কীৰ্তন পাঠ

Sdílet
Vložit
  • čas přidán 22. 11. 2022
  • কীৰ্তন পাঠ#পদ্মকাকতি#podmakakoti#

Komentáře • 58

  • @user-dt7ji2vi3x
    @user-dt7ji2vi3x Před 3 měsíci +1

    Ramkrishna

  • @pankajsaikia6076
    @pankajsaikia6076 Před rokem +2

    Amiya modhur hur krishna 🙏
    Jai sri Krishna🙏

  • @subhasishhazarika8573
    @subhasishhazarika8573 Před 4 měsíci

    কৃষ্ণ পণাম

  • @kalpadas5723
    @kalpadas5723 Před 6 měsíci +2

    ৰাম কৃষ্ণ ❤

  • @prasantapathak8503
    @prasantapathak8503 Před 2 měsíci

    কৃষ্ণ বাপ সেৱা জনাইছো আপোনাৰ কণ্ঠ অতি সুন্দৰ কৃষ্ণ

  • @dhirenhazarika1294
    @dhirenhazarika1294 Před rokem +5

    কন্ঠ সুন্দৰ ' ৷কিন্তু কীৰ্ত্তনৰ সুৰ হোৱা নাই যেন লাগে। এয়া ভাগরতৰহে সুৰ ৷

    • @podmakakoti3753
      @podmakakoti3753  Před rokem +1

      অধমৰ সেৱা গ্ৰহণ কৰিব। ভাল লাগিল আপোনাৰ মন্তব্য পাই । এই অভাজনৰ সীমিত জ্ঞানেৰে যিমান পাৰোঁ চেষ্টা কৰিছোঁ। শিকিবলৈ বহুত বাকী আছে এটি শুদ্ধ সুৰ শিকিবলৈ পালে সুখী হম আপোনাৰ পৰা। কৃষ্ণ

    • @ratulkonwar1124
      @ratulkonwar1124 Před rokem +2

      হাজৰিকা দেৱ, কীৰ্তনৰ শুদ্ধ সুৰ শিকিবলৈ আমিও পৰম আগ্ৰহী। আপোনাৰ জড়িয়তে তেনে এভাগ সুৰ পালে সমস্তজন উপকৃত হ'ব। কৃষ্ণ।

    • @pronobsaikia6304
      @pronobsaikia6304 Před rokem

      Krishna bap kritonor hudha hur hiki boloi amiu bor agrohi....

  • @guningogoi4694
    @guningogoi4694 Před rokem +2

    ৰাম ৰাম

    • @krishnakakaty2624
      @krishnakakaty2624 Před 3 měsíci +1

      Krishna. Krishna. Oti. Xundr. Lagil. Xohoxbo. Pronam jonaisu

  • @ProbalKhataniar
    @ProbalKhataniar Před měsícem

    মনোগ্ৰাহী সুৰ বাপ🙏

  • @bipindutta9868
    @bipindutta9868 Před rokem +3

    অতি মনোগ্ৰাহী হৈছে।কৃষ্ণ ।

  • @kabitadas61
    @kabitadas61 Před rokem +1

    কৃষ্ণ কৃষ্ণ

  • @paramananda5403
    @paramananda5403 Před rokem

    কৃষ্ণ🙏🙏🙏

  • @PadmoGogoiVlog
    @PadmoGogoiVlog Před rokem +1

    সুন্দৰ🙏🙏

  • @pabanbora5669
    @pabanbora5669 Před rokem +2

    বৰ সুন্দৰ কন্ঠ আপোনাৰ কৃষ্ণ

  • @mouchumigogoi5024
    @mouchumigogoi5024 Před rokem +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ,

  • @surjyakakoty1344
    @surjyakakoty1344 Před rokem +2

    কৃষ্ণ ! কৃষ্ণ ! বাপ ,ভগৱন্তে কুশলে ৰাখক ।

  • @parikhitkalita2024
    @parikhitkalita2024 Před rokem +5

    ভগৱান প্ৰদত্ত আপোনাৰ কণ্ঠ, প্ৰায় সকলোবোৰ ভিডিও চালো বিচাৰি বিচাৰি, প্ৰভুজন , ভাৱগৱতৰ চতুর্থ স্কন্ধৰ দক্ষ যজ্ঞৰ অধ্যায় কেইটি আপোনাৰ কণ্ঠত শুনিবলৈ পোৱা হলে পৰম সন্তোস পালোহেতেন। ভগৱানক প্ৰাৰ্থনা জনাইছো আপোনাক সুস্বাস্থ্যবান কৰি ৰাখি তেৰাৰ গুণানোকীৰ্তন কৰিবলৈ শক্তি প্ৰদান কৰক।

  • @chandraborah6892
    @chandraborah6892 Před rokem +1

    Tumar kirtanat srawanathanti anubhab koru

  • @gunavathibuwari6644
    @gunavathibuwari6644 Před rokem +1

    Joy Ram joy

  • @pankajsaikia6076
    @pankajsaikia6076 Před rokem +1

    Baikunth hakhyat anubhov hol. 🙏

  • @uttamburagohain8498
    @uttamburagohain8498 Před rokem +3

    কৃষ্ণ সুন্দৰ কণ্ঠ আপোনাৰ।

  • @mukutaborah3135
    @mukutaborah3135 Před 11 měsíci

    দয়াৰ সাগৰ প্ৰভূ(আপোনি)

  • @kalpanahazarika7631
    @kalpanahazarika7631 Před rokem +2

    কৃষ্ণ ভক্তি নিগৰাইছেআপোনাৰ কন্ঠ যে।পৰম সুন্দৰ প্ৰভো।

  • @ashimhazarika2798
    @ashimhazarika2798 Před rokem +1

    কৃষ্ণ কৃষ ৰাম 🙏🙏🙏জয় গুৰু শংকৰ কৃষ্ণ ।

  • @podmakakoti3753
    @podmakakoti3753  Před rokem +1

    ধন্যবাদ

  • @abmonty7274
    @abmonty7274 Před rokem +1

    ৰাম কৃষ্ণ হৰি🙏🙏🙏

  • @panjaldas.5930
    @panjaldas.5930 Před rokem +2

    Krishna.bap.jana.

  • @nripenburagohain
    @nripenburagohain Před 5 měsíci

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাৰ কন্ঠ সুন্দৰ

  • @user-cg2uq6fb1y
    @user-cg2uq6fb1y Před 10 měsíci

    Krishna bap

  • @trishnabora2679
    @trishnabora2679 Před rokem +1

    অতি সুন্দৰ বাপ । বেদ স্তুতি ভাগ আগবঢ়ালে আমি পৰম সন্তোষ পাম।

  • @user-lh3ex9un9t
    @user-lh3ex9un9t Před 7 měsíci

    Kontho bhal.bhagawat suniloo.bhal lagise oti Sundar kantho.kirtonor pod aru zuna bor bhal hoise dulari kirtonor pora phalori jota Jen anubhav baia napabo kintu

  • @barunbaruah327
    @barunbaruah327 Před 5 měsíci

    Ram ram