Assam News: ৰাজনীতিত মিত্ৰতাও স্থায়ী নহয়, শত্ৰুতাও

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • ৰাজনীতিত মিত্ৰতাও স্থায়ী নহয়, শত্ৰুতাও৷ ৰাজনীতিত কোনোবা যদি শত্ৰুৰ পৰা কেতিয়াবা মিত্ৰ হৈছে সেই মিত্ৰতা যে স্থায়ী হ'ব তাৰ নাথাকে কোনো গেৰাণ্টি৷ ৰাজনীতিত কেতিয়াবা এসময়ৰ শত্ৰুক যদি মিত্ৰ হোৱা দেখিছে, সেই মিত্ৰতা আকৌ শত্ৰুতাত পৰিণত হ'বলৈ বেছি দিন নালাগে৷ অসমৰ ৰাজনীতিতো এসময়ৰ শত্ৰু বৰ্তমানৰ মিত্ৰ আকৌ শত্ৰু হ'বলৈ গৈ আছে৷
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 26

  • @Justanattemmpt
    @Justanattemmpt Před měsícem +11

    সেই ৰাজনীতি ৰাইজৰ ৰাজ্যৰ কামত আহিব লাগে। তেতিয়া শুনিবলৈ ভাল।

  • @rambalram2610
    @rambalram2610 Před měsícem +5

    যেনে তেনে খাবলৈ পালেই হল...😮😮😮 নীতি আদৰ্শ একো নাই... নীতি আদৰ্শৰ কথা ভাৰতীয় ৰাজনীতিত কৈ লাভ নাই.....😮😮😅😅😅

  • @birendrahazarika7327
    @birendrahazarika7327 Před měsícem +8

    ৰাজনীতিত স্থায়ী শত্ৰু আৰু স্থায়ী বন্ধু নাথাকে। পিছে INDI alliance এ সঠিক সময়ত সঠিক খোজ দিব নোৱাৰিলে সাধাৰণ ৰাইজৰ মাজত জনপ্ৰিয়তা আৰু আস্থা হেৰুৱাব। এই ক্ষেত্ৰতত
    কংগ্ৰেছ আৰু মিত্ৰ গোষ্ঠীয়ে সতৰ্ক হ'ব।

  • @papuborgohain8156
    @papuborgohain8156 Před měsícem +10

    ৰাইজে বিজেপিৰ বিপক্ষে লাহে লাহে গৈ আছে

  • @bakulboruah2026
    @bakulboruah2026 Před měsícem +7

    দাদা বিগ্ৰেডে অসমত BJP ক ডুবালে।যি কি নহওঁক গৌৰৱ গগৈ 2026 ত অসমৰ মূখ‍্যমন্ত্ৰী।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před měsícem +12

    ২০২৬ ত কিন্তু খেল ভাল জমিব!

  • @dharmaphukon3166
    @dharmaphukon3166 Před měsícem +1

    সেই বাবেই কয় চয়তানৰ শেষ পথ ৰাজনীতি।

  • @user-yo9hn4md4j
    @user-yo9hn4md4j Před měsícem

    যতেই নাযাওক কিয় ৰাইজেহে ভোট দিব | ৰাইজৰ মাজত জনপ্ৰিয় কিমান কোনে ?

  • @nivasaikia2249
    @nivasaikia2249 Před měsícem +1

    Good news❤❤❤

  • @binoynath9605
    @binoynath9605 Před měsícem +1

    জয়ন্ত আৰু দিগন্তৰ ফটো দুখন দেখিলেই......................

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Před měsícem

    কমলপুৰত bjp এইবাৰ শেষ হলে জনতাৰ মঙ্গল হব।

  • @mrinmoykalita3811
    @mrinmoykalita3811 Před měsícem

    মলুৱা বান্দৰটোৰ কি খবৰ 😂

  • @ranjitgowsami7891
    @ranjitgowsami7891 Před měsícem

    হিমন্ত ভৰিত ধৰি সেৱা কৰি আহ

  • @dbhargab
    @dbhargab Před měsícem

    শত্ৰু মিত্ৰ ৰাজনীতিতহে ,ভোট দিব জনগণে ,ৰাইজক মিছা প্ৰতিশ্ৰুতি দিয়াবোৰক ২০২৬ ত শিক্ষা দিবলৈ ৰৈ আছে ।দাদা বিগ্ৰেডক উৎসাত কৰিবলৈ ৰাইজ এতিয়া প্ৰতিজ্ঞাবদ্ধ ।

  • @ranjitgowsami7891
    @ranjitgowsami7891 Před měsícem

    BJP কি কৰিবি 😢

  • @RatanDas-oy9vg
    @RatanDas-oy9vg Před měsícem

    Seasonal fruit!

  • @anupamngo1456
    @anupamngo1456 Před měsícem

    Satyabrate paribo pare

  • @user-dh9yn8gy7j
    @user-dh9yn8gy7j Před měsícem +1

    Bolin ata hubidhababi

  • @user-dh9yn8gy7j
    @user-dh9yn8gy7j Před měsícem

    Bhiwani bilakak bisak nokoriba

  • @user-dh9yn8gy7j
    @user-dh9yn8gy7j Před měsícem

    Bemani bilakak lobo nalage

  • @SunendraNath-xc5hp
    @SunendraNath-xc5hp Před měsícem +1

    Pagal nisinke news di tke dexun adin bjp k kribo adin কংগ্ৰেছ k kam nai Jodi xui tkiba lge 😂bjp kam bur ki dexa ni nki amr mama 2050 sarkar salali bhut untrha hob

  • @user-dh9yn8gy7j
    @user-dh9yn8gy7j Před měsícem

    Bolinor kunu adorkho nai

  • @deepjyotiborah4708
    @deepjyotiborah4708 Před měsícem

    Lura kela bolin chetia kotha koi ni he himantar syndicate bahinir tsk district main manuh sobai jana himanto bahira tar carrier nai jitu news di na thakibo. Bolin chetia suren phukan himanto karona ticket paisa nohola tu digboi arunjyioti moran mla hol hoi lura news bur nidibo