উপ-নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ, অসমলৈ আহিব জিতেন্দ্ৰ সিং

Sdílet
Vložit
  • čas přidán 10. 07. 2024
  • ১৫ জুলাইত অসমলৈ আহিব প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং৷ অসমলৈ আহি ১৭ জুলাইলৈ অংশ ল’ব বহুকেইখন বৈঠকত৷ বৈঠকতে সিদ্ধান্ত হ’ব বহু গুৰুত্বপূৰ্ণ বিষয়ত৷
    #nbnews #nbnewsdigital #Congress #APCC #JitendraSingh
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 5

  • @abhinandansaikia4780
    @abhinandansaikia4780 Před 26 dny +1

    ভূপেন বৰাৰ সাংগঠনিক দক্ষতা হিমালয়সদৃশ।
    জিৰৰপৰা হিৰ হৈ আছে।।

  • @PoretushSarkar
    @PoretushSarkar Před 27 dny

    Very. Good. Video

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i Před 27 dny

    কংগ্ৰেছৰ পৰা ওলাই যোৱা সকলক পুনৰ কংগ্ৰেছে লব নলাগে দলৰ বিপদ হব । এইয়া আমাৰ সাবধান বানী।

  • @abhinandansaikia4780
    @abhinandansaikia4780 Před 26 dny

    উপ-নিৰ্বাচনৰ ফলাফল সদায় শাসকপক্ষৰ সপক্ষে যায়।কিন্তু ৩ খন ছীট কংগ্ৰেছে পাব।
    ২০২৬ ত কংগ্ৰেছ চৰকাৰ।।উজনি অসমত বিজেপি ধূলিসাৎ হব