বিজেপিৰ প্ৰতি মোহভংগ হৈছে নেকি অশোক শৰ্মাৰ?

Sdílet
Vložit
  • čas přidán 7. 08. 2024
  • ▶️ 'অসমত যদিও নামত বিজেপি চৰকাৰ চলি আছে, আচলতে নীতি আদৰ্শগতভাৱে বিজেপি চৰকাৰ চলি থকা নাই। নিজে জন্ম নিদিলেও নিজে গঢ়া এটা দলৰ পৰা মই ওলোৱাৰ যি চৰ্চা চলিছে, এই কথাটোৱে মোক যথেষ্ট ব্যথিত কৰিছে। এতিয়া বিজেপিত ধৰি ৰখাৰ নিয়ম নাই...' বিজেপিৰ প্ৰতি মোহভংগ হৈছে নেকি অশোক শৰ্মাৰ? NKTV PLUSৰ সৈতে হোৱা সাক্ষাৎকাৰত কি ক'লে শৰ্মাই?

Komentáře • 34

  • @kishoridas6447
    @kishoridas6447 Před 25 dny +28

    আপুনি ভাগি নপৰিব। জয়ন্ত মল্ল বৰুৱাৰ বহু ওপৰত আপুনি। আপোনাৰ সাধনা এদিন ফলপ্ৰসূ হ'ব ।

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu Před 25 dny +33

    আপুনি ২০২৬ত জয়ন্তমল্লৰ বিৰুদ্ধে নিৰ্বাচন খেলিলে আপুনি জয়ী হব।

  • @bidi7453
    @bidi7453 Před 25 dny +13

    পিজুশ আৰু ৰীনিকি ৰ মাৰ্ঘেৰিটা চিন্দিকেট আৰু জয়ন্ত মল্ল ৰ দুৰ্নীতি। এ দল শেষ কৰিলে।

  • @N.H.G_PRO_G
    @N.H.G_PRO_G Před 25 dny +4

    May God bless U...

  • @shahabuddinahmed3129
    @shahabuddinahmed3129 Před 25 dny +9

    Apuni khel dekhuai dak

  • @jahir532
    @jahir532 Před 22 dny +2

    Ashok sarma sir a bht kam korise nalbarit aru bht simple manuh hoi kuno ohonkar nai❤

  • @kapil912
    @kapil912 Před 25 dny +4

    Apuni Congress pra Nalbarit khelok.. aram se jikibo

  • @rambagh123
    @rambagh123 Před 17 dny

    100%Right kotha koise

  • @gunjalkalita7187
    @gunjalkalita7187 Před 25 dny +1

    Right 👍

  • @JakirHussain-hl2lj
    @JakirHussain-hl2lj Před 25 dny +1

    Soboke xuli xuli khabo tejpiya keijone...... tejpiya keijone jot xumai tate bixombad

  • @user-df9hk9rt7f
    @user-df9hk9rt7f Před 24 dny

    notunok adori lob lagibo dai...

  • @paragmahanta6158
    @paragmahanta6158 Před 23 dny

    Main problem you did not get ticket last time, there for you are annoyed.Remmember you cannot get a good position in any political party since there are many persons in other party like you.

  • @RationalistAssam
    @RationalistAssam Před 25 dny +1

    He can exit BJP party but as a RSS lover I couldn't support/Love him. He is Like a Nazi Party Supporter.

  • @user-hg3di5bz7w
    @user-hg3di5bz7w Před 25 dny

    BJP GOOOOOOOOOOOOOOOOOOOOOOO BACKKKKK

  • @kumudbaruah2001
    @kumudbaruah2001 Před 25 dny

    একেখন হাবিতে দুটা বাঘ থকাটো সম্ভব হয়নে? যদিও কেনেবাকৈ থাকে তেতিয়া ভয়ানক যুদ্ধৰ সৃষ্টি হব আৰু যিজন জয়ীহব সেইজনহে টিকি থাকিব পাৰিব।

  • @sashibhatta5198
    @sashibhatta5198 Před 25 dny +1

    সাংবাদিক সকলে এইদৰে কিছুসংখ্যক বিজেপি নেতাক নানান ধৰণৰ প্ৰশ্নেৰে বিৰক্ত কৰি অলন্তুষ্টিৰ পৰিমাণ বৃদ্ধি কৰিছে ৷ নিউজ চেনেল সমূহে এইবোৰ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰাটো ভাল হোৱা নাই ৷ অসন্তুষ্ট নেতা আৰু নেতৃত্বৰ মাজৰ দূৰত্ব বঢ়োৱা কামত লাগি গৈছে এনে ধৰণৰ সাংবাদিকৰূপী লোক সকল ৷ সহজ-মনৰ নেতা অশোক শৰ্মাক এইদৰে বিবুধিত পেলোৱাটো বন্ধ হব লাগে ৷

    • @chandandutta3186
      @chandandutta3186 Před 25 dny

      Kene lagise, moja ne? Congress t ene hale khub bhal poa bived Kari. Atia bjp t hoise. Jon jene tar lagat tene hoise.

    • @DreamInstaModel
      @DreamInstaModel Před 25 dny

      BJP barbaad hobo, 2026 single digit hobo

  • @apurbadeka4071
    @apurbadeka4071 Před 25 dny +2

    Congress t ahak.. apuni jikiba

  • @BabulKakati-gv5fm
    @BabulKakati-gv5fm Před 18 dny

    You konkal of bjp

  • @kumudbaruah2001
    @kumudbaruah2001 Před 25 dny

    আপুনি আপোনাৰ শত্রু আপুনি আপোনাৰ মিত্র। অশোক শৰ্মা ডাঙৰীয়া আপুনি মুখত লেকাম লগাওক। সংবাদিক সকলে আপোনাক নিশেষ কৰি পেলাব। সংবাদিক সকল আপোনাৰ সুখত সুখিও নহয় আৰু দুখত দুখিও নহয়৷

  • @DreamInstaModel
    @DreamInstaModel Před 25 dny +1

    Ashok Sarna bhal manuh hobo pare kintu teu Rannitir ba be anupojokta manuh

  • @pranjalsaikia6629
    @pranjalsaikia6629 Před 25 dny

    এতিয়া আপোনাক কি লাগে।

  • @arupbora2442
    @arupbora2442 Před 25 dny +2

    Hoi dada.bjp bhut besi hal

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Před 25 dny +1

      এশ শতাংশই সঁচা শৰ্মা ডাঙৰীয়া ।লৰা ছোৱালী জনম দি শিক্ষা দিক্ষা দি বৃদ্ধ আশ্ৰমত থাকিব লগা হৈছে । বিজেপি এতিয়া কংগ্ৰেছৰ অহা বিলাকেই উঠি ৰজা বহি ৰজা ।

  • @mukutnath1419
    @mukutnath1419 Před 25 dny

    There's so many people like you but they don't have any complain and still working for the nation

  • @priyankabaruah2311
    @priyankabaruah2311 Před 25 dny

    Haribo buli luty khaise