KKR champion in IPL 2024

Sdílet
Vložit
  • čas přidán 26. 05. 2024
  • • 2024 আইপিএলৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিশাল জয়।
    • 10.3 অভাৰতেই 10 উইকেটত জয়ী কলকাতা নাইট ৰাইডাৰ্ছ।
    • 26 বলত 52* ৰাণৰ দৰ্শনীয় ইনিংছ ভেংকটেছ আয়াৰৰ
    • আইপিএলৰ ট্ৰফী জয় কৰা পঞ্চমগৰাকী ভাৰতীয় অধিনায়ক শ্ৰেয়াস আয়াৰ।
    #KKRvSRH | #Final | #TheFinalCall | #KolkataKnightRiders #KKR #SangbadPrahari

Komentáře •