শিক্ষামন্ত্ৰীৰ মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কি প্ৰত্যুত্তৰ শিক্ষক সমাজৰ?

Sdílet
Vložit
  • čas přidán 25. 06. 2022
  • তুংগত উঠিছে ৰাজ্যৰ শিক্ষক সমাজেৰে সৃষ্টি হোৱা শিক্ষামন্ত্ৰীৰ সংঘাত। এই সংঘাতৰ আঁত ধৰিয়েই এইবাৰ শিক্ষামন্ত্ৰীৰ মুখ চাই প্ৰত্যুত্তৰ শিক্ষক সমাজৰ। শিক্ষামন্ত্ৰীৰ মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কি প্ৰত্যুত্তৰ দিলে শিক্ষক সমাজে আৰু শিক্ষামন্ত্ৰীৰ প্ৰতি কি আহ্বান শিক্ষক সমাজৰ? সেই সম্পৰ্কত চাওক এক প্ৰতিবেদন।
    News Daily 24 is a satellite television channel from Assam, bringing you every day the most comprehensive bouquet of news, comments and analysis.
    𝐅𝐎𝐋𝐋𝐎𝐖 𝐔𝐒
    𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
    𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐓𝐞𝐥𝐞𝐠𝐫𝐚𝐦: t.me/ND24Updates

Komentáře • 152

  • @rajubora3485
    @rajubora3485 Před 2 lety +14

    অকল কৰ্মচাৰী বুলি নাভাবিব
    শিক্ষক বুলি ভাবি অকল শিক্ষা ব্যৱস্থা তোৰ কথা ভাবক । শিক্ষক মন্ত্ৰী আমোলাৰ গোলাম বুলি নাভাবিব। কেজৰিআলৰ পৰা টিওচন লওক

  • @pabitradas3785
    @pabitradas3785 Před 2 lety +52

    শিক্ষক জনৰ বক্তৃবঞখিনি সচাকৈ যুক্তি সঙ্গত হৈছে । কথাখিনি একেবাৰে সত্য । শিক্ষক বিলাকক ক'ত মে নলগায় ।

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Před 2 lety

      আন ৰাজ্য যেনেকৈ কেৰেলা, তামিলনাডুৰ আদিতো চৰকাৰে শিক্ষকক অন্যান্য কামত ব‍্যৱহাৰ কৰে।

  • @girindrasharma3561
    @girindrasharma3561 Před 2 lety +28

    I always respect teacher.... They are the builder of our nation. Teaching profession is all about depend on mind.. when a teacher not feel free with class or with the students then nothing will goes right.. I suggest to cut all other duties from teachers nd guide them to focus on their teaching work💗💗💗💖💖💖
    Saying truly nd

  • @pravawatipegu5451
    @pravawatipegu5451 Před 2 lety +16

    মন্ত্ৰী সকলৰ ডিউটি কত কৰে,? Ketiya কৰে? কেনেকৈ কৰে? আৰু কৰ্মচাৰীৰ দৰমহা কি তেওঁলোকৰ বেংকৰ পৰা দিয়ে নেকি? যি ওলাই তাকে কয় তিৰস্কৰ কিয় কৰে?

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Před 2 lety +34

    সঁচা কথা কৈছে শিক্ষক সমাজে...
    শিক্ষা মন্ত্ৰী ডাঙৰীয়া... গুণ উৎসৱ কেনেকৈ চলে আৰু চলিছিল তাৰ প্ৰমাণ আপোনাক লাগিব নেকি...
    প্ৰাথমিক বিদ্যালয়ত মনোযোগ দিয়ক... মুখেৰে লেকচাৰ দিয়া বন্ধ কৰক...
    আপুনি শিক্ষা মন্ত্ৰী হব পাৰে কিন্তু শিক্ষা ব্যৱস্থাৰ তোৰ ওপৰত আপুনাৰ যে জ্ঞানৰ অভাৱ সেইটো বুজা গৈছে... আগৰ জনৰো একেই অৱস্থা আছিল

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 Před 2 lety +11

    প্ৰাথমিক বিদ্যালয় বোৰত শ্ৰেণী প্ৰতি শিক্ষক নিযুক্ত কৰি শিক্ষা ৰ উন্নয়ন ৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক

  • @pinkumonigogoi5
    @pinkumonigogoi5 Před 2 lety +7

    প্ৰথমে প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক ৷প্ৰাথমিক শিক্ষা ভালকৈ নোপোৱা শিক্ষাৰ্থী কেনেকৈ নৱম দশম শ্ৰেণীৰ পাঠ আয়ত্ত কৰিব৷

  • @sanjibkumar6141
    @sanjibkumar6141 Před 2 lety +33

    অসম চৰকাৰে দিল্লী পৰা অলপ শিকা উচিত ॥লাজ নাপাব দে ॥

    • @mypubg9507
      @mypubg9507 Před 2 lety

      Dillit koi amar hikkha bibhag bohut bhal....hikkhok bhal hole hol

    • @bipulnath8531
      @bipulnath8531 Před 2 lety

      Moi ajon teacher 118 students

  • @Axomgiyan12
    @Axomgiyan12 Před 2 lety +42

    প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে হে চৰকাৰি বিদ্যালয়ৰ ৰিজাল্ট ভাল হব।

  • @prem97073
    @prem97073 Před 2 lety +9

    আমাৰ EM আৰু CM চৰকাৰী বিদ্যালয় কেনেকৈ চলাব লাগে দিল্লী লৈ গৈ কেজৰীৱালৰ পৰা শিকি আহিব লাগে

  • @abhijitgogoi16
    @abhijitgogoi16 Před 2 lety +12

    বিদ্যালয় ত আন্তঃগাথঁনি নাই, শিক্ষকৰ অভাৱ, শিকন ঘাটি নিৰূপণ কৰি থাকিলেই নহব । ঘাটি পূৰণ কৰিব কেনেকৈ তাৰ সমাধান সূত্ৰ নিৰ্ণয় কৰিব লাগিব।

  • @kripalsaikia2965
    @kripalsaikia2965 Před 2 lety +12

    পঢ়োৱা ইমান সহজ নহয়।
    শেষ কৰি দিছে শিক্ষাক।
    নিম্ন শ্ৰেণীৰ পঢ়োৱা আৰু কঠিন
    বেলেগ এজন লাগে

  • @user-cp8wl2oy2n
    @user-cp8wl2oy2n Před 25 dny +1

    আপোনালোকৰ চৰকাৰক চিৰ বিদায় দিম অসমৰ পৰা এই খন চৰকাৰ থাকিলে ৰাইজ,জিয়াই থাকিব নোৱাৰে কোনেও নিজৰ নিজৰ টকা নাই দিয়া সকলো ৰাইজৰ টকা

  • @darpandeka5141
    @darpandeka5141 Před 2 lety +12

    মই ভাবো শিক্ষা মন্ত্ৰী হিচাপে আপুনি কথা কবলৈ শিকক । মন্ত্ৰী হিচাপে আপুনিও দৰমহা লয় । শিক্ষক সকলতকৈ মন্ত্ৰীয়ে বহুত বেছি দৰমহা লয় এই কথাটো সকলো মন্ত্ৰী মহোদয়ে মনত ৰখা উচিত যে আপুনি মাথো পাছ বছৰৰ কাৰণেহে মন্ত্ৰী । সেইজন শিক্ষকেও নিশ্বয় আপোনাক ভোট দিছে ।

  • @hiteswarboro6011
    @hiteswarboro6011 Před 2 lety +6

    Teachr jonor kothatu val lagil* khosa kotha koise dei***

  • @gitashreesaikia4632
    @gitashreesaikia4632 Před 2 lety +6

    অনাষ্ঠুনিক কাম - কাজত শিক্ষকক ব্যৱহাৰ কৰাটো বন্ধ কৰক । ইয়ে ছাত্ৰ - ছাত্ৰীৰ ওপৰত প্ৰভাৱ পেলাইছে । আন চৰকাৰী চাকৰিয়ালে যদি শ্ৰেণী কোঠাত গৈ ছাত্ৰক শিকাব নোৱাৰে ; তেনে শিক্ষকে কিদৰে আন কামবোৰ কৰিব পাৰে । চৰকাৰী ব্যৱস্থাৰ এইবোৰ হঠকাৰী সিদ্ধান্তইপয়ালগা চৰকাৰী শিক্ষা ব্যৱস্থাৰ মূল কাৰণ । কেৱল বিদ্যালয়তে ব্যস্ত নাথাকি মহাবিদ্যালয় - বিশ্ববিদ্যালয়ত ছাত্ৰ - ছাত্ৰীৰ কিবা বিকাশ হৈছেনে তাৰ ওপৰত চকু দিয়াটোও প্ৰয়োজন হৈ পৰিছে । কাৰণ এচাম পক্ষপাতিত্ব কৰা শিক্ষকৰ মানসিক অত্যাচাৰৰ বলি হৈ আহিছে বহু ছাত্ৰ । যিটোৱে মহাবিদ্যালয় - বিশ্ববিদ্যালয়ত মুক্ত চিন্তাৰ পথ ৰুদ্ধ কৰিছে । একাংশ বিশ্ববিদ্যালয়ৰ শিক্ষকে তেওঁলোকৰ সকলো কথা কমতে হয়ভৰ দিয়াটো বিচাৰে ছাত্ৰই । নহ'লে বিভিন্ন ধৰণৰ ক্ষতি কৰিব শৈক্ষিক ক্ষেত্ৰখনত । পৰীক্ষা , গৱেষণা আদিৰ ক্ষেত্ৰত ।

    • @pranamikapinky4882
      @pranamikapinky4882 Před 2 lety

      বিশ্ব বিদ্যালয় পৰ্যায়ত নজৰ দিব পৰা সাহস থাকিলে হে দিব

  • @kabitabhuyan545
    @kabitabhuyan545 Před 23 dny

    শিক্ষকৰ জয় হক

  • @speakmind6474
    @speakmind6474 Před 2 lety +2

    Very genuine reason, teachers should not be used for other works outside educational institutions. Teachers must be respected they are the topmost intellectual class of the society. Politicians should not dictate them about duty.

  • @kaushikdeka1873
    @kaushikdeka1873 Před 2 lety +2

    শিক্ষকজনে ঠিক কথাই কৈছে । মন্ত্ৰী ডাঙৰীয়া , প্ৰথমতে শিক্ষা বিভাগটো ঠিক কৰক ।
    প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে ১০০/১৫০ ছাত্ৰ ছাত্ৰীক দুজন বা তিনিজন শিক্ষকে পঢ়োৱা টো সম্ভৱ নেকি !! আকৌ কৰবাত ৫/৬ জন ছাত্ৰ ছাত্ৰী , শিক্ষক হল ৯/১০ জন । গোটেই পদ্ধতি আৰু পৰিচালনাবোৰেই খেলি মেলি ।

  • @manavk4088
    @manavk4088 Před 2 lety +5

    Education minister Flop

  • @gagandas6262
    @gagandas6262 Před 2 lety +12

    There is a logic why govt teachers are being used for other multiple works except teaching in the class ...

  • @gumragpegu4306
    @gumragpegu4306 Před 2 lety +5

    শিক্ষা মন্ত্রী কেন্দ্রিক শিক্ষক নহয়। শিক্ষা কেন্দ্রিক শিক্ষক।

  • @kirangogoi4748
    @kirangogoi4748 Před 2 lety +3

    শিক্ষক সকলক অন্য কামৰ দায়িত্ব নিদিলে ভাল হয় । চৰকাৰৰ কিছুমান বিভাগ আছে (বগা হাতী) সেইসকলকহে কামত লগাব লাগে।

  • @dwipendas6063
    @dwipendas6063 Před 2 lety +5

    Hoy teacher jony thikey koisy

  • @swapnilkashyap5015
    @swapnilkashyap5015 Před 2 lety +3

    Ajikali sorkari school bilakot maximum tol khapor students die,bhal bilakto privatot e pohrai..sorkaror bhul xikhya nitir babe অআকখ,abcd,+- njonakoi Class 10 ahi poa student etak kenekoi ekebare pondit korabo? results depend kore students, teacher ru home environment or uporot..jdi ghorot nphri mobile,tv t xmoi kotai,mak deutak xojag nhoi tetia o teacher or dokh neki? Tate akou punishment completely uthai dise..dinto online ot logai nologai kiba toithyo pothai thakibo dibo.kisumn rules bonaote xikhok xomajoro poramorkho louk.Kormo nistho xikhok xkolok manoxik shap nedi muktobhabe kebol xikhya dan koribo diok 🙏🙏Manob xompod gorhota xikhokor sthan xomajot bhut nimno kori merudondo bhangi peloa hoise. raijor majot xikhokor herua purbo xonman ghurai diok ..AC roomot bohi oproyojoniyo rules bonoa bikhoya xkolok fieldot nami xghonai school poridorxon koribo diok ru prokrito karonbor bisari uliaok.. 👍

  • @tskofficial5972
    @tskofficial5972 Před 2 lety +3

    Kam nuhowa montri

  • @ricksaikia6227
    @ricksaikia6227 Před rokem

    এইজন শিক্ষামন্ত্ৰী হোৱাৰ যোগ্য যেন নালাগে।

  • @user-cn2ub1cs9p
    @user-cn2ub1cs9p Před 24 dny

    এই কথা বিলাক মানে দাস মালিকৰ কথা আন সময়তো চাব প্ৰধান শিক্ষক সকলক কৰা অপমানৰ সময়ৰ কথাখিনি ও চাব

  • @bishmitisharma2513
    @bishmitisharma2513 Před 2 lety +3

    Right

  • @pranitadutta1665
    @pranitadutta1665 Před 2 lety +2

    শিক্ষা বিভাগৰ বাবে ফলা এইবোৰে সমস্যা।

  • @pallabbhatt4330
    @pallabbhatt4330 Před 2 lety +2

    Sar mojaà

  • @jayantdeka9306
    @jayantdeka9306 Před 2 lety +4

    কোনো মন্ত্ৰীৰ জ্ঞান নাই।

  • @dipankarrabha6194
    @dipankarrabha6194 Před 2 lety

    সেইকাৰণে চৰকাৰী বিদ্যালয় HERO, সকলো কামত লগোৱাৰ বাবে.....কিহৰ প্ৰয়োজন যে অম্বুবাচী মেলাত শিক্ষকক কামত লগোৱাৰ

  • @pallabbhatt4330
    @pallabbhatt4330 Před 2 lety +2

    U r rite

  • @tileswarbora2643
    @tileswarbora2643 Před 2 lety +1

    গুণোৎসৱে লাভ যিমান দিছে ক্ষতি কৰিছে বেছি ।

  • @m.t4181
    @m.t4181 Před 2 lety +4

    Ordered Kam nosole ...kin2 order nidila police ketiya fire kribo noware...kom paise ne nai.

  • @issanoormomi9054
    @issanoormomi9054 Před 2 lety +2

    Moja... teacher r khomesea bor koneo nubuje matro anguli towabohe jano

  • @emamulhaque1375
    @emamulhaque1375 Před měsícem

    Good step done by ranoj pegu

  • @n.musiccompany9670
    @n.musiccompany9670 Před 2 lety +1

    হায় ৰে শিক্ষা মন্ত্ৰী শিক্ষক সকলোক যদি এই বিলাক কাম দিয়ে আমি বোৰ নিবনুৱা কি কৰিম। আমাৰ দেশত নিবনুৱা নাই নেকি

  • @saurovadhikary1863
    @saurovadhikary1863 Před 2 lety +4

    Education Minister....... 😁😁😁🙏🏿

  • @kabitabhuyan545
    @kabitabhuyan545 Před 23 dny

    Goswami sir zindabaad

  • @bokcho7044
    @bokcho7044 Před rokem

    Change the Education Minister 😠😠😠😠😠😠😠😠😠

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan91 Před 2 lety

    বয়সস্থ শিক্ষক শিক্ষয়িত্ৰী সকলক চৰকাৰে অনাশিক্ষানুষ্ঠানিক কাৰ্যত উদ্গনি যোগাবলৈ সুবিধা দিয়কচোন। বাকী সকলক কেৱল শিক্ষা ৰ দিশত জৰিত হৈ কৰক ।

  • @mridudeep1534
    @mridudeep1534 Před 2 lety +1

    I always respect teacher

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM Před 2 lety +2

    Teachers kam lora suali pohua, teacher jonor kam nohoi kunu karanot beleg kam karatu, Government employee hol buli government salary pai buli Kunu Tat pressure dibo nuare hoitu Niyom mote sage.. Matra monor kothatu jonalu

  • @onlineclass5882
    @onlineclass5882 Před 2 lety +1

    একমত

  • @hridaynarzary1691
    @hridaynarzary1691 Před 2 lety +2

    Teacher bilakok use nokoribo onnyo kamot. Power murot dhorise

  • @parthasen5474
    @parthasen5474 Před 2 lety

    Well say

  • @dborah2370
    @dborah2370 Před 2 lety

    লেকচাৰ মাৰি থকাটো এল আই চি এজেণ্ট যেন পাইছো ৷

  • @mukundahazarika9455
    @mukundahazarika9455 Před 28 dny

    মুৰ্খৰ ৰাজত্ব ৷

  • @mintisaikia
    @mintisaikia Před 24 dny

    কেই বছৰ মান আগত শিক্ষক সকলক NRC ৰ কামত নিয়োগ কৰাৰ ফলতো ছাত্র সমাজৰ বহু ক্ষতি হৈছিল।

  • @inglishvlogs1015
    @inglishvlogs1015 Před 2 lety

    শিক্ষক সকলক যেনি তেনি ব্যবহাৰ কৰা উচিত নহয়,

  • @nandasarma7641
    @nandasarma7641 Před 2 lety

    Sir apni jibar r Katha education minister k abakatha kariase apanak bahut thank you

  • @purabidas2186
    @purabidas2186 Před rokem

    result bea hole matiloi gali diboloi o nere..school absent korai .teacher k mati nia gali priboloi...ajikali DC r helper kisuman ADC r dop doponi teacher bilakor uporot eman besi hoi teo pahori jai j academic side r pora teotkoi bohut telented manuh teacher job kori ase..data bisari bisari govt school bilakot teaching learning enveronment naikia kori pelaise

  • @ebhabasumatary908
    @ebhabasumatary908 Před 2 lety

    As the King so are the subject.

  • @prasantadas2828
    @prasantadas2828 Před 2 lety +1

    Why the govt don't engage educated unemployed youths with some enumeration in such duties relieving the teachers? In foreign countries teachers are left with full time enabling proper time for the students.

  • @ebhabasumatary908
    @ebhabasumatary908 Před 2 lety

    As the King so are subject.

  • @mintubharali3092
    @mintubharali3092 Před 2 lety +1

    Teachers r right

  • @tuleswargharphalia3866

    We learn to honour the teachers not to the ministers. The revainging attitude towards the teachers is unfortunate

  • @Bhumiputramoi
    @Bhumiputramoi Před 2 lety +1

    Teachers should not be treated as and compared to any other employees of state/central government. Teachers are society and nation building. Teachers must be respected as they are above everyone even than politicians. If teachers are insulted in public as can be seen everyday these days students teacher relationship with be weaken and a day will come when no students will show respect towards study and teacher in future.

  • @swapnilkashyap5015
    @swapnilkashyap5015 Před 2 lety +1

    Xikhyakok rajohor dhon dile bulie ji ti kamot khotabo nki? Beleg rajya,dekhor pora xikok.. results bea hole je kebol xikhyakokor dokh,,bhal hole?etia TV r pordat imn beakoi koi thakile kon xojag abhibhabokke xntanok akou sorkari school ot dibo?baki xikhya bixoyar kormasari borok salary nidie nki.. kebol ghosh khaboloi choki khnot bohi thake je!niyam, doya, manobota eko nai..teacher IS office gole thanat joa jen lage, principal ejoneo keranik sir mati khatir dhoribo lage.imn bosor xikhya bixoya xkole school poridorxon kori gafiloti korar againstot byobosta nlole kiya??xkoloke dox diar adhikar kone dile?

  • @allin1sun24
    @allin1sun24 Před rokem

    I respect teacher........but its also some teachers are not worth to be respected.

  • @kalpajyotisaikia1754
    @kalpajyotisaikia1754 Před 2 lety

    Govt job t Salary bht besi hoise, private sector t Salary kom kintu Kam kenekua hoi sobei Jane...

  • @dmjrd4408
    @dmjrd4408 Před 2 lety

    Amar montri dangoriak teaching koribo dibo lage for nearly about a month aru logot a aburot dutyu..tar pasot exam lobo lage kiman student pass hoi...

  • @birennath8618
    @birennath8618 Před 2 lety

    Bartamanor xikhya Byabasthator pora ki xikhya lobo pari taake chinta kori aaso.

  • @momigogoi8585
    @momigogoi8585 Před 2 lety

    Ekdom hosa kotha.. Aji bule eitu duty kaile bule heitu duty, covid, election, banpani, adhar, vaccination aru bohut kiba kibi.. Kewal teacher a kiyo, aan kunu bibhagot karmachari nai neki ! Etiao enekua bohut teacher ase jiye 1 bosore covid duty a kori ase, ekhon school r pora jodi 2/3 jon teacher enebur dutyt thake tente student k pohabo kune?

  • @nurjahankhanam4333
    @nurjahankhanam4333 Před 2 lety +1

    Education minister pagol hoise

  • @kushalbaruah7185
    @kushalbaruah7185 Před rokem

    নিজৰ লৰা ছোৱালী বাহিৰত পঢ়োৱাই আনি ৰাইজৰ লৰা ছোৱালীৰ কি গুৰুত্ত লৱ এইবোৰে

  • @HereIsYourDay
    @HereIsYourDay Před měsícem

    Ronuj pegu k koi lav nai he ejon robot jar remote himanta usorot ase.....so direct tak dhorok.

  • @jwngsarmachahary4239
    @jwngsarmachahary4239 Před 2 lety

    Khikhkok yee dormohaa palio dilio Gorom bandh is garam bandh Summer vacation heto system in Assam State r khongbidanod bandhi loaa thokaa system kio ulat palot koribo khujo.

  • @jibongogoi6940
    @jibongogoi6940 Před 23 dny

    বি জে পি য়ে শিক্ষা বিভাগ ধ্বংস কৰিছে l

  • @geetachetri5727
    @geetachetri5727 Před 2 lety

    Teachers are meant for teaching

  • @indirasarmah3405
    @indirasarmah3405 Před 2 lety +1

    Goswami saror mantabya bur bhal lagil

  • @kalitamanab3008
    @kalitamanab3008 Před 2 lety

    School /college কি দাল students শিক্ষা দিয়া জনা আছে ছাৰ... আমি পঢ়িছোঁ দেখিছো

  • @munmeedeka8089
    @munmeedeka8089 Před 2 lety

    Teacher dayitto porhua. Education minister hoi aikhini najanile nubujile ki hobo? Bahut unemployed educated youth ase hehotok appoint koribo. Tar folot result bhal kenekoi hobo. Aru beton apuni nijor pocketor pora dia nai EM sir. Yat raijor poisa humai ase .

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před rokem

    Faltu kotha koise education minister jone.

  • @bishnugowala5914
    @bishnugowala5914 Před 2 lety +1

    মেলাত শিক্ষকৰ কি কাম?

  • @wonderfulcreativeworld6399

    Teaching and learning process needs concentration.Pl leave them to their noble nation building process.

  • @anjanrajbongshi6249
    @anjanrajbongshi6249 Před 2 lety

    Ronoj peguk 2dn man demo class diar karane schoolt pothabo lage.....

  • @mohibulislam148
    @mohibulislam148 Před rokem

    Aponaloke teacher bilakok beleg kamot logai kiyo.Aponi doctorate lowa manuh ki kom

  • @preeanshreesaikia6550
    @preeanshreesaikia6550 Před 2 lety

    Do not work own District,

  • @deshkimirror
    @deshkimirror Před 2 lety +1

    Ei jon sikka mantrir dorkar nai 🙏 e pagal

  • @dmjrd4408
    @dmjrd4408 Před 2 lety

    Teacherok CM a maal buli koi so aru nu ki akha korim..jot teacherok respect dia hoi taat abur..

  • @rajib09328
    @rajib09328 Před 2 lety +2

    true

  • @anjanrajbongshi6249
    @anjanrajbongshi6249 Před 2 lety

    Ronoj pegur pora xikkha bivag 2 loi himanta sire nije lbo lage...

  • @mumtazali2453
    @mumtazali2453 Před rokem

    Welcome : We know Teaching is not Profession but it is a Mission.Now, the Respected Teachers are treated as paid services. We feel it is dishonour to the builders of the Human Civilization.

  • @sanjibgogoi9109
    @sanjibgogoi9109 Před 2 lety

    Akoo kapika sir

  • @ranjankumarsaikia4763
    @ranjankumarsaikia4763 Před 2 lety

    ই গাদিৰ পৰা অতি শীঘ্ৰে নামিব 👍🏿

  • @elakalita354
    @elakalita354 Před 2 lety

    Moi high school r teacher amar high school t matra 3 jon teacher amar result kenekoi val hobo 3 jon teacherere high school sole neki ?

  • @saurovadhikary1863
    @saurovadhikary1863 Před 2 lety

    Delhi r .....CM.....aru ....EM ....r ... Qualification .....ki .... 😁😁😁🙏🏿

  • @saurovadhikary1863
    @saurovadhikary1863 Před 2 lety

    Joy .....Siri ....Ramo ..... 😁😁😁

  • @bimandoley2353
    @bimandoley2353 Před 2 lety

    Aituk Cm pati diyok

  • @axomlife7349
    @axomlife7349 Před rokem

    Aami tax nidel kor pora dibo

  • @assamesefunni7522
    @assamesefunni7522 Před 2 lety +1

    Jara

  • @jurikalita7562
    @jurikalita7562 Před 2 lety +2

    School khula thakile blg t duity dibo nalagei kin2 grm r bandha t 1month blg t duity dibo parei krn tatia2 school bandha thakei blg department bilak a2 duity kri thakei...

  • @AZ-ee2nz
    @AZ-ee2nz Před 2 lety

    MDM bondo korok aru 15, 20 dinor mure mure school visit korok aru sharba shikshar order bur komai diok sab thik hoi jabo

  • @sochinkoch1465
    @sochinkoch1465 Před 2 lety +1

    Not tell a lie not work 8th hours teaching.🤔

  • @mayurigohain8385
    @mayurigohain8385 Před 2 lety

    Teachers are tortured by the government..why not the other government employees are engaged in other duties.hw can we expect a good output from the government school while most of the teachers are bound to perform other duties rather than teaching which is their prior duty.

  • @abulhashim8625
    @abulhashim8625 Před 2 lety

    Thik koyse shikkjak

  • @debennayak4214
    @debennayak4214 Před 2 lety

    Shikha monitor Kam nai