সন্তানক মুদি বিশ্বাস কৰে নেকি আপুনি? তেনেহ’লে সাৱধান হওক৷

Sdílet
Vložit
  • čas přidán 10. 09. 2024
  • সন্তানক মুদি বিশ্বাস কৰে নেকি আপুনি? তেনেহ’লে সাৱধান হওক৷ সন্তানক বিশ্বাস কৰি পথৰ ভিক্ষাৰী বৃদ্ধ পিতৃ-মাতৃ৷ ঘটনা শুনিলে আপুনিও ক’ব- ‘এনেকুৱা কুলাংগাৰ সন্তানো থাকেনে?’
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

Komentáře • 271

  • @childrenfuntv8355
    @childrenfuntv8355 Před měsícem +72

    সকলো সন্তান একে নহয়। এই দিন আহিব তেওঁ লোকৰ ও বেয়া কৰ্মৰ ফল ভুগিব লাগিবই। মা দেউতাক দুখ দি শান্তিত থাকিব পাৰিব নে। যেতিয়া ঈশ্বৰৰে শাস্তি দিব আৰম্ভ কৰিব তেতিয়া ধন- সম্পতি থাকি ও একো মূল্য নাথাকিব ।😢

  • @user-mn8vd7nb5c
    @user-mn8vd7nb5c Před měsícem +132

    জীয়েক জনীৰ নাম ঠিকনা পৰিচয় প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 Před měsícem +91

    ইয়াৰ বাবে পিতৃ মাতৃয়েই বেছি জগৰীয়া ।। অতিপাত সন্তান স্নেহে পিতৃ মাতৃৰ এই অৱস্থা কৰে ।।ই বাস্তৱ সত্য ।।

    • @diduboro7867
      @diduboro7867 Před měsícem +6

      Right bro buja he ayibur kotha buji pai

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem +2

      একদম ঠিক কথা

    • @alphashorts4398
      @alphashorts4398 Před měsícem

      ¹111111111111111111111111111111111¹111111111111¹11111¹​@@rajeshhazarika1663

    • @PrabhaBhuyan
      @PrabhaBhuyan Před měsícem

      Aapuni gutei jibon tu belegok a dukh di ahise niki.

    • @Ctet.nic.intips
      @Ctet.nic.intips Před měsícem

      Thik koisa beti bur besi apun vabe ba

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 Před měsícem +11

    ইমান সম্পত্তি লৈ সাবতি দুখীয়াৰ দুখবোৰ ৰ লাগি চাই থাক কাৰোবাক সহায় নকৰ পা এতিয়া মজা।

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m Před měsícem +20

    পিতৃ মাতৃৰ মৃত্যুৰ আগতে সম্পত্তি সন্তানক দিব নালাগে। আপোনাৰ কিমান ধন বেংকত আছে বা বেংকৰ নথি পত্ৰ বোৰ নিজৰ তত্বাবধানত থাকিব লাগে। ইয়াত সন্তানক অবিশ্বাস কৰা নকৰাৰ প্ৰশ্ন নাই, আপোনাৰ কষ্টো পাৰ্জিত ধন আপুনি জীয়াই থকালৈ আপোনাৰ হৈ থাকিব লাগে।
    এনেদৰে বিশ্বাস কৰি ময়ো আজি প্ৰায় পথৰ ভিক্ষাৰি।

  • @artikulhussain265
    @artikulhussain265 Před měsícem +29

    মাক , দেউতাক মূখ খন যে ইমান ধুনীয়াকৈ দেখোৱাইছা। ছোৱালী জনীৰ মূখ দেখোব কি তাই অনুমতি লাগে । তহৰ যে মহিমা ।

  • @kabirsarma6573
    @kabirsarma6573 Před měsícem +10

    ইমানখিনি কৰাৰ পাছতো তেওঁলোকে আজিলৈকে জীয়েকৰ নামটো উল্লেখ নকৰিলে, ফটো বা ঠিকনা বহুত দূৰৰে কথা। সেই অন্ধ মৰম আজিও আছে আৰু সেইকাৰণেই এনে গতি।

    • @madhuribarman7736
      @madhuribarman7736 Před měsícem

      Arrest korib lage, katon eito crime - pore, aponaloke jenekei hauk chhoalitor nam, address louk, aru thanat step lowar bebosta korok chhoali jonir boruddhe. Jete gotei khoni ghurai pai ei ridho ma - deutai. Sontanor namot kolongko. Arrest korar step louk

    • @madhuribarman7736
      @madhuribarman7736 Před měsícem

      Imidiate step louk please, fraud sontan holeu fraud . Tak consider korat prosnoi nuthe.

    • @kabirsarma6573
      @kabirsarma6573 Před měsícem

      @@madhuribarman7736 Mur ki darkar, police prokhakhn aase, maak bapeke je kore koribo.

  • @nilamoniboruah3734
    @nilamoniboruah3734 Před měsícem +20

    কুলাঙগার সন্তান আইনৰ আশ্ৰয় লোৱা ভাল। এই বিলাকক ত্যাজ্য কৰিব লাগে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem +1

      আইনে কি বাল কৰিব যিহে দেশৰ আইন ইয়াত😏

  • @upenchdas3686
    @upenchdas3686 Před měsícem +23

    নৰকত পচিব বেটি

  • @TaizuddinSheikh
    @TaizuddinSheikh Před měsícem +16

    এয়াই মানব জীবন কুলাঙগাৰ আজীৱন জেলত ভৰাই থলে লাগে কি কয় ৰাইজ

  • @rajatalukdar6212
    @rajatalukdar6212 Před měsícem +21

    #এ_মজা বিৰাট ধনী জোৱাই, অ মা গো তুৰুলা, গাঁৱৰ খেতি কৰা লৰা বিচাৰি নাপালি, ঠিকে আছে, ভাল পাইছোঁ মই, ধনী বিচাৰিলে এনেকুৱা হবয়, এতিয়া ফুট পথত থকা, কি কৰিবা আৰু, গাঁৱৰ হজিৰা কৰা, খেতি কৰা লৰাৰ লগত বিয়া হলে, আজি এনেকুৱা অৱস্থা নহল হৈ

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem +5

      কি গেৰাণ্টি এই কথাৰ😂?

    • @digantadeka7201
      @digantadeka7201 Před měsícem +1

      Kar jibant ki hoi koneo najane o

    • @himadri2023
      @himadri2023 Před měsícem

      Karubar eman dukhor dinot eman bhal paise apuni. Gaont ki beya lora nathake neki? Beya suwali nathake neki? Gaont ki okol dukhiya manuh thake neki? Kotha bur olop bhabi sinti kobo sun. Gaonr suwali townot biya hoi ohar pasot ohonkare put jua dekhi paisu aru gaont biya hoi mar pit khai ghuri ohao dekhisu.
      So teolukor bikhoye eku najanie enei beya ke nukuai bhal. Kune Jane kar ki din ahe.

  • @BadantaGogoi-te7pq
    @BadantaGogoi-te7pq Před měsícem +11

    উচিত শিক্ষা দিয়া হৈছিল সৰু পৰা।

  • @user-qx7qg1hr1b
    @user-qx7qg1hr1b Před měsícem +9

    জীয়েক জনি ক'ত আছে ধৰি আনি গৰু পিতনি দিব লাগে

  • @jarabaribakarigaonkapiliic810
    @jarabaribakarigaonkapiliic810 Před měsícem +5

    নিজৰ মাক দেউতাকৰ লগতে যদি এনেকুৱা কৰিব পাৰে নিজৰ ছোৱালীয়ে , তেতিয়া হ'লে পৃথিৱীত আৰু কাক বিশ্বাস কৰিব।

  • @hanseali1924
    @hanseali1924 Před měsícem +15

    মিয়া মিয়া কমেন্ত কৰাবোৰ কত? মহাপণ্ডিত চিএম জন কত?

    • @PALAKH734
      @PALAKH734 Před měsícem +3

      তই হে মিয়া সেই কাৰণে তোৰ গাত লাগিছে কেলা চেত

    • @Rahul-fk3mf
      @Rahul-fk3mf Před měsícem +2

      Tohti ses kri axom khn

    • @hanseali1924
      @hanseali1924 Před měsícem

      হাঃ হাঃ এতিয়াহে ওলাইছ গবৰভক্ত এতিয়া ওলাইছেনে মুছলমান ,মিয়াৰ গু খোৱা।গু খোৱা হতঁ নিউজবোৰ অলপ ভালকৈ চৱা গুৱাহাটিত পৰকিয়া কৰি চিআৰপি এফ হত্যা,শিক্ষক হত্যা,শিক্ষকে ছাত্ৰী ধৰ্ষন ইত্যাদি ইত্যাদি।কণা অলপ ভাকৈ নিউজবোৰ উলিয়া চৱা নাপালে মৈ লিংক দি দিম।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem

      ​@@PALAKH734😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 Před měsícem +1

      ​@@Rahul-fk3mf😂একদম ঠিক কথা কেলা এই ভাইৰাছ বোৰৰ পৰায়ে আমাৰ অসমৰ মানুহবোৰ এনে ধৰণৰ জঘন্য কামবোৰ কৰিবলৈ আৰম্ভ কৰি দিলে😏।

  • @spoilerB
    @spoilerB Před měsícem +6

    Moi ksumn maak k dekhu.
    Jiek kejonjk akahorpa nami aha pari type treat kore.. nijr hontan agt tariff kri hekh nhoi
    10 bsor hbo Vat kitau khuai dibo
    Aaioo aaioo kri thke .
    Dekhi bea kamur lage 😅
    Hbure enekua hoi past

  • @saddikurrahman7617
    @saddikurrahman7617 Před měsícem +3

    ইয়াৰ বাবে পিতৃ-মাতৃয়েই বেছি জগৰীয়া হয়, অতিপাত সন্তানক মৰম স্নেহ কৰিলেই এইটো পৰ্যায়ত আহিব লগা হয় 😢😢😢

  • @rafikulali4396
    @rafikulali4396 Před měsícem +24

    চব সন্তান তেনেকুৱা নহয়
    হেড লাইন টো অলপ ভালকৈ লিখিব

  • @babulkakati9395
    @babulkakati9395 Před měsícem +4

    কি কম ভাষা নাই। এনে কুলাঙ্গাৰ সন্তান জন্ম হয় কৰ্মফল ভোগ কৰা বাবে। কুলাঙ্গাৰ সন্তান জন্ম হয় মাক দেউতাকৰ ভূলৰ বাবে। দুখ লাগে সচা কিন্তু আনি দেখিও নিশিকো।

  • @user-mg3zg3re7n
    @user-mg3zg3re7n Před měsícem +4

    Tai sah pat bagan sai hoi jabo sinta nakoribo khali alop dhajyo dhorok. Aru poisa khini bemarot jabo grrenti

  • @writupornalahon7718
    @writupornalahon7718 Před měsícem +4

    Ankwa kribo napai 😢ru aiya tu tmr njr maa duta mur karne maa duta hokulu tar pist he ann jonr 😢🙏 tmi ankwa nkri maa duta r obthsa tu sai guri aha ru twoo lukok thkibloi khbloi babotha kri diya tmi u maa hoi jodi tmr lora swli ya u jatiya ane koribo tatiya tmi u বুজিবা maa duta amr karne ki😢bujila

  • @imadushazarika4656
    @imadushazarika4656 Před měsícem +3

    Eyat mur kobo logia aeetu y asey.....jey teu luk jey eyat pori asey....teu lukor...kunu paa poriyal nai neyki....aru kunu ejon friend nai ney..teu lukok help koriboloi.....most of all.....CM...of..ASSAM..should tackle this matter seriously....

  • @ParishmitadasParishmitad-ld1lx
    @ParishmitadasParishmitad-ld1lx Před měsícem +10

    Ane honttan nuhua tuei Val ase

  • @maheshvlogs4651
    @maheshvlogs4651 Před měsícem +14

    দেউতাক আৰু মাকৰ ভুল। কৰণ ধনী জোঁৱাই বুলি ছোৱালী দিছিলা ।

  • @bontisaikia9604
    @bontisaikia9604 Před měsícem +5

    জোৱাইটো বেলেগৰ ঘৰৰ ছোৱালী জনীটো নিজৰ মাক দেউতাকৰ কথা ভাবিব লাগিছিল

  • @MunmiKakatimedhi
    @MunmiKakatimedhi Před měsícem +6

    Maa/deutai santanar val sinta i kore ...but santane j aito korib kone jane .... Hihtako jiyeke thogab ...adin

  • @babyentertain9137
    @babyentertain9137 Před měsícem +4

    নিজ পিতৃ -মাতৃকো এনেকোৱা কৰিব পাৰে এই শিক্ষিত সমাজ | যাক ভগৱান মনা যায়, আৰু ভগৱান দিখি আছে সেই কেইটা পইচা কেতিও কামত নাহে হে ভগৱান কত আচা তুমি

  • @shamimakhter6409
    @shamimakhter6409 Před měsícem +5

    Suwali aru juwai k immediately focus koribo lage. They should be published. Police e aku nokore . Court r help lowak

    • @Pinuri2222
      @Pinuri2222 Před měsícem

      Aijonir face viral karibo lage 😡

  • @bhaskars-platform
    @bhaskars-platform Před měsícem +3

    ছোৱালী জনিয়ে অনুমতি নিদিলে নেকি মুখ খন দেখাবলৈ ?

  • @nilamoniboruah3734
    @nilamoniboruah3734 Před měsícem +4

    আইনে দগা পালার সমতা দেখুৱাই নিকা প্ৰতিপন্ন কৰে প্রকৃততে সেইতো টকাৰ লগত জড়িত।আইনে দুষি ব্যক্তিক বাচি উলিয়াই বিচাৰ কৰিব পৰাতোহে প্রকৃত আইন।

  • @user-dg2hf4wi5f
    @user-dg2hf4wi5f Před měsícem +1

    আপোনালোক ধনী মানু্হ দিয়ক চিন্তা কৰিব নালাগে

  • @barnalipathak3084
    @barnalipathak3084 Před měsícem +2

    They will learn a lesson but if they learn while her parents will be alive it will be a justice but this type of child should never be believed again by her parents.

  • @kabirsarma6573
    @kabirsarma6573 Před měsícem +3

    টকা- পইছা লগাতকৈ বেছিকে দিলে এনেকুৱাই হয়। যিমান থাকিলেও ল'ৰা-ছোৱালীক অলপ অভাৱ দেখুৱাব লাগে। টকা-পইচা দিলে কিন্তু মৰম-চেনেহ কি বস্তু নিশিকালে। টকাই যেন সৰ্বস্ব । ওচৰ চুবূযীয়াৰ কমেণ্ট দেখিছো তেওঁলোকে হেনো চাকৰি কৰি থকা সময়ত মানুহক মানুহ বুলি নাভাবিছিল বহুত বেছি অহংকাৰী আছিল। কথাটো সঁচা যেন অনুভৱ হয় কাৰণ কৰ্মফল ঐইবোৰ।

    • @tribenihazarika4244
      @tribenihazarika4244 Před měsícem

      Apuni sage yei manuh halr Dore khuwad puwa nai sage .noboi janu ....

    • @kabirsarma6573
      @kabirsarma6573 Před měsícem

      @@tribenihazarika4244 Aami lora swalik hei hikha diya nai bujile, mur lora-swali manuh to duror kotha street dog k o khana khuai...hei tokar ghomond t danhor kra nai.. apuniu sage hihotr nisinai..jene karma tene fol,

  • @reenugogoi3853
    @reenugogoi3853 Před měsícem +6

    exposed koribo laage,chokut kio dhaki dise

  • @karobisaikia3548
    @karobisaikia3548 Před měsícem +5

    এইজনিয়ে ki ভাল কাম কৰিলে চকু ঢাকি দিয়ে j

  • @tapansaikia5798
    @tapansaikia5798 Před měsícem +4

    Ankuwa poisa Bhug koriboloi Napai. Cancer T Jabo.

  • @nirensaikia7017
    @nirensaikia7017 Před měsícem +3

    Their daughter either a mental patient or something wrong with the parents. For ordinary educated human being it is impossible. Generally, daughters are more responsible towards Their parents.

  • @GirindroBoro
    @GirindroBoro Před měsícem +1

    আপোনালোকৰ ঘৰৰ ভিতৰৰ কি কাহানি সেইটো মই গম নাপাওঁ বা পাবও দৰকাৰ নাই। কিন্তু মা বাবাক দুখ দি তোমালোকে কেতিয়াও সুখত থাকিব নোপোৱা । remember that...🤬🤬🤬😡😡. Everyone will suffer the consequences of karma....🙏

  • @Chandra-v8p
    @Chandra-v8p Před 20 dny

    অইলত চাকৰি কৰা প্ৰায়ভাগ মাক-দেউতাকৰ ল'ৰা-ছোৱালীবোৰে এনে কাৰ্য্য সংঘটিত কৰা দেখা যায়। ইয়াৰ কাৰণ এটাই মাক-দেউতাকে ল'ৰা-ছোৱালীৰ প্ৰতিপালন এনেদৰেই কৰে অভাৱ কি বস্তু জানিবলৈ নিদিয়ে নিজৰ বংশ-পৰিয়ালৰ লগত সম্পৰ্ক ভাল নাৰাখে, টকাৰ উন্মাচনত গাঁৱৰ মানুহৰ লগত সম্পৰ্ক বেয়া কৰি পেলাই। তাৰ প্ৰৰিণাম বৃদ্ধ বয়সত ভূগিব লগা হয়।

  • @montudutta7017
    @montudutta7017 Před měsícem +1

    নাপায় কিন্তু দেই 🙏 সেইকাৰণে ল'ৰা-ছোৱালীক বাইক , স্কুটি , মোবাইল ফোন টকা-পইচা ইত্যাদি ইত্যাদি বোৰ বেছি দিয়াতকৈ বহুত বেছি সংস্কাৰ দিব লাগে 🙏 অৱশ্যে আমি আমাৰ ল'ৰাক বহুত বেছি সংস্কাৰ দিব পৰা নাই 🙏🙏🙏

  • @reenugogoi3853
    @reenugogoi3853 Před měsícem +6

    national chennelot dibo laage with photo

  • @sukhmalborah5240
    @sukhmalborah5240 Před měsícem +2

    বেংকত যদি এনেকৈ পইচা উলিয়ালে কি হব বেংক মেনেজাৰক ধৰিব লাগে

  • @ratanbarman163
    @ratanbarman163 Před měsícem +3

    Bank Manager fitting ase

  • @user-nr1nv3dr5d
    @user-nr1nv3dr5d Před měsícem +4

    Norophikash jonir mukh khn lukuwaboloi nalage...maak deutakok jatia nki mriboloi ari dse tatkoi ru dangor ktha ki hbo pare

    • @Pinuri2222
      @Pinuri2222 Před měsícem +1

      Viral karibo lage aijonir face 😡news channel tu ki faltu 😡

  • @bikulborahbikul8772
    @bikulborahbikul8772 Před měsícem +3

    Ke din khbu , vogoban ase o .

  • @rukiyakhanam2072
    @rukiyakhanam2072 Před 13 dny

    নিজৰ ছোৱালী য়ে হয় নে এইজনি মাক দেউতাকে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে তথাপি মাক দেউতাক কে বুজি নপাই কষ্ট নোপোৱাকৈ ডাঙৰ কৰিলেটো এতিয়া বেলেগ লৰা পায় নিজৰ মাক দেউতাককেই পাহৰি গল 😢

  • @dr.dollyboruah7496
    @dr.dollyboruah7496 Před měsícem +3

    Hoi..lesson ata paisu.

  • @raihanalam2019
    @raihanalam2019 Před měsícem +2

    Hindi news t Mukh dekhai kintu Assam r News keita bor Nari prem, Mukh nedekhai

  • @bhuban738
    @bhuban738 Před měsícem +5

    Bunori joni and husband to dhori goru piton dibo Lage 😂😂 maa bapekok sini napale oo 😠😡 poisa lubhot 😢.. tai mota tuk mekhela pindhaii de 😂😂 jdi aku akribo nuware jdi😂😂

  • @mukutgogoi1905
    @mukutgogoi1905 Před měsícem +3

    Taru adin ahebo aky din ma apuny Sai thakok

  • @MarchiGogoi
    @MarchiGogoi Před 28 dny

    তেওঁ এজনী ছোৱালী তুলিছে নহয়....সময় সকলোৰে আহিব ...

  • @dipmoniborah9074
    @dipmoniborah9074 Před měsícem +1

    মুখ খন ঢাকি দিবলৈ কি হল , সকলোৱে দেখিলে হে চিনিব পাৰিব ।
    পিতৃ মাতৃৰ মৰম আদৰৰ বাবেই এনে হবলৈ পাইছে । মাটিত থলে পৰুৱাই খাব , মুৰত ললে ওকনিয়ে খাব ।
    কিছুদিন ধৈৰ্য ধৰিলেই হল , সেই কুলাংগাৰ জনীৰ সন্তানেও তাইক তেনে কৰিব ।

  • @ramenchamua8289
    @ramenchamua8289 Před měsícem +3

    Ehatak dharib lage...napai anekowa karib...

  • @MigomPegu-hh3hc
    @MigomPegu-hh3hc Před měsícem

    মহাভাৰতৰ কাহিনীৰ আৰত এই কাহিনীটো স্পষ্ট কৈ দিয়া আছে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে অন্ধৰ আশ্ৰয় লৈ কুল বংশ ধ্বংস কৰিছিল

  • @Nang865
    @Nang865 Před měsícem +1

    Ai prithibit kunu ghatana okaron nohoy,hokulei nijor nijor karma phal bhuge,ami ji koru haibure aamar lifeot 3x hoi ghuri ahe,haikarone karma hodai bhal koribo lage,kaaku heart kori poisa earn koribo nalage,ai prithibi khon completely energy uporot chole,ji energy aami create koru haikhin ako Universe e aamake ghurai diye,aituyei hol basic rule.

  • @Ankisvlog93
    @Ankisvlog93 Před měsícem

    Napai... Maa Deutak konduai honkhar bonua manuhor hongkhar jui joli hekh hobo ....Bhogoban a taiku ajoni jiyek dise. What ever you do will return to you one day....

  • @babulali8308
    @babulali8308 Před měsícem +2

    Napai napai

  • @abhilekhR1
    @abhilekhR1 Před měsícem +1

    Govt help koribo lage Suwali juwai loi aanok arrest kori

  • @ranjangaro3715
    @ranjangaro3715 Před měsícem +2

    Nijar bholar babe anar dukh di labh nai.jadi najane prashyai kiyo dile aponaloke?property nahay santanak agyakari aro sankskari karato sage bhal

  • @Dhiraj_venom_
    @Dhiraj_venom_ Před měsícem +1

    Sowali hoi vai anekuwa a hbo 😢

  • @jyotidas2063
    @jyotidas2063 Před měsícem +1

    আপোনালোক মুখ্যমন্ত্ৰীৰ ওচৰত জাওক

  • @Gyan996
    @Gyan996 Před měsícem +1

    Assam Government a. Arest koribo Lage tene Jiakok .

  • @binitaborah305
    @binitaborah305 Před měsícem +3

    জিয়েক যোৱাই মুখ কিয় ধাকি দিছে

  • @Rahul-fk3mf
    @Rahul-fk3mf Před měsícem +2

    Kela case krise kiba krise hihtr sb account seaze krile hy... Sb kela toka d manage kri thoise sage

  • @diptisarmah6069
    @diptisarmah6069 Před měsícem +5

    Ankua suali that ntakai val

  • @KamDhanu
    @KamDhanu Před měsícem +3

    Suwali nahy ayaa hattur uparat dayani jobanat katiyau hanti nepabo 💔😱😭

  • @PrabajalPhukan
    @PrabajalPhukan Před měsícem +2

    এনেকুৱা ছোৱালী চিপ লগাই মাৰি দিব লাগে

    • @Pinuri2222
      @Pinuri2222 Před měsícem

      Aibilakar aku nahay bhaalburehe bhugibo lage ai kaliyugat

  • @bijitsaikia2491
    @bijitsaikia2491 Před měsícem +1

    Cm sir apuni help korok bor bea kam hoisa

  • @bhaskarbora2668
    @bhaskarbora2668 Před měsícem +1

    Nam adress prakash korok cm sir r logotu katha patok bahut hoise aru sihoteo buji paok

  • @mitramahanta6049
    @mitramahanta6049 Před měsícem +1

    এনে সন্তান নিপাত যাওক

  • @InspirationalPegasus-hb1wv
    @InspirationalPegasus-hb1wv Před měsícem +1

    Moi sanal belakor ata koth boje napao taoloka oporadh korajonor mokh nadakhowai

  • @ImdadHissain-cg4lm
    @ImdadHissain-cg4lm Před měsícem +1

    Ji orginel chur tar choku dhaki dise.... Karon ki

  • @saswatichakraborty733
    @saswatichakraborty733 Před měsícem

    ছোৱালীৰ উপৰত কেস কৰি দিব লাগে , দেউতাই পেন্সন পায় নে নাই?😢

  • @paragsocial7156
    @paragsocial7156 Před měsícem

    সেই কুলঙ্গাৰ কেটাকো সিহঁতৰ সন্তানে কৰিব অলপ ধৈজিয়ৰ প্ৰয়োজন।

  • @krishnogaming5225
    @krishnogaming5225 Před měsícem +7

    টকা ঘমন দেখাছিলে ছাগে ঘৰৰ মানুহ চিনি নাপালে এনেকুৱা হ'ব টকা চিনি পোৱা মানুহৰ সকলোৱ লৰা ছোৱালী একেই নহয় দুখিয়া মানুহক চিনি পোৱা হ'লে এনেকুৱা নহয় আইটা

  • @DeepjyotiHandique-pe4qi
    @DeepjyotiHandique-pe4qi Před měsícem

    এনেকুৱা চুৰুনি বহুতৰ ঘৰত আছে। জীৱনত সফল হব নোৱাৰে শেষত মাক দেউতাকক সৰ্বশ্ৰান্ত কৰে। মাটিবাৰি বিক্ৰী কৰি ধ্বংস কৰে। ককায়েক ভায়েকৰ সম্পত্তি ও চকু পৰেগৈ। এনেকুৱা ক্ষেত্ৰত মাক বোৰ বেছি জগৰীয়া । ভুল শিক্ষা দিয়ে বহুত মাকে।

  • @purnimagogoi9258
    @purnimagogoi9258 Před měsícem +2

    Himonta sir r police r nomuna

  • @northeastindia279
    @northeastindia279 Před měsícem +2

    বুকুখনে কান্দি উঠিছে 😢😢

  • @diduboro7867
    @diduboro7867 Před měsícem +2

    Kio nhobo xihote agor jonomot karubak anekua thogai sil hei babe thoka din keitat kaku thogibo nlge

  • @basantiboro4314
    @basantiboro4314 Před měsícem +1

    ছোৱালীৰ বাহিৰে তেওঁলোকৰ আত্মীয় আছে নে নাই ? কিও হাহাকাৰ কৰিব লগা হৈছে সুখৰ দিনত নিজৰ লৰা ছোৱালীৰ বাহিৰে অন্য কাৰবাক মৰম কৰি পাইছিল নে নাই ?

  • @AnupamNeog
    @AnupamNeog Před měsícem +3

    Tai gat puk dibo.

  • @alaminmullah
    @alaminmullah Před měsícem

    A true Muslim never do it.100%garanty .so i proud my relasion Islam.😊😊😊😊😊😊😊

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb Před měsícem +2

    কি খাই ছোৱালী জন্ম দিছিল আপোনালোকে ।

  • @biswajitgogoi7747
    @biswajitgogoi7747 Před měsícem

    সকলো সন্তান একেই নহয়। এই গৰাকীক জীৱন ভৰ জেলত থব লাগে 😡

  • @user-il8hn6ur4e
    @user-il8hn6ur4e Před měsícem +1

    Aasan pulice kot hui aase ha aaji loike geptar kora nai

  • @AshrafRock-od5rt
    @AshrafRock-od5rt Před měsícem +2

    Ki comment korim vabi a powa nai kiba beleg dekhun a
    Ami dekhun belegor anekuwa story hunibo dhorjyo nai
    Nijor kotha ahi a pora nai

  • @user-il8hn6ur4e
    @user-il8hn6ur4e Před měsícem +1

    Kiyo pulice geptar kora nai.

  • @AnnoyedGarden-jo1kh
    @AnnoyedGarden-jo1kh Před měsícem

    তেনেকুৱা জীয়ৰীক আমি ৰেনডি বুলি কও।নিজৰ মাক বাপেকক পথৰ ভিক্ষাৰী কৰি নিজে জাক জমকতাত জীৱন কটোৱা মানুহক তাতকৈ আৰু কি কম।

  • @abinashkhanikar7977
    @abinashkhanikar7977 Před měsícem

    এটা কথা ঠিক যে তেওঁ লোকে ছোৱালী জনীক আধ্যাত্মিক জ্ঞান নিদিলে আৰু 🕉️ কৃষ্ণ লৰা ছোৱালীক মানুহ হব হিকাওক কিন্তু কেনেকৈ ভালদৰে দুখীয়া আদৰ কোটি দেখাঁওক ঘৰলৈ মাওঁহ আহিলে ভাকত সেৱা লব শিকাওক আৰু ধাৰণা শাস্ত্ৰ পঢ়িব দিয়াক অলপ হলেও অত এজন এজনকৈ ভাল মানুহ হব মানুহ জ্ঞানী মনেই ভাল নহয় l 🕉️কৃষ্ণ

  • @beautidevi7783
    @beautidevi7783 Před měsícem +2

    Sohi kiyo disil

  • @nitulmahanta6366
    @nitulmahanta6366 Před měsícem

    ইমান টকা থাকি কি হ'ল
    থাকিবলৈ যে ঘৰেই নাই
    যদি চাকৰি জীৱনত কাৰোবাক সহায় কৰি থ'লে হয় নিশ্চয় আপোনাকো কোনোবাই সহায় কৰিলে হেঁতেন নিশ্চয় আজি এই দিন দেখা নাপায়।

  • @taslimanasrin454
    @taslimanasrin454 Před měsícem

    Pare...aji kali r lora suwaliye shb pre........amr ghart o same hoise but fir kora nasile.....aji maa deuta r hatot akuye nai....

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 Před měsícem

    Dhoni dekhuabo jua burok ketiau hukhi koribo nuara, Iman luti loi goise, parile hihotok aru diahe,. Kinti mon nobhoribo ketiau, Iman beya

  • @RahulBarman-d5f
    @RahulBarman-d5f Před měsícem +2

    Seheratu kio val k nedekhai

  • @surabhiboro7490
    @surabhiboro7490 Před měsícem +3

    কিমান দিন খাব

  • @babulali8308
    @babulali8308 Před měsícem +1

    Napai Napai

  • @jayasridas1550
    @jayasridas1550 Před měsícem

    সচাই কথাখিনি শুনি বহুত বেয়া লাগিলে

  • @soniasultana5424
    @soniasultana5424 Před měsícem +2

    Sowali joni suroni 😂

  • @harendranath1750
    @harendranath1750 Před měsícem

    অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক জনাওক ।

  • @parthaprotimsaikia130
    @parthaprotimsaikia130 Před měsícem +2

    অপৰাধীৰ চেহেৰা থ