Video není dostupné.
Omlouváme se.
নিজৰ যাদুকৰী কণ্ঠৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ৬০ৰ উৰ্দ্ধৰ তৰুলতা দাসৰ কণ্ঠত শুনক সুমধুৰ গীত
Vložit
- čas přidán 30. 06. 2024
- নিজৰ যাদুকৰী কণ্ঠৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ৬০ৰ উৰ্দ্ধৰ তৰুলতা দাসৰ কণ্ঠত শুনক সুমধুৰ গীত
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
এই বোৰে আচলতে প্ৰকৃত শিল্পী। অনুষ্ঠানটো ভাল পোৱা সকলে এটা লাইক কৰা।
আইঐ দেহি বাইদেউ,,আপোনালৈ সশ্ৰদ্ধ প্ৰণাম জনালো ।।ইমান সুন্দৰ সুৰীয়া কণ্ঠ ❤❤❤
মানুহ গৰাকী লৈ শ্ৰদ্ধা জনালো ।অতি সুন্দৰ কন্ঠ।আচল শিল্পী এই সকল হে ।
অতি সুন্দৰ কন্ঠ,আচলতে এইধৰণৰ সংগীত সমূহ শুনি দেহ মন হাত পৰি যায়। জেঠাই আপোনাক ভগৱানে কুশলে ৰাখক।
আপুনি ইমান সুন্দৰ কন্ঠ লৈ কত সোমাই থাকিল বাইদেউ 😒 এতিয়া ও মাতৰ ৰেন্জ ইমান যদি গাভৰু কালত তাৰমানে কিমান সুৰীয়া কৈ গাইছিল আপুনি ……💖💖💖প্ৰণাম জনালো আপোনাক🙏🙏
প্রকৃত শিল্পী গৰাকী লৈ প্রণাম যাচিলো। 🙏🙏🙏🙏
Very nice
Q@@mukulborpatra2546
এই বয়সতো এই মাত এইয়া এক সাধনা আৰু কলা❤ । ভালে থাকক আপুনি ভগৱানে ভালে ৰাখক। 🙏
বহুত বহুত সুন্দৰ। এনে শিল্পীক হে বিহু অনুস্থানত লাগে। লাখ লাখ বেলেগ শিল্পীক দিয়াতকৈ।ভগানে ভালে ৰাখক আপোনাক।
এই বয়সতো কি সুন্দৰ কণ্ঠ, শুভেচ্ছা থাকিল আপোনালৈ
সুন্দৰ কন্ঠ ❤❤
ধুনীয়া ❤
বহুত ভাল লাগিল
আৰু খণ্ড আছে যদি দিয়কচোন
স্বভাৱ শিল্পী। ইমান যে সুন্দৰ কণ্ঠ!আৰু লাগে তেখেতৰ গান।❤❤❤
ধুনীয়া হৈছে ❤
Bahut bahut dhuniaa .suni thakile sunibor mon jaai .love form mangaldai .❤❤❤
সঁচাই বৰ্মা গৰাকীৰ ইমান সুন্দৰ কণ্ঠ ❤শুনিলে শুনি থাকিব মন যাব😌
Apunar bohut diniya hopun ata pura hol Sage, bohut vl lagil hosakoi, ,, ❤️❤️
অতি সুন্দৰ কণ্ঠ।এয়া আপোনাৰ আৰম্ভনি হে।আগবাঢ়ি যাওক।গানৰ বাবে কোনো বয়স বাধা নহয়।
Waw eman dhuniya voice❤❤❤❤❤❤❤
ইমান সুন্দৰ মাত ,সৰুতেই এইবোৰত ভাল সুবিধা পোৱা হলে বিখ্যাত হলহেতেন ।নমস্কাৰ ।
বাইদেউ জিন্দাবাদ। ইমান দিনে বাইদেউ কিয় নিজকে লুকাই আছে????? বহুত বহুত শুভেচ্ছাৰে লগতে আপোনাৰ সু স্বাস্থ কামনা কৰিলো।
Wow emn dhunia kontho anusthanto sai bohut val lagil❤
বাপ্পা ঐ ,,,ইমান সুন্দৰ কন্ঠ ❤❤❤❤❤
প্ৰতিভা কেতিয়াও লুকাই নাথাকে ভগৱানৰ আশীৰ্বাদ থাকিলে বিকাশ হয়। খুৰি আপোনাক সহস্ৰ প্ৰনাম 🙏 জনাইছো। ঈশ্বৰে সদায় ভালে ৰাখক আপোনাক। আৰু কিমান যে প্ৰতিভা সোমাই আছে চুকে কোনে নিউজ লাইভ ক ধন্যবাদ জনাইছোঁ এনেদৰে প্ৰতিভা ৰাইজৰ মাজলৈ লৈ অনা বাবে।
Bohut val lagise baidey❤❤❤❤❤❤❤❤❤
Artist is born! মনটো বৰ ভাল লাগিলে। আগলৈও তেখেতৰ গান শুনিবলৈ। আশাৰে বাট চাই ৰলো।
অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল বাইদেউ।ঈশ্বৰে আশীৰ্বাদ কৰক।আপোনালৈ শুভেচ্ছা জনালোঁ 🙏🙏🙏।
বহুত ভাল লাগিল ❤❤❤❤❤
Awesome singing ❤superb voice 👌
Aiya aamar akhomor matri, nomoskar jonalu. Bohut val lagil mon tu.
Hundor ❤❤❤
খুউব সুন্দৰ। প্ৰকৃত শিল্পী।
Mojaaaa dei ma bohut bahut ❤ nice 💯
বহুত ভাল লাগিল সুনি।
Bohot dhunia lagise 😍
সুৰ মধুৰ কন্ঠৰ গৰাকী। 🎉🎉🎉
bhal lagil atiao eman hundar konth
Mesmerizing rendition . She should be patronized by Bihu Committees. Really a better singer than so called many young popular singers...Never should be neglected only because she is old, graceful, and does not try to attract public by dancing to the tune of each and every song..
Khub khundar Kantha.bahut bhal lagil
সঁচাকৈ বহুত ভাল লাগি গল ।এইটো বয়সলৈকে আপোনাৰ যাদুকৰী কণ্ঠ ❤❤❤
bht vl lagil 👍❤
Bohut val lagise baido
তেখেতলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো লগতে তেখেতৰ সুসাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।এনেদৰে গান গাই যাওক।বহুত বহুত ভাল লাগিল। 😂নমস্কাৰ
Sundhor bohut val loga❤❤❤
Ati hundor♥️🙏🙏🙏
Manuh garakir kantha xuni mur caku pani ulai hoisa ❤❤
মঞ্চত জপিয়াই ফুৰা শিল্পী সকলোক গৰিহণা দি আইতা গৰাকীৰ কণ্ঠক শ্ৰদ্ধা জনাই সেৱা জনালোঁ
বহুত ভাল লাগিল দেই
Xundor xosai barhia gaise❤❤
অতি সুন্দৰ ❤
অতি সুন্দৰ কন্ঠ বৰ মা❤❤
তৰুলতা বা আপুনাক দীর্ঘ জীবন দান কৰক ভগবান।
Eman bhal lagise .
Oti hundor kontho.Bhogowan hohay houk apunar
Bahut.bahut bhal lagil..
Bohut dhunia hoise Aita❤❤
Bah ..... Pure kontho ❤❤
What a melodious voice 👍👍👍
বাইদেউৰ বৰ সুৰীয়া কন্ঠ ।
সশ্ৰদ্ধ প্ৰণাম 🙏🙏
Mur maa enedore gaan gaisile theatre aru kisuman soru sura ke kintu dukhia manuh maak aguai nibole moi suwalijoni hoi nuwarilu... Eman dhunia gaan gai maa tothapi
ভাল লাগিছে❤❤❤
অতি সুন্দৰ কণ্ঠ❤থমকি নৰব।আগবাঢ়ি যাওক বাইদেউ।
অতি ধুনীয়া মাত
বহুত ধুনিয়া লাগিল ❤❤❤❤❤❤
Bahut hundar voice🎉🎉
মন ছুই গল
Khub hundar hoyse itaa
অতি সুন্দৰ
সঁচাকৈয়ে বৰ ভাল লাগিল
Bohut Sundar.
প্ৰকৃত শিল্পী।সেৱা জনালো।আৰু আগবাঢ়ি যাওক।
khub hundor
Eman hundor kontha❤❤❤
Bahut bhal lagise
Bahut bahut hundar haise.
Old is gold 🙏👌
Wow bor Val loga gan apuna bhut bhut khuborkamona jonalu bor Val🙏🙏🙏🙏🙏
Aji kalir bur a vorit vorit tuli gale hoi song...kintu aapuni thio hoi gaise ..aapunak hatokuti pranam .
🎉🎉🎉 selut. sasa silpi bhabane bahut din jiyai rakhak.
Best congreslation
Bar dhuniya kantha baido val lagil
Borhia pai 💟
Oo ma dhuniya ❤❤❤❤
News live k dhanybad aru parile dib
ভাল লাগিল
Very very beautiful❤❤❤❤
Bohut val lagile god bless you
Ati sundor
Super 🎉🎉🎉🎉🎉🎉
আগলৈ, শুনিবলৈ পাম বুলি আশা কৰিলোঁ
Very good❤❤
সুন্দৰ কণ্ঠ এই বয়সত ।এইবোৰহে শিল্পী । এইসকলকহে আৰ্থিক ভাবে সহায় কৰিব লাগে যাতে আগলৈ আৰু উৎসাহ পাব ।
Real gayika hoi thq👌❤
Oti sundor.
Very lovely voice
কি সুন্দৰ সুৰ
বৰ ভাল লাগিল বাইদেউ গান শুনি
Amazing ❤
Love you ba.
বয়সে কনঠ ৰুধিব পৰা নাই৷শুনি ভাল লাগিল৷ভগবানে আপোনাক মঙ্গল কৰক