#BhagawatarAdhyatmicGyan
Vložit
- čas přidán 2. 07. 2021
- _হে ভকত বৈষ্ণৱসকল ....
আপোনালোকৰ চৰণত প্ৰণিপাত জনাই মই উঠি অহা যুৱকসকলৰ মংগল কামনাৰে ভাগৱত ধৰ্মৰ বিষয়ে জনাব বিচাৰিছোঁ । যিটো জ্ঞান হলে তেওঁলোকৰ গোটেই ভবিষ্যত উন্নতি হব বা উপকাৰ হব_ । আজিৰ বিষয় হৈছে, আয়াযাতৰ নিৰ্ণয় । ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিয়ে যেন ।
ধন্যবাদ
কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻
Krishna krishna
Krishna krishna🙏🙏 dirghojibi houk 🙏🙏
Om shree krishna namo nama.. krishna krishna krishna
Krishna 🙏 প্ৰভু ভগৱন্তই আপোনাক লোকক কৃপা কৰক জয় গুৰু শংকৰ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ ...প্ৰভু ধন্যবাদ থাকিল ।
Krishna prabhu. Jogotor hokoloe jen su santan prapti kre.
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
Krishna pravu voktivora sewa nibedilu Krishna
oom namu bhagawata basudabaia namah
Krishna Bab bohut bhal Lagil ,Apunar Aydhatmikg ghankon
Krishna,,, jai guru Shankar 🙏🙏🙏
Krishna 🙏🙏 kripa kora hori..
Om namo bhagavate vasudevaya 🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ শ্ৰৱন কৰি পৰম কৃতাৰ্থ হলো ।
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰে সদায় ভালে ৰাখক 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼
Val lagile apunar video
🙏🙏
🙏🙏🙏🙏
ওঁ নমো ভগৱতে বাসুদেৱায় নম:।
Krishna krishna🙏🙏❤❤
ঔঁ শ্রী কৃষ্ণায় নমঃ 🙏🙏🙏
Krishna Krishna 🌹🙏
Krishna provue apunar sodai val korok
কৃষ্ণ কৃষ্ণ
Krishna Krishna.
কৃষ্ণ বাপ, নজনা কথা জনোৱাৰ বাবে ধন্যবাদ থাকিল। আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
ৰাম কৃষ্ণ ...নজনা জ্ঞান দিলে ভাগৱতৰ সুন্দৰ কথা জানিবলৈ পাই কৃতাৰ্থ হলো ধন্যবাদ জনালো আপোনাক ভগৱানে সদাই কুশলে ৰাখক তেৰাৰ গুণ গৰিমাত নিমজ্জিত হবলৈ ।
বহুত উপকৃত হলো। কৃষ্ণ
Krishna🙏🏻🙏🏻
Krishna Krishna Krishna
krishna krishna 🙏🙏
বৰ ভাল কথা কৈছে।
Krishna 🙏
Jai Krishna guru
🙏🙏🙏
কৃষ্ণ কৃষ্ণ ।
🙏🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা নিবেদিলো
শুনি ভাল লাগিল ।
Krishna ha porvu...apuni ru vl vl geyan dibo buli akha korelu 🙏🙏🙏
🙏🙏🏻🙏
Krishna
Ram Krishna parvo 🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱাহে জনাইছো।
পৰম কৃতাৰ্থ হলো...
🙏🙏🙏krishna....🙏🙏🙏
কৃষ্ণ
Good explain
Good explain.... God blessed 🙏🙏🙏 you...
Krishana
Good explain. Thank you very much.
Krishna prabhu
আজি হে জানিছোঁ বহু কথা।🙏🙏🙏
Bohut val lagil..nojona ktha Janilu
Krishna pravu
ভাল জ্ঞান দিছে। আশা কৰো আগলৈ আৰু কথা শিকিব পাম। মোৰ 2মাহ আগতে ছোৱালী এজনী হৈ লগে লগে ঢূকাল।আমাৰ ভূলৰ কাৰনে ঢূকাল ছাগে।আপোনাৰ কথাখিনি পৰা আমাৰ উপলব্ধি হৈছে।ভাল সন্তান পাব বাবে আৰু জ্ঞান পাম বুলি আশা কৰিলো।
ভগৱন্তই আপোনাক কুশলে ৰাখক
Krishna huni bohut val Lagil
শতকৌটি প্ৰণাম, কৃতাৰ্থ হ'লো, আশু আৰোগ্য কামনা কৰিলোঁ।
Val lagil
কৃষ্ণ 🙏🙏
Sri Krishnaya namah!
Krishna Sankara Guru Hari Ram.
Krishna provu
Krishna bap jon
🙏🙏🙏🙏🙏🙏🙏
KRISHNA Krishna
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱানে কুশলে ৰাখক
Aadyatmik byakhakhini aajir pajanmae janatu nitanta prujan .Shundar byakhya karise gurujanae. Dhanyabad thakil.
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰ?
🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ আপোনাক কুশলে ৰাখক
কৃষ্ণ কৃষ্ণ বাপ
Krishna provo
Krishna probhu " aru agbahok
কৃষ্ণ বাপ
Krishna Shankar guru hari ram
বাপজনা তথ্য বিলাক কোন শাস্ত্ৰৰ কোন পৃষ্ঠাৰ জনালে অধিক উপকৃত হ'ম ।
কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ এই কথা সমূহৰ দ্বাৰা জগতৰ বহু কল্যাণ হব বুলি আশা কৰিছোঁ ।আপোনাক পৰমেশ্বৰে কুশলে ৰাখক।
Janibalogia katha 🙏🙏🙏
Krishnaguru
কৃষ্ণ কৃষ্ণ কৃষ্ণ হে প্ৰভু পৃথিৱীৰ সকলোকে কুশলে ৰাখক🙏🙏🙏🙏🙏🙏
Krishna Krishna Bap
কৃষ্ণ।সুন্দৰ পদক্ষেপ। ককা video বনাওঁতে বাহিৰৰ মাত আহি আছে।অনুগ্ৰহ কৰি বিষ়টো কোৱা বাবে বেয়া নাপাব।
Subscribe krisu
বহুতো নজনা কথা জানিলো কৃষ্ণ কৃষ্ণ🙏🙏
কৃষ্ণ আমি আগবাঢ়িম সন্তান প্ৰাপ্তি কাৰনে,,,, আপোনাৰ পৰা নজনা কথা জানিলো
ককা আপুনাৰ ফুনৰ নম্বৰ তো দিবছোন মোৰ কিছুমান কথা জানিব লগিয়া আছে
কৃষ্ণ ,বহুত নজনা কথা জনালে🙏🙏🙏
Krishna provu dile apunare dan
সত্ৰিক আহাৰ কি হই দেউতা 🙏🙏🙏 plz জনাব🙏🙏
নিৰামিষ আহাৰ ।
আহাৰ সাধাৰণতে তিনি প্ৰকাৰৰ। সাত্তিক,ৰাজসিক আৰু তামসিক। যি আহাৰ সতগুণ সম্পৰ্ণ অৰ্থাৎ যি আহাৰ সহজতে হজম হয়, স্নিগ্ধ,অত্যাধিক গোন্ধ যুক্ত নহয়, কম সিদ্ধ , সেইবোৰ আহাৰ সাত্তিক আহাৰ। যেন শাক পাচলি, বতৰৰ ফল মূল, পায়খ, কম তেল,কম মচলা যুক্ত দালি তৰকাৰী,মাহ জাতীয় খাদ্য,বাদাম জাতীয় খাদ্য, ইত্যাদি।
আনহাতে যি আহাৰ খালে আমাৰ তম গুণ , এলেহুৱা ভাবৰ উৎপন্ন হয় যেনে পুৰণি খাদ্য, বাঁহী খাদ্য, দূৰ্গন্ধ যুক্ত খাদ্য, অত্যাধিক সময় সিদ্ধ খাদ্য ইত্যাদি।
আনহাতে যি আহাৰ খালে আমাৰ ৰজ গুণ উৎপন্ন হয় তেনে আহাৰক ৰাজসিক আহাৰ বোলে।যেনে মাছ, মাংস, অত্যাধিক তেল, মচলা যুক্ত খাদ্য ইত্যাদি। কৃষ্ণ।
কোনটো স্কন্ধত আছে
এই কথা বোৰ আগতে আপুনি ও নেজানিছিলে। কাৰণ সমাজৰ মাজত এই বিষয়ে চৰ্চা নাছিল । কৃষ্ণ । কিন্তু আজি কালি সকলো সূলভ ।
কৃষ্ণ প্রভু🙏🙏🙏
কৃষ্ণ বহু নজনা কথা জানিব পাৰিলো
Krishna নজনা কথা জনিলো
কামাকুল মানে কি
Jodi 1 tarikhe mc hoi 7 tarikhe 12 tar pst 8 din dhoribo pari ne
7 তাৰিখে ৰাতি 12 তাৰ পিছত 8 দিন ধৰিব নোৱাৰি 7 দিনে হব। সনাতন ধৰ্ম ৰীতি নীতি মতে সূৰ্য উদয় পৰা সূৰ্যাস্ত হৈ আকৌ পিছদিনা প্ৰায় সূৰ্য উদয় আগ মূহুৰ্ত লৈকে এদিন ধৰা হয়। অৰ্থাৎ প্ৰায় পুৱা 6 বজা পৰা পিছদিনা পুৱা 6 বজালৈ এদিন। (ৰাতি 12.am পৰা পৰা পিছদিনা ৰাতি 12 am. লৈ এদিন ধৰা নহয়। ভাৰতীয় ৰীতি নীতি, সভ্যতাত am , pm নাই).যদি ভালদৰে বুজি পোৱা নাই reply দিব।