ড০ হীৰেন গোহাঁইৰ আত্মকথা চতুৰ্থ খণ্ড || মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’....

Sdílet
Vložit
  • čas přidán 8. 07. 2024
  • আজি ‘আত্মকথা’ৰ চতুৰ্থ খণ্ড
    বি বৰুৱা কলেজত চাকৰি পায়ো কিয় যোগদান নকৰিলে ড০ হীৰেন গোহাঁয়ে?
    দিল্লীৰ কিৰোৰীমল কলেজত কিদৰে চাকৰি পাইছিল ড০ গোহাঁয়ে?
    ডিব্রুগড় বিশ্ববিদ্যালয় কিয় ত্যাগ কৰিছিল ড০ হীৰেন গোহাঁয়ে?
    গুৱাহাটী বিশ্ববিদ্যালয়ত ড০ গোহাঁয়ে কি অভিলেখ সৃষ্টি কৰিছিল?
    সুদীৰ্ঘ ২৯ বছৰীয়া বিশ্ববিদ্যালয় জীৱনত ড০ গোহাঁইৰ শত্রু কোন আছিল?
    কোন কেইগৰাকী সহকৰ্মী শিক্ষকক আজিও মনত ৰাখিছে ড০ গোহাঁয়ে?
    আজিৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ অসমৰ সমাজ জীৱনলৈ অৱদান কি?
    সুদীৰ্ঘ শিক্ষকতা জীৱনত কোন কেইজন ছাত্রক আজিও তেওঁ মনত ৰাখিছে?
    ড০ হীৰেন গোহাঁই কিয় কোনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নহ’ল?
    আজি ‘আত্মকথা’ত শিক্ষক হিচাপে ড০ হীৰেন গোহাঁই
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘আত্মকথা’
    #pratidintime #nitumonisaikia #atmakatha #hirengohain

Komentáře • 5

  • @jinumoniduarah7243
    @jinumoniduarah7243 Před 14 dny

    বহুদিনৰ আগতে বাতৰি কাকতত চাৰৰ ধাৰাবাহিক লেখাবোৰৰ বাবে আশাৰে বাট চাইছিলো,ইমান বছৰৰ পাচত পুনৰ একেই আশাৰে আহিবলগীয়া খণ্ডবোৰলৈ বাট চাইছো,চাৰে মনৰ বহুখিনি নোকোৱা কথা এই খণ্ডত কৈছে যাৰ জৰিয়তে নতুন দায়িত্বশীলচামে নিজ কর্মক্ষেত্রত সাৱধানে আগবঢ়াত সহায়ক হ'ব
    অশেষ ধন্যবাদ
    চাৰে বহা চকীখনত দুটা কুস্বন দিবলৈ অনুৰোধ জনাইছো 🙏🙏🙏

  • @mintusarmah1271
    @mintusarmah1271 Před 7 dny

    ❤ God bless him Sir

  • @diptigogoi599
    @diptigogoi599 Před 15 dny +1

    শুনিবলৈ পাইছো ছাৰ অহাৰ পাছতহে হেনো অসমীয়া ছাত্ৰ ইংৰাজী বিষয়ত নৰমছ পাবলৈ আৰম্ভ কৰিছে কথাটো সচা নেকি?ছাৰৰ মুখৰ পৰা জানিবলৈ ইচ্ছা আছো।

  • @taralideka8272
    @taralideka8272 Před 15 dny

    🙏🙏🙏

  • @umaroy4090
    @umaroy4090 Před 15 dny

    Bat salo next episode loi akshare