Akhil Gogoi on Sivasagar Protest | উত্তাল শিৱসাগৰৰ পৰিস্থিতি সন্দৰ্ভত অখিল গগৈৰ মন্তব্য। N18V

Sdílet
Vložit
  • čas přidán 11. 09. 2024

Komentáře • 345

  • @asomiaasom6008
    @asomiaasom6008 Před 22 dny +77

    অখিল গগৈ জিন্দাবাদ । সকলো অসমীয়াই এতিয়াৰে পৰা বিদেশী বহিৰাগতৰ দোকান এতিয়াৰে পৰা বৰ্জন কৰি কোনো কাৰণতে অসমীয়াই বিদেশী বহিৰাগতৰ দোকানত সামগ্ৰী কিনা বন্ধ কৰি অসমীয়া স্বাভিমানৰ পৰিচয় দিয়ক অসমক বিদেশী বহিৰাগতৰ আগ্ৰাসন দাদাগিৰিৰ পৰা মুক্ত হওক ।জয় আই অসম ।

    • @pitebora
      @pitebora Před 16 dny

      🎉🎉🎉🎉🎉u🎉🎉🎉

  • @PujaBharali-r7l
    @PujaBharali-r7l Před 22 dny +67

    অখিল দা সুন্দৰ মন্ত্যব

  • @gouravburagohain597
    @gouravburagohain597 Před 22 dny +37

    মাননীয় শিৱসাগৰ বিধায়ক মহোদয় সুন্দৰ বক্তব্য ৷

  • @tbordoloi
    @tbordoloi Před 22 dny +59

    শিৱসাগৰ বাসীয়ে যি কৰিছে ৷বহুত ভাল কৰিছে ৷ মই ভাবো আমাৰ অধীকাৰ আমাক লাগে৷ আৰু আমাৰ নিৰাপওা লাগে নহলে অসমত থাকি অসমীয়া শেষ হৈ যাব৷ জয় আই অসম

  • @pmn20071
    @pmn20071 Před 22 dny +54

    নগাঁৱৰ কথা কিয় নকলে ? মিয়াই মাটি কিনাত মানে বাধা নাই?

    • @rajivgogoi2132
      @rajivgogoi2132 Před 22 dny +13

      Nagaon manuh akata nai, Jar karane aku kariba nurae

    • @Highlightsmusic123
      @Highlightsmusic123 Před 22 dny +2

      Nagaon t miya sprey surr utpat moi nagaon manuh

    • @SatymevaJayate007
      @SatymevaJayate007 Před 22 dny

      মাত মাতক ৷ ওলাই আহক ৷​@@Highlightsmusic123

    • @Abhijitmech456
      @Abhijitmech456 Před 22 dny +7

      অখিলে যে কবলগীয়াৰ প্ৰয়োজনবোধ কৰিছে, নগাঁৱৰ মানুহবোৰ নপুংসক নে বিকলাংগ ?

    • @Bijayborah01234
      @Bijayborah01234 Před 22 dny +2

      ওলাই আহক আপোনালোক নগাওঁ বাসী, ঘৰত সোমাই কৈ থাকিলে হব নিকি

  • @prabinhazarika9699
    @prabinhazarika9699 Před 22 dny +61

    ভাগ কিয় কৰিছা গোতেই অসমতে হব লাগে,, সকলোতে একেই অৱস্থা

    • @AnkanPuru
      @AnkanPuru Před 22 dny +1

      Probin you are right

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Před 22 dny +6

      মুঠতে অসমত অসমীয়াই ভূমি অধিকাৰ পাব ই লাগিব,লাগিলে পাহাৰতেই থাকক ভৈয়ামতেই থাকক।

    • @freeworldshop1840
      @freeworldshop1840 Před 22 dny +1

      সমগ্ৰ অসমতে হ'বলাগিব।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Před 22 dny +1

      *মাৰোৱাৰী সম্প্ৰদায়ৰ Senior Citizen আৰু মহিলা সকলক আঁঠু কাঢ়িব দিয়াটো অত্যন্ত বেয়া কথা হল। এয়া অসমীয়া সমাজৰ সংকৃষ্টি নহয়। এটা বেয়া কামৰ প্ৰতিবাদ কৰিব গৈ নিজকে গুণ্ডা বুলি প্ৰতিপন্ন কৰিলে নেকি কেইটামান সংগঠনে??*

    • @carshorts7621
      @carshorts7621 Před 21 dnem

      ​​@@thepoliticalawareness1021তোৰ যদি বেয়া লাগিছে তেনেহলে তই গৈ মাৰোৱাৰীৰ ঘৰত থু চেলেকি থাকগৈ।জিমি দাসক যি আক্ৰমণ কৰিছিল তাৰ বিচাৰ হ'ব লাগিবই।

  • @user-nj6us8yb4s
    @user-nj6us8yb4s Před 22 dny +33

    আমাৰ লখিমপুৰ , ধেমাজি কথা নকলে যে?

    • @gaurabdas6446
      @gaurabdas6446 Před 18 dny +1

      অকল গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনচুকীয়াত থকা অসমীয়া উচ্চ মানৰ অসমীয়া। বাকী গোটেই অসমৰ মানুহ নিন্ম মানৰ।
      কেইজনমানে আকৌ তৰ্ক কৰিব ধৰিছিল যে অসমৰ সংস্কৃতি হেনো অকল এইকেইটমান জিলাৰ লোকেই ধৰি ৰাখিছে। বাকী থকা অসমৰ সংস্কৃতি হল corrupted সংস্কৃতি। তেওঁ চাৰ্টিফিকেট দি আছিল "কোন আচল অসমীয়া, কোন নকল অসমীয়া"
      যিকোনো ধৰণৰ অহঁকাৰ পতনৰ মূল কাৰণ হৈ থিয় হয়।

    • @Shivanathdoley-pm9tk
      @Shivanathdoley-pm9tk Před 16 dny

      অ কব লাগিছিল৷

  • @user-de5rm6ey6j
    @user-de5rm6ey6j Před 22 dny +21

    ভাগ ভাগ কৰা কৈ গোটেই অসমতে আইন খন হ'ব লাগে

  • @MrDipankarGogoi0007
    @MrDipankarGogoi0007 Před 22 dny +22

    আপুনি শিৱসাগৰ বিধায়ক, আপুনি আগত এই ঘটনাকলৈ মাত মাতি লাগে নে সংগঠনে প্ৰতিবাদ কৰি ন্যায় দিব লাগে, বগা টুপী পিন্ধা সকলৰ বাবে ..... ককাইদেউ ক'বয়ে নালাগে। বীৰ লাচিত সেনা জিন্দাবাদ , জয় আই অসম

    • @gamthenortheastdude3967
      @gamthenortheastdude3967 Před 22 dny +3

      Akhiluddin gogoi komvokorno tuponir pora hoi uthise ..

    • @Abhijitmech456
      @Abhijitmech456 Před 22 dny +6

      এজন বিধায়ক কেৱলমাত্ৰ জনপ্ৰতিনিধি হে , তেখেত চৰকাৰ নহয় ৷ অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ বিধানসভা সমষ্টিৰ জনতাক বিধানসভাত প্ৰতিনিধিত্ব হে কৰিছে ৷ বিধানসভাৰ মজিয়াত শিৱসাগৰবাসীৰ অভাৱ অভিযোগ সমূহ উত্থাপন কৰাহে তেখেতৰ পাৱাৰৰ ভিতৰত পৰে ৷ আইন সংক্ৰান্তীয় সিদ্ধান্ত চৰকাৰে লব পাৰে ৷ আৰু বৰ্তমান চৰকাৰ বিজেপিৰ হে, ৰাইজৰ দলৰ নহয়।

    • @sd-ru3fg
      @sd-ru3fg Před 22 dny

      Akhil miar dalal

  • @putulnath1715
    @putulnath1715 Před 22 dny +18

    মন্তব্য সুন্দৰ কিন্তু কেইখন মান জিলা কিয়, পুৰা অসমত কিয় নকয় ?

    • @carshorts7621
      @carshorts7621 Před 21 dnem

      সমগ্ৰ অসমতে হ'ব লাগে।আপোনলোকো ওলাই আহক।মিঞা নাইবা আন যিকোনো বহিৰাগতক মাতি বিক্ৰী নকৰিব।তাৰ বাবে সজাগতাৰ সৃষ্টি কৰক।

  • @TMN-y2h
    @TMN-y2h Před 22 dny +15

    ক্ষমা কৰক কিন্তু ক্ষমাৰ বিনিময়ত টকা নলব ।

  • @Jotinanju
    @Jotinanju Před 22 dny +5

    Akdom xosa kotha koise

  • @Dstdoley
    @Dstdoley Před 22 dny +4

    All অসমত সোনকালে সকলো আইন এক কৰিব লাগে জয় আই অসম জয় বীৰ লাচিত❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @anonymous_assamese4838
    @anonymous_assamese4838 Před 22 dny +22

    অখিল গগৈ ❤🎉

  • @newsongvideo2735
    @newsongvideo2735 Před 22 dny +4

    দা বাংলাদেশী সকলৰ কাৰনে কিবা এটা নকলে

  • @rajibpegu5313
    @rajibpegu5313 Před 22 dny +2

    আমাৰ লক্ষীমপুৰ, ধেমাজি, চিলাপথাৰ, আৰু জোনাই বহিৰাগত সম্প্ৰদায়ৰ আৰু বাংলাদেশী মুছলমান দিনক দিনে বৃদ্ধি পাইছে

  • @SatymevaJayate007
    @SatymevaJayate007 Před 22 dny +14

    ঠিক কৈছে ৷ কৰ্ণাটকত চাকৰি সংৰক্ষণ কৰা আইন আনিল ৷ অসমত কিয় নহব ?

  • @anupamphukan3617
    @anupamphukan3617 Před 22 dny +14

    শৃখল চলিহাৰ ওপৰত কেচ দিয়া কেইজনকো ক্ষমাখোজাব লাগে । এই বহিৰাগত কেইজনে আমাৰ ঘৰত থাকিয়েই আমাৰ ওপৰত কেচ দিয়ে এইয়া কেনে কথা ???

  • @Kanhashorts494
    @Kanhashorts494 Před 22 dny +15

    Good dada ❤. Apuni hosai bohut vl manu. Apuni hodai amr lgt thakok

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o Před 22 dny +26

    আমাৰ লখিমপুৰ তো লাগিব এই খন আইন। ঢকুৱাখনা খন জিলা হব লাগে।

    • @SatymevaJayate007
      @SatymevaJayate007 Před 22 dny +1

      ওলাই আহক ৷ মাত মাতক বলিষ্ঠ ৰূপত ৷

    • @Bijayborah01234
      @Bijayborah01234 Před 22 dny +1

      ঘৰৰ পৰা মন্তব্য কৰি থাকিলে নহয় দাদা,, ওলাই আহক

    • @carshorts7621
      @carshorts7621 Před 21 dnem +1

      সকলো ওলাই আহক।সকলো আমি যদি এক হওঁ তেতিয়াহে এই সমস্যাৰ সমাধান হ'ব ।

  • @M.G.615
    @M.G.615 Před 22 dny +5

    অখিল গগৈ ডাঙৰীয়া এজন শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক,গাভৰু ছোৱালী তথা ৰাষ্ট্ৰীয় পয্যায়ৰ খেলুৱৈ গৰাকীক আক্ৰমণ কৰা বহিৰাগত দুষ্ট ভণ্ডামি লোক কেইজন যাতে ধনৰ বলত সহজে ওলাই আহিব নোৱাৰে আপুনি D.C/ S.P ৰ লগত আলোচনাত বহি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।নহলে অসমৰ খিলঞ্জীয়া সকলৰ আত্ম সন্মান নাথাকিব।
    দূষ্ট চক্ৰটো ওলাই আহিব নোৱাৰা ব্যৱস্থা টো আপুনি আগভাগ লওক।

    • @pobitraboruah9266
      @pobitraboruah9266 Před 22 dny +1

      মাৰুৱাৰী পতি নাম উঠাই অসমীয়া পতি লিখিব লাগে

  • @vivekhazarika
    @vivekhazarika Před 22 dny +4

    Why only selective few states, all assam must have same land purchase n sell power restriction rule.

  • @iliasahmed2682
    @iliasahmed2682 Před 22 dny +1

    শিৱসাগৰ বাসীৰ খিলঞ্জীয়া ৰাইজৰ জয় এক ঐতিহসিকভাৱে উল্লেখযোগ্য দিন, অসমীয়া ৰ স্বাধীন হোৱাৰ প্ৰথম প্ৰদেশ খেপ,
    জয় আই অসম🎉

  • @krishnabhatta636
    @krishnabhatta636 Před 22 dny +1

    এনেকৈ সুপৰিকল্পিত আৰু পৰিপক্ক কথা কোৱা বাবে বহুত ধন্যবাদ থাকিল।

  • @user-oy3ww1eo4v
    @user-oy3ww1eo4v Před 22 dny +3

    Only Assamese And English..

  • @labokantaburagohain9245
    @labokantaburagohain9245 Před 22 dny +2

    এই টো আইন গোতেই অসম তে হলে ভাল হব। 🕉🕉🕉🕉🕉

  • @Robdua1968
    @Robdua1968 Před 22 dny +2

    এই কেদিন অখিল গগৈ কত আছিল। এতিয়া ধূমকেতু দৰে ওলাইছে। লেকচাৰ দিব খুব জনে।

  • @pinkubordoloi4156
    @pinkubordoloi4156 Před 22 dny +2

    কোনোপধ্য ই মীমাংসা মানি লোৱা নহ'ব। কি বুলি ভাৱিছে অসমৰ মানুহক । পগলা কুকুৰৰ লেখীয়া মন্ত্ৰী আমাক নালাগে।পদত্যাগ কৰক সোনকালে।

  • @sadanandagogoi1880
    @sadanandagogoi1880 Před 22 dny +2

    সমগ্ৰ অসমতে বহিৰাগত লোকক মাটি বেচা কিনা কৰাটো বন্ধ হ'ব লাগে। আৰু অতি শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰৰ প্ৰৱৰ্তন কৰিব লাগে।

  • @Highlightsmusic123
    @Highlightsmusic123 Před 22 dny +6

    Akhiluddin dangoria barpetar behoye aku nokole je

    • @carshorts7621
      @carshorts7621 Před 21 dnem

      বৰপেটাত মতা পুৰুষ আছে নে নাই?অসমত চৰকাৰ কোনে চলাই আছে?হিমন্ত আৰু তাৰ পুলিচে কি কৰি আছে?বঙালী যুৱ ছাত্ৰ ফেডাৰেচন নে গীদাৰেচন বুলি সংগঠন কেইটামান আছে নহয় সিহঁতে কি কৰিছে?তাত দেখোন যিটোক ঘৰত সোমাই পিটিলে তাক লৈ সিহঁতৰ দেখোন মাতেই নাই।কেৱল ``অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম",বুলি কোৱা হিজিৰা কেইটা কত ?বোকা ছটিয়াই থাকিবলৈ বাদ দে।যদি তই অসমীয়া হয় মতা পুৰুষ হয় মাৰৰ মেখেলাৰ তলত সোমাই কমেন্টত ভুকি থাকিলে একো সমস্যাৰ সমাধান নহয়। আগবাঢ়ি আহ আমি সহযোগ কৰিম।

  • @NormolaBoruah-vq7zc
    @NormolaBoruah-vq7zc Před 22 dny +1

    আপোনাক বূজি নাপালো 'ঘটনাটো শেষ হোৱাৰ পিছত প্ৰৱেশ যে !নে ভোটোৰ আশাত মনে মনে আছিল আগৰকেইদিন ।

  • @GhanashyamGogoi
    @GhanashyamGogoi Před 22 dny +1

    এইজন ৰাজনৈতিক ভাৱে নিদিষ্ট দুৰত্বত অৱস্থান কৰিছে, সময়ে ইয়াৰ উত্তৰ শিৱসাগৰৰ ৰাইজে দিব। ।।

  • @lachitchowdhury2857
    @lachitchowdhury2857 Před 22 dny +4

    গোটেই অসমতে এনে ধৰণৰ আইন এখন লাগে

  • @user-ii4xc6bq7r
    @user-ii4xc6bq7r Před 22 dny +2

    Akhil gogoi nohole axom t Kongresh nososolibo❤️‍🩹

  • @theeasternworld
    @theeasternworld Před 22 dny +5

    Eise logo ko direct #BOYCOTT karna sahiye. Jo bhi kharidna he Assamese dukandaro se kharida karo. Dam thoda jyada hoga, thoda din taklif hoga magar future ke liye acchha hoga. Dhire dhire Assamese log Business karna sikh lega.

  • @AdityaNirmolia
    @AdityaNirmolia Před 22 dny +1

    Bht bht Val kotha....nhly adin bahiro manhu ahi axamot rajj koribo..

  • @creativedrawing55
    @creativedrawing55 Před 22 dny +3

    আপুনি বৰপেটাৰ কাণ্ড টোৰ বিষয়েও কিবা কৱনে নে, মেখেলা পিন্ধি থাকিব।😂😂 বিচাৰ হলে সমান ভাবে হব লাগে।

  • @ripunjoygohain8164
    @ripunjoygohain8164 Před 22 dny +2

    The rule of land sale should be implemented at Dist. Lakhimpur, Dhemaji, Biswanath and Sonitpur also.

    • @sribanjitdasbanjit9950
      @sribanjitdasbanjit9950 Před 22 dny

      Apunalokoy vag botora kio kori thaky, gotai axom buli kio nokoi, aitu karony aji axomiyar astitya nuhuwa hol nij axomot

  • @assamecomedy2275
    @assamecomedy2275 Před 22 dny +1

    অখিল গগৈক কোনো কাৰণেই বিশ্বাস নকৰিব বিৰ লাচিত সেনাই।বিৰ লাচিতৰ কাৰণে অখিল গগৈ জয় হৈছিল, আজি যদি বিৰ লাচিত সেনাই এই ব্যৱস্থা নকৰিলে হলে ,অখিল নিমাত থাকিল হলে ।

  • @bijugogoi9806
    @bijugogoi9806 Před 22 dny +4

    Hundor montobyo

  • @SriCCDas
    @SriCCDas Před 22 dny +8

    চুৰ যোৱাৰ পিছত টাঙোনৰ শব্দ লাজ নাই।

  • @ripunboruah5831
    @ripunboruah5831 Před 22 dny +6

    প্রথমে যি খীলনজীয়াই বহিৰাগতৰ লোকক ভুমি বিক্রি কৰে তেওক ধুলাই দিব লাগে।

    • @dhirendrakumarbaruah6906
      @dhirendrakumarbaruah6906 Před 22 dny

      মাটিৰ দালাল কেইটাই লোভ দি আমাৰ দুখীয়া অসমীয়া কেইটাক পটাই পটাই বহিৰাগতক‌ অধিক দামত বিক্ৰি কৰে ।দালাল কেইটা মেইন ।

  • @mohandas8660
    @mohandas8660 Před 16 dny

    অখিল গগৈ মহোদয়, আপুনি যিটো পৰিস্থিতি একেবাৰে চুৰান্ত পৰ্যায়ে গৈ পাইছে,, সেই বিষয়ে আলোচনা কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। কিলংযিয়া বিষয়, সেই বিষয়ে জ্ঞাত সকলোৱে আছে। কিলন জীয়া কিলন জীয়া,, আইনৰ কথা সকলো ক্ষেত্ৰত পৰ্যালোচনা কৰা টো,, বহলাই কোৱা বিশেষ অৱদান নহয় অসম চৰকাৰৰ দায়িত্ব অধীনস্থ,, যে কোন মহিলাক অশালীন ব্যৱহাৰ কৰাত,, কৰায়ত্ত কৰাৰ অধিকাৰ প্ৰদান কৰা,, অসম চৰকাৰৰ দ্বাৰা নিয়োগ কৰা কাৰ্য্যকৰ,, কৰিব লাগে।

  • @AtulDas123
    @AtulDas123 Před 17 dny +1

    বাকি কিখন জিলালে মানে মিয়া খিনি আহিব লাগে.হলে গোটেই অসমতে হওক......

  • @pankajnath8852
    @pankajnath8852 Před 22 dny +2

    Nijar mati biki kari tat dukan khuliba diya aru tar pasar tat kam kariba diya it's all' right

  • @UtshabTalukdar
    @UtshabTalukdar Před 22 dny +8

    তই চৰকাৰ কৰিলে অসম খনক তই নক্সালৰ ঘৰ পাতিব দিবি

    • @carshorts7621
      @carshorts7621 Před 21 dnem

      @@UtshabTalukdar খিলঞ্জীয়াৰ ভূমি, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ বিচৰাটো নক্সালৰ ঘৰ কেনেকৈ হয় অলপ বুজাই দে।

  • @bituborah6874
    @bituborah6874 Před 22 dny +1

    khub val kotha koise akhil sir.. all Assam r babe koribo lage aitu.. জয় আই অসম।

  • @malinemaline-nu7ym
    @malinemaline-nu7ym Před 22 dny +3

    Good

  • @dimbendrasankarbora-er2zq

    প্ৰথমে প্ৰক্ৰিয়া টো আমাৰ পৰা আৰম্ভ হব লাগে যে আমি আমাৰ মানুহক হে মাটি বিক্ৰী কৰিম।দাম বেছি দিলেও বাহিৰৰ মানুহ ক মাটি বিক্ৰী নকৰো।তাৰোপৰি চৰকাৰে সোনকালে প্ৰয়োজনীয় আইন তৈয়াৰ কৰি সমস্যা সমাধানৰ সূত্ৰ উলিয়াব লাগে।

  • @user-co3eo3mj2j
    @user-co3eo3mj2j Před 17 dny

    Veer lachit Sena ❤❤❤❤❤
    Joy Aai Axom 🙏🙏🙏🙏🙏

  • @b.sc.physicskeypoints6384

    সমগ্ৰ অসমতে মাটি কিনা বেচা তথা ভাষাৰ ব্যৱহাৰ ক্ষেত্ৰত সেই সকলো নীতি প্ৰচলন কৰিবলৈ আমি আহ্বান কৰো

  • @SmritiDas-u8y
    @SmritiDas-u8y Před 21 dnem

    Val lagil sir

  • @kailyangohain7880
    @kailyangohain7880 Před 22 dny +1

    Right

  • @user-nq7bq3ew5c
    @user-nq7bq3ew5c Před 22 dny +2

    সমগ্ৰ অসমৰ খিলঞ্জীয়া অসমীয়াই শিৱসাগৰ বাসি ৰাইজৰ দৰে নিজৰ অধীকাৰ বিচাৰি জাগিব হ'ল।।

    • @carshorts7621
      @carshorts7621 Před 21 dnem

      সুন্দৰ।আমাৰো সহযোগীতা থাকিব।অসমীয়া সকলো এক হলেহে এই সমস্যাৰ সমাধান হ'ব।

  • @Rudraisfire
    @Rudraisfire Před 22 dny +1

    Bohut bhal kotha koise Akhil Da ❤

  • @kiransoren-fw4iw
    @kiransoren-fw4iw Před 22 dny +5

    গোটেই অসমত হব লাগে

  • @pobitraboruah9266
    @pobitraboruah9266 Před 22 dny +1

    অশিল গগৈয়ে ভাল উপস্থাপন মতামত দাঙি ধৰিছে

  • @dibyajyotiboruah5148
    @dibyajyotiboruah5148 Před 22 dny +5

    ভাগ নকৰিব গোটেই অসমত কৰক

  • @KironDuwarah
    @KironDuwarah Před 22 dny +1

    ককাইদেউ আপোনাক এটা অনুৰোধ, অকল শিৱসাগৰটেই যে বহিৰাগতক ভূমি বিক্ৰী কৰিব নোৱাৰে তেনে নহয় গোটেই অসমতেই যাতে কোনো বহিৰাগত মানুহেই ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে আইন এখন অতি সোনকালে প্ৰয়ণয়ন কৰিব লাগে।

  • @tumonbaruah-dg5wj
    @tumonbaruah-dg5wj Před 21 dnem

    ❤❤অখিল গগৈ জিন্দাবাদ

  • @rituponfilms5045
    @rituponfilms5045 Před 22 dny +1

    ❤❤❤

  • @kelarock
    @kelarock Před 22 dny +1

    Nice

  • @kiritihazarika9200
    @kiritihazarika9200 Před 22 dny +2

    অখিল গগৈ ডাঙৰীয়া অসমীয়াৰ সুৰক্ষাৰ কথাকোৱা
    মানুহজনে ভূমি নীতি প্ৰবৰ্তন কেৱল গোৱালপাৰা,শিবসাগৰ,যোৰহাটলৈকে হবলাগে বুলি কলে , গোটেই অসমতেই হব লাগে বুলি কবলৈ সাহস নাই হবলা ।

  • @himnextgen3093
    @himnextgen3093 Před 22 dny +1

    Joi ai akhom

  • @debojitborah6219
    @debojitborah6219 Před 22 dny +2

    All assam ot bondho hobo lage...

  • @kabirr7398
    @kabirr7398 Před 14 dny

    Akhil Gogoi sir jinda baad I love akhil da

  • @user-ee2xe9gr7y
    @user-ee2xe9gr7y Před 16 dny

    সুন্দৰ কথা কৈছে আপোনি

  • @binodgogoi2895
    @binodgogoi2895 Před 22 dny +2

    All assamot bill khan lagu koriba lage

  • @punyasribhairab
    @punyasribhairab Před 21 dnem

    Right kotha

  • @RahulLoying-gi9ms
    @RahulLoying-gi9ms Před 22 dny +1

    Hundr

  • @dulenmohan6426
    @dulenmohan6426 Před 22 dny +4

    অখিল গগৈৰ ডাঙৰীয়াৰ সুন্দৰ মন্তব্য আগবঢ়াইছে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি বহিৰাগত ঠিকাদাৰ বিলাক বন্ধ কৰিব বাবে সহায় কৰে যেন।

  • @gamindeyjacknt1234
    @gamindeyjacknt1234 Před 22 dny +1

    Good job ❤❤❤❤akhil dangoriya

  • @ripunjoygohain8164
    @ripunjoygohain8164 Před 22 dny +1

    I support the people of Sivasagar. Other Dist ie Lakhimpur, Dhemaji,Biswanath and Sonitpur also protest like Sivasagar.

  • @AntoniPawe
    @AntoniPawe Před 22 dny +3

    Val kotha kaise akhilda

  • @kirank6249
    @kirank6249 Před 22 dny +1

    👍👍❤️

  • @prakashgogoi765
    @prakashgogoi765 Před 22 dny +1

    Moja ❤

  • @RajbonghiBoy4805
    @RajbonghiBoy4805 Před 17 dny

    Thik kotha koise

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Před 22 dny +12

    বাকী দুটাক জেল নহয়,ৰাইজে বিচাৰ কৰা উচিত।

  • @user-bc5vo8tp2k
    @user-bc5vo8tp2k Před 20 dny

    Kothau hompurno gom pai val lagil

  • @surajithajong528
    @surajithajong528 Před 11 dny

    অখিল গগৈ আজি সঁচা কথা কলে।

  • @HirakDeka-t9y
    @HirakDeka-t9y Před 22 dny +2

    Next shivsagar,r mla S solihah 2026........nangol out

  • @test-ix9im
    @test-ix9im Před 21 dnem

    Akhil daa apuni axomia hisapa ari nidibo...jati mati hurokhiyto hbo lagibo 🙏

  • @sadananddas3046
    @sadananddas3046 Před 22 dny

    ভাল বিধায়ক ভাল কাম,উজনি অসমত আৰু দুজনমান আপোনাৰ দৰে বিধায়ক প্ৰয়োজন বুলি ভাবো।

  • @janbora9549
    @janbora9549 Před 22 dny +1

    All assamot koribo lage

  • @kalpanadeka6201
    @kalpanadeka6201 Před 22 dny +1

    এজনী ছোৱালী মানে মানুহ | গোটেই জীৱনটো জীয়াই থাকিবলৈ যি আক্রমণৰ সম্মূখীন হৈ গল আজি বুকু, কাইলৈ পিঠি, পৰহিলৈ চকু, মুৰ এনেকৈ মতা মানুহৰ মাৰপিট খাই এক প্ৰকাৰ ৰুগীয়া দেহৰ অধিকাৰী হৈ পৰিল | ৫ জন ৰ পৰা ১০ লাখকৈ মুঠতে ৫০ লাখ টকা দিয়াৰ ব্যৱস্থা কৰা উচিত |

  • @sidheswarbailung5073
    @sidheswarbailung5073 Před 22 dny +1

    Rightful speech

  • @beingkiiind
    @beingkiiind Před 22 dny +1

    👍

  • @RatulNath-x9y
    @RatulNath-x9y Před 22 dny

    Good ♥️

  • @user-kl4zs7tl1k
    @user-kl4zs7tl1k Před 22 dny +3

    ILP অসমত লাগিব অসমীয়াই ILP বিচাৰে।

    • @SatymevaJayate007
      @SatymevaJayate007 Před 22 dny +2

      দিয়াৰ সম্পূৰ্ণ সুযোগ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ চৰকাৰৰ দিনত নালাগে বুলি কেন্দ্ৰক জনালে ! অসম চৰকাৰ অসুস্থ !

  • @biswajitbordoloi5002
    @biswajitbordoloi5002 Před 22 dny +1

    গোটেই অসমৰ কথাও কওক

  • @ranjitborah6917
    @ranjitborah6917 Před 22 dny +1

    আপুনি অকল ফেৰিয়া ফেৰি কৰিবহে জানে নাঙল গগৈ দাঙৰিয়া , চৰকাৰৰ কথা কিয় উলিয়াইছে😂😂😂

  • @sarojgogoi2685
    @sarojgogoi2685 Před 22 dny +1

    Hundor koise

  • @harineogneog1732
    @harineogneog1732 Před 22 dny +3

    গোটেই অসমখনৰ বাবেই খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব লাগিব। অকল নিদিষ্ট জিলাহলে কথাটো 😮বেয়া হব ।

  • @bibeksingha4733
    @bibeksingha4733 Před 22 dny

    Assamese people r kind heart and always talk under law if u want outside free from assam i have to break laws

  • @anuragentertainment7875
    @anuragentertainment7875 Před 22 dny +1

    Aji moi nivanua karan 2015 sanate humaisilu mfi aji moi nivanua

  • @JuganondoKhonikor
    @JuganondoKhonikor Před 22 dny

    শিৱসাগৰৰ পৰাই আৰম্ভ হোৱা অসমীয়া ভাষাৰ সাহিত্য সঙ্কৃতি ৰক্ষা আন্দোলনৰ লগতে অসমীয়া ওপৰত। হোৱা প্ৰতিবাদ ক সমৰ্থন জনাইছো

  • @hrishikeshdourah7328
    @hrishikeshdourah7328 Před 22 dny +1

    Laz lagibo lage teo

  • @user-ee2xe9gr7y
    @user-ee2xe9gr7y Před 16 dny

    মামা হায় হায়

  • @monjulahon7712
    @monjulahon7712 Před 22 dny

    সুন্দৰ মন্তব্য ধন্যবাদ অখিল গগৈ মহোদয় ।

  • @user-do3tm9qq1s
    @user-do3tm9qq1s Před 16 dny

    Akhil da hundor