অ' ধুন ধুনীয়া(lyrics ৰ সৈতে)//O dhun dhunia//বীৰেন্দ্ৰ নাথ দত্ত//ভূপেন হাজৰিকা//নৱকান্ত বৰুৱা

Sdílet
Vložit
  • čas přidán 13. 02. 2022
  • Hudba

Komentáře • 23

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před rokem +7

    দৰদী শিল্পী বীৰেন্দ্ৰনাথ দত্তৰ দেৱৰ এটি চিৰসেউজ গীত। গীতিকাৰ নৱকান্ত বৰুৱা আৰু সংগীত ভূপেন হাজৰিকা দেৱৰ। গীতটিয়ে আজি কেইবা দশকো অতিক্ৰম কৰিলে অথচ তাৰ মাদকতা একেই আছে, একেই আছে তাৰ জনপ্ৰিয়তা। ধন্যবাদ।

  • @bhabakantanath
    @bhabakantanath Před měsícem

    ইমান ধুনীয়া লাগিছে, ভাষাৰে বুজাব নোৱাৰোঁ। এনে মনোমোহা ছবিৰে আলোকচিত্ৰ প্ৰদৰ্শন কৰে যেন। অনুৰাগী সেৱক

  • @sukumardutta9260
    @sukumardutta9260 Před 8 měsíci +1

    This great soul of singer and scholars in folk literature has left us for ever but his best contribution to art culture and literature are always remained in hearts of all for ever

  • @ratulbora2871
    @ratulbora2871 Před 9 měsíci +1

    শুনি থাকিবৰ মন যায় _ হেঁপাহ নপলায়

  • @technicalstation5371
    @technicalstation5371 Před 2 měsíci

    My favourite song always ❤

  • @balendramedhi6016
    @balendramedhi6016 Před 3 měsíci

    🎶❤️🎶🎶🎶❤️

  • @khanindrabhuyan5097
    @khanindrabhuyan5097 Před 7 měsíci

    Sur, kotha, kontho........... Apurva
    Jai ho

  • @birennath8618
    @birennath8618 Před 8 měsíci +1

    তিনি দ্বিগগজৰ মিলনত সৃষ্ট সোণসেৰীয়া গীত। তিনিও জনেই অনন্ত ধামলৈ গতি কৰিলে। কিন্তু কবিৰ ভাষাৰে কও, ভাগি গ'ল বীণখনি, চিনি গ'ল তাৰ, ৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ।

  • @anilbharali8302
    @anilbharali8302 Před 8 měsíci

    বৰ সুন্দৰ

  • @pinakikalita8154
    @pinakikalita8154 Před rokem +1

    evergreen

  • @user-ro6sb7hg8n
    @user-ro6sb7hg8n Před 8 měsíci

    So nice Beautiful song

  • @upenbora533
    @upenbora533 Před rokem +2

    মোৰ প্ৰিয় এই চিৰসেউজ গীতটি শুনোৱাৰ বাবে ধন্যবাদ ❤❤🙏🙏

  • @jagadishdeka9893
    @jagadishdeka9893 Před 9 měsíci

    Evergreen song....

  • @Snowie485
    @Snowie485 Před 9 měsíci

    চিৰসেউজ গীত❤

  • @rajibborah1692
    @rajibborah1692 Před 11 měsíci

    Speechless

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před rokem

    Old is gold.

  • @user-mn2cj3yj6r
    @user-mn2cj3yj6r Před 9 měsíci

    Anekoa antor sui joa gaan, kot pam aru

  • @phanindrasarma2270
    @phanindrasarma2270 Před měsícem

    তেওঁৰ গীতৰ Karaoke বনাবছোন

  • @khanindrabhuyan5097
    @khanindrabhuyan5097 Před 7 měsíci

    Amor, nojoha nopoma geet

  • @pranabgogoi6283
    @pranabgogoi6283 Před rokem +4

    Ki buli Kom ? Bhaxa nai koboloi ! Eman dorodi kontho !

  • @apurbadas6799
    @apurbadas6799 Před měsícem

    চিৰ সেউজ৷চিৰদিন অমৰ চিৰদিন জিলিকি থাকক৷

  • @deeprajbangshi5521
    @deeprajbangshi5521 Před 4 měsíci

    এই গীতটিৰ সংগীত ভূপেন হাজৰিকাৰ নহয়। সংগীত ৰমেন চৌধুৰীৰ হে । শুদ্ধ ৰুপত কথাবোৰ প্ৰকাশ আৰু প্ৰচাৰ কৰা উচিত।

    • @assamesegoldensong6540
      @assamesegoldensong6540  Před 4 měsíci

      আমি পোৱা মতে ভূপেন হাজৰিকা বুলিয়ে জানো। কিবা তথ্য আছে যদি দিবচোন। শুধৰাই দিয়া হব, যদি শুদ্ধ হয়