লোকগীত সুভাষ নাথ Lokageet by Subhash nath. ASSAMESE FOLK SONG
Vložit
- čas přidán 5. 03. 2020
- যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু ,সুৰৰ যাদুকৰ জুবিন গাৰ্গ ৰ আশু আৰোগ্য কামনা কৰি উৎসৰ্গিত
কন্ঠ: সুভাষ নাথ
#Lokageet
#Zubeengarg
#Assamesefolksong
গীত সংগ্ৰহ: সুভাষ নাথ
সুৰ: পৰম্পৰাগত
সঙ্গীত সংযোজন: সুভাষ নাথ আৰু কেশৱ বৰুৱা
বানীবদ্ধ: ক'লাজ ষ্টুডিঅ' অঞ্জনজ্যোতি/ আৰু ডেনিচ
বেটুপাত: নিকুবৰ
বিশেষ কৃতজ্ঞতা: ৰিতুস্মিতা তালুকদাৰ, আনন্দ খাটনিয়াৰ ( ব্ৰেণ্ড এম্বেচাদৰ অসম পৰিবেশ)
অনুপমা ডেকা,
নয়ন নিবিৰ, সঙ্গীতা বৰ্মন, বিশাল বৰ্মন - Hudba
এজন ভাল শিল্পী বিচাৰি পাইছো আপোনাৰ কণ্ঠত।বৰ ভাল লাগিছে গীতটি,কণ্ঠও সলাগৰ যোগ্য।।মাথো এৰি নিদিব, আপোনাৰ দীৰ্ঘায়ো কামনাৰে এমাহত ৪/৫ টি গীত শুনিবলৈ পাম বোলি আষা কৰিলো।।
মাটত মৌ লগা, শব্দত হূদয় কপোৱা এনে অপূৰ্ব সূন্দৰ গান আগলৈও যেন শুনিব পাও তাৰে কামনাৰে সুভাষ দা
ইমান যে মধুৰ। গোপীৰ হৃদয়ৰ আৱেগধালি গাইছা।টাতে বাহীৰ হিয়া কপোৱাসুৰতুমি আগবাহি যোৱাবোপাই।আশীবাদ দিছো।কৃষ্ণ।
মন প্ৰান ভৰি গ'ল ♥️
ভগৱানে আপোনাক ও সদায় সুস্থ কৰি ৰাখক প্ৰাৰ্থনা জনাইছোঁ 🙏🙏।
*বহুত বহুত ধন্যবাদ জনালোঁ।*
সুমধুৰ গীত ❣️🙏
অতি সুন্দৰ 💕
সুভাষ দা আপোনাৰ গীতটো চালো বহুত ভাল লাগিছে , দেউতাৰ আৰু মা আপোনাৰ গীতটো শুনি বহুত ভাল পাই , আপোনাৰ অনুস্থান বিলাক চাই লাগে দাদা ,
সুভাষ দা আপোনাৰ এনেকুৱা গান শুনিলে সৰু সুৰা বেমাৰো ভাল হৈ যাব,কি অপূৰ্ব কন্ঠ আপোনাৰ,আগলৈ আৰু এনেকুৱা গান শুনিব পাম বুলি আশা ৰাখিলো
মধুৰ কণ্ঠ। ❤❤
খুবেই সুন্দৰ হৈছে দাদা। জুবিন দাক গাবলৈ দিব এবাৰ নতুনকৈ
বাহীৰ মাত অতি মনোমোহা 👌👌💘💘
সুৰীয়া বাঁহীৰ মাত আৰু আপোনাৰ সুমধুৰ কণ্ঠত উচ্চাৰিত বৰগীত শুনি সঁচাই মন প্ৰাণ চুই গল। আপুনি নাগাৰা নামৰ লগতে বৰগীতৰো সুন্দৰকৈ চৰ্চা কৰিছে। আপোনাৰ সু আপোনাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ সুভাষ দা। 🙏
Hearth touching loka geet.
🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔
Uyg
Ududydjd
Xosay bhut bhut val lage aibur lokogeet🙏🙏
অতি সুন্দৰ কণ্ঠদান।হিয়া ত চুই গৈছে।সূভাস দা আৰু এনেকুৱা গীত পোৱা ৰ আশাৰে ,ধন্যবাদ।
সুন্দৰ হৈছে
Oh,,god ,,so sweet,
Suvas da ,,mon pran vori goise .
Bandhab he ..ee ..ee ..ee.. a., Sur 2 bhut vl lagise .🌹❤️
অতি সুন্দৰ হৈছে নাথ ভাই ।
Subhash nath da apunar nagara naam ba gan jiyei nhowk xunile suni thakibolei mon jai..apunar konthor jadu ase..apuni aagbarhi jawk dada..
সুভাষ -- তোমাৰ অধিক সফলতাৰ আশা কৰিলোঁ
লোকগীত ক আৰু আগুৱাই লৈ যোৱত আপুনি বহুত অবদান আগবঢ়ালে।ধন্যবাদ দাইদে।❤
Dhuniya lagise
শ্ৰুতিমধুৰ ভক্তিগীতি !
Bohut bohut dhuniya hoise 🙏🙏🙏
বহূত ভাল হৈছে
কৃষ্ণ 🙏🙏🙏
ভাল লাগিছে সুভাষ দা সুন্দৰ কণ্ঠ
গানৰ সুৰ, বাজনা, আৰু লহৰ ভাল হৈছে, ধন্যবাদ
বান্ধৱ হে .. 🙏 খুবেই প্ৰিয় ♥️এনেকুৱা ভাল ভাল কাম কৰি যোৱা সদায়
ভগৱানে এইখিনি শক্তি দি যাওক তোমাক লগতে জুবিন দা আৰোগ্য হওক 🙏🙏
বহুত ভাল লাগিছে ধন্যবাদ হলিৰ সুভকামনাৰে
Very nice
Ritusmita Talukdar mojja
Dhuniya laaggil dada
Lllllllllllllllllll
সুন্দৰ দাদা।
সুন্দৰ ,,,,ভাল লাগি গ'ল শুনি 👍
Moja 😘😘😘
Nice ...so cute voice suvash dada...apunar naam Mur bhut vl lage...agloi aru vl hok apunar 🙏
Bohut Val lagil khuni naam tu🙏🙏🙏
ইমান ধুনীয়া কন্ঠ ❤
Ati sundar love it🥰
বহুত সুন্দৰ গাইছে 🙏
বহুত ধুনীয়া হৈছে বাপা আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে , এনেকৈয়ে আগুৱাই যোৱা ।
U🙄1
Hundor👌
bor sundar hoise
ধুনীয়া হৈছে
সুৰ শব্দ বহুতেই সুন্দৰ ভাল লাগিছে।
Subhash da khub bhal lagil.
বাপ প্ৰথমে সেৱা আগবঢ়াই।এটি অনোৰোধ আকৌ এই বোৰ গীতৰ শৰাই পাম বুলি আকৌ এবাৰ সেৱা ধৰিলো। কৃষ্ণ।
Wow nice dada
Bohut dhuniya hoise dada mon sui gol
Mojja 👌👌👌
pp
Keep at up dada🙏🙏🙏🙏🙏
তোমাৰ প্ৰচেষ্টাত এই চিয়া গীত শুনিবলৈ পালো,ভাল লাগিল।
অতী সুন্দৰ
Dhuniya lagil gan2 xhuni ❤️❤️❤️🙏
Bhut bhut dhuniya kokaideu...
Hokolu bur aru agoloi Jen ag barhi jai tare kamona korilu... 👍👌❤️😘🙏
Dhuniaa dada 👌👌👌
Awesome....... Iman xundor
Xundar
Ki hundor kontho .aguwai juwa
ইশ্বৰৰ মহিমা অপাৰ নিভাজ কন্ঠ সুন্দৰ সুস্বাস্থ্য কামনা কৰিলোঁ জয় শ্ৰী ৰাম৷
Ati shundar lagise.vagabane aguae juyat shahay karak.
Val lagil Subhash da.Love u zubeen da
Bohut hundor dada huni takibo mon jay ❤👌
Moiu xub xunu
অতি সুন্দৰ হৈছে।
Mojaaa subash দা
তুমাৰ কন্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা হোৱা কামনা ভাইটি
Dhuniya lagise xuni..Zubeen dak val powa manhu bahut ase xasai de
Val lagil dada
Khub val lagil .....
সুন্দৰ হৈছে আগলৈও এনে গীত শুনিশুনিবলৈ পাম বুলি আশা কৰিলো
সুন্দৰ হৈছে।
সুন্দৰ হৈছে সুভাষ দা,,,, বৰ ভাল পালো শুনি ,👌👌👌
Tini bar xunilu...bohut dhunia hoise.. Subhash da
ধুনীয়া লাগিল শুনি দাদা
সুব সূন্দৰ মিঠা কন্ঠ আপোনাৰ যেন অমৃত পান কৰি আনন্দ লাভ কৰিলো
আাৰু আগবাঢ়ক৷ বহুত বহুত ধন্যবাদ আপোনাক এটা সুন্দৰ লোকগীত আমালৈ আগবঢ়োৱাৰ বাবে৷ 👍🙏🙏🙏
A
N1a.2.
Z.16
Oti xundur lokogeet
Xosake hridoy sui goise...aru aguai jaok..
Nice song jay Horee nam jay.
Mojaa lagise subaash daa
অন্তৰ চুই গৈছে গানটোই,♥️♥️♥️♥️♥️♥️♥️♥️
ধন্যবাদ জনালোঁ
Nice
Eman je dhunia lage apunar git xuni kobo vaxa nai dada great aru akhibad dishu aru aguai jaok dada
🥰🥰🥰 vaxa nai kobole.ki hundor poribexon.ai kontho dirghojibi houk
অতি সুন্দৰ সুমধুৰ কণ্ঠস্বৰ শুনি আপ্লুত হৈছোঁ ।আগলৈ এনেকুৱা সংগীতবোৰ শুনিবলৈ পোৱাৰ আশাৰে শুভেচ্ছা ও শুভকামনা কৰিছোঁ ।
সুন্দৰ কণ্ঠ । খুউব ভাল লাগিছে তোমাৰ গীত তো তথা ৰচনা সমুহ । কৃতকাৰ্য্যতা কামনা কৰিলো পভু ভগৱন্ত ৰ ওচৰত । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
Aaponar gaan bor bohut vall lage
ভাল লাগিল ।
Ai gantu mor bohut val lage..bohut bar xunisu atiyau xunu
এই লোকগীতটো আপোনাৰ কণ্ঠত শুনা খুব হেঁপাহ আছিল দাদা।👍👍👌👌
ধন্যবাদ জনালোঁ
সুন্দৰ সুভাষ👌👌
অতি মনোৰম। এইবাৰ বাণীবন্ধন কৰিলে খবৰ কৰিব বজাই দিম।
Bhut val lagil
বহুত ধুনীয়া হৈছে দাদা..
Bahut val lagil
সুন্দৰ কণ্ঠ
Bah bahut val lagise apunar xur
অতি সুন্দৰ হৈছে দাদা😍
Majja dada
কৃষ্ণ কৃষ্ণ ,সুন্দৰ ভক্তি ৰস ।
সুন্দৰ কন্ঠ নিগৰাইছে। খুবেই ভাল লাগিছে। ভগৱান তোমাৰ লগত সদায় আছে।
Very very sweetable the Assamese folk songs was sung by Subhas Nath about the the king singer Jubin Garg.I like support his songs .That is why his heart touching songs is a valuable property of Assamese cultural field.
Dhuniya hoise bhal lagise dada
👌👌👌👌aponar lokgeet first' xunilu....bohut Val lagil xuni
Very nice song& very sweet voice
Bohut val lagil Dada 👍
Subash da mind blowing, go ahead & joi Zubeen da