Gayanshri Bora | বিতু সোনোৱাল আৰু জ্ঞানশ্ৰী বৰাৰ প্ৰেম কেনেকৈ আৰম্ভ হৈছিল? N18V
Vložit
- čas přidán 8. 09. 2024
- Gayanshri Bora | বিতু সোনোৱাল আৰু জ্ঞানশ্ৰী বৰাৰ প্ৰেম কেনেকৈ আৰম্ভ হৈছিল? N18V
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সোনোৱালৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব ৰাইজৰ দলৰ প্ৰাক্তন মুখপাত্ৰ জ্ঞানশ্ৰী বৰা ।
#news18assamoriginals
#kmss #gyanashreebora #assamesewedding #dowry #wedding #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
ভগৱানে যুগ্ম জীৱন সুখৰ কৰক।
অভিনন্দন থাকিল সুখি হোৱা সদাই
যুগ্ম জীৱন সুখৰ হওঁক অভিনন্দন থাকিল ।বৰ ভাল লৰা ছোৱালী তেওঁলোকৰ ভাৱ ধাৰা লেখত লৱ লগীয়া ।
জ্ঞানশ্ৰী আৰু বিতু লৈ বৈবাহিক জীৱনলৈ আশীৰ্বাদ। থাকিল
জীৱনৰ বাটে ঘাটে ভগৱানে সহায় কৰক জীৱন যুদ্ধ জয়ী হওক আৰ যুগম জীৱন সুখৰ হওক
বিটু আৰু জ্ঞান শ্ৰী তোমালোকৰ বৈবাহিক জীৱনলৈ অলেখ শুভকামনা জনালোঁ ❤️💜❤
Congratulations❤❤
🎉
বহুত বহুত শুভেচ্ছা থাকিল দুয়োজনলৈ।❤
Hundar
মানুহজনৰ কথা কেইটা খুব সুন্দৰ। এগৰাকী নাৰীক দিবলগীয়া সন্মান,অধিকাৰ আৰু মৰ্যাদাৰ বিষয়ে কোৱা কথাষাৰে ভাল লগালে।
আমি আশীবাদ কৰিছো তোমালোকৰ যুগ্ম জীবন সুখী হোৱা ।কিন্তু যুগ্ম জীবন সুখী হোৱা লগতে জাতীয় জীৱনৰ চেতনা ও সদায় অটুট থাকে যেন ।
❤
super
শুভেচ্ছা থাকিল। ভগৱান। সদায় তোমালোকৰ সাৰথি হৈ থাকে যেন।জীৱনত সফল হোৱা। আগবাঢ়ি যোৱা।
প্ৰতিটো খোজতে সুখ আনন্দ সফলতা তোমালোকৰ লগৰী হ ওক।। দাম্পত্য জীৱন মধুময় হ ওক। শুভেচ্ছা থাকিল।
ঠিকেই কৈছে নাৰীও নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰি বুলি
যুগ্ম জীবন সুখী হওঁক ।❤❤🎉
বিতু জ্ঞানৰ শুভ বিবাহৰ সফল হৈছে আৰু তেওঁলোকৰ যুগ্ম জীৱন সকলো দিশৰ পৰা সফল হওক বুলি শুভেচ্ছা জনালোঁ। 🎉🎉🎉
Gyanasri Baideu Professor hoi thakilei val pam.
God bless you
যুগ্মজীৱন সুখী হওক
❤❤❤
Xodai enedorei.thakiba tumaluk.sukhi..hua lov.you.❤❤god.help.your s.long life
Congratulations 🎉
তোমালোকৰ দাম্পত্য জীৱন সুখৰ হওঁক।
অসমৰ ৰাইজৰ আশীৰ্বাদ আছে ।
তোমালোকৰ যুগ্মজীৱন সুখৰ আৰু আনন্দৰ হওঁক।
দেৰগাঁও।
No sacrifice
Vogobana kripa korake krishna
বিতু ভাইটি, তুমি এগৰাকী সুন্দৰ, উচ্চ শিক্ষিতা আৰু এখন সংস্কৃতিবান লোকৰ ঘৰৰ জীয়ৰী জীৱন সংগী হিচাপে পাইছা।ই কেৱল তোমালোকৰ ঘৰখনৰ বাবেই নহয় সমগ্ৰ মাকুম বাসী ৰাইজৰ বাবেই গৌৰৱৰ কথা। তোমালোকৰ দাম্পত্য জীৱন সুখৰ হক মধুৰ হক তাকে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাথনা জনাইছোঁ। ধন্যবাদ।
Good news .best of luck
ভগৱানে যুগ্ম জীবন সুখৰ কৰক ।
You have no knowledge about kalma president of India, it is unfortunate
All the best Bitu!
ভৰ্গৱানে যুগ্ম জীৱন সুখৰ কৰক
যুন্ম জীৱন সুখী হোৱা ❤❤❤
বহুত ভাল ছোৱালী আৰু ল'ৰা জনো ভাল ভদ্ৰ
avinandan
❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉
❤❤❤😢😢😢😢😊😊
দুয়োগৰাকীলৈ শুভকামনা থাকিল
Election khelibo mane next
Politics line ot oha vl upai....population val lgse dada
Duejonoleke subhesa thakil boibahik jebonor nice video udeshna। From jorhat
Jitul Sonowal logt brkup keneke hol
আশীর্বাদ কৰিছো তোমালোকৰ যুগ্ম জীৱনত সুখী হোৱা।
Olekh huvokamona
Hirar tukura paiso bituvai Congratulations
tumaluke hukhi huwa.nitikeshor dore dudinote marinepelaba tair nijormoteu alop jiyaboloi diba sobore ata nijoshota thake.
আপুনি যদি অসমীয়া এগৰাকী ছোৱালী হয় তেতিয়া হলে অনুগ্ৰহ কৰি *সোণোৱাল* শব্দটোৰ শুদ্ধ অসমীয়া উচ্চাৰণ কৰিব নে ?
যদিহে আপুনি *সোণোৱাল* শব্দটোৰ উচ্চাৰণ নাজানে তেতিয়াহলে কেনেকৈ উচ্চাৰণ কৰিব লাগে জনা বুজা মানুহক সোধক ।
"সোণোৱাল* শব্দটো *চোনোৱাল* বুলি কৰা উচ্চাৰণ শ্ৰুতিকটু হয়।
দুয়োজন সখি হৈ থা
❤❤ val lagil
Suwali jonik olp Borokha bar dore lagise dekhibole.
অভিনন্দন জনালো
快没开门慢慢看看看嘛看
.......াল news কৰি থাক এই বোৰ। কাম নাই আৰু
Vl suwali pala job thoka
Balegor kutit kiyo lagi thaka ...
贫民窟来莫欧美龙茗路美啦美啦默默欧美吗欧美
来来了吗啦啦啦
❤
Congratulations ❤❤