জুবিন গাৰ্গৰ মহানুভৱতা । বিহুতলীত সন্ধানহীন কিশোৰীৰ কাষত হাৰ্টথ্ৰব জুবিন গাৰ্গ
Vložit
- čas přidán 22. 04. 2022
- বেলতলাৰ বিহু মঞ্চত চলি আছিল জুবিন-জুবলীৰ গীতৰ শৰাই। গীতৰ তালে তালে বিহুবলীয়া ৰাইজ ব্যস্ত বিহু নচাত। তাৰ মাজতেই ঘটিল অঘটন। চাওক এই প্ৰতিবেদন।
News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: t.me/ND24Updates
জুবিনদাৰ অকল গানেই নহয়
জুবিনদা মনুটোৱেই বহুত ভাল।
সহজ- সৰল মনৰ মানুহ। সেয়েহে তেওঁক বহুত ভাল লাগে।
Love You Zubeen Da❤️❤️
জুবিন দা অকল গানেই ভাল নহয় গোটেই মানুহটোৱে ভাল love from Dibrugarh ❤❤❤❤
সঁচাকৈয়ে
সচা কথা কৈছা bro 🙂
এনেকুৱা মনোভাৱৰ কাৰণে জুবিন দা বহুত ভাল লাগে তেওঁ মহানোভবতা আমাৰ অসমীয়াৰ গৌৰৱ জুবিন দা।জয় জুবিন দা।
জুবিন দা মানেই আৱেগ
জুবিন দা মানেই মৰম
জুবিন দা মানেই মহানুভৱতা
Love Form Dhemaji ❤️
এইয়াই আমাৰ জুবিনদা❤️
জুবিন দাৰ মহানুভৱতাক প্ৰনাম জনাইছো। 🙏🙏🙏🙏🙏🙏🙏
জুবিন দা ভগবান হয় ভগবান,,ভগৱানে সকলোকে সহায় কৰে
জুবিন কেৱল নামৰ নহয় ♥️⭐
জুবিন দা আৰু জুবলী বা দুয়ো গৰাকী কণ্ঠ শিল্পীলৈ সহশ্ৰ প্ৰণাম 🙏🙏❤️❤️
এই বোৰ কাৰণতে আপোনাক বহুত ভাল পাওঁ দাদা ❤️😍
এইজনেই আমাৰ মৰমৰ জুবিন দা🙏🥰❣️
এয়াই জুবিন দা 😍😍 আমি এনেই জুবিন দাক ভাল নাপাও... এইবিলাক কাৰণত আমি জুবিন দাৰ ভক্ত 💟💟
Hoi,moromor bhaiti.
@@netrakamaldeka4151 thank u 😍
মনৱতা কি জুৱিনদাৰ পৰা জানিব পাৰি❤❤❤❤🙏🙏🙏🙏
সচা কথা 🙏
জুবিন সদায় জুবিনে😍😍
এইয়াই আমাৰ দাদা বাইদেউ 🙏
That's the reason, he is our heartthrob 💞
Never talked to zubeen....never met zubeen....listened a lot though....but a die hard fan of zubeen......yeah......great soul of Axom....oh....i dnt have words to explain ....love him beyond love....creator by born...long live brother zubeen
এইবোৰ কাৰণতেই তেওঁলোক আমাৰ সমাজৰ বাবে এক আদৰ্শ
জুবিন মাথোঁ এটা নাম নহয়,ই এটা অসমীয়াৰ আৱেগ,প্ৰতিজন অসমীয়াৰ গৌৰৱ।জুবিন অনন্য,জুবিন অদ্বিতীয়,জুবিন অসমীয়াৰ অপোচবিহীন নেতা।জুবিন সদায় জুবিনেই হৈ থাকক তাকেই কামনা কৰোঁ।
সচা কথা
@@mamonibarman7109 অ'
long live Jubin and Jublee
God bless you both zubeen Da and Jublee Ba🙏🙏🙏
Love you zubeen da 🎶
Great human being 🙏🙏🙏
মহান অনুভৱ
জুবিন দা আমাৰ ভগৱান ❤️❤️🥰🥰
Man with a Big Heart ....God bless Zubeen da
জুবিন নামটোয়ে ইমান ভাল লগা এতিয়া আৰু বেছি ভাল লগা হল
মই যেতিয়া দেৰ বছৰৰ আছিলো তেতিয়া মোৰ বাইদেউ দুজনীৰ লগত ষ্টুদিয়ত এক কপি ফটো উঠিছিলো আৰু ষ্টুদিয়ৰ দুৱাৰ খনত জুবিনৰ ফটো এখন আঠা লগাই থোৱা আছিল সেই খন ফটোৰ পৰাই জুবিনক চিনি পাওঁ । জুবিনক কোনো দিনে ওচৰৰ পৰা দেখা নাই । ইমান ৰাতি লৈকে বিহু আগৰ পৰাই চোৱা নহল যে ।
তথাপিওঁ বহুত ভাল পাও জুবিনক । লগতে ৰাজা দাক ।
We love you Zubin da❤🙏🙏🙏
Zubeen hoi vl km kra manuh jna hol zubeen da love you zubeen 😍😍😍😍😍😍😍😍😍😍😍😍
Zubeen Daa okol Legend nhoi teo ejon amr Allah,Zesus,God😘😘😘🪔🪔🪔🥰🥰🥰❤️❤️❤️😊😊😊☺️☺️☺️🙏🙏🙏🤲🤲🤲🤗🤗🤗
Zubeen Da hosai aapuni aamar babe bhagaban.U aer rock 👍👍👍👍👍👍👍❤️❤️❤️❤️❤️❤️❤️
Zubeen daa is great...🙏🙏🙏
Amar Zubeen da hodai king.... Love You Zubeen da❣️❣️❣️
Zubeen da xaibebari xodai manuhor hridoyot thake..... Long live zubeen da❤
এইয়াই আমাৰ জুবিন দা
God bless u always Zubeen da
I Love you Zubeen da❤❤❤❤❤❤❤❤❤❤❤❤❤❤
That's reasons I like Zubeen da❤️❤️
Joi zubeen da ❤️❤️❤️
Jubin dar nisina nasileu aru jonmo u nohoi, jai jubin da, love you jubin da 💓💓💓💓💓🎸🎺🎻🎶🎹💓💓💓💓💓
Hats off to you Jubin Sir!
Manuhe jiman a baya pabo try korila u amar Zubeen da olop balag mal. Love zg
God blessed you ZubinDa. Love you.
Zubeen always rocks
I love❤❤❤ you zubeen da
Tiger of assam
Love you zubeen daa
এই আই জুবিন দাৰ আদৰ্শই আমাৰ উদ্দেশ্য৷
❤Love You Zubeen Da❤
Aeijonei hl amr jubin garg(zg) 😍😍🥰
Love u Zubeen da ❤️
❤️❤️❤️ zubeen 🥰 jubli
Sagorr dore bixal hridoy keol zubeen dar he ase joy zubeen da
imn hru sualijnik eri knke ghrle ahi dib parile,,imn dayittohin, careless mak bapek thake thokatkoi nthokai vl.vgbne nkrok nhoi jdi kiba ata hoi juahle ei konmanijnir lgt....ajir dinot nije ghrt goi tnke thoi oha mnuh but kom a ulab aru heikhn programt zuben dar holoni blg kunuba huahlew tnkua nkre khub besi police r hatot gotai dile hoi..heikrnei zuben da karu lgt Tulona nhoi.❤️❤️❤️
Assam king ♥️🔥🔥
দাদা আপোনাৰ তুলনা দিবই নোৱাৰি
আপুনি মহান 🙏🙏🙏🙏🙏🙏
Love form Zubeen da ❤️💕
🙏___জয় জুবিন দা___❤ 🥰
I love you zg dada I love you very much you are great Zubeen da
Hosake bohut val manuh amar Zubeen daa
Love you so much zubeen da
Love you zubin dada 💗💓💓💓💓💓💓💓🙏
Mojja zubeen da
Zubeen means emotion....not only name...
Wao dada thank you. Nice job
Aiyai aamr moromr zubeen daa ji Ohadharon hoiu hadharon manuhr dore thake.
Jubinda you are great.you are our precious wealth.
Zubeen da and jublee ba is grate.☺️
Zubeen daaa💥🔥🥳🔥💥
Love you Jubeen da ❤️
Our proud of zubeen da
এইয়াই আমাৰ জুবিন দা 💖✌️
Jubli ba aru zubin da parfect progem juti... ❤❤❤❤
Good dada apunak manib lagib....greatman
এয়াই আমাৰ জুবিন দাদা
Love you Zubin da
জয় জুবিন দা ❤️
Zubeen da jinda bad
good bless you zubeen da
Thank you❤❤❤ zuben, da jubilee baa
That's why our boss is defferent.👍👍
Zubeen da lots of love,the parents must scolded
জুবিন দা সদায়েই জুবিন দা । তেওঁৰ দৰে কোনো হব নোৱাৰে। ।
Love uu dada😍😍
Assam king, love you, zubeenda , from: Hyderabad, ch Rabha
This is zubeen ok lv u
I love you zubeen daa
Love you ❤ zubin da
Probhudev 😇😇❤️❤️
Love you dada ❤️❤️❤️
Xsai dei zubeen da amar karone bhogorban 🙏🙏
❤️zubeen da❤️
Great jubeen grag💜💜💜💜💜💜
Love u zubeen da
Zubeen da ai karone val mur Zubeen kunu ahogkar ni kunu vadvab nai jow Zubeen da I love you Zubeen da ❤❤❤
Joi Zubeen da✊✊
I love you Zubeen da
Dada ❤️❤️❤️❤️❤️
Great work
Aiya a amar zubeen da.. Love you bro
জুবিন দাই কেতিয়াও বেয়া কাম কৰিবই নোৱাৰে আমাৰ বহুত বিশ্বাস
Dhanyabad Jubin da Jubli ba...