Sirumoni 2023 Tumie Grahila l Manash Bhagawati l Nahid Afrin

Sdílet
Vložit
  • čas přidán 21. 06. 2023
  • Lyrics/Tune/Music - Manash Bhagawati
    Singer - Nahid Affrin & Manash Bhagawati
    Music Arranger - Manash Bhagawati
    Video Director - Manash Bhagawati
    Drama Director - Dipak Das
    Camera & Drone - Trishul Bhagawati
    Studio - Dreams
    Flute - Poromeshor Bosumotary
    Khol - Rajib Bhuyan
    Tabla - Raja Borah
    Dhokal - Naba
    Keyboard - Deepkesh Borgohain
    Percussion - Shekhar Jyoti Goswami
  • Hudba

Komentáře • 471

  • @dipjyotidas9898
    @dipjyotidas9898 Před rokem +9

    ।।জয় গুৰু শঙ্কৰ ।। কৃষ্ণ 🙏
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ

  • @tileswaryein1295
    @tileswaryein1295 Před 7 dny

    মন চুই যোৱা হৰি নাম। কৃষ্ণ কৃষ্ণ কৃপাময় অসমীয়া জাতিক সদায় একতাৰে জীয়াই থাকিবলৈ পূৰ্ণ ভগৱন্তই আৰ্শীক দিয়ক। শেষত ভক্তিভৰা সেৱাৰে।
    পৰা
    তিলেশ্বৰ য়েইন
    শিঃ- দিচাংমুখ।🙏🙏।

  • @rajudeka94
    @rajudeka94 Před rokem +22

    আপোনাৰ গীতবোৰে হৃদয় ভেদি যায়। বহু বছৰৰ পাছত পুনৰ শিৰোমণি,,,, অনুপম, সদায় এনে গীত আশা কৰোঁ।

  • @binudkonwar1612
    @binudkonwar1612 Před rokem +9

    নাহিদক এবাৰ দেখুৱা হেতেন আৰু অলপ ভাল লাগিল হয় ।।।বাকী বহুত ভাল হৈছে আৰু তাতকৈ নামৰ আগত হোৱা কথোপকথন খিনি বহুত বেছি গুৰুত্ব পূৰ্ণ কথা কলে।।।

  • @muninmbcreation7720
    @muninmbcreation7720 Před rokem +40

    শুনি দেহ মন শাত পৰি গ'ল দাদা,কি যে অপূৰ্ব উপহাৰ🙏❤️

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 11 měsíci

      hundar Hundar Hundar Anedharanor geetey montuk Adhik hundortar prati bahai atekey nokoleu hobo,,,,,, aapunahobey gaaijauksun bhagawaney nishoy bhabishyatey tor ,,,adarkor hobo,,,,, yei kamonerei,,,,,,,

  • @tirthajyotigogoi9942
    @tirthajyotigogoi9942 Před rokem +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼
    ভক্তিমূলক গীতে আমাক মনবোৰ স্থিৰ কৰে বেয়া বোৰ মনৰ পৰা আঁতৰাই

  • @bhaijandoley4483
    @bhaijandoley4483 Před rokem +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🫂🌏🌏🌏💝🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 Před rokem +3

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @santoshbori2495
    @santoshbori2495 Před rokem +1

    Bohut dinor murot hirumoni ahil Krishna Krishna

  • @polashrajkhowa3310
    @polashrajkhowa3310 Před rokem +7

    শিৰোমনি জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰী চৰণত শত সহস্ৰ প্ৰণাম🙏🙏🙏জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ ৰ জয়!!

  • @jodujunakakashmusical266
    @jodujunakakashmusical266 Před 5 měsíci

    জয় জগত গুৰু শংকৰ গুৰু ।
    কৃষ্ণ ❤❤🙏🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem

    কৃশন্ কৃশন্, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনাব বুলি খুবেই আশা কৰিলোঁ,,

  • @bipulchetia2844
    @bipulchetia2844 Před 7 měsíci +1

    কৃষ্ণ , কৃষ্ণ,কৃষ্ণ,ৰাম,ৰাম, ৰাম,❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 6 měsíci +1

    আপোনাৰ বৰ্তমান এই গীতটো শুনিলেই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও আমনি নালাগে দিয়ক চোন বিশেষ কৈ গুৰু জনাৰ হৈ গোৱা ভক্তি মূলক গীত শুনিবলৈ পাই মনতে খুব সুখ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন, আপোনালৈ শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো ঠিকেই আছেনে চাই যাওক, ইমানেই,,,,

  • @jogeswarchoudhoury5707
    @jogeswarchoudhoury5707 Před rokem +1

    কৃষ্ণ জয় গুৰু সংকৰ

  • @sumitradeka3599
    @sumitradeka3599 Před měsícem

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @sumitradeka3599
      @sumitradeka3599 Před měsícem

      মানস ভাগৱতী বাপ আৰু নাহিদ আফ্ৰিন ভনীৰ দ্বৈত কণ্ঠৰ হৰি নামটি অতি সুন্দৰ হৈছে । আগলৈ নাহিদ ভনীৰ কণ্ঠত হৰি-- নাম শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলোঁ । হৰি --নামটিৰ সমস্ত শিল্পীবৃন্দলৈ প্ৰভূ ভগৱন্তই কৃপা বৰিষণ কৰক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jayashriborah9719
    @jayashriborah9719 Před rokem +5

    জয় গুৰু শংকৰ 🙏 খুবেই ভাল লাগিল।

  • @anubhavusb
    @anubhavusb Před rokem +7

    অত্যন্ত ভাল পালোঁ দেই দাদা, আগুৱাই যাওক আমাৰ মৰম, আশীৰ্বাদ সদায় এনেকৈয়ে থাকিব❤️

  • @biswajitboruah3716
    @biswajitboruah3716 Před 6 měsíci +1

    🙏🏵️Krishna 🏵️🙏

  • @BharatiBarman-us2fh
    @BharatiBarman-us2fh Před rokem +1

    Keiba baru xunilu ,pise hepah he polua nai sun. Xunile xuniye thakibor mon . Duyure kantho xasai hriday sparxi. Agaoloi aru notu notun xunar aaxaa thakil . Ishware duyuke mangale rakhok. Aaxirbaad xadai thakibo duyu loike💕

  • @sumitradeka3599
    @sumitradeka3599 Před 11 měsíci

    Manash da aru Nahid bhoni apunalukor konthot ane dhornor Bhoktimulk bohut geet huniboloi pam buli akhare bat sai rolu.
    KRISHNA KRISHNA 🙏🙏🙏🙏🙏
    Joy Guru SANGKARDEV 🙏🙏🙏

  • @monuranjansaikia7905
    @monuranjansaikia7905 Před rokem +3

    ভাবিছিলো আপুনি সংগীত জগতৰ পৰা আঁতৰি গল,আজি ইমান বছৰৰ পিছত ৰাইজক সুন্দৰ গান উপহাৰ দিছে, শিৰোমণি আমাৰ হৃদয়ত আছে ,নেৰিব, ধন্যবাদ মানস দা

  • @Nijara
    @Nijara Před rokem +1

    অপূৰ্ব সুন্দৰ

  • @binandakonwar3929
    @binandakonwar3929 Před 11 měsíci +3

    শিৰোমণি আগলৈ জিলিকি থাকক 🙏🙏🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 6 měsíci

    নৱবর্ষ ৰ শুভেচ্ছা জনালো আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালো সকলোলৈ, আপোনাৰ এই গীতটো ত বহু কথাই কয় আৰু ইয়াত আপোনাৰ বহু কথাই মনটোত দেহমন শাত পৰিগল, কিঅপূব্ উপহাৰ, সুন্দৰ উপস্থাপন তথা পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে বহু আনন্দ পালোহেঁতেন,,,

  • @dibakar424
    @dibakar424 Před rokem +2

    Xosakoi bor vaal lagil

  • @sontushsonowal7693
    @sontushsonowal7693 Před rokem +6

    নাহিদ আফ্রিনৰ অতি সুন্দৰ কন্ঠৰ বাবে বেছি ভাল লাগিছে।

    • @protimadutta2890
      @protimadutta2890 Před rokem +1

      নাহিদ ক লগত লৈ শঙ্কৰদেৱৰ গীত গাইছে ? কিছুমানৰ নাক কুচখাই যাব পায় । জয় আই অসম ।

    • @gogoi5064
      @gogoi5064 Před 10 měsíci +2

      সুন্দৰ বৰগীত বৰভাল কথা বৰনাহিদ প্ৰভাৱিত হওক,আমি সকলোৱে গুৰুদুজনাৰ এনাজৰীত বন্ধা অসমীয়া অসম । ঈশ্বৰে আল্লাহ, তেৰে নাম,সবকো-সদমতি দে ভগৱান ।।

  • @polensarmah4443
    @polensarmah4443 Před rokem +3

    🙏 জয় গুৰু শংকৰ 🙏

  • @ritombora687
    @ritombora687 Před rokem +5

    জয় গুৰু শংকৰ 🙏🙏

  • @MridulSaikiaMridulsaikia

    শিৰোমনিক জীয়াই ৰাখক❤🙏🙏

  • @BharatiBarman-us2fh
    @BharatiBarman-us2fh Před rokem +1

    Oti xundar ,God Bless u Nahid.

  • @pankajboruah422
    @pankajboruah422 Před 9 měsíci

    Hirumoni brihottor akhomiya jatir Hirumoni hoi thakok hodai , poth podorkhok houk asomiya jatir, heart touching video,

  • @HukuramkaptakHukuramkaptak

    🙏🙏 hari krishna radhe radhe

  • @narengogoi1887
    @narengogoi1887 Před rokem +1

    🙏জয় শ্রী ৰাম কৃষ্ণ ৰাম কৃষ্ণ ।।🚩

  • @manuranjanchetia6867
    @manuranjanchetia6867 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @nabajitborah1431
    @nabajitborah1431 Před rokem +5

    কৃষ্ণ, বহুত দিনৰ বিৰতিৰ পিছত শুনিবলৈ পালো, আপুনাৰ সৃষ্টি অপৰিসীম

  • @RohitRajbonshiin9tt
    @RohitRajbonshiin9tt Před rokem +4

    শিৰোমনি গানতো শুনি ৱৰ ভাল লাগিল ।

  • @dibakarsvlog1804
    @dibakarsvlog1804 Před rokem +1

    অতি সুন্দৰ

  • @mirjaBoro-bu1pw
    @mirjaBoro-bu1pw Před rokem

    ইমান সুন্দৰ গীত নাহিদক এবাৰ দেখোৱা হয়

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Před 10 měsíci

    🎉❤🎉হে প্ৰভু ওম শ্ৰী কৃষ্ণায়ে বাসুদেৱায়ে ভাগৱতেয়ে নমো নমহ:🎉❤🎉।।

  • @prahladgogoi3122
    @prahladgogoi3122 Před rokem +1

    Krishna Krishna...

  • @haransatnami2328
    @haransatnami2328 Před 10 měsíci

    Krisna 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🙏🙏🙏🙏🙏

  • @sankardas3222
    @sankardas3222 Před rokem +1

    ৰাম কৃষ্ণ হৰি 🙏🙏🙏

  • @user-yh8bn8dy3y
    @user-yh8bn8dy3y Před 9 dny

    Krishna
    Krishna 🙏🙏ontor sui goise 🙏

  • @hafijurrahman4688
    @hafijurrahman4688 Před rokem +4

    Jay guru Shankar ❤❤

  • @ns_nilakhiiiiiiiiii6787
    @ns_nilakhiiiiiiiiii6787 Před rokem +1

    শ্ৰীশ্ৰীকৃষ্ণ

  • @pranjaldas2037
    @pranjaldas2037 Před rokem +3

    শিৰোমনি সদায় আমাৰ হিদয়ত আছে ❤❤

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Před rokem +1

    কৃষ্ণ কৃষ্ণ

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 11 měsíci

    Bohut bohut dhunia hoise. Xuvokamona jonaloo

  • @kailashkokilmusic3045
    @kailashkokilmusic3045 Před 11 měsíci

    খুবেই সুন্দৰ হৈছে 🙏🙏🙏

  • @SUMONTANATH
    @SUMONTANATH Před rokem +3

    Bahut xundar vall lagil khuni...jay guru Sri Manta Sankardev 🙏🙏🙏

  • @nehadi1639
    @nehadi1639 Před rokem +1

    Krishna 🙏🙏 Pravu

  • @bhabanidutta3680
    @bhabanidutta3680 Před rokem +1

    কৃষ্ণ🙏🙏🙏

  • @nirmalsaikiaa
    @nirmalsaikiaa Před rokem +1

    কৃষ্ণ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem

    কৃশন্ ঃসচাকৈ কওঁ যে আপোনালোকে গাই যাওক আৰু পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনাব বুলি খুবেই আশা কৰিলোঁ, ভগৱানে আপোনালোক ক কুশলে ৰাখক আৰু সংগ দি সুখেৰে ৰাখক এই মানসেৰে ই,, ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,, জয় হওক আপোনালোকৰ,

  • @user-mp4lc9nn9j
    @user-mp4lc9nn9j Před rokem +7

    খুব ভাল হৈছে ,,অন্তৰত লাগি গৈছে ,,সঁচাকৈ আমি অসমীয়া হিচাপে নিজকে গৌৰৱ কৰোঁ কিন্তু গুৰু জনক জীয়াই ৰাখিবলৈ হলে নীতি নিয়ম মানি আগ বাঢ়ি যাব লাগিব❤

  • @mohannath6515
    @mohannath6515 Před 4 měsíci +1

    হৰি হৰি , হাতে কৰা কাম মুখে লোৱা নাম ৷ তেহে হ’ব জাতিৰ নাম ৷ নহলে ভেটি উচান ৷

  • @jitudas3457
    @jitudas3457 Před rokem +1

    Krishna 🙏🙏🙏

  • @shrinath2906
    @shrinath2906 Před rokem +1

    কৃষ্ণ 🙏

  • @gyanjyotinath123
    @gyanjyotinath123 Před rokem +1

    Krishna Krishna

  • @user-il2gf7xq8l
    @user-il2gf7xq8l Před rokem +1

    Krishna 🙏❤

  • @pranjaldehing8083
    @pranjaldehing8083 Před 6 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @user-dr2kz9ls6y
    @user-dr2kz9ls6y Před 11 měsíci

    জয় গুৰু শঙ্কৰ

  • @kapil5773
    @kapil5773 Před rokem +1

    krishna.. krishna

  • @jatinborgohain587
    @jatinborgohain587 Před rokem +2

    ❤❤❤❤❤ Jai shree Krishna

  • @MD-rv5zq
    @MD-rv5zq Před 11 měsíci

    paretkkhar kothae aku aku sirontto Hoiitto Mon sui gol, Akha koru agontuk dinoloi aru aagborhai Nibo Manash Da🙏

  • @sumitradeka3599
    @sumitradeka3599 Před 10 měsíci

    KRISHNA KRISHNA KRISHNA 🙏🙏🙏🙏🙏🙏

  • @taideducationalandentertai5275

    so beautiful song specially Nahid sister ❤

  • @17Hirumoni
    @17Hirumoni Před 11 dny

    Hari Krishna ❤☺️🪈🌟🔥🙏✨

  • @ChotiyaRava-tn7om
    @ChotiyaRava-tn7om Před rokem +1

    Krishna 🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ বহুতো ভাল লাগিল।

  • @rushanburagohain6803
    @rushanburagohain6803 Před 10 měsíci

    সময়ৰ আহ্বান।ভাল লাগিল।সকলোৱে বুজিবলৈ চেষ্টা কৰক।

  • @d-ahom3346
    @d-ahom3346 Před rokem +3

    সুন্দৰ হৈছে আৰু লগতে নাহিদ য়ে কণ্ঠ নিগৰাইছে 🎉

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 6 měsíci

    আপোনাৰ গীতে সচাকৈ হৃদয় ভেদ কৰি যায় ,,,,সুন্দৰ উপস্থাপন তথা পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে বহু আনন্দ পালোহেঁতেন জয় হওক আপোনাৰ,,,

  • @bhaswatikalita4891
    @bhaswatikalita4891 Před rokem +1

    কৃষ্ণ ❤️

  • @indiatube3390
    @indiatube3390 Před rokem +7

    ⚘️গীতটি শুনি বহুত ভাল লাগিল, আত্মা ছুই গৈছে । আপোনাৰ পৰা এনেকুৱা গীত ও ভিডিও খুব সোনকালেই পাম বুলি আশা কৰিলো🌹🙏🌹

  • @santanadass5999
    @santanadass5999 Před rokem +1

    Krishno

  • @bhaskarentertainment5621

    বৰ সুন্দৰ,, বৰ ভাল লাগিল শুনি,, কৃষ্ণ 🙏🙏

  • @subhash02736
    @subhash02736 Před rokem +5

    মোৰ ঘৰৰ নিচেই কাষতে থকা মা মালিনী থানত মানস দাক দেখা পাই বৰ ভাল লাগিল। কৃষ্ণ 🙏

  • @hemantamech2655
    @hemantamech2655 Před rokem

    Krisno krisno

  • @BIKASHvlog1733
    @BIKASHvlog1733 Před rokem +2

    Krishna....bohut dhunia lagil

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Před 10 měsíci

    আগতে কমেন কৰা হৈছিল, কিন্তু কি বুলি লিখা হ'ল আজি পঢ়িবলৈ পাই অত্যন্ত দূষিত অনুভৱ হৈছে নাহিদ তুমি বা কি ভাৱিছা ইছ ইছ,, আচলতে মোৰ বন্ধু বান্ধবী বহুত বাবে লিখাৰ পিছত চাৱলৈ সময়ৰ অভাৱ হৈ পৰে।। নাহিদ তুমি আৰম্ভনি কৰা কন্ঠ আৰু সম্পূৰ্ণ কন্ঠদান অতি সুন্দৰ ভাল লাগিল শুনি দিয়া।। MAAp. মোৰ ঘৰ তোমাৰ ওচৰতে ।।

  • @abinashhandique6745
    @abinashhandique6745 Před rokem +4

    কৃষ্ণ, জয় গুৰু শংকৰ 🙏 বৰ ভাল লাগিল ❤️😇

  • @sunnydas5161
    @sunnydas5161 Před rokem +2

    Krishna ❤️🙏❤️🙏❤️🙏❤️🙏❤️🙏❤️

  • @rabiulislam9042
    @rabiulislam9042 Před 11 měsíci

    বৰ ভাল পালোঁ দেই। আৰু আশা কৰিলো।

  • @NayanmoniDutta-wd9vx
    @NayanmoniDutta-wd9vx Před rokem +1

    Nahid great your song

  • @sankarbora6730
    @sankarbora6730 Před rokem +2

    Bht vl lgil @manash da.....super hit dada...

  • @ujjalmiri7019
    @ujjalmiri7019 Před rokem

    Jai shree krishna

  • @dipankargohian6874
    @dipankargohian6874 Před 11 měsíci

    ঔম‌‌‌ নম শিবাই নমো নমহ

  • @dipankargohian6874
    @dipankargohian6874 Před 11 měsíci

    ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤Ram ram Shree kishna

  • @luckydas2045
    @luckydas2045 Před rokem +2

    ৰাম কৃষ্ণ🙏🙏🙏 বহুত ভাল লাগিল মানস খুড়া

  • @user-cs1ce6lm2o
    @user-cs1ce6lm2o Před 11 měsíci +2

    বহুত ভাল লাগিল গীতটো শুনি আৰু বেছি ভাল লাগিল জোনাই অধিবেশনৰ কিছু অংশ ভিডিওটোত দেখা পায় মনত পৰি গল কৃষ্ণ ,, আগলৈ আৰু এনে গীত শুনিবলৈ পাম বুলি আশা কৰিলো 🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před rokem +1

    🙏জয় গুৰু শ্ৰীমন্ত শংকৰ🙏

  • @mousumiborah7246
    @mousumiborah7246 Před 11 měsíci +3

    বহুত বহুত সুন্দৰ গীত ❤️🙏

  • @DharmendraDeka
    @DharmendraDeka Před 4 měsíci

    Krisna krisna

  • @anuragkashyapcreation8060

    কৃষ্ণ কৃষ্ণ মানস দা । বৰ ভাল লাগিল । 🙏🏻

  • @champabhuyanbhuyan7716
    @champabhuyanbhuyan7716 Před rokem +2

    কৃষ্ণ 🙏🙏🙏🙏

  • @kangkannath342
    @kangkannath342 Před rokem +5

    বহুত দিনৰ মূৰত শিৰোমনি ❤️❣️

  • @nirumonichutia8169
    @nirumonichutia8169 Před rokem

    Bhutei val lgil nam vagi ,,manab da lgt nahid afrinok dekha puwa hole val lagile hoi ,,,

  • @coloursofbrahmaputra
    @coloursofbrahmaputra Před rokem +26

    SiruMoni - THE EMOTIONS OF ASSAM ❤

    • @padmeswarborah-yy1zr
      @padmeswarborah-yy1zr Před 9 měsíci

      ❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤ সকলোৰে পদূলি বিচাৰি ভকত বৈষ্ণৱ বন্ধু-বান্ধৱক প্ৰণাম জনালোঁ।। ❤🎉❤