ'ল।
    আমাক বহুত মৰম লগাই তুমি গলাগৈ অজান দেশলৈ।😔😌

  • @zgrobinkhakhlary2882
    @zgrobinkhakhlary2882 Před 2 lety +2

    ১০০% সছা কথা, জুবিন দাৰ প্ৰতিতো গানেই মোৰ প্ৰিয় শুনি ভাল লাগে

  • @manojborah1471
    @manojborah1471 Před 2 lety +2

    Mjaaa gan...20 bar hunilu

  • @monjumabegummonjumabegum8615

    Bhut bhut bhut val lagil.aru miss krisu 😭 kishor da .

  • @amarmalakarofficial7463
    @amarmalakarofficial7463 Před 2 lety +2

    Mojaa

  • @purnimadas7147
    @purnimadas7147 Před 2 lety +8

    Rest in peace kishore da I really Miss you 😭😭

  • @youngassamyoutube
    @youngassamyoutube Před 2 lety +4

    Very excite hoi asu

  • @mxmithu9550
    @mxmithu9550 Před 2 lety +5

    Zubeen da 💖

  • @mikealpran5697
    @mikealpran5697 Před 2 lety +7

    Nice kishor ❤️ from boko, Kamrup (rurel)

  • @Jiya-cr7ls
    @Jiya-cr7ls Před 2 lety +1

    Miss you keshor Da ,,😭😭😭🙏🙏🙏

  • @abhisheklahkar9939
    @abhisheklahkar9939 Před 2 lety +10

    Very beautiful song . Sung beautifully.. 🔥🔥

  • @bumonvlogs3222
    @bumonvlogs3222 Před 2 lety +6

    Rest in peace kishor. We missed u.

  • @Hritikesh_01
    @Hritikesh_01 Před 2 lety +2

    💛💛💛💛💛

  • @durgasangrowla3546
    @durgasangrowla3546 Před 2 lety +13

    Rest in peace kishore das we will miss you 🙏

  • @ashimgogoi6205
    @ashimgogoi6205 Před 2 lety +5

    অৰুণাচল প্ৰদেশত

  • @babyphazarika5669
    @babyphazarika5669 Před 2 lety +5

    Luv u always Kishore, rest in peace.

  • @sanisaikia164
    @sanisaikia164 Před 2 lety +6

    Nice choreography by...Samir da..and everything is perfect...❤️😊😊👍👍👍 (Dada Tumi dusto bor)

  • @TheDjlove109
    @TheDjlove109 Před 2 lety +16

    RIP Kishore, hope your desires are fulfilled in your next life

  • @sujummochahary9677
    @sujummochahary9677 Před 2 lety +110

    Rest in peace 😭🥺🥺🕊️☮️ we will miss you kishore daa ❤️

  • @shrutidancing2900
    @shrutidancing2900 Před 2 lety +3

    খুব সুন্দৰ এটি গান

  • @itslogs8231
    @itslogs8231 Před 2 lety +2

    Dhuniya lagise

  • @swapnalis.5331
    @swapnalis.5331 Před 2 lety +18

    The composition is very nice,and Zubeen and Gayatri has also done a splendid job! Kudos to the whole team of "Kuwana", brilliant work.👌👌

  • @tarundoley6281
    @tarundoley6281 Před 2 lety +1

    Bhut miss korim Kishore daa 😭

  • @binudgogoi1989
    @binudgogoi1989 Před 2 lety +2

    So exidet

  • @riyan5211
    @riyan5211 Před 2 lety +2

    Waiting 🤗🔥

  • @lakhyadutta260
    @lakhyadutta260 Před 2 lety +1

    Hundor hoise