কেনেকৈ হব আমাৰ সন্তান আজি কম।সোনকালে ত্যাজ্যপুত্রী উঠাই লওঁক নহলে পৰিস্থিতি বেয়া হব! Lesbian Couple

Sdílet
Vložit
  • čas přidán 10. 09. 2024
  • Lesbian Couple Story
    #dhanashribaishya#lesbiancouple#assameseyoutuber#lgbtq
    Fb page link - www.facebook.c...
    Fb page name - Dhanasri Baishya

Komentáře • 588

  • @Minakshi7474
    @Minakshi7474 Před 9 měsíci +118

    সমাজ এটা যে নিয়ম আছে এঘৰীয়া কৰি থৱা এই নিয়ম টো নোহোৱা কৰিব লাগে🙏 এই নীতি নিয়ম ওৰ বাবে কিমান জনে ভাল পোৱা জনক হেৰুৱাব লগা হৈছে । মই ও এটা কথাই কও মানুহ এবাৰ এ জন্ম লয় এটা ধুনীয়া জীৱন লৈ জীয়াই থাকিব সকলো উৱে বিচাৰে । নিজৰ মতে জীয়াই থাকিব দিয়ক 🙏 নিয়ম নীতি এইবোৰ মানুহে নিজাকৈ ওলোৱা নিয়ম হয়। এইবোৰ নোহোৱা কৰক ।

    • @deepshikhadeka744
      @deepshikhadeka744 Před 9 měsíci +5

      Cast loi o kimn ki prblm soli ase amar xomajot ...😢

    • @Minakshi7474
      @Minakshi7474 Před 9 měsíci +3

      উমম 😥 বিশেষকৈ অসমৰ ভিতৰত গাওঁবোৰত । চৰকাৰৰ পৰা এটা সিদ্ধান্ত লৈ সমাজৰ নীতি নিয়ম কিছুমান নোহোৱা কৰিব লাগে ।

    • @Tanbirofficial855
      @Tanbirofficial855 Před 9 měsíci +1

      Rigbt

    • @nilakhigayan2867
      @nilakhigayan2867 Před 9 měsíci +1

      Right 👍

    • @Janmoniboruah1950
      @Janmoniboruah1950 Před 7 měsíci +2

      ​@@Tanbirofficial855tanbir da tmk bohut vl lge aru tmr style tu vl lge ❤ dada bulie koisu dei tmk ❤

  • @putulkalita7782
    @putulkalita7782 Před 9 měsíci +46

    দুয়োজনীৰে কথাবোৰ বহুত ভাল লাগে ❤❤ মোৰ ব্যাক্তিগত কথা , সিহত দুয়োজনীয়ে এটাই আনটোক ইমানেই ভাল পায় সেই কথা আন মানুহে ভাৱিব নোৱাৰে গতিকে দুয়োৰে জীৱন সুখৰ হ‌ওঁক 🙏

  • @mrinmoyeedas7399
    @mrinmoyeedas7399 Před 9 měsíci +91

    শুভকামনা জনালোঁ দুয়োলৈ ❤️❤️❤️ আনৰ কথা আওকাণ কৰা আৰু সুখী হোৱা 🥰

  • @lutfabegum5614
    @lutfabegum5614 Před 9 měsíci +44

    এনে ধৰণৰ মানুহক চৰকাৰে বিনামূলীয়াকৈ চিকিৎসা ব্যৱস্থা দিয়ে য়েন এয়াই মোৰ অনুৰোধ

  • @bhabanikakati9110
    @bhabanikakati9110 Před 8 měsíci +22

    তনবিৰক মোৰ বৰ মৰম লাগে তোমালোক সদায় শুখী হৈ থকা

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před 8 měsíci +17

    কিছু দিনৰ আগতে গ্ৰ্ন্থসুবাসত সমকামী ৰ ওপৰত এটা কাহিনী পঢ়িছিলোঁ। তেতিয়া গম পাইছিলো ছোৱালী গৰাকী পুৰুষ জনৰ লগত বিবাহ পাশত আবদ্ধ হৈ কোনোদিনে তেওঁ স্বামী ক পত্নী ময্যদাৰে সুখী কৰিব পৰা নাছিল। কাহিনী টোৰ নাম আছিল মন ময়ূৰীৰ বিয়া। এই লৈ ময়ূৰী সদায় দুখত ভাগি পৰিছিল মন আছিল দুদান্ত প্ৰেমিক। ময়ূৰীয়ে মনক শাৰীৰিক সুখ দিব নোৱাৰিছিল যদিও মনে তাইৰ মাত কথা আদৰ যত্নতে সন্তুষ্ট হৈছিল। কিন্তু আজিৰ সমাজত নাৰীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা হয়।কেইজন মনৰ দৰে পুৰুষ ওলাব যিয়ে শাৰীৰিক সুখ দিব নোৱাৰা সত্ত্বেও পত্নীক আদৰি লৱ? এওঁলোকে যি সিদ্ধান্ত লৈছে থিকেই আছে। জন্মতেই মাক দেউতাকৰ ভুলৰ বাবে তেওঁ লোক এনে জীৱন পালে।শুভকামনা জনালোঁ দুয়োলৈ সুখেৰে থাকা 💐💐👍

  • @meghalidas3240
    @meghalidas3240 Před 9 měsíci +13

    Xukhi huwa jibon tu agborhai loi juwa bhut bhut subehsa thakil duijonole❤❤

  • @recipemakeranjumoni9856
    @recipemakeranjumoni9856 Před 9 měsíci +21

    ভালে হৈছে।ছোৱালী ছোৱালী থাকিলে ভাল লৰা লগত থাকিলে কাজিয়া হৈ থাকে।দুই জনি ভালকৈ থাকিবা

  • @suman-1994
    @suman-1994 Před 9 měsíci +69

    এইবিলাক সম্পৰ্ক চবেই সমৰ্থন কৰিছে কিন্তু বিধবা হ'লে বিয়া পাতিলে কিয় বেয়া পায়

  • @debabalasonowal7923
    @debabalasonowal7923 Před 9 měsíci +45

    ❤❤ সুখী হোৱা দুয়ো ।❤❤ নিজৰ মতে জীৱন জীয়াৰ অধিকাৰ আছে সকলোৰে """

  • @jayantibarman1109
    @jayantibarman1109 Před 9 měsíci +87

    ছোৱালীৰ লগত যে ছোৱালীৰ বিয়া নহয়, এজনী ছোৱালী আৰু এজন লৰাৰ হে বিয়া হয় সেইকথা তেওঁলোকেও মানি চলে। নহলে কিয় এজনীয়ে লৰাৰ দৰে সাজ পাৰ পিন্ধে,দুজনীয়ে মেখেলা চাদৰ নিপিন্ধে কিয়?

    • @julisaikia9934
      @julisaikia9934 Před 9 měsíci +8

      থাকিব বিচাৰিছে লগতে থাকক but বিয়া পাতিব লাগে nu swali lgt😂😂😂

    • @pallabjyotideka9159
      @pallabjyotideka9159 Před 9 měsíci +10

      Nijoke suwali buli koi.ajoni dekhun mota type thake.

    • @julisaikia9934
      @julisaikia9934 Před 9 měsíci

      @@pallabjyotideka9159 🤭🤭🤭

    • @Danirojasfc6
      @Danirojasfc6 Před 9 měsíci +5

      Absolutely right ✅️ 👏

    • @babahatimuria8291
      @babahatimuria8291 Před 8 měsíci +1

      Good question..???

  • @bimalakakoti1700
    @bimalakakoti1700 Před 8 měsíci +14

    হে মা গায়ত্ৰী দেৱী তোমাৰ চৰণত ভক্তিভাৱেৰে কৈছোঁ দুই গৰাকীয়েই ওপৰত প্ৰতিটো মুহুত সু দৃষ্টি শক্তি ৰাখিবা ,

  • @rumineogborah-rr6bu
    @rumineogborah-rr6bu Před 9 měsíci +23

    দুয়োকে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ আৰু জীৱন মানুহৰ দুদিনিয়া কোনো অমৰ নহয় সেই বাবে দুয়ো সুখী হৈ থাকিব ❤❤

  • @gitekowar3238
    @gitekowar3238 Před 9 měsíci +11

    তোমাৰ লোক দেখি ভাল লাগিছে দুয়ো বহুত বহুত সুখি হোৱা❤❤❤❤

  • @DamayantiKalita-vz8bn
    @DamayantiKalita-vz8bn Před 9 měsíci +22

    দুয়োগৰাকীক লৈ মোৰ ফালৰ পৰা বহুত বহুত শুভ কামনা থাকিল !

    • @mintusaikia01
      @mintusaikia01 Před 8 měsíci +1

      দুই গৰাকী মাহেকীয়া হলে ভাত কুনে বনাব আপুনি জনাব plz

    • @bkp9774
      @bkp9774 Před 8 měsíci

      ​@@mintusaikia01 তনবিৰৰ কাজিন ককায়েক আহি সহায় কৰিব।

  • @girish8501
    @girish8501 Před 9 měsíci +30

    বেলেগৰ মতে কি মই নাজানো কিন্তু মোৰ মতে তোমালোকে সুখত থাকা ।

  • @tinabaruah4334
    @tinabaruah4334 Před 9 měsíci +25

    আপোনালোক দুই গৰাকি সুখি থাকক❤

  • @lilimarightbasumatary6246
    @lilimarightbasumatary6246 Před 9 měsíci +9

    Thank you dhanashree ,teulukar manor kotha manuhe Jen anuvob kare ❤

  • @taramaipegu1610
    @taramaipegu1610 Před 9 měsíci +15

    কি যে দিন আহিছে ইমানতে সামৰিব লাগে।

    • @babahatimuria8291
      @babahatimuria8291 Před 8 měsíci

      কি যে হব।।।
      চাটনী নোহোৱা পকৰি
      খা

    • @user-tq1jv1cd9y
      @user-tq1jv1cd9y Před 8 měsíci

      Misingr jat klhh sup thk

  • @Kaushik632
    @Kaushik632 Před 9 měsíci +62

    দুয়োগৰাকী লৈ মোৰ ফালৰ পৰা বহুত বহুত শুভ কামনা জনালোঁ। ঈশ্বৰে মংগল কৰক দুয়োকে, আৰু সুখী থাকক।❤

  • @bontibora4333
    @bontibora4333 Před 9 měsíci +41

    দোয়ো গৰাকীলৈ মোৰ শুভকামনা ❤❤❤❤

    • @user-wd1xh7fd7p
      @user-wd1xh7fd7p Před 6 měsíci

      তনবীৰ কথা খিনি বৰ লাগে

    • @user-wd1xh7fd7p
      @user-wd1xh7fd7p Před 6 měsíci

      তাই বৰ সাহসী

  • @kalpanadevi9257
    @kalpanadevi9257 Před 7 měsíci +4

    তোমালোক সুখী হোৱা আশীৰ্বাদ

  • @meghmollika1133
    @meghmollika1133 Před 9 měsíci +30

    আপোনালোকে দুয়ো সুখী থাকক❤❤

  • @nirmalsumidas6372
    @nirmalsumidas6372 Před 9 měsíci +10

    Mor hisapt abilak vl nohoi suwalir lgt suwali biya huwa tu

  • @krishnakhound6354
    @krishnakhound6354 Před 9 měsíci +19

    তোমালোক সুখী হোৱা শুভেচ্ছা জনালে.

  • @minotigogoi193
    @minotigogoi193 Před 9 měsíci +14

    সুখী হোৱা তোমালোক❤

  • @user-tb4vr1kj6h
    @user-tb4vr1kj6h Před 8 měsíci +4

    তনবীৰ সমপূৰ্ণৰূপে ছোৱালী সাজত ওলালে কি যে ধুনীয়া লাগিব ৷

    • @bkp9774
      @bkp9774 Před 8 měsíci

      সলনা সলনি কৰিব পোছাক।

  • @user-pe2mx1ti2s
    @user-pe2mx1ti2s Před 9 měsíci +5

    Agor dinot ako anekua nasil....kolijug ses hb aru😂

  • @user-ty6zv1ox3t
    @user-ty6zv1ox3t Před 9 měsíci +7

    ভগবানে তুমাৰলোক ভালে ৰাখক so very nice ❤❤❤❤😊❤

  • @sashipatowary8614
    @sashipatowary8614 Před 8 měsíci +5

    তোমালোক দুয়ো মনে বিচৰা ধৰনে সুখী হোৱা।

  • @rinkigogoi7455
    @rinkigogoi7455 Před 9 měsíci +24

    আজিৰ দিনত নিজে সুখী হোৱাকৈ চলিব লাগে,বাকী মানুহৰ নো কি,উখাহ টো শেষ হোৱা দিনা লৈ সুখেৰে থাকিবলৈ নিদিয়ে।

  • @user-eg5jg3db9v
    @user-eg5jg3db9v Před 8 měsíci +27

    Treatment Dorkar News. Nidiley. Bhal. NEKI ?

  • @rupjyotiborah3967
    @rupjyotiborah3967 Před 8 měsíci +9

    আমাৰ যোৰহাট বসী জোৱাই। মৰম চেনেহ কৰি ৰাখিবা দেই আমাৰ ছোৱালী বহুত ঠাণ্ডা, মৰম কৰিবা । ঈশ্বৰে সহায় কৰিব। ঈশ্বৰৰ ওচৰত একো ভূল নকৰিলে এদিন ফলৱতী হবা । সংসাৰৰ জালাত আখৰ লিখিবয়ে নজনা হৈছো

  • @user-pd1hl5ke4m
    @user-pd1hl5ke4m Před 4 měsíci +1

    জীয়াই থকা জীৱনত সুখী হোৱা ৷

  • @Purbi102
    @Purbi102 Před 9 měsíci +18

    ভালে থাকা দুইও❤❤❤শুভেচ্ছা জনালোঁ

  • @mamonisaikia39
    @mamonisaikia39 Před 9 měsíci +15

    বহু ত ভাল লাগিছে তন বিৰ কৰিশিমা সদায় শুখি হৈ থাকিবা ভাল লাগিল

  • @user-wp7vl4ok8h
    @user-wp7vl4ok8h Před 9 měsíci +12

    দুয়োজনলৈ শুভেচ্ছা থাকিল😊 ভালে থাকা সদায় ❤আনৰ কথা কাণ নিদিবা আগবাঢ়ি যোৱা তোমালোক

  • @ahom__suwali8165
    @ahom__suwali8165 Před 8 měsíci +9

    শোখি হোৱা ❤❤ভাল লাগিছে তোমালোক দুয়োজন শোখেৰে থাকা

    • @alaminmullah
      @alaminmullah Před 8 měsíci

      Nijor showaliya kori la support kori bo naki.😊😊

  • @user-bl4kp6fy9q
    @user-bl4kp6fy9q Před 8 dny

    এইটো কেনেকৈ সব পাৰে ছোৱালী হৈ ছোৱালীক বিয়া পাতে আমাৰ ইছলাম ধৰ্ম লিখা আছে এইবোৰ কিয়ামতৰ আলামত হয় 😢😢

  • @bijumonideka2374
    @bijumonideka2374 Před 9 měsíci +7

    Be happy guys..bhut bhut morom mor falr pra ❤❤🎉🎉

  • @KailashHaloi-vx6pw
    @KailashHaloi-vx6pw Před 3 měsíci +1

    বহুত বহুত ভাল লাগলে ❤❤❤❤

  • @ASarmy748
    @ASarmy748 Před 9 měsíci +12

    তনবীৰ দেখিবলৈ বহুত ধুনীয়া দেই , তোমালোক সুখি হোৱা সদায়

    • @Tanbirofficial855
      @Tanbirofficial855 Před 9 měsíci

      Tqu❤

    • @ranudashaloi871
      @ranudashaloi871 Před 9 měsíci

      Kothabor eman hohos nohoi sansar aarombha korilehe gom pabo, jetiya time bor gou thakibo tetiya anutapto hobo

  • @najirabegum1537
    @najirabegum1537 Před 9 měsíci +11

    শুভেচ্ছা থাকিল ❤❤❤

  • @binaburagohainwary5565
    @binaburagohainwary5565 Před 4 měsíci

    Prem Baisakh ,hahokh Lao Agbha .hundor jibon..Arsibad thakil.

  • @suhanabegum1638
    @suhanabegum1638 Před 9 měsíci +3

    Vl lgil ba...apuni vidio tu ona krne...ru hihotr kthabur bhutt vl lgil❤

  • @ThaneshalahanThaneshalahan

    Bohut bohut val lagil timaluk duyuloke khuvoka monathakil❤❤❤❤❤

  • @MalobikaMoran-zc6br
    @MalobikaMoran-zc6br Před 8 měsíci +4

    সুখি থাকা তোমালোক ❤️❤️জিৱন মানে দুদিনিয়া

  • @user-uz8im6ry2x
    @user-uz8im6ry2x Před 3 měsíci

    তনবইৰ তোমাৰ কথা শুনি ভালে লাগিল। কিন্তু পাচলৈ তাতে এনেকৈয়ে থাকা। দুয়োটা কমালে লাগিব। দুয়োটা মুখেৰে থাকা।বহুত বহুত ধন্যবাদ।❤

  • @GitikaKumari-c7p
    @GitikaKumari-c7p Před 14 dny

    সদায় ভালে থাকা আনৰ কথা নুশুনিব ❤❤❤❤❤❤❤❤❤

  • @lonidehingia2589
    @lonidehingia2589 Před 9 měsíci +12

    সকলো নহয় কেৱল কিছু সৰু ধাৰণাৰ মগজুৰ মানুহৰ বাবেই সকলো বেয়া ভাল বিচাৰ হয় , সকলোৱে নিজৰ জীৱনত বিচাৰ বিবেচনা কৰি নিজে সুখী হোৱাৰ অধিকাৰ আছে, তোমালোক সাহসী, সুখী হোৱা সদায় তোমালোকৰ দৰে আৰু বহুতে সমাজৰ ভয়ত নিজকে শেষ কৰি পেলাই । তোমালোকলৈ শুভকামনা ৰৈ নিদিবা আগুৱাই যোৱা❤🌈

  • @user-ev2xx5tv3q
    @user-ev2xx5tv3q Před 9 měsíci +10

    তনবিৰ তোমাৰ কথা বোৰ ভাল লাগিল।

  • @bhabanikakati9110
    @bhabanikakati9110 Před 6 měsíci +1

    তনবিৰ তোমাক বহুত ভাল লাগে তোমাক লগ পাবলৈ মন জাই

  • @tapansonowal9022
    @tapansonowal9022 Před 8 měsíci +3

    তোমালোক নিজৰ জীৱন আনৰ কথা নোহিনিবা সুখী হৈ থাকা ❤❤❤❤❤

    • @GWRPLIVE
      @GWRPLIVE Před 8 měsíci

      সিহতৰ নিচিনা মানুহ থাকিলে পৃথিবীত কেনেকৈ মানুহ জনম হব😁😁😁😁😁🤣🤣🤣🤣

  • @garishmitachoudhury2008
    @garishmitachoudhury2008 Před 8 měsíci +1

    Life2u nejr hoi xai babe nejr design nej lbo lge jt happy thke xai2u a kribo lge lorar lgt biyea hoi ki kribo oitshar pbo le nki

  • @HimaniKalita-hv5us
    @HimaniKalita-hv5us Před měsícem +1

    Tanbir tomak bhout Val Lage tomak lag pabe besaru❤you

  • @sanjibkashyapsasamesesong8397
    @sanjibkashyapsasamesesong8397 Před 9 měsíci +16

    Assamese lesbian first😂 moi দেখিছোঁ😊

  • @diptimudoi6177
    @diptimudoi6177 Před 8 měsíci +5

    সুখী থাকা।

  • @SazinaBegum-bl4lv
    @SazinaBegum-bl4lv Před měsícem +1

    Bahot val lagese

  • @_ranju_das
    @_ranju_das Před 9 měsíci +9

    বা আপোনালোকে এইবোৰ নিউজ দিব। নালাগে কাৰণ এইবোৰ কৰিলে অসম ৰসাতলে জাব

    • @YTCREATORZONETEAM
      @YTCREATORZONETEAM Před 8 měsíci

      আমাৰ দৰে গৰমত চোলা খুলি ঠাণ্ডা লব পাৰিবনে

  • @instynol9422
    @instynol9422 Před 2 měsíci

    দুজনকে খুব ভাল লাগিছে।❤️❤️❤️

  • @dekavideos6404
    @dekavideos6404 Před 9 měsíci +6

    Biya khon baru thike ase kintu pisr khini he😊 pthom khini vl hole nhoi manuhr jibonr khekhr khini vl hbo lge

  • @majonibegum7287
    @majonibegum7287 Před 9 měsíci +4

    Blgr khta bad dyk nd tumalke njr mte sli jwa xodai happy hy thka ❤❤❤❤❤❤❤❤

  • @user-lg7gv6sp2w
    @user-lg7gv6sp2w Před 9 měsíci +4

    Tewluk xukhi hoi asa xukhi hoi thakibo diya , Balagor life ot entry koratu Val kotha nohoi,♥️♥️♥️♥️

  • @itsmemanalisha
    @itsmemanalisha Před 9 měsíci +4

    Jetia adopt kora baby to dangr hbu buji powa hbo tetia xi orginal ma papa k bisorat lagi jabo saba ako 🥲

  • @InamulHussain-yh5cx
    @InamulHussain-yh5cx Před 8 měsíci +6

    তোমালোক দুয়ো যেন ভালে থাকা সুখী হোৱা আৰু সুখত থাকা 😊😊 মোৰ ফালৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আল্লাহে তোমালোকক ভালেৰে ৰাখক 🙂🙂😊😊☺️☺️👍👍🥲🥲❤️❤️💜💜💖💖♥️♥️👩‍❤️‍👩💐💐🎉🎉🎉🎉🎉

  • @bolindrathengal1772
    @bolindrathengal1772 Před 9 měsíci +2

    Tanbir Tumi dehkibo bohut dhuniya,,,, aru tumar kotha bur val lage,,

  • @bhaitimili2788
    @bhaitimili2788 Před 9 měsíci +10

    Doctor ৰ লগত কটা পাতি এজনীৰ gender chanche কৰিলেই sun হল ❤

    • @rinasarma8105
      @rinasarma8105 Před 9 měsíci

      Gender chang korile nohoi dei

    • @tulugogoi388
      @tulugogoi388 Před 9 měsíci

      Kio nhy

    • @abinashkhanikar
      @abinashkhanikar Před 8 měsíci

      Gender change kori lora hbo pare but teu lora suali Jomo koribo nuari because suali body tu lora Dore nhoi aru paribo
      Karbar sperm loi karisma pregnant hbo paribo

  • @mousumidas8463
    @mousumidas8463 Před 8 měsíci +2

    এইয়াও ভগবানৰে সৃষ্টি । আবেগ অনুভব এইয়াও প্ৰাকৃতিক । একো জটিল নহয় আছলতে । সমাজত সদায় দেখি থকা ল'ৰা ছোৱালীৰ প্ৰেমৰ বিপৰীত যদিও এইয়াও স্বাভাবিক । মংগল হওক তোমালোকৰ ।

  • @user-ce3tv4xm2p
    @user-ce3tv4xm2p Před 5 měsíci

    Ouu bhonti mur life mur kotha ...eitu dailog namariba ... Tumi ma r petor pora jonmo hoisa ...ma r kosto khini tumi dekha nai ..deutar kosto dekha nai ...wawwww

  • @arupchandradas4443
    @arupchandradas4443 Před 8 měsíci +1

    এইবোৰ কিবা ভিটামিন ৰ অভাৱত হে মূৰৰ বিকৃতি হয়।। যায় হওঁক ভিটামিন খালে দুয়ো নিজৰ পৰা আঁতৰি স্বাভাৱিক জীৱন যাত্ৰা কৰিব। প্ৰকৃতি ৰ বিৰুদ্ধে গলে শাস্তি পাবই।।

  • @axombastopgaming9269
    @axombastopgaming9269 Před 7 měsíci +1

    Tumalok duyu a xukhi howa gotei jibon tu akhirbad korisu logote moko akhirbad koriba jate moru val powa biyaloi poriborton hoi❤❤❤❤❤❤ all the best

  • @bhagyasreehazarika122
    @bhagyasreehazarika122 Před 8 měsíci +4

    Tanbir kothabur bohut besi val lagise batsa adopt korim nije jonmo diatke besi punyo hobo hosa kotha

  • @Rekhafamilyvlogs-
    @Rekhafamilyvlogs- Před 9 měsíci +7

    Happy married life... Hukhi hua ❤

  • @dikhadevi9218
    @dikhadevi9218 Před 9 měsíci +1

    Nijor jibon2t kenekoi jiai thakibo xei2 nijor kotha... Ag bahi jua duiu xuxi hua..

  • @user-ti1bd7gc4k
    @user-ti1bd7gc4k Před 7 měsíci +1

    Tewluk Sukhi thakatuhe men kotha❤❤❤❤❤❤

  • @pallabidas9207
    @pallabidas9207 Před 3 měsíci

    Baa apunar vedio bur sai val lage kin2 aibur nidib val nalage

  • @juntirajkhowajuntirajkhowa861

    Manuhe ketiya u vl ktha alusna nkre hodai beya ktha he homalusna kra manuh ase heya aukan kri nir khuj ag bha..,... Mru tenekewa aght porotig ase bht jibntu ..... Kintu tmalukk bht vl lgile...

  • @user-gm5zn6ud6u
    @user-gm5zn6ud6u Před 8 měsíci +1

    Jibontu hukhi hoi thakatuhe asol.duyu gorakiloi hubhesa jonalu .❤❤❤

  • @moontaye8434
    @moontaye8434 Před měsícem

    Niti niyom bisari manuhor jibon hek koribo nalage. Vogobanor likhon ji likhise heya hoboi.

  • @nayanmonidas5812
    @nayanmonidas5812 Před měsícem

    Hoi tonbiror sposta kotha. Bilak val lage 🎉🎉🎉.

  • @AnjuDas-i1p
    @AnjuDas-i1p Před 18 dny

    God. Bless. You. Both. ❤❤❤❤❤

  • @user-hw1ts5xq9d
    @user-hw1ts5xq9d Před 8 měsíci +1

    দুয়ো ভালে থাকা

  • @user-zu8en9li8u
    @user-zu8en9li8u Před 8 dny

    valpuat lora suali knu ktha nai love is love

  • @TutumoniBorah-ub4vy
    @TutumoniBorah-ub4vy Před 5 měsíci

    Val lage tumalukok hukhot thaka❤❤❤

  • @MunuBora-lo7sz
    @MunuBora-lo7sz Před 5 měsíci

    So beautiful tumr lukok bhut vl laga hodai anakoi hahi thaka duo

  • @JerifaAhmed-re7sl
    @JerifaAhmed-re7sl Před 8 měsíci +2

    Xodai happy hoi thakiba god bless you❤️☺️

  • @jyotikaborah-mf3yc
    @jyotikaborah-mf3yc Před 9 měsíci +2

    Khodaii aeneke vl ke thakiba ❤❤❤ tumalukr kotha xuni bohut vl lagil❤❤

  • @rinasarma8105
    @rinasarma8105 Před 9 měsíci +3

    Tumi kak utkhahito korisa eibur inter viwe noloba dei

  • @gitimanath1219
    @gitimanath1219 Před 9 měsíci +5

    Val nalage kiba aibur....aibur k mati vidio nabanab.....plz

  • @nikumoni48
    @nikumoni48 Před 9 měsíci +4

    Kothakhini aasorit holeu kintu ata kotha..soborei ata monor aaxa thake nijor life tuk loi..kuneu karu xomshya xamabhagi nohoi..teulukor xomshya nije he sloft koribo..aane ji kunu kotha gai ki pabo..tumalukor aaxar xopun bhangi jabo nidiba xukhi huwatu mein kotha..manuhar mon buli kuwa tu jodi nubujei.tene kiyo manuhe manuhok bisare.. just xukhi huwa.

  • @hiyamalakar6787
    @hiyamalakar6787 Před 9 měsíci +4

    Duita happy thaka xodai...love u both❤

  • @sabitakumari9060
    @sabitakumari9060 Před 9 měsíci +2

    Tanvir r kothabur bohut val lage❤❤, tumalok xukhi hoa

  • @Bolinchetia-nv1nb
    @Bolinchetia-nv1nb Před 8 měsíci +3

    সুখি থাকা তোমালোক❤❤❤

  • @newgkassames
    @newgkassames Před 9 měsíci +2

    Happy hoi thaka 2maluk ...manuhor kotha bad diya

  • @dulumonimahanta5001
    @dulumonimahanta5001 Před 8 měsíci +3

    এইবোৰ চাবলৈ লাজহে লাগে।

  • @user-on1mn7uv5o
    @user-on1mn7uv5o Před 8 měsíci +5

    ভালে থকা তোমালোক ২জনি❤❤❤❤

  • @kamalapatar1465
    @kamalapatar1465 Před 9 měsíci +4

    লাজ ও নাপায়
    চী ছী

  • @dikshitakakati4570
    @dikshitakakati4570 Před 8 měsíci +4

    Kotha bor xuni bor vl lagil happy thka tumalok anor najanu ❤

  • @mamoniboruahchutia5012
    @mamoniboruahchutia5012 Před 9 měsíci +2

    Muru jibonr bohu kotha kobo ase...

  • @firstlove541
    @firstlove541 Před 9 měsíci +6

    Val lagil ❤