Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
তবি তুমি এগৰাকী খোলা মনৰ বোৱাৰী, সদায় এনেদৰেই হাঁহি মুখেৰেই সকলোৰে মন জয় কৰি ফাইনেলিষ্ট গৰাকী হৈ ৰৈ যোৱা তাৰেই শুভেচ্ছা থাকিল ..... লখিমপুৰৰ বোৱাৰী জিন্দাবাদ
@@RuniHazarika-b7s 🙏🏻❤️
Tobee very very nice❤❤❤
God bless you
@@Hiyaborah976 🙏🏻
❤🎉তবি জীৱন আগোৱাই জাৱলৈ হলে পজিতিব আৰু নিগেতিব দুটা দিখেই আছে বহুত মানুহ আছে আগোৱাই জোৱাতো সজ্য কৰিৱ নোৱাৰে তাক লৈ চিন্তা নকৰিবা জীৱন আগোৱাই জাৱলৈ হলে নিজৰ ওচৰত আত্মবিশ্বাসেৰে আগবাঢ়ি য়োৱা ভালদৰে থাকিবা 💚💚💚💚 শুভেচ্ছা জনালোঁ ভগবানে ভালে ৰাখক
@@amiyahazarika6110 🙏🏻❤️❤️
তোমাক বহুত ভাল লাগে❤❤
@@jundoley6460 thank you 🙏🏻
Tumak bohut val laga
@@ArunaMudoi-gp3cx thank you 🙏🏻
❤ tumak best of luck dilu
Tumake bohut val lage
@@rumiboruah3060 🙏🏻❤️❤️
ভগৱন্তই তোমাৰ অনাগত দিনবোৰত ফুল চন্দন তুলসী বৰষক..........❤❤মানুহৰ ঈৰ্বা,জ্বলনৰ প্ৰতিক্ৰিয়া এইয়া.........কেয়াৰ কৰিলে বহুত লাই পায় মানুহে..........আন্তৰিক শুভেচ্ছা জনালোঁ তোমাক 🎉
Nrce
@@bijudeori9486 🙏🏻❤️
❤u
@@DipikaBoruah-vq9de ❤️
সেই বোৰ মানুহ যি সকলে আনৰ ভাল হোৱা, উন্নতি হোৱা নিবিচাৰে। আগুৱাই যোৱা। অভিন্দন তোমালৈ🎉🎉
@@julikonwar9679 🙏🏻❤️❤️
❤❤❤
@@chayanikagogoi1314 ❤️❤️
আগুৱাই যোৱা শুভেচ্ছা থাকিল।
@@dipikahazarika396 🙏🏻❤️
❤❤❤❤
@@user-ty7wp1pj4f ❤️❤️❤️
❤
@@shyamonjitaarandhara ❤️
তবী তুমি সঁচাকৈ বহুত ভাল বোৱাৰী। নাচ সুন্দৰ অভিনয় সুন্দৰ তুমি আগুৱাই য়োৱা তোমাৰ মনৰ আশা পুৰ শক।
ফাইনেল চাবলৈ বহুত আশাৰে অপেক্ষা কৰি আছো
@@JyotiBorah-ed7gb hoi 🙏🏻❤️
❤❤❤❤❤❤❤❤
@@boradipamoni76 ❤️❤️❤️❤️
Ji aneke beyake koise teuluk asolote jolise ba.
@@prabhatkalita7697 hoi 🙏🏻❤️
আনৰ কথাত গুৰুত্ব নিদিব। আশাকৰোঁ ফাইনেলত জয়ী হ'ব। মাজুলী
@@roselonelyofficial1206 🙏🏻❤️
জীৱন বাটত আগুৱাই যাবলৈ হ'লে বাটতত জেং শূল আদি থাকিব । আগলৈ চোৱা ৰৈ নিদিয়া ।
@@LalitGogoi-rb6to 🙏🏻❤️❤️
এই জুই জ্বলিছে ,জ্বলিবই,তবী বা you are my favourite dancer,so energertic you are,go ahead, best wishes forever 💚🤗
@@MintuMintubaishya-sv6ep 🙏🏻❤️❤️
আনৰ কথা গুৰুত্ব নিদিবা । তুমি তোমাৰ লক্ষত আগবাঢ়ি যোৱা । আমাৰ শুভেচ্ছা তোমালৈ বহুত বহুত আছে দেই
@@KalyaniSaikia-eg6yv 🙏🏻❤️
Kali tumak Narayanpur center t dekhisiluu baa❤..
Oo
I love you Tobi baa ❤❤❤❤good bless you
@@kashmiridas1776 thank you 🙏🏻
আনৰ উন্নতি দেখিব নোৱাৰে সেই বাবে কিছুমানে বেয়া কমেন্ত দিছে চাগৈ আগুৱাই যোৱা তবী
@@bharatibora7101 🙏🏻💕
তবী তুমি আৰু আগুৱাই যোৱা
@@mamubora2439 thank you 🙏🏻
তুমি যিদৰে অন্তৰ খুলি কথাবোৰ কোৱা ভাল লাগে । এনেদৰে চফা মনৰ হলে জীৱনত আৰু আগুৱাই জাব পাৰিবা।তোমাৰ দৰে বোৱাৰী এজনী মইও বিচাৰো।কিন্তু সদাই এনেদৰে থাকিবা।
@@mamonigogoi8199 🙏🏻💕
Tumi aguyai jua tobee. Tumaloi huvesya thakil...frm gogamukh.
@@NipenGogoi-is7es 🙏🏻❤️❤️
❤ tumak vogobane aru hokti diok . 🙏🙏🙏
@@AnkitKachari 🙏🏻❤️
বহুত ভাল লাগিছে তোমাৰ vedeo চাই
@@shanff2617 thank you 🙏🏻
তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগে ।
@@hemaborgohain556 🙏🏻❤️
তুমি খোলা মনৰ ছোৱালী। চকু চৰহা সকলৰ কথা বাদ দিয়া। বহুত বহুত অভিনন্দন তোমালৈ❤️ আগুৱাই যোৱা তুমি। বাউ মল্লিকা বাইদেউৰ বোৱাৰীজনী কিন্তু মৰম লগা দেই। আমাৰ মায়ে কৈহে আছে ফাইলেন কেতিয়া হ'ব বুলি?
@@pahihazarika3554 🙏🏻❤️
বেয়া বোৰ ভাল বুলি আগবাঢ়ি যোৱা
@@user-fs2tz3pf8c hoi 🙏🏻
God bless you Tobi I love you
@@chunitadeka582 thank you 🙏🏻
কাম নোহোবা বোৰে বেয়া কমেণ্ট কৰে।❤️আগবাঢ়ি যোবা আশিবাদ থাকিল❤️
@@user-ti7bp6ic1t 🙏🏻❤️
More tobik Val nalaga monikak ha Val laga
তবী তোমাৰ কথাবোৰ বহুত ভাল লাগে
@@JyotiHandique-cn6rk thank you 🙏🏻
Tobi.ba.tumaloi.bahut.bahut.thanks
@@NikunjaBoro-n9w thank you 🙏🏻
Thank you Tobee
@@PuynoPegu ❤️❤️
Tumar khobor2 pai bohut val palu tobi,aibar tumar cinema jogotot pam nhoi sam❤❤❤❤❤❤nazira❤❤❤
@@user-ol3sr5iw1c thank you 🙏🏻
Bahut val laga.lukar Katha manala naniba tabi.
@@RupaliRajkhowa-yk3mg 🙏🏻❤️
Aguai jua tarai kamona
@@debajanisaikia3422 🙏🏻❤️
মই মৰিগাঁও পৰা মৰম দিলো বা। এটা কথা সদায় মনত ৰাখিবা এপাহ ফুল ফুলিবলৈ ৰ'দ,বৰষুণ দুয়োটা লাগে গতিকে তুমি আগবাঢ়ি যোৱা ।
@@madhabdas6014 🙏🏻❤️
Aguai jua tumi
@@JyotiSaikia-v3l thank you 🙏🏻
বেলেগৰ কথা বাদ দিয়া । ইমান খুলা মনৰ বোৱাৰী তুমি আগবাঢ়ি যোৱা ❤❤
@@lovingprava9670 🙏🏻❤️❤️
Congratulations 🎉 tobi
@@nabadas7937 thank you 🙏🏻
Aanor kothat mon deya. nokori aagbaha
@@LuckyPriya-ho8eh 🙏🏻
তুমি আৰু বহুত আগোৱাই যোৱা
@@debasishkhanikar3591 🙏🏻❤️
Best of luck ,,,, bondhakobi ba ❤❤
@@simaboruah2162 thank you 🤭
Anor vl dekhibo nuwara bure kre.tobee ba lv u❤❤❤
@@user-ti2mw9dg9f thank you 🙏🏻
Tumar semi final or video kiea diea nai
@@nabadas7937 ok
2mr Katha br huni bhut vl lge
@@polashhazarika9470 🙏🏻❤️
❤❤❤ congratulations Vidio dia nai no
@@dipanjoliborthakur thank you 🙏🏻
Tobi tumi amar hokolure apun ❤👍tumar video saboloi roi thaku Jana💯
@@user-jo4df5xf2h 🙏🏻❤️❤️
তবি বহু ভাল লাগিয়ে আৰু আগোৱাই জোৱা
@@dimpidas6522 thank you 🙏🏻
Agbahi jua ata karila anoyata pai
@@70nochetiagaongaurisagar47 🙏🏻
Blgor kotha bad diba o tumi aguai jua ❤aru hodai tumi hahi thakiba mur sualie tumar obhinoi sai bohut val pai
@@Mantula-mz5nz thank you 🙏🏻
Good
@@user-zn2jq9sw4s 🙏🏻❤️
Val aru baya coment plahe jibont aguwai jabole hahok pabo❤❤❤
@@pradipboruah5406 🙏🏻❤️
এনেকুৱা এচাম মানুহ আছেই বাদ দিয়া video di thakiba dai ❤moi Golaghat r hoi
Best of luck baa
@@pinkiboruah7511 thank you 🙏🏻
মৰাণৰ পৰা মৰম জাচিলো❤❤❤
@@user-kt8fq2uj3r thank you 🙏🏻
Best of luck
@@surabhiburagohain6506 thank you 🙏🏻
Tabi baideu funaialagise
@@pranjalmili8292 ❤️
Sivasar r pora norom dilu
@@purnimagogoi9258 🙏🏻❤️❤️
Ba kisuman manuhe bohut hingkha kore.. Tumai beya bur guruta nidiba karon tumito aku beya kora nai.. Tumi nijor kam kori jua bohut aguai jabo pariba bisakh ase tumar uporot
@@joyashreenath7019 thank you 🙏🏻
কোনোবাই বেয়াকৈ কমেন্ট কৰিছে কৰিব দিয়া তুমি সেইবোৰ মন নিদিবা তুমি যি কৰিব লাগে সেইবোৰ কাম কৰি আগুৱাই যোৱা। বহুত মৰম তোমালৈ❤❤
@@babitadeka8849 🙏🏻❤️
Ba moi tuma bihu nas sai bohut vl paw aru tuma kotha bur vl lage
@@MomiSaikia-ih7ld thank you 🙏🏻
নাচ।হদাই।চাই।থাূকোফাইনেল।কেতিয়া।হব।ভগৱানে।তোমাক।সহাই।কৰক।🙏🙏🙏🙏
@@user-nw8ld3gd1v thank you 🙏🏻,,Sunday hbo
final lot 1st hoba buli akha thakile ...best of luck ❤
@@mousumibordoloi5349 🙏🏻❤️
Tobi tumr hahitu mur bor moram lage
Tobi baa apuni je khupat marise ki ful hoy jonabo neki
@@rashmirekhadevi8047 kopou ful
Kopouful etiaw ase neki ba
nicee
@@user-hn1vz3yp9m thank you 🙏🏻
Mojja❤
@@kakalidevi1598 ❤️❤️
Tumi montu beya nokoriba dei. Kunubai beya koi koleo.mathu Tumi tumar valloga kambor kori joa........ from Bongaigaon.
@@MridulaRay-nl1ou thank you 🙏🏻
Nice
@@akandutta1644 thank you 🙏🏻
👍👍❤❤
@@suniltai 🙏🏻❤️
Nice video
@@maine1114 🙏🏻❤️
Tobo urofe bondha kobi tumar nas aru kotha botora eman val lage
@@ranugogoi2241 🙏🏻❤️
যি সকলে বেয়া কমেণ্ট কৰে তেঁওলোক আচলতে মানসিক ৰোগী
@@purabiboruah7967 🙏🏻😥
বেয়াবোৰ শুনিবই নেলাগে অকল ভালবোৰ শুনি যোৱা তোমাৰ ভবিষ্যত উজ্জ্বল হব ৷
@@junaligogoi2331 🙏🏻❤️❤️
Tobee tumar val.hua dakhe jolisea haiburor kam haitu. baleg kam nai hinkha kuria adin tar fol pabo sai thaka
@@RaniBhuyan-rq8se hoi 🙏🏻❤️❤️
Moi apuna video bilak sai bohut val pau
@@MaijanBoruah thank you 🙏🏻
আনৰ কথাত মন নিদিব আগুৱাই যাওক
@@JayaSaikia-g7u 🙏🏻❤️
Ba..anor kotha gurutto nidibo..manuh bilak dui dhoronor thake ..so eibur gurutto nidi aguyai jauk..apunar ei jatra t apuni sofol houk..ru ba vogobane ei jatrat aguyai niboloi apunk kushole rakhok ..
@@ritupornaboruahritu thank you 🙏🏻
তবী তুমি খবৰ টো জনোৱা বাবে ভাল পালোঁ ।
@@hemenboruah2187 🙏🏻❤️
Good morning Tobee
@@hemenboruah2187 morning
কৈ দিলো আও
@@ranjuborah4855 ❤️
একো নাই জোৱা সূবিধা পালে জাব লাগে মই ও গলো হলে কিন্ত সেই কন সুবিধা মোৰ নিমিলিল ভনি কমেন্ট কথা ভাবি নথাকিবা মন ঠেক মানুহে দিয়ে সংসাৰত আমি ভাওৰিয়া ভাওহে কৰিছো গতিকে মৰা পিছতো নাম এটা থাকি গলে ভাল হয় আগবাঢ়ি জোৱা চিন্তা কৰিবলৈ নালাগে মইও বোৱাৰী ভাত সাক বনাই বনাই থাকোতে গৈছে কোনে কি খায় কোনে কি নেখাই এইবোৰ একক পৰিয়াল নহয় যৌথ একেবাৰে
@@anjanahazarika2740 🙏🏻❤️
কিছুমান মানুহ থাকেই ।চিন্তা নকৰিবা ।
@@tuluarandhara5987 hoi 🙏🏻
আনৰ কথা শুনিবলৈ দৰকৰা নাই। তোমাৰ কাম তুমি কৰি যোৱা।
@@polashhazarika9470 🙏🏻❤️❤️
Ane ki koi heibur navabibi toi.. Soku soroha manuhe aibur koboi.. Toi kenekua tur xokolu khini janu belegor kothat matha namaribi anor val huwatu nibisora manuhe anekua kotha koi.. Toi aguwai jabo lagibo tur xofolotat bohut besi xukhi
@@parthanagogoi5997 ❤️❤️❤️
Tobi.accually.tumi.bayasat.mutkoi.tumi.bahutsaru.mailakhimpararat.bahutbbasar.thaki.ahisu.bartaman.mai.golaght.dergoant.thaku.sakari.sutre.
@@NikunjaBoro-n9w 🙏🏻❤️❤️
চেমিফাইনেলৰ তোমাৰ নাচটোদিবা চাবমনগৈআছে।
@@anumaborah5179 ok 🙏🏻
Tobee haibur sinta nokariba
Hii❤
@@sandipasaikia6065 🙏🏻
Finel ketiya dibo tvt
@@jbkiduniya832 next Sunday
Tobi tumak logor dore lage tumar kothabur bor val gage tumak vogobane aru hokti di agbohae niok . 🙏🙏🙏
@@AnkitKachari thank you 🙏🏻
সৎ আৰু খোলা মনৰ তবী বা তুমি আনৰ কথা বাদ দি নিজে আগৱাঢ়ি যোৱা। আমাৰ আশীৰ্বাদ সদায় তোমাৰ ওচৰত থাকিব।
@@SN-bl8eu thank you 🙏🏻❤️❤️
Nijor km nija kore jab lkr kotha t guruto nidib ag bahi jab
তবি তুমি এগৰাকী খোলা মনৰ বোৱাৰী, সদায় এনেদৰেই হাঁহি মুখেৰেই সকলোৰে মন জয় কৰি ফাইনেলিষ্ট গৰাকী হৈ ৰৈ যোৱা তাৰেই শুভেচ্ছা থাকিল ..... লখিমপুৰৰ বোৱাৰী জিন্দাবাদ
@@RuniHazarika-b7s 🙏🏻❤️
Tobee very very nice❤❤❤
God bless you
@@Hiyaborah976 🙏🏻
❤🎉তবি জীৱন আগোৱাই জাৱলৈ হলে পজিতিব আৰু নিগেতিব দুটা দিখেই আছে বহুত মানুহ আছে আগোৱাই জোৱাতো সজ্য কৰিৱ নোৱাৰে তাক লৈ চিন্তা নকৰিবা জীৱন আগোৱাই জাৱলৈ হলে নিজৰ ওচৰত আত্মবিশ্বাসেৰে আগবাঢ়ি য়োৱা ভালদৰে থাকিবা 💚💚💚💚 শুভেচ্ছা জনালোঁ ভগবানে ভালে ৰাখক
@@amiyahazarika6110 🙏🏻❤️❤️
তোমাক বহুত ভাল লাগে❤❤
@@jundoley6460 thank you 🙏🏻
Tumak bohut val laga
@@ArunaMudoi-gp3cx thank you 🙏🏻
❤ tumak best of luck dilu
Tumake bohut val lage
@@rumiboruah3060 🙏🏻❤️❤️
ভগৱন্তই তোমাৰ অনাগত দিনবোৰত ফুল চন্দন তুলসী বৰষক..........❤❤
মানুহৰ ঈৰ্বা,জ্বলনৰ প্ৰতিক্ৰিয়া এইয়া.........
কেয়াৰ কৰিলে বহুত লাই পায় মানুহে..........
আন্তৰিক শুভেচ্ছা জনালোঁ তোমাক 🎉
Nrce
@@bijudeori9486 🙏🏻❤️
❤u
@@DipikaBoruah-vq9de ❤️
সেই বোৰ মানুহ যি সকলে আনৰ ভাল হোৱা, উন্নতি হোৱা নিবিচাৰে। আগুৱাই যোৱা। অভিন্দন তোমালৈ🎉🎉
@@julikonwar9679 🙏🏻❤️❤️
❤❤❤
@@chayanikagogoi1314 ❤️❤️
আগুৱাই যোৱা শুভেচ্ছা থাকিল।
@@dipikahazarika396 🙏🏻❤️
❤❤❤❤
@@user-ty7wp1pj4f ❤️❤️❤️
❤
@@shyamonjitaarandhara ❤️
তবী তুমি সঁচাকৈ বহুত ভাল বোৱাৰী। নাচ সুন্দৰ অভিনয় সুন্দৰ তুমি আগুৱাই য়োৱা তোমাৰ মনৰ আশা পুৰ শক।
ফাইনেল চাবলৈ বহুত আশাৰে অপেক্ষা কৰি আছো
@@JyotiBorah-ed7gb hoi 🙏🏻❤️
❤❤❤❤❤❤❤❤
@@boradipamoni76 ❤️❤️❤️❤️
Ji aneke beyake koise teuluk asolote jolise ba.
@@prabhatkalita7697 hoi 🙏🏻❤️
আনৰ কথাত গুৰুত্ব নিদিব। আশাকৰোঁ ফাইনেলত জয়ী হ'ব। মাজুলী
@@roselonelyofficial1206 🙏🏻❤️
জীৱন বাটত আগুৱাই যাবলৈ হ'লে বাটতত জেং শূল আদি থাকিব । আগলৈ চোৱা ৰৈ নিদিয়া ।
@@LalitGogoi-rb6to 🙏🏻❤️❤️
এই জুই জ্বলিছে ,জ্বলিবই,তবী বা you are my favourite dancer,so energertic you are,go ahead, best wishes forever 💚🤗
@@MintuMintubaishya-sv6ep 🙏🏻❤️❤️
আনৰ কথা গুৰুত্ব নিদিবা । তুমি তোমাৰ লক্ষত আগবাঢ়ি যোৱা । আমাৰ শুভেচ্ছা তোমালৈ বহুত বহুত আছে দেই
@@KalyaniSaikia-eg6yv 🙏🏻❤️
Kali tumak Narayanpur center t dekhisiluu baa❤..
Oo
I love you Tobi baa ❤❤❤❤good bless you
@@kashmiridas1776 thank you 🙏🏻
আনৰ উন্নতি দেখিব নোৱাৰে সেই বাবে কিছুমানে বেয়া কমেন্ত দিছে চাগৈ আগুৱাই যোৱা তবী
@@bharatibora7101 🙏🏻💕
তবী তুমি আৰু আগুৱাই যোৱা
@@mamubora2439 thank you 🙏🏻
তুমি যিদৰে অন্তৰ খুলি কথাবোৰ কোৱা ভাল লাগে । এনেদৰে চফা মনৰ হলে জীৱনত আৰু আগুৱাই জাব পাৰিবা।তোমাৰ দৰে বোৱাৰী এজনী মইও বিচাৰো।কিন্তু সদাই এনেদৰে থাকিবা।
@@mamonigogoi8199 🙏🏻💕
Tumi aguyai jua tobee. Tumaloi huvesya thakil...frm gogamukh.
@@NipenGogoi-is7es 🙏🏻❤️❤️
❤ tumak vogobane aru hokti diok . 🙏🙏🙏
@@AnkitKachari 🙏🏻❤️
বহুত ভাল লাগিছে তোমাৰ vedeo চাই
@@shanff2617 thank you 🙏🏻
তোমাৰ কথাবোৰ শুনি বহুত ভাল লাগে ।
@@hemaborgohain556 🙏🏻❤️
তুমি খোলা মনৰ ছোৱালী। চকু চৰহা সকলৰ কথা বাদ দিয়া। বহুত বহুত অভিনন্দন তোমালৈ❤️ আগুৱাই যোৱা তুমি। বাউ মল্লিকা বাইদেউৰ বোৱাৰীজনী কিন্তু মৰম লগা দেই।
আমাৰ মায়ে কৈহে আছে ফাইলেন কেতিয়া হ'ব বুলি?
@@pahihazarika3554 🙏🏻❤️
বেয়া বোৰ ভাল বুলি আগবাঢ়ি যোৱা
@@user-fs2tz3pf8c hoi 🙏🏻
God bless you Tobi I love you
@@chunitadeka582 thank you 🙏🏻
কাম নোহোবা বোৰে বেয়া কমেণ্ট কৰে।❤️আগবাঢ়ি যোবা আশিবাদ থাকিল❤️
@@user-ti7bp6ic1t 🙏🏻❤️
More tobik Val nalaga monikak ha Val laga
তবী তোমাৰ কথাবোৰ বহুত ভাল লাগে
@@JyotiHandique-cn6rk thank you 🙏🏻
Tobi.ba.tumaloi.bahut.bahut.thanks
@@NikunjaBoro-n9w thank you 🙏🏻
Thank you Tobee
@@PuynoPegu ❤️❤️
Tumar khobor2 pai bohut val palu tobi,aibar tumar cinema jogotot pam nhoi sam❤❤❤❤❤❤nazira❤❤❤
@@user-ol3sr5iw1c thank you 🙏🏻
Bahut val laga.lukar Katha manala naniba tabi.
@@RupaliRajkhowa-yk3mg 🙏🏻❤️
Aguai jua tarai kamona
@@debajanisaikia3422 🙏🏻❤️
মই মৰিগাঁও পৰা মৰম দিলো বা। এটা কথা সদায় মনত ৰাখিবা এপাহ ফুল ফুলিবলৈ ৰ'দ,বৰষুণ দুয়োটা লাগে গতিকে তুমি আগবাঢ়ি যোৱা ।
@@madhabdas6014 🙏🏻❤️
Aguai jua tumi
@@JyotiSaikia-v3l thank you 🙏🏻
বেলেগৰ কথা বাদ দিয়া । ইমান খুলা মনৰ বোৱাৰী তুমি আগবাঢ়ি যোৱা ❤❤
@@lovingprava9670 🙏🏻❤️❤️
Congratulations 🎉 tobi
@@nabadas7937 thank you 🙏🏻
Aanor kothat mon deya. nokori aagbaha
@@LuckyPriya-ho8eh 🙏🏻
তুমি আৰু বহুত আগোৱাই যোৱা
@@debasishkhanikar3591 🙏🏻❤️
Best of luck ,,,, bondhakobi ba ❤❤
@@simaboruah2162 thank you 🤭
Anor vl dekhibo nuwara bure kre.tobee ba lv u❤❤❤
@@user-ti2mw9dg9f thank you 🙏🏻
Tumar semi final or video kiea diea nai
@@nabadas7937 ok
2mr Katha br huni bhut vl lge
@@polashhazarika9470 🙏🏻❤️
❤❤❤ congratulations Vidio dia nai no
@@dipanjoliborthakur thank you 🙏🏻
Tobi tumi amar hokolure apun ❤👍tumar video saboloi roi thaku Jana💯
@@user-jo4df5xf2h 🙏🏻❤️❤️
তবি বহু ভাল লাগিয়ে আৰু আগোৱাই জোৱা
@@dimpidas6522 thank you 🙏🏻
Agbahi jua ata karila anoyata pai
@@70nochetiagaongaurisagar47 🙏🏻
Blgor kotha bad diba o tumi aguai jua ❤aru hodai tumi hahi thakiba mur sualie tumar obhinoi sai bohut val pai
@@Mantula-mz5nz thank you 🙏🏻
Good
@@user-zn2jq9sw4s 🙏🏻❤️
Val aru baya coment plahe jibont aguwai jabole hahok pabo❤❤❤
@@pradipboruah5406 🙏🏻❤️
এনেকুৱা এচাম মানুহ আছেই বাদ দিয়া video di thakiba dai ❤moi Golaghat r hoi
Best of luck baa
@@pinkiboruah7511 thank you 🙏🏻
মৰাণৰ পৰা মৰম জাচিলো❤❤❤
@@user-kt8fq2uj3r thank you 🙏🏻
Best of luck
@@surabhiburagohain6506 thank you 🙏🏻
Tabi baideu funaialagise
@@pranjalmili8292 ❤️
Sivasar r pora norom dilu
@@purnimagogoi9258 🙏🏻❤️❤️
Ba kisuman manuhe bohut hingkha kore.. Tumai beya bur guruta nidiba karon tumito aku beya kora nai.. Tumi nijor kam kori jua bohut aguai jabo pariba bisakh ase tumar uporot
@@joyashreenath7019 thank you 🙏🏻
কোনোবাই বেয়াকৈ কমেন্ট কৰিছে কৰিব দিয়া তুমি সেইবোৰ মন নিদিবা তুমি যি কৰিব লাগে সেইবোৰ কাম কৰি আগুৱাই যোৱা। বহুত মৰম তোমালৈ❤❤
@@babitadeka8849 🙏🏻❤️
Ba moi tuma bihu nas sai bohut vl paw aru tuma kotha bur vl lage
@@MomiSaikia-ih7ld thank you 🙏🏻
নাচ।হদাই।চাই।থাূকো
ফাইনেল।কেতিয়া।হব।ভগৱানে।তোমাক।সহাই।কৰক।🙏🙏🙏🙏