MONUSHYOR JIBON (মনুষ্যৰ জীৱন) টোকাৰী গীত//VIDEO//Rupam kakati; Siddhartha Sharma & Dipjyoti keot
Vložit
- čas přidán 9. 09. 2024
- PRODUCER / CONCEPT
DIPAMONI BORA BHUYAN
PAL BHUYAN
SINGER :
RUPAM KAKATI
SIDDHARTHA SHARMA (KK)
DIPJYOTI KEOT (MOHAN)
ARTIST:
SIDDHARTHA SHARMA (KK)
DIPJYOTI KEOT (MOHAN)
RUPAM KAKATI
KISHORE PATHAK
ANINDITA DAS NATH
CHOREOGRAPHER
BIMAL BORA
CINEMATOGRAPHER
PRITHVIRAJ DUTTA
EDITOR
MANI RAJKONWAR
STILL
JISHNU SAIKIA
POSTER
KAUSHIK PRATIM BORA
SPECIAL THANKS TO
MONI MADHAB MAHANTA
CHAKRAPANI PARASHAR
NILOTPAL CHALIHA
HIRAK JYOTI CHALIHA
কৃষ্ণ কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ মন পৰশা গীত ভাল লাগিল ধণ্যবাদ
Moja dihanam 🙏🙏🙏✨👏👏👏nice
অতি সুন্দৰ প্ৰদৰ্শন ❤❤👍👍👍🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল শুনি ❤️❤️
Bhut val lagise dau
Xundor kontho 3 niw tare ❤ git te a antor sui goi se ❤
কৃষ্ণ কৃষ্ণ বাপ সকল শুনি বহুতো ভাল লাগিল।
😢z7czcg b l l
এৰা এইসকলোৱেইটো ভগৱানৰে সৃষ্টি, সেয়ে চিৰদিন নহয় এই জীৱন, শুনিখুব ভাল লাগিল,,, সেয়ে আপোনালোকে গাই যাওক চোন,, গীতটো শুনি খুবেই ভাল লাগিল,,,,,
Dhuniya 😊
মই মৰিম যিদিনা অ বান্ধৱ নালাগে সোৱৰণী গীত নালাগে মিচা নাম চিতাৰ কাষত বহী চকুলু টুকি তোমাৰ এটুপাল চকু পানী য়ে হ'ব মোৰ গাণ বান্ধৱ চকুৰ পাণীয়ে হব গাণ ইতি তোমা লোকৰ মৰমৰ প্ৰিয়ে চিৰ যোগমিয়া প্ৰিয়ে❤❤
কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল শুনি❤
হৰি মোৰ বান্ধৱ🙏সকলো ভগৱানৰ মায়া 😢
কৃষ্ণ কৃষ্ণ।পৰা যাব। অতি সুন্দৰ হৈছে।
সুন্দৰ লাগিল , তিনিও গৰাকী বান্ধৈ লৈ অজস্ৰ মৰম
ইমান সুন্দৰ গীত, ভগৱানে মংগল কৰক ,
Hundor mohon kk. Da
বহুত ধুনীয়া হৈছে ❤
সুন্দৰ উপস্থাপন কৰিলে। কিন্তু দুখ লাগিল।।
কৃষ্ণ।
Bhuto Val lagil
❤
Ati shundor hoise❤
কৃষ্ণ কৃষ্ণ সুন্দৰ কৃষ্ণ মাজত সুন্দ হৰি নাম
কৃষ্ণ কৃষ্ণ ❤❤
Bht vl lagil sai ❤️
Moja harinam Nam Ki val lagil
Bohut vahl lagil gantu huni❤
অতি সুন্দৰ ❤❤❤
Hundor bor❤❤😢😢😢
Bohut vall lagill 🥰🥀
Khosai dhunia lagise
হয়তো হয়,,গীত টো শুনি মই খুবেই চিন্তিত হৈ পৰোঁ,, মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ,, মনটো বিশাদে আৱৰি ধৰে বৰকৈ,, সেয়ে আপোনালোকে গাই যাওক চোন, শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় কেতিয়াবা বৰকৈ চিন্তিত কৰি তোলে,,
Bohut besi bhal lagil❤
কৃষ্ণ প্ৰভু অতি সুন্দৰ ❤
/*),😅😅
বহুত ভাল লাগিল চাই
Bohut bohut vhal lagil 😢😢😢😢
Bohut val lagile ❤
Atiya loika 20 baror uprot hunilu bor vl laga❤❤❤
কৃষ্ণ কৃষ্ণ বাপ সকল বহুত ভাল লাগিল
Mujjang
অতি সুন্দৰ 😊
Val lagil 🙏🙏🙏
A moja
Bohut val lagil huni❤❤
Hundor 🙏🙏🙏💐
ইমান সুন্দৰ গীত ❤❤❤❤
😮😮😢😢😢😢😢😊
সচাঁই এইটো গীত শুনাৰ পিছত নিজৰ জীৱনটোৰ ওপৰটো একোৱেই মায়া নালাগে , সকলো ইশ্বৰৰ দান, কোনদিনা লৈ যায় কোনেনো জানে , মিছাতে কিয় ধন, জন, সম্পত্তিৰ পিছত দৌৰিছো,, সকলো ইশ্বৰৰ হে,, দুদিনৰ আলহি আমি,, আজি আছো কালি নাই
কৃষ্ণ কৃষ্ণ
Goosebump gurenty
সুন্দৰ🥰🥰🥰
অতি সুন্দৰ প্ৰদৰ্শন 🙏🙏🙏👌
Bhl lagil Krishna ❤
ভাল লাগীছে
Val lagil
সচা কথা মানৱ জীৱনটোৱেই এনেকুৱা হয়, সুন্দৰ ৰূপত উপস্থাপন কৰি গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল আপোনালোকৰ এই টোকাৰী গীত টো, কিন্তু শুনি ও খুব দুখ লাগিল,,ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত টোকাৰী গীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনালোক ক কুশলে ৰাখক এনে গীত শুনাবলৈ, কুশলে থাকক এই মানসেৰে ই
কৃষ্ণ🙏কৃষ্ণ
বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ 🙏❤️❤️
মজা ❤
সুন্দৰ আমাৰ ভাঙনা নাট খুল পৰা নাট সামৰণি পৰিল
অতি,সুন্দৰ,
Mojjsh lgil kk daaaa love 7:40 tukari geet tu bhut khuiji val lagil dhanya bad akha koru aru ankoi bonabo
সুন্দৰ💖
বান্ধৱ কৃষ্ণ 🙏
Moja ❤❤
কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ🙏
Bohut Borhiya git
Ultimate ❤❤
সছাকৈ জীৱন টোত আছে নো কি, সত্য টো মৃত্যু য়ে,, লোভ, কোৰধ, মায়া, জীৱ উলাই যোৱা পাছত, যিমানে টকা, সুন্দৰী নাৰী য়ে হক বা অন্য কিবা য়ে হক,, যিমান য়ে দিয়া ঘুৰি আহি লব নোৱাৰা, গতিকে নিজকে চেষ্ট বুলি ভাবিব নাপাই, টকা উপাৰ্জন হে কৰিছা কিন্তু থাকি টো ইয়াতে যাব, আনৰ বাবে কিহৰ ইমান কস্ট কৰিব লাগে,, আনৰ মনত দুখ দি উপাৰ্জন কৰি লাভ নাই,,,
Vl lagil honi
Bohut val lagil ❤😢😢
Har Har Mahadev jai Shree Krishna 🕉️🔱🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ🕉️
Axomiyar ji xomaj riti tat adhunikota ana Ani babe bohut val lagisa❤❤
Mon pran jurai gol. Xosai bohut dhunia hoise.,,🙏🙏🙏
Val,lagesa,❤❤
Hundar 🙏🙏🙏❤
Ati sundor gan
কৃষ্ণ কৃষ্ণ কৃষ্ণ দয়া কৰা ❤❤❤❤ kk ...mohon
Xosai bor val lgil
কৃষ্ণ❤❤❤
Jai shree krishna 🙏🙏🙏
Keep up bro
Vl hoisee🙏
অতি সুন্দৰ হৰি নাম বহুত ভাল লাগিলে
কৃষ্ণ 🙏কৃষ্ণ ৰাম নাৰায়ণ
Bor dhuniya ka milaisa dai kk sir aru mohan
Vl lagile
Bhut Val lagise so much kk da aru muhan
সুন্দৰ, সুন্দৰ,, আপোনাৰ এই গীতটো শুনি বৰকৈ চিন্তিত কৰি তোলে মোক,, আপোনাসবৰ পৰিৱেশন চাইও ভাল লাগিল সাধাৰণতে মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ, কিন্তু শুনিলে মোৰ মন টো বৰকৈ চিন্তিত হৈ পৰে সেয়ে নকলেও হব, আপোনাসবে গাইযাওকচোন শুনি মই খুবেই ভাল পালোঁ,, ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা গীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখেৰে ৰাখক সচাকৈ দেই ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে এনে ভক্তি মূলক গীত শুনিবলৈ,,
Xosa koi bohut dhunia .... Lagisa
সুন্দৰ দেহ বিচাৰ গীত🙏🙏🙏
😢bahut val lagel
হৰি হৰি ৰাম😂
Bahi xur xunu bohut val lagisa ❤❤❤❤❤❤
কৃষ্ণ কৃষ বহুত ভাল লাগিল বাপ সকল ।
Krishna Jai guru srimantha Sankar dev
বহুত ভাল লাগিছে সঁচাকৈ
Gan huni deha gum gumai gol❤❤😂😂
Vl
কৃষ্ণ কৃষ্ণ 😢😢😢
Dhuneya 😢❤❤❤😊