"বিনামূলীয়া ধাবা" কাৰ কাৰ বাবে বিনামূলীয়া ?
Vložit
- čas přidán 8. 10. 2022
- "বিনামূলীয়া ধাবা"ত বিনামূলীয়াকৈ এসাঁজ...
"বিনামূলীয়া ধাবা" কাৰ কাৰ বাবে বিনামূলীয়া ? "বিনামূলীয়া ধাবা"ত "আম্বানী ৰ ব্ৰেকফাষ্ট" আৰু বহুতো...
CONTACT NO. - 6900333064
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#binamuliyadhaba #nagaon #dhaba #assamesfood #assamesetreditionalfood #assam #food #assamfood
মই এজন গ্ৰাহক হিচাপে ক'ব খুজিছোঁ মে মোৰ বিনামূলীয়া ধাবাৰ অভিজ্ঞতা খুবেই বেয়া।
সুন্দৰ প্ৰয়াস | '' বিনামূলীয়া ধাবা ও ৰেষ্টুৰেণ্ট" ৰ উজ্বল ভৱিষ্যত কামনা কৰিলো |
Great
চক্ৰপাণি , বিনামূলীয়া ধাবা বিষয়ে কথা খিনি বৰ সুন্দৰ কৈ উপস্থাপন কৰা বাবে ধন্যবাদ জনালো । এদিন গৈ ওলাব লাগিব পৰিয়াল সহিতে ।
আমি গৈছিলো বহুত ধুনীয়া লাগিল 🥰🥰🥰
এইটো এটা সঁচা অৰ্থত বিনামূলীয়া Concept, আখৰে-আখৰে প্ৰমাণিত, অসমৰ গৌৰৱ এইখন ৰেষ্টুৰেণ্ট💐
হয় চক্র দা ছোৱালী জনী বৰ মৰম লগা হয় ❤😍 বাকী তেওঁলোকৰ প্রচেস্টাক শলাগ লৈছো আৰু অনাগত দিনবোৰলৈ শুভেচ্ছা থাকিল |
ধন্যবাদ জনাইছো আপোনাক, আপোনাৰ এই অনুষ্ঠানটো লগতে বিনামূলীয়া ধাৰাৰ স্বত্বাধিকাৰীক। বাৰ্তালাপ অনুষ্ঠানটো দীৰ্ঘস্থায়ী হওঁক, সকলোকে কুশলে থাকক।
এই অতুলনীয় সুন্দৰ অসমীয়া ধাবাখনৰ অগ্ৰগতি কামনা কৰিলো ।
হয় । কেতিয়াবা ভালকৈ এসাঁজ খাবলৈ ইচ্ছা যায় । কেতিয়াবা নিশ্চয় বিনামূলীয়া ধাবাত এসাঁজ খোৱা ইচ্ছা থাকিল । ধন্যবাদ পৰাশৰ । সময় লৈ যাব লাগিব ।
সুন্দৰ উপস্থাপন 👌❤️
সুন্দৰ গোটেই কথা খিনি বহুত ভাল লাগিল এজন অসমীয়া ছোৱালী হয় ।। I also like business...
ভাল লাগিল দেই । বিশেষকৈ প্ৰিয়াংকী । সুন্দৰ ব্যক্তিত্ব ।
নিশ্চয় কেতিয়াবা লৈ সোমাম বিনামূলীয়া ধাবা ত 😊👌
ধন্যবাদ সুন্দৰ ভিডিঅ এটিৰ বাবে চক্ৰপানি পৰাশৰ 🙏
বিনামূলীয়া ধাবাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
গুৱাহাটী গলে এদিন সোমাই মজাকে এসাজ খাই আহিব লাগিব,কাৰন আমি যোৰহটীয়া,চক্ৰ দা আৰু প্ৰিয়াংকীলৈ ধন্যবাদ জনাইছো ইমান সুন্দৰকৈ বুজাই দিয়াৰ কাৰনে ।
সুন্দৰ প্ৰয়াস।বিনামূলীয়া ধাবা এণ্ড ৰিজৰ্ট ৰ স্বত্ত্বাধিকাৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
যাম কেতিয়াবা love from dhemaji আগুৱাই যোৱা ❤️❤️
পদপথৰ মানুহ এজন তেনেকুৱা এখন ধাবাত খুউব কমেই যাব।। ফটাছিটা কাপোৰ পিন্ধি যোৱা মানু্হ এজনক সেই একেখিনি আলপৈচান ধৰিবনে যিখিনি ধনৱন্ত এজনৰ ক্ষেত্ৰত কৰে।। বাকী শুভেচ্ছা আৰু শুভকামনা থাকিল।।
এনেকুৱা ধুনীয়া ছোৱালী এজনী পাওঁ নি বুলিয়েই আজি লৈকে বিয়া পতা নাই।মৰিবলৈ হলোঁ আৰু, নাপাম আৰু চাগে😂😂😂
Uninic idea. All the best wishes jonaloo
Sakrapani dada xosai bht bhal lagil sai adin tat khbole nishyay jam,akha karu aru bht aguwai jauk piyankhi,God bless you piyankhi.Jai hind,jai aai axom
Great! বাকি একো নকওঁ,,, খালী বিচাৰোঁ এই প্ৰক্ৰিয়া যাতে সদাই থাকে
সুন্দৰ প্ৰয়াস,ধন্যবাদ৷
আমাৰ ঘৰ ওচৰতে আহিলে ককাইদেউ গমে নাপালোঁ,,,এবাৰ লগ পাব বহুত আশা থাকি গল,,,বাকী ভিদেও টু চাই বহুত ভাল লাগিল ককাইদেউ
ডিগ্ৰী লাষ্ট চেমিষ্টাৰ বুলি শুনি ভন্টীজনীলৈ অন্য এক সন্মান জাগি উঠিল।। she is so talented, the way she talk is fabolous.. wish her a very good luck.. এদিন নিশ্চয়কৈ সোমাম।।
Aji kali degree sobore thakha
A moja
Thank you for your valuable sharing ❤️🙏🌹💕🌷
Khub Hundor lagise
Aru Binamoilya Resturant khonor Khub bhal lagil....
So proud... Priyangki Baa and family 💙🧡💛💚💗💛🧡💜🌷🌹🙏🇮🇳
Dhunia many lal mohon.khub misti 😱😱😱
Sir aponar kothabor eman besi val loga xuni thakiboi mn jai.......💐💐💐❤️
ধাবাখনৰ বিষয়ে যেনে ধৰণে সুন্দৰকৈ বৰ্ণনা কৰিছে মই কিন্তু তেনে ধৰণৰ সেৱা দেখা নাপালোঁ।
বহুত ভাল লাগিল চাই......
গোটেই খিনি শুনাৰ পিছত অথবা দেখাৰ পিছত এবাৰ নোযোৱাকৈ থাকিব নোৱাৰি ।
গতিকে এবাৰ নিশ্চয় যাম ।
আৰু ধাবা খনৰ উত্তৰণৰ কামনা কৰিলোঁ
বঢিয়া।
Dhunia concept... unique and new best of luck to the owner 👍
Nice ❤❤❤
Val lagil.....new concept.....❤️❤️❤️
সুন্দৰ প্ৰয়াস👌
Baa joni cute 🥰 hoi. Best of luck baa
Dada aponar kotha bor roxal mitha huniboloi bhal lage, thank you so much 🥰
বহুত ভাল লাগিল দাদা love from Archipathar
অতি সুন্দৰ 👌👌👌❤
Nice .......
Tamam concept 🔥🔥🔥🔥
Bohut unique concept...oxomiya suali hisape gourav kribo paru ami teuk loi....dhabakhon u dekhiboloi bor dhuniya hoise....❤️❤️❤️
"Congratulations "Bahut hundar dhaba dey👌👌!!,Priyanki baa. Aami Arunachal Pradesh r para edin hosakoi apunar dhabakhonat aehaaj khaboloi aru dhaba khon saaboloi aahim.
Bahut vaal lagil dai
সুন্দৰীৰ ইংৰাজী অলপ বেছিকৈ হল
Best wishes.. Will try for sure
বৰ ভাল লাগিল।
Dhanyabad Chakra iman dhunia video tu dia babe.
বৰ ভাল লাগিল।❤️
Bor bhal lagil vedio tu .Ketiaba jaam .Many many thanks from Tinsukia .👍👍👍
Bohut val lagil ...
ভিডিঅ'টো চাই বহুত ভাল লাগিল
আমাৰ লখিমপুৰৰ ছোৱালীবোৰ ধুনীয়াই
Intention is good towards low income people. But the main thing is the poor people won't go and ask for food as it would awkward for them. So I dnt think The object is for welfare of the people would be successful.
But the business will definitely grow as it is near the NH.
ধুনীয়া প্ৰয়াস 👍👍
ভাল লাগিল
Hoi bhal lagil dada.
Very good work 👍
ভাল লাগিল, গৈ আহিব লাগিব এদিন।😊
ভাল লাগিল। এদিন যামেই।
Concept is really beautiful
Eman morom loga dhunia swali dakhilai morom lagi jai pai🤗. Val lagil aru aaguai jua . Adin sure entry marim .
Val lagil, , , jam sure
Concept tu val lagil
Nice concept
Nice video sir
Mojja concept ❣️❤️😊😊
Bohut val lagise bar aii kormo dekhi 😎🤞🏻Aguai juok apuni God Bless You ❤️
Long live binamulia dhaba.god bles
সুন্দৰ
দাদা আপোনাৰ কথা বতৰা মোৰ বহুত ভাল লাগে
Agbahi juwa... 👍soli thakila val aru.. Adin nisoi humam..
Really good job
Nisssoi.jam . Vhal lgilll... ... Vhal Sintaaa .. aguwai Jua .. 👍💛
Mojjjaa 😀❤️👌
Dada apunar sob vidio sao,aru kiba ata xiku,aitu vidio misa misa lagise, motivational video bonalu buli axa korilu
Marketing 2 val lagil. Ag bahi jawok.
Lovely
সুন্দৰ পদক্ষেপ ।নাহৰকটীয়াৰ পৰা কেতিয়াবা গুৱাহাটী গ'লে নিশ্চয় সোমাব পাৰিম।
নোসোমাবি ঐ, ---- বৰ লোতে,,,, আজি পাই গলো মজ্জা এমাহ মান মাংস নাখাও ৰো।
Moja val lagil
অতি সুন্দৰ চক্ৰ দা।
Videotu bohut val lagil dada love from sivasagar
Val lagile sai
Waw
Priyanki bar mon tu bht xorol ❤️
Bor monumuha poribekh...nissoy humam Binamulia.t aru Priyanki Ba lgt kotha potar akha thakil💕👍
0
Both val lagile oti xundar nijotkoi anok besi guruta diya dhaba dekhilu best of luck abar hole o jabo sasta korim
😍😍👏
Really a good concept in today's world ❤️
Goodluck.
🔥🔥🔥🔥বোলিহে কলো আৰু
Ba.. great👍
Nice
val lagil priyangki ba
Priyanki ba joni bhut cute dekhibole
Mojaa nice jam baru next from dibrugarh
নিতুমনীয়ে ফ্ৰিতে লভিতা চাই ভাল হোৱা বুলি কৈ পষ্টাই অাছে,বাকী ধাবাখনৰ ষ্টাইলটো ভাল লাগিছে বাৰু
Very good.
Adin tat khab a jam.... consept bhut vl lgise
Nice steps