‘চৰকাৰে বিচাৰে পৰেশ বাহিনী জীয়াই থাকক'

Sdílet
Vložit
  • čas přidán 9. 06. 2024
  • ‘চৰকাৰে বিচাৰে পৰেশ বাহিনী জীয়াই থাকক৷ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া এতিয়া সাধাৰণ মানুহ৷ পিঠিত লাগি থকা ‘ছালফা’ শব্দটোৰ পৰা মুকলি হ’ব বিচাৰিছো৷’- সংবাদমেলত জিতেন দত্তৰ বিস্ফোৰক মন্তব্য৷
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 73

  • @ranjitgowsami7891
    @ranjitgowsami7891 Před měsícem +34

    অসমৰ কিমান ডেকা লৰাই জীৱন দিলে, কিমান ৰ পৰিয়ালৰ সদস্য নোহোৱা হল আৰু আপোনালোকে enjoy কৰি আছে, দালালী কৰিলে

  • @miduldutta8798
    @miduldutta8798 Před měsícem +3

    জয় আই অসমমমমমমমমমমমমমমমমমম
    অতি সুন্দৰ মন্তব্য ,
    এওঁলোকে একো কৰিব নোৱাৰিলে সেই বাবেই এনে বোৰ কথা কৈ আছে ,

  • @HaruAhmed-mb8wi
    @HaruAhmed-mb8wi Před měsícem +1

    Good comments by Dutta dangoriya, 💯 percent sure Comments because All kinds of political party always be taking chances,

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Před měsícem +7

    দত্ত ককাই ঠিক কথাকে কৈছে |❤❤❤❤ জয় আই অসম |

  • @NehoruRamday
    @NehoruRamday Před měsícem +3

    যিতেন দা কথা এটা হ'ল বি,জে,পি চৰকাৰে নাগৰিকত্ব আইন আনোতে বৰুৱা ছাৰে নিমাতি কন্যা যেন দেখা পোৱা গ'ল। এতিয়ানো কিবা আছে বুলি চিঞৰিব আশা কৰা যায় নে বাৰো।কিবা আছে যদি কোৱাতো দৰকাৰ
    ধন্যবাদ।

  • @northeastgaming2689
    @northeastgaming2689 Před měsícem +3

    আপোনাকো জানো দিয়ক ।

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 Před měsícem +17

    অই বহিৰাগত হত্যাকাৰী ধৰ্ষণ কাৰী খিলঞ্জীয়াৰ জনগোষ্ঠীৰ বিৰোধি আলফাৰ নামত লুট পাত চলাই চোৰ ডকাইত চোৰাংচোৱা,ইয়াৰ লগত থকা কেইটাও একেই, এইবাৰ মাটি সম্পত্তি গোটোৱাত লাগিল নেকি,অই ছালফা টো ছালফাই হয় যি দৰে গৰু টো বাঘ হ'ব নোৱাৰে,হাটীটো মানুহ হ'ব নোৱাৰে,ছালফা ছালফা হৈয়ে থাক,

  • @rabinhazarika4467
    @rabinhazarika4467 Před měsícem +2

    আপোনাৰ লগত সদায়ে সহযোগিতা কৰিম আৰু সমাজৰ কাম কৰিম। ধেমাজি ।

  • @pranabnath2195
    @pranabnath2195 Před měsícem +6

    হয় টো চালফাই কি কৰা নাই অসমত অসমিয়াৰ উপৰত এবাৰ আগৰ দিন বোৰলে ঘোৰি জাউক চোন দা দা কিমান নিৰিহ লৰা মৰিল কিমান জিয়াৰি বোৱাৰি কি কি হল কট মাক বাপেক অকল সৰিয়া হল কতৰ যৈাবন গল কত পুত্ত হাৰা লহ আৰো কি হোবা নাই বা কি হবলে বাকি থাকিল অসমিয়া জাতিটোৰ আজি সেই কাৰনে চালফা বোলি সোনিলে আজিউ আমাৰ মানো খিনি উচবখাই উথে এই কংলক কোনেউ মোচিব নোৱাৰে এই অসমৰ পতি জিলাত ইয়াৰ উদাহনৰ আচে ভালকে চালে দেখিব শদিয়াৰ পৰা ধোবোৰিলে

  • @hemchandraholal7321
    @hemchandraholal7321 Před měsícem +3

    পূৰ্ণ স্বায়ত্ব শাসন সমৰ্থন যোগ্য ।

  • @pramoddeka4285
    @pramoddeka4285 Před měsícem +8

    Dadagiri......bandh....karile..... hol..... bahut...lutile

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před měsícem +6

    ইমান মগজুৰ মানুহ কাৰণেহে কথাখিনি বুজাত কিমান বছৰ লাগিলে। এই ছালফা নামধাৰী এচামে কিমান গৰাকী সতীৰ্থক হত্যা কৰিলে তৰ উত্তৰ কোনে কেতিয়া দিব। আপোনাৰ লগতে বহুতো আত্মসমৰ্পন কাৰী / ছালফাই বিগত সময়চোৱাত কি কি ‌কাম কৰিলে সেইয়া অসমৰ জনগনে আজিও পাহৰি যোৱা নাই। আপোনাৰ কথাবোৰ শুনি ভূতৰ মুখত ৰাম নাম শুনাৰ দৰে লাগিছে। কোনে, কি বুলি আশা আৰু বিশ্বাস কৰিব আপোনাক আৰু ছালফাৰ নামত চৰকাৰৰ পৃষ্ঠপোষকতাত টকাঘটি নোদোকা হোৱা আৰু এসময়ত আশ্ৰয় দিয়া জনসাধাৰণৰ ওপৰত আৰক্ষী আৰু সেনাৰ সহযোগত অত্যাচাৰ চলোৱা সুবিধাবাদী বোৰক।

  • @hemnathsaikiya1491
    @hemnathsaikiya1491 Před měsícem +16

    এই জন গাতৰ পৰা ওলায়ছে ৰাইজ,🤔🤨

  • @GitanjaliSaikia-ju6fo
    @GitanjaliSaikia-ju6fo Před měsícem +12

    কাক পথাৰ দিয়া মিতিং খনলৈ কিয় নাহিল

  • @darpankonwar598
    @darpankonwar598 Před měsícem +6

    সঁচা কথা কৈছে 🎉🎉

  • @GitanjaliSaikia-ju6fo
    @GitanjaliSaikia-ju6fo Před měsícem +11

    এই জন মাৰ্কেট লৈ কেতিয়া আহিল

  • @banajitkalita5642
    @banajitkalita5642 Před měsícem +1

    Right katha koise

  • @DhrubajyotiBaruah-yf5ge
    @DhrubajyotiBaruah-yf5ge Před měsícem +1

    Sir you are right

  • @jitenbora1443
    @jitenbora1443 Před měsícem +1

    Yes Sir

  • @RakeshRahang-nc8ng
    @RakeshRahang-nc8ng Před měsícem +1

    প্ৰফুল্ল মহন্তক এবাৰ সোধক আৰু তেওঁৰ মুখেৰে এবাৰ সোনিৱ বিছাৰিম

  • @bmohanta9007
    @bmohanta9007 Před měsícem +6

    Faltu jiten toi amar gaon r keita morali

  • @pgkillerff7923
    @pgkillerff7923 Před měsícem +2

    সঁচা কথা

  • @boruahakash8237
    @boruahakash8237 Před měsícem +1

    good, we want Autonomous Assam and ILP

  • @mosudurrahman907
    @mosudurrahman907 Před měsícem +4

    Dutta rajniti loi ahibo bisarise jen lagise.ajon politician r dore kotha koise.

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Před měsícem +3

    বাংলাদেশীয়েই নহয় বাহিৰাগত মাৰোৱাৰী বিহাৰীক ও প্রতিটো কৰ্মৰ পৰা বিতাৰিত কৰিব লাগিব |

  • @assamnoobgamer9752
    @assamnoobgamer9752 Před měsícem +1

    সঁচা কথা কৈছে।❤🎉❤🎉

  • @7gc970
    @7gc970 Před měsícem +1

    ভুলৰ শুধৰণিৰ কৰি কৰ্ম মুখী হলে ৰাজ্য খনৰ উন্নতিৰ লগতে আমাৰ সকলোৱেই কাৰণে ভাল । এতিয়া আলফাই স্বাধীন বিছাৰি লাভ নহব ।

  • @manabkalita2660
    @manabkalita2660 Před měsícem +2

    iiee bor choturrr..bongali r dorey chiyaaanaa😅

  • @user-sd5vm7sg2m
    @user-sd5vm7sg2m Před měsícem +1

    Jiten Dutta r property kiman enquiry hbo lage

  • @junalibhuyan1736
    @junalibhuyan1736 Před měsícem +2

    Dhoinybad dada❤

    • @prodipmoran
      @prodipmoran Před měsícem +1

      তোমাৰ ভূল ধারনা

  • @RAZKAMAL1
    @RAZKAMAL1 Před měsícem +3

    Tumar uporot biswakh nai tumi bohut hiaal manuh ☝️

  • @AfricanLion4090
    @AfricanLion4090 Před měsícem +1

    জিতেন দা থিক কথা কৈছে আপুনি।

  • @pranjalbayan5338
    @pranjalbayan5338 Před měsícem +1

    Apunaluk jiman ase ULFA and salfa apunalukor krne Assam khon shekh hoi gol.

  • @prodeepdas9024
    @prodeepdas9024 Před měsícem +1

    💯,%

  • @DIPSJOURNEY
    @DIPSJOURNEY Před měsícem +1

    He wants ticket from Congress in 2026?

  • @himanshudutta609
    @himanshudutta609 Před měsícem

    he is wright.

  • @BiplabNath-vi6ru
    @BiplabNath-vi6ru Před měsícem +1

    Salfa lora moiu.. Apunar kothay akmot

  • @mukulbaruah1833
    @mukulbaruah1833 Před měsícem +1

    Ji khakale Axomr raijok biswakhghatkta kari nijor swartha puranr babe sarkarar usarat atmakhamrpan karile khei khakale Axomr hoi maat motar kunu adhikar nai. Ai khakalr neta kijon sarakar padalehonkari, Axomia jati dhongkhakari.

  • @mrinmoy13
    @mrinmoy13 Před měsícem +2

    Dhuir fotuwa, hotyakari... 2026 ahi ase tu.. Gaator pora ulai huwaa dibo ahiso..

  • @rubulmedhi4963
    @rubulmedhi4963 Před měsícem

    Dudin man alfa naam loi sarender kori toka ghatili.atiya aru salfa namtu beyaloga hal.

  • @mukulbaruah1833
    @mukulbaruah1833 Před měsícem

    Purna sthayatta sason Fata dhool jiten dutta i kia nibisare. I salfa kari kari burha hoi kekura hol, kintu ufaidang mora kotja nera hol.

  • @user-bn6kx9wo9z
    @user-bn6kx9wo9z Před měsícem

    aetu ata mosto dogabaj hoi. yeak okhomor raije kahaneu ontorot stan napai.

  • @DolanGogoi
    @DolanGogoi Před měsícem

    Apuni jamane gakhi re ga dule oi boga hobo nuware karon apuni ajon assamor atait koi kolong kit birokti

  • @ajitmoran1521
    @ajitmoran1521 Před měsícem +1

    Dalal

  • @madhulekhaboruah4196
    @madhulekhaboruah4196 Před měsícem

    Keman deka lora tohator baba hekh hoi gol kemanar ghor honkhar hekh hol keman matter buku huda hol ateya nejor surthar baba val huar abhenoi

  • @nabajyotichetia51
    @nabajyotichetia51 Před měsícem

    মাত্ৰ টুপী পিন্ধি থকাটোৱেহে বেছি সমৰ্থন কৰিছে। গতিকে কামটো হ'লে সি ভাগ বেছি পাব লাগিব।

  • @lovetoplus9932
    @lovetoplus9932 Před měsícem +1

    Pores buruwa bhut ata bal manuh

  • @koushikdas5140
    @koushikdas5140 Před měsícem

    এচাম লৰা ছুৱালি হেৰাল মৰিল আৰু এচাম শ শ কুতিৰ টকাৰ মালিহ হল

  • @never_backdown8611
    @never_backdown8611 Před měsícem

    গুপ্ত হত্যা ৰ সময়ত ছালফাই যিটো নৃত্য কৰিছিল, আমি পাহৰিব নোৱাৰে। পুক লাগি মৰিবি , অসমীয়া ডেকা মাৰি জাতিটোক কুঙা কৰি দিলি

  • @ujjaldutta3645
    @ujjaldutta3645 Před měsícem

    Alusona hol! Ki result ahil j hongothon vongo krile? Salfa ami sini napao. Koboloi vakha nai. Ulfat thkute soarkarr usrt dukhi atia salfa hoi jatitur usorot dukhi. Swadhin axomor hopun dekhuai nije palti mari dile. Ji hol hoi gol kin2 atia aru ankua netritta nbisaru. Go back

  • @kalyansingha2775
    @kalyansingha2775 Před měsícem

    Baaal or bahani

  • @joydevdas4152
    @joydevdas4152 Před měsícem +1

    Faltu

  • @dharanisaikia3949
    @dharanisaikia3949 Před měsícem

    এতিয়া মাটি দালাল কৰিব মানে

  • @user-fy3hr4me4d
    @user-fy3hr4me4d Před měsícem

    আপোনালোকক আমি দালাল বুলি কয় নে?

  • @NehoruRamday
    @NehoruRamday Před měsícem

    যিতেন দা কথা এটা হ'ল বি,জে,পি চৰকাৰে নাগৰিকত্ব আইন আনোতে বৰুৱা ছাৰে নিমাতি কন্যা যেন দেখা পোৱা গ'ল। এতিয়ানো কিবা আছে বুলি চিঞৰিব আশা কৰা যায় নে বাৰো।কিবা আছে যদি কোৱাতো দৰকাৰ
    ধন্যবাদ।