কি সুন্দৰ কন্ঠ নিগৰাইছে

Sdílet
Vložit
  • čas přidán 30. 03. 2021
  • Nagara Naam artist from Sipajhar, Darrang (Assam). Nagara Naam is a performing art which includes tales from vedas or upanishadas along with locamotive tales. Performers of this art can be found across some of the major cultural districts like Darrang, Barpeta, Kamrup etc. Please like and subscribe our channel and join us.
  • Hudba

Komentáře • 607

  • @dilipkumarnath2976
    @dilipkumarnath2976 Před rokem +5

    ধুনীয়া কন্ঠ। গীত শুনি ভাল লাগিছে। ধন্যবাদ থাকিল।

  • @chanadra
    @chanadra Před rokem +6

    Thank you Bandita, Juthika & Mr Kailash Rava. Excellent. Mind-blowing. Thanks

  • @lambodarnath9019
    @lambodarnath9019 Před rokem +5

    ধন্যবাদ,অতি সুন্দৰ কণ্ঠ আৰু সকলোৰে ভাল প্ৰদৰ্শন।শুনি থাকি হেপাহ নপলাই। এই সকলক ভগৱানে কৃপা কৰক।

  • @keshabchborgohain1581
    @keshabchborgohain1581 Před rokem +5

    কি সুন্দৰ এনেকুৱা শুৱলা গীত শুনি থাকিবলৈ মন যায় |🙏🙏🙏👏👏👏

  • @mineswargogoi3998
    @mineswargogoi3998 Před rokem +7

    প্ৰাণ ভৰি অমৃত পান কৰিছো । তিনিও গৰাকীলৈ শুভকামণা থাকিল।

  • @rumibegum611
    @rumibegum611 Před rokem +7

    অতি সুন্দৰ হৈছে মোৰ প্ৰিয় গীত এইটো ♥️♥️♥️

  • @sashibhatta5198
    @sashibhatta5198 Před 3 lety +8

    বৰ সুন্দৰ হৈছে, ভাল লাগিল ৷ কন্যা দুগৰাকীৰ ভবিষ্যত উজ্বল হওঁক, পঢ়া-শুনাও ভালদৰে চলি থাকক তেওঁলোকৰ ৷

  • @taranikantachoudhury4514
    @taranikantachoudhury4514 Před 2 lety +5

    সচাকৈ বৰ সুন্দৰ কন্ঠ,গাযীকাক ধন্যবাদ জ্ঞাপন কৰিছো

  • @guptasarmah8949
    @guptasarmah8949 Před 2 lety +7

    ইমান এটা সুন্দৰ গীত পৰিৱেশন কৰি মন প্ৰাণ জুৰ পেলোৱাৰ বাবে তিনিও গৰাকী শিল্পী লৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আৰ্শীষ যাচিছো । ভৱিষ্যতে আৰু সুন্দৰ গীত শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লো।

  • @jibannath928
    @jibannath928 Před 3 lety +18

    মন প্ৰাণ শাঁত পৰি যায় ৷ ইমান আকুলতা

  • @bhargavswargiary5460
    @bhargavswargiary5460 Před rokem +4

    কৃষ্ণ!হয়,যিয়ে গীতা-ভাগৱতৰ বাণী বিলাকক শিক্ষকে কোৱাৰ দৰে পালন কৰে,তাৰ নিশ্চয়,এই জীৱন গঢ় লয়।

  • @anantarabha5555
    @anantarabha5555 Před 2 lety +5

    So nice song ,players &singer _also hope u all success in the future_ _thanks

  • @ashokdas8961
    @ashokdas8961 Před 3 lety +31

    অতি সুন্দৰ ,শুৱলা কণ্ঠ, সুমধুৰ সংগীত, আমাৰ বিখ্যাত গায়ক গায়িকা সকলতকৈ কোনোগুনে কম নহয় | Super, awesome mindblowing keep it up...
    ...

  • @biradattadas9216
    @biradattadas9216 Před 3 lety +4

    বাহী আৰু চেক্সাফোনৰ যাদুকৰ কৈলাশ ৰাভা আৰু তেখেতৰ সঙ্গীবৃন্দৰ যাদুৰ সুৰত
    মই বুঢ়ামানুহটোৱে আনন্দত মতলীয়া হৈ যাও।সুৰৰ নিচা আৰু সুৰাৰ নিচাত আকাশ
    পাতাল পার্থক্য আছে।এটাই নাৰকীয় যাতনা ভোগায় আনটোৱে সৰগীয় সুখ বঢ়ায়।

  • @uttambhuyan6413
    @uttambhuyan6413 Před 3 lety +14

    পৃথিৱীৰ চাৰিওফালে অসমৰ অসমী আইৰ সন্তান সকলৰ জৰিয়তে সংগীত অমৃত ৰসৰে শান্তি ও মহান শান্তিৰ পথৰ সৃষ্টি কৰিব পাৰিম ) মোৰ বিশ্বাস ঐশ্বৰিক শক্তিশালী শক্তিৰ ওচৰত সছা আৰু সত্য কথা )

  • @vishnuchakra5730
    @vishnuchakra5730 Před 3 lety +6

    গায়িকাজনীৰ ইমান যে মিঠা কণ্ঠ কৰপৰা নিগৰিছে ঈশ্বৰেহে জানে!!! এই অতুলনীয় নিখুঁত কণ্ঠ নিসন্দেহে সমগ্ৰ বিশ্বয়ে বুকুৰ মাজত বৰ হেপাহেৰে আদৰি ল'ব। তেওঁৰ বাবে এটি অতি বহুত উজ্বল ভবিষ্যতেই বাট চাই আছে। আৰু বহুত বহুত শুনিবলৈ পাম বুলি কামনা কৰি আন্তৰিক আশীৰ্বাদ প্ৰদানিলো আৰু বহু দূৰলৈ আগ বাঢ়ি যোৱাৰ বাবেই।👍🙏👍

  • @balinkonwar585
    @balinkonwar585 Před 2 lety +10

    অতি সুমধুৰ কণ্ঠ , বাদ্য যন্ত্ৰী কেইগৰাকীও অতুলনীয় ৷ বহুত ভাল combination .
    ইমান ভাল লাগে য়ে বাৰে বাৰে শুণি থাকিলেও আমনি নালাগে ৷
    অৰিজিনেল গীতটোতকৈ উচ্চ মানদণ্ডৰ বুলিব পাৰি ৷ Great

  • @prarthanasarma7030
    @prarthanasarma7030 Před 3 lety +5

    বহুত ভাল লাগিল ইমান সুমধুৰ কন্ঠ

  • @novellake7527
    @novellake7527 Před 3 lety +10

    সুব সুন্দৰ লাগিছে আপোনাৰ নিভাজ কন্ঠৰে নিগৰোৱা পূৰনি গীতটি

  • @nirathengal1872
    @nirathengal1872 Před 3 lety +4

    বহুত ভাল লাগিল আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল

  • @dwijenthakuria5666
    @dwijenthakuria5666 Před 3 lety +23

    তিনিও গৰাকী‌ অতি মেধাৱী‌ শিল্পীৰ‌ প্ৰতি অভিনন্দন আৰু শুভেচ্ছা‌‌ যাচিলো!

  • @surendranathchetia2580
    @surendranathchetia2580 Před 3 lety +4

    সচাঁকৈ এক সুৱদী কণ্ঠৰ অধিকাৰী বন্দিতা বৰুৱা। তোমাৰ ভৱিষ্যত আছে, সাধনাত ব্ৰতী থাকা। জুথিকাইও খুউব ভাল পৰিবেশন কৰিব পাৰিছে। কৈলাস ৰাভাৰ বাঁহী বাদনে মন জুৰ পেলাই দিছে। তোমালোক আটাইলৈকে অভিনন্দন জনালোঁ। শুভাশীষ থাকিল।

  • @ajitnarah6687
    @ajitnarah6687 Před 3 lety +6

    বৰ ধুনীয়া সুৰ, এই সুৰ ভগৱানে জীয়াই ৰাখে ,তাৰে কামনাৰে.

  • @kolpochitra3869
    @kolpochitra3869 Před rokem +1

    বৰ মজাৰ, সুন্দৰ মোহনীয়া
    ❤️❤️❤️❤️❤️❤️

  • @ray-dj2ot
    @ray-dj2ot Před 2 lety +5

    Beautifully sing the song. Both the Pipa player played the Pipa superbly. Congratulations to all three. Rabha Sir is living legend. Hope in coming day more will come from you. 👍👍👍

  • @binoykalita7597
    @binoykalita7597 Před rokem +1

    জুঠিকা, বন্ধিতাআৰু কৈলাসলৈ শুভেচ্ছা জনালোঁ। ভাল লাগিল, আগুৱাই যাওক।

  • @subhashdas3471
    @subhashdas3471 Před 3 lety +9

    ইমান সুন্দৰকৈ বজাইছে ধন্য বাদ

  • @simantakonwar1213
    @simantakonwar1213 Před 2 lety +7

    অতি সুন্দৰ 🙏🙏🙏🙏

  • @munindrasaikia4024
    @munindrasaikia4024 Před 3 lety +6

    Really ভাল লাগিছে। আগ বাঢ়ি যোৱা। আৰু আগলৈ সুনিব পাম বুলি আশা কৰিলো। GOD bless ..

  • @pratimboruah6865
    @pratimboruah6865 Před 3 lety +6

    সুন্দৰ কণ্ঠ আৰু লগতে মনোমোহা সঙ্গীত ।

  • @DipakDas-cf7yt
    @DipakDas-cf7yt Před 3 lety +5

    সুন্দৰ🌹🌹🌹 মোৰ ফালৰপৰা তিনিও গৰাকী লৈ হিৰা ফৰা মৰম জাচিলো🙏

  • @labanyagogoi5728
    @labanyagogoi5728 Před 3 lety +15

    অতি মনোৰম বাঁহীৰ সুৰ । সুললিত সুৰ ।আগুৱাই যোৱা আমিৰ আন্তৰিক শুভাশিস আছে তোমালোকৰ যাত্ৰা পথত

  • @chanadra
    @chanadra Před 3 lety +7

    কি সুন্দৰ,কি অপূৰ্ব সচাকৈয়ে। It is really amazing, what a melodious voice & what a combination of flute and saxophone! Keep it up.Thanks to All.

  • @nirjurajgogoi319
    @nirjurajgogoi319 Před 3 lety +11

    Sweet voice of bondita and well played by other twos. Never stop.

  • @ucchakamalchetia4807
    @ucchakamalchetia4807 Před 3 lety +7

    কিযে সুমধুৰ ! অশেষ ধন্যবাদ।

  • @axomiya12lora
    @axomiya12lora Před 3 lety +22

    কবলৈ ভাষা নাইআগু!ৱাই যোৱা

  • @riya5041
    @riya5041 Před 2 lety +1

    বাহ কি মজা সুৰ , তিনিগৰাকীলৈ শুভেচ্ছা জনালো ৷

  • @bhupenchandrahazarika1583

    সুন্দৰ । সকলোৰে উজ্জল ভবিষ্যত কামনা কৰিলোঁ ।

  • @dipaliboruah2757
    @dipaliboruah2757 Před 3 lety +12

    বৰ ভাল লাগিল। ছোৱালী মানুহে এই বাদ্য বজালে বহোত ভাল লাগে ।তোমালোকলৈ শুভেচ্ছা থাকিল।

  • @MaheshChBoro
    @MaheshChBoro Před 2 lety +7

    So sweet voice n expert musicians

  • @nazrulislamict2038
    @nazrulislamict2038 Před 2 lety +6

    ইমান সুন্দৰ কন্ঠ

  • @basantapatra8626
    @basantapatra8626 Před 3 lety +32

    বহুত ভাল লাগিল আৰু ভাল হৈছে ।মাজত বজোৱা ভণ্টি গৰাকীৰ ভঙ্গীমাৰখিনি মই বেছি ভাল পালো ।তিনিওগৰাকীলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল ।

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Před 3 lety +8

    তিনিও গৰাকীৰ সংযুতি টো অতি সুমধুৰ হৈছে।

    • @dineshkakati6824
      @dineshkakati6824 Před 2 lety

      তিনিও গৰাকী লৈ মোৰ শুভেছ্যা নাছিলো

  • @pkchoudhury9883
    @pkchoudhury9883 Před 2 lety +1

    বহুত ভাল লাগিল , মানুহৰ মাজত ওলাই আহক । সকলোৱে আদৰি লব

  • @padmaramdeka1856
    @padmaramdeka1856 Před 3 lety +2

    মন ভৰি গল গীত টি শুনি গায়িকা,বাঁহী বাদক তিনি ও গৰাকী লৈ ধন্যবাদ জনালো,সুভাষ নাথলৈও শলাগ আগ বঢ়ালোঁ ।

  • @rubulvlogscreation5376
    @rubulvlogscreation5376 Před 3 lety +1

    Bahut dhuniya programs, bhal hoise..

  • @jitendrasaharia5602
    @jitendrasaharia5602 Před 3 lety +3

    শুনি থাকিলে আৰু শুনি থাকিবলৈ মন যায়। আগলৈও শুনিব পোৱাৰ আশা কৰিলো

  • @dhontiraidehengiraidehengi5844

    মন মোহিত kori গল বহুত ভাল লাগিল 👍👍👍

  • @tukhaswarbordoloi2432
    @tukhaswarbordoloi2432 Před 3 lety +9

    বহুত ভাল গাইছা... তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @ajitdeka1996
    @ajitdeka1996 Před rokem +1

    Like vey like. Iman val lagise kobo noari. Aru val howok.

  • @manabdas8367
    @manabdas8367 Před 3 lety +2

    Bah ki moja palu o,khub sundar.hunkale Val din ahibo de

  • @prafullagoswami9622
    @prafullagoswami9622 Před 3 lety +2

    অতি সুন্দৰ লাগিছে কবলৈ ভাষা নাই তিনিও গৰাকীলৈকে শুভেচ্ছা থাকিল ৷

  • @milisingnarpi8449
    @milisingnarpi8449 Před 3 lety +1

    Iman dhuniya Matt bahut dhuniya guwa baa Tumi aagbarhi juwa❤️❤️💝💝💞💞

  • @nandeswarrabha2311
    @nandeswarrabha2311 Před 3 lety +16

    বহুত ভাল লাগিল জু্থিকা। ভগবানে তোৰ মঙ্গল কৰক।

  • @rajibbhuyan318
    @rajibbhuyan318 Před 3 lety +90

    অতি মোহনীয় কণ্ঠৰ গৰাকী বন্দিতা , জুথিকা আৰু কৈলাস ৰাভাৰ যাদুকৰী বাহীৰ সুৰ ৷ আপোনালোকে TV ত Program কৰিব আৰু ষ্টেজ show কৰিব ৰাইজে আদৰি ল’ব ৷

    • @rejinabegum629
      @rejinabegum629 Před 3 lety +4

      z

    • @maheswarkoch2003
      @maheswarkoch2003 Před 3 lety +2

      Nothing impossible 🙅 don't worry you will achieve your goals. Wish you all the best.

    • @PavanKumar-sl9rs
      @PavanKumar-sl9rs Před 3 lety

      . .. . . , ,. . , . . . , .. . 0. 0
      . . 0 .. ... .. . .. ,. , . , ,., ,,. .
      ., . ..,. , .. . , , . ,.. . ,. , . , . . , . . . ... . 00 .
      ., ूहदपकर..... ....९९
      . ,..,, ., .., , .,. . 0. ,,., , . , . , ,.

    • @kironbasumatary2541
      @kironbasumatary2541 Před 3 lety +2

      Lpppp

    • @kironbasumatary2541
      @kironbasumatary2541 Před 3 lety +2

      Ll9oolllllllool

  • @robinmohan9667
    @robinmohan9667 Před 3 lety +9

    শিল্পী কেইগৰাকী ৰ যাদুকৰী পৰিবেশন অতি সুন্দৰ ।

  • @studychenel8397
    @studychenel8397 Před 3 lety +5

    ফেচ বুকত পাইছো ।বহুত ভাল লাগিল।

  • @ANILDAS-pi5es
    @ANILDAS-pi5es Před 3 lety +2

    যাদুকৰী কণ্ঠ বন্দিতাৰ আৰু জুঠিকা আই জনীৰ magical play of saxophone সচাকৈ মনোমহা আৰু মনোৰম কৈলাশ দাক নো কোনে নেজানো। শুভেচ্ছা জনালো। TV PROGRAMME ত আহিবা বুলি। ✌️👍✌️🙏🙏

  • @rijuhazarika6046
    @rijuhazarika6046 Před 3 lety +5

    অতি সুন্দৰ,কুশলে ৰাখক প্ৰভুৱে

  • @bhabengogoi5313
    @bhabengogoi5313 Před 3 lety +4

    সুন্দৰ হৈছে ,,, তুমি আৰু আগ বাঢ়ি যোৱা তাৰ কামনাৰে ,,,,,,

  • @alisha358
    @alisha358 Před 3 lety +2

    Bohut dhunia lagise . Ki Sundar voice.

  • @surendrachandranath8124
    @surendrachandranath8124 Před 2 lety +1

    অতি সুন্দৰ পৰিবেশন, অসমীয়া হিচাবে গৌৰৱ অনুভৱ কৰিছো ।

  • @prabalkashyap6529
    @prabalkashyap6529 Před rokem

    আন্তৰিক অভিনন্দন জনালো ধন্যবাদ পিছে ইয়াৰ পিছত অহংকাৰী হৈ যাব নেকি।

  • @kamlanath9976
    @kamlanath9976 Před 2 lety +1

    Shundar ati shundar. Adhik aaguyai jabar babe lswarar osarat pathana janalu.

  • @arpanagoswami4249
    @arpanagoswami4249 Před 3 lety +2

    ভগৱানে মঙ্গল কৰক ।কবলৈ ভাষা নাই।👍🙏🙏🙏🙏

  • @nandakumarray6217
    @nandakumarray6217 Před 3 lety +7

    ধুনীয়া....ভাল লাগিল আশা কৰোঁ আগলৈও গাবা.ধনবাদ

  • @harenpatowary7468
    @harenpatowary7468 Před 3 lety +7

    অতি সুমধুৰ কণ্ঠ বন্দিত,তিনিওৰে উজ্বল ভবিষ্যত কামনা কৰিছোঁ

  • @ratulnath9715
    @ratulnath9715 Před 3 lety +3

    সুভাষ দাদাক বহুত বহুত ধন্যবাদ ।আপোনাৰ চেনেলৰ জৰিয়তে নবীন প্ৰজন্মৰ প্ৰতিভা আগুৱাই আহক ।congratulations to all

  • @papunath4930
    @papunath4930 Před 3 lety +6

    সুন্দৰ কণ্ঠ গৰাকী।

  • @animadas6099
    @animadas6099 Před rokem +1

    Sasakoi bhut val lagilse .aagloi agbarhi jaok tarei kamna krilo.👌👌👌

  • @hemalibalahajong4889
    @hemalibalahajong4889 Před 3 lety +6

    May God help you more success and bright future , with love affection.

  • @manikasom3552
    @manikasom3552 Před rokem +1

    আপোনালোকক আটাই কে মোৰ অন্তৰ ভৰা মৰম আৰু শ্ৰদ্ধা দিছোঁ।জীৱনত আপোনালোকক লগ পাবলৈ মন যায়।

  • @Dognedirbiope-Tulashi
    @Dognedirbiope-Tulashi Před 3 lety +2

    সুন্দৰ ইমান সুন্দৰ।আপোনাক ভাষাৰে বুজাব নোৱাৰো ।ইমানে ভাল লাগিছে ।Thank you so much.বাইদেউ।

  • @jitenlahkar4485
    @jitenlahkar4485 Před 3 lety +5

    Oti sundor, tumaluk aagbahi juwa, asirbad thakil

  • @sureshsingha5806
    @sureshsingha5806 Před 3 lety +4

    অতি সুন্দৰ পৰিৱেশন। ভাল লাগিল বহুত

    • @sureshsingha5806
      @sureshsingha5806 Před 3 lety +3

      শিল্পী গৰাকীৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিলোঁ

  • @babitatalukdar8541
    @babitatalukdar8541 Před 3 lety +6

    Bandita your voice is very sweet God bless you

  • @ajaysaikia7988
    @ajaysaikia7988 Před 3 lety +2

    বহুত ভাল লাগিল আৰু ভাল হওক ভবিষ্যত আশা থাকিল ।

  • @gogoiprasanta6763
    @gogoiprasanta6763 Před 2 lety +1

    অতি সুন্দৰ তিনিওলৈকে বহুত ধন্যবাদ।

  • @rabindranathsamanta8901
    @rabindranathsamanta8901 Před 3 lety +5

    আন্তরিক শুভেচ্ছা ও অভিনন্দন জানাই আপনাদের সমবেত প্রয়াস কে।

  • @probirdutta2790
    @probirdutta2790 Před 2 lety +1

    তিনিওলৈকে শুভেচ্ছা জ্ঞাপন কৰিছো ভগবানে কুশলে ৰাখক আগলৈ শুনি বলৈ পাম বুলি আশা কৰিলো

  • @irabarman1976
    @irabarman1976 Před rokem +1

    অতি সুন্দৰ কন্ঠ👌👌🤩

  • @subornaroy9303
    @subornaroy9303 Před 3 lety +1

    Bhantihat ati sundar hoi che agbahi juwa bhagabane hohai kariba

  • @dipaknath5214
    @dipaknath5214 Před 3 lety +8

    Beautiful dhunia kontha sur i like

  • @rajkumarmondal9637
    @rajkumarmondal9637 Před 3 lety +3

    Thak you all artist for upload this valuable melody sweet voice .very heart touching and pleasure may God always help u .

  • @reetabordoloi5258
    @reetabordoloi5258 Před 3 lety +2

    বহুত বহুত ভাল লাগিল |ইমান সুন্দৰ কণ্ঠ তোমাৰ |সদায় আৰ্শিবাদ থাকিল তোমাৰ উজ্জল কামনাৰে |

  • @manojgogoi9953
    @manojgogoi9953 Před 2 lety +1

    কবলৈ ভাষা নাই............সুন্দৰ।

  • @papuborah2008
    @papuborah2008 Před 3 lety +1

    Mojaaaaa.....Xosai bohut .....dhuniya...

  • @bachugogoi2201
    @bachugogoi2201 Před 3 lety +4

    সুন্দৰ 👍👍

  • @rakeshboro5305
    @rakeshboro5305 Před 3 lety +2

    অতি সুন্দৰ ভাল লাগিল

  • @rajbongsimadhabdadirblog4409

    Very nice, keep it up ,practice hard

  • @mamonigohain5996
    @mamonigohain5996 Před 3 lety +2

    অতি সুন্দৰ হৈছে

  • @bedonadas4833
    @bedonadas4833 Před 3 lety +1

    Tiniu gorakike mur falor pora bohut bohut dhoinobad,Hiya mon jur pori gaishe,,

  • @anandaramborah6442
    @anandaramborah6442 Před 3 lety +3

    I am impressed with beautiful playing of saxophone by miss rabha. I like your simplicity and father as well. Get going ahead with humanity , one day you'll shine, God bless you

    • @bornaliborghua6524
      @bornaliborghua6524 Před 2 lety

      Mealodi brings energy to heart prodiused it very perfectly thanks to all of them

  • @mafizuddinahmed8834
    @mafizuddinahmed8834 Před 3 lety +2

    অতিশয় ধুনীয়া গীত গাই অনিন্দিতাই

  • @pmani-hr1wg
    @pmani-hr1wg Před 3 lety +1

    Bhut val lagil 3 jonoloi moi hiya vora morm jasilu... 👍👍👍

  • @minaramborah4572
    @minaramborah4572 Před 3 lety +4

    বৰ সুন্দৰ " ভাল লাগিল

  • @gitanjalimajumdar840
    @gitanjalimajumdar840 Před 3 lety +9

    Oti xundar

  • @golapitalukdar9689
    @golapitalukdar9689 Před 3 lety +3

    Eman sundar hoyise .god bless you .

  • @apurbaborthakur6729
    @apurbaborthakur6729 Před 3 lety +1

    বৰ সুন্দৰ হৈছে দেই । মজা

  • @jugaldeka.1381
    @jugaldeka.1381 Před 2 lety +2

    ঈশ্বৰে তোমালোকক মংগল কৰক।