Pathshala News | বাছনি পৰীক্ষাত ব্ৰাহ্মণ ছাত্ৰৰ লগুন খোলা ঘটনাক লৈ প্ৰতিক্ৰিয়া N18V

Sdílet
Vložit
  • čas přidán 15. 05. 2024
  • Pathshala News | বাছনি পৰীক্ষাত ব্ৰাহ্মণ ছাত্ৰৰ লগুন খোলা ঘটনাক লৈ প্ৰতিক্ৰিয়া N18V
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #pathsala #himantabiswasarma #exam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

Komentáře • 626

  • @dilipgoswami7547
    @dilipgoswami7547 Před měsícem +164

    পৰীক্ষাৰ লগত লগুণৰ সম্পৰ্ক কি?কিয় লগুণ খুলিব, ইয়াৰ উচিত তদন্ত চৰকাৰে কৰিবলৈ অনুৰোধ জনালোঁ

    • @putulrabhaputulrabha1020
      @putulrabhaputulrabha1020 Před měsícem +2

      Chakraborty hoi jetia Tew nije o tu Brahmon nohoi janu ??

    • @himashreedas4356
      @himashreedas4356 Před měsícem +3

      Hoy .bengoli bamun .odisha r hoy .Amar sir acl .bor ovodra teo agor porai

    • @bkp9774
      @bkp9774 Před měsícem

      @@himashreedas4356 বামোনে বামুণৰ বাবে, যদিহে অকণো নেভাবে, ভাবিব কুনেনো কোৱা।

    • @bharatibarkataki7592
      @bharatibarkataki7592 Před měsícem +3

      @@himashreedas4356 Thikei , vodra manuhe ketiyau tene kam koribo nuware .

    • @nayanjyotidas7133
      @nayanjyotidas7133 Před měsícem +2

      ​@@bkp9774Right🤣🤣🤣🤣

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 Před měsícem +54

    এইবোৰে লগুণ বা উত্তৰীৰ মূল্য আৰু ধৰ্মীয় পৰম্পৰা সনাতন ধৰ্মৰ বিষয়ে অজ্ঞ।সেইটো ব্ৰাহ্মণ নাইবা বৈদিক বৈষ্ণৱ সকলৰ বাবে সন্মান হানিকাৰক কৰ্ম হৈছে।

    • @lachithazarika1142
      @lachithazarika1142 Před 27 dny +3

      আন জাতিৰ মানুহৰ হাতেৰে পানী এগিলাচো নাখালে,আন জাতিৰ ছোৱালী বিয়া কৰিলে এঘৰীয়া কৰিলে - এনেবোৰ অমানৱীয় কাম আপোনালোকৰ কোনখন শাস্ত্ৰত আছে?

    • @bkp9774
      @bkp9774 Před 26 dny

      @@lachithazarika1142 অ টো, থিক ধৰিচা, কোন খন মানুহৰ হাস্তত আছে। কৰবাত যদি তেনে কথা লিখা আছে, সেইখন মানুহৰ শাস্ত্ৰই নহয় ।
      বেয়া কৈছোঁ ?

    • @Mridupratik
      @Mridupratik Před 20 dny +1

      ​@@lachithazarika1142 Ajir dinot je eibur nohoi and general r babe jot 80% lage tat st /sc r cut off marks 60% lage heitu kunkhon hastrot ase

    • @lachithazarika1142
      @lachithazarika1142 Před 20 dny

      @@Mridupratik তিনি হাজাৰ বছৰ আপোনালোকৰ বাবে ১০০% সংৰক্ষণ আছিল। তেতিয়া অসুবিধা নহৈছিল?

    • @pavanvlogs2205
      @pavanvlogs2205 Před 13 dny

      ​@@lachithazarika1142Thik kotha koise, ai brahman khinye manuh ghrina kore

  • @user-gn3pp7zh9c
    @user-gn3pp7zh9c Před měsícem +20

    পৰীক্ষাৰ লগত লগুণৰ সম্পৰ্ক কি,,, লগুণ কিয় খুলিব লাগে,, এইবিলাক আমাৰ সংস্কৃতিৰ অংগ ,,আমাক চৰম অপমান কৰা হৈছে।

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz Před měsícem +49

    তদন্ত কৰা উচিত । বহুত অন্যায় হৈছে ।

    • @bkp9774
      @bkp9774 Před měsícem

      CBI ?

    • @nripendutta2378
      @nripendutta2378 Před 26 dny

      Kun khn pithibit ase eikhupa

    • @bkp9774
      @bkp9774 Před 26 dny

      @@nripendutta2378 জা আ আ ন ' পায়, হিহঁতেহে জানিব, লগুণ, তাতে আঙঠি , লাগিল নহয় জোতা পোতা বাপ্পেকে । 😃😃😃😃

  • @gd0023
    @gd0023 Před měsícem +14

    দূৰ্ভগ্যজনক । এই বাবেই পৰীক্ষা নিয়ন্ত্ৰকবোৰ বহুত জনা বুজা হলে ভাল । এনে কাৰ্য গৰিহণাৰ যোগ্য ।

    • @nabanitdas2867
      @nabanitdas2867 Před 27 dny

      Apunaluku olop jona buja hole vl....rule regulation buliu kotha ata ase tu...tak lagun dal r karone nohoi lugun dal t kiba metal r bostu asil jitu khulibo nuara karone logun dal khuli dise....amiu suai kori ring pindhu but Exm t metal jatiyo aku allow nokore karone ami khuli diu ...olop jani buji loi comment koribo

  • @user-iz4zn7eu9h
    @user-iz4zn7eu9h Před měsícem +51

    লগুণ খুলিলে কি হয় সেই জনে নাজানে নেকি উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে, অতি সোনকালেই বৰ্খাস্ত কৰি উচিত শাস্তি প্ৰদান কৰক

  • @jayantadas9785
    @jayantadas9785 Před měsícem +54

    কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত হনাতো সমৰ্থন কৰিব নোৱাৰি। অধ্যক্ষজনৰ কাৰ্যক গৰিহণা দিছো।

    • @bkp9774
      @bkp9774 Před měsícem

      লগুণ politiks নচলিৱ।

  • @brojenchakravorty3931
    @brojenchakravorty3931 Před měsícem +19

    কোন এই লগুণ খুলিব কোৱা অধ্যক্ষ অভদ্ৰ নেকি

  • @Jyotiprasad958
    @Jyotiprasad958 Před měsícem +34

    উচিত বিচাৰ হোৱাটো বিচাৰো,
    সঁচাই মানুহৰ কোনো মানৱীয়তা নোহোৱা হৈ গল।

  • @kukilxarma8506
    @kukilxarma8506 Před měsícem +8

    সঁচাকৈ এইক্ষেত্ৰত তদন্ত হব লাগে । ঘটনাটো অতি দুখজনক ।
    অলপতে এখন প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক সভাত এনেকুৱা এটা কথা লক্ষ্য কৰিছিলোঁ । কৰ্মৰত আৰক্ষী এজনে বৰ সুন্দৰকৈ মানুহ এজনক বেৰি গেট ৰ সন্মুখত কৈছিল, "বেয়া নাপাব, আচলতে গম নাপাই হে আপোনাক অলপ সময় ৰখাব লগা হল । এইয়াহে আমাৰ প্ৰকৃত ব্যৱহাৰ ।❤
    ব্ৰাহ্মণ, ক্ষত্ৰিয়, মুচলমান বুলি কোনো কথা নাই, ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ , সকলোৰে সংস্কৃতিক সন্মান জনোৱাটো আমাৰ কৰ্তব্য । 😊

    • @jyotishmansarma4179
      @jyotishmansarma4179 Před měsícem +1

      Banun khyatriyao ake Sanatani a hoi.... Muslim Tu sampurna baleg

  • @REZAULKARIM-cy9qc
    @REZAULKARIM-cy9qc Před měsícem +15

    Moi Muslim, kintu moi ghotonatur gorihona jonaisu.

  • @ManasPritam-xk7gb
    @ManasPritam-xk7gb Před měsícem +8

    কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰা উচিত নহয়। অৱশ্যে এই ক্ষেত্ৰত CUET exam conduct কৰা agency NTA ৰ guideline ত কি আছে সেইটোও মনকৰিবলগীয়া।

  • @salimdib1
    @salimdib1 Před měsícem +64

    ধৰ্মীয় অনুভূতিত আঘাত জনাটো বৰ পৰিতাপৰ কথা

  • @nabanitdas2867
    @nabanitdas2867 Před měsícem +5

    Rule regulation khini Admit card r back side t ase sai lobo...jody logun,burkha,hijab thake then reporting time t ke 1hr agot jabo lge..Jody akebare gate close kora time t jai tetia aibur aku koi lav ni...😌

    • @user-ky9mc6ux2k
      @user-ky9mc6ux2k Před 19 dny

      বুড় খা আৰু লগুন একে হয় নেকি ,,,,,,,,,,,,, র্খ

  • @JyotikaDevi-qk6wx
    @JyotikaDevi-qk6wx Před měsícem +5

    লগুণৰ বিষয়ে যদি কোনো মানুহে বিশেষ ভা বে নাজানে তেনেহলে বিশেষ কথা নোকোৱাই ভাল কাৰণ মনা সকলৰ বাবে লগুণ হৈছে শমা’ লোকৰ এটা অংগ ৷মোৰো লৰাই এই পৰীক্ষাত বহোতে মোক কিন্ত লগুণৰ আঙঠি টো খুলি দিব কৈছিল কিন্ত লগুণটো নহয় ৷

  • @mrignavtanmoygroup
    @mrignavtanmoygroup Před měsícem +14

    বিজ্ঞানৰ যুগত ধৰ্মীয় অনুভূতিতকৈ Matel ditector ৰ প্ৰাধান্য বেছি হ'ল। তেন্তে এই যুগত কিহৰ বাবে আৰু কাৰ বাবে সংৰক্ষণৰ প্ৰয়োজন ???? এনে বিজ্ঞানৰ যুগত দুখীয়া বা মেধা হ'লেও সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সকলোতকৈ বেছি নম্বৰ কিয় পাব লাগে। সকলোকে সমান অধিকাৰ দি সংৰক্ষণ ব্যৱস্থা উঠাই দিব লাগে। লগতে ক্ষমতাই মূৰত ধৰা অধ্যক্ষ জনক উচিত শাস্তি দিব লাগে।

  • @Axom.277
    @Axom.277 Před měsícem +27

    দক্ষ চৰকাৰে দক্ষতা দেখুৱাই উচিত ব্যবস্থা ল'ব লাগে।

  • @krishnabarmanilovethedrama1289

    অতি নিন্দনীয় ঘটনা, দোষীক কঠোৰ শাস্তি দিয়া উচিত

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i Před měsícem +31

    মামা আপুনি নিমাত কিয় কৰিব খুজিছে কিবা কৰক

  • @gobindadeka6204
    @gobindadeka6204 Před měsícem +13

    এজন ব্ৰাহ্মণে লগুণ পিন্ধিছে /এজন ব্ৰাহ্মণে লগুণ খুলি দিছে আৰু এচাম ব্ৰাহ্মণে লগুণ খোলাৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিছে ৷
    এতিয়া কথা হল যদি কোনোবাই ধাতু বা মেটেলৰ হাতৰ আঙুঠি বা কাণৰ কাণফুলিযোৰ খুলিব লাগে তেন্তে লগুণত থকা আঙুঠিটো কিয় নুখুলিব ? সনাতনী হিন্দুত্বত ব্ৰাহ্মণৰ লগুণডাল যেনেকৈ অপৰিহাৰ্য নাৰীৰ কাণফুলি বা নাকফুলিযোৰো অপৰিহাৰ্য্য ৷ এইক্ষেত্ৰত সন্মানীয় অধ্যক্ষ গৰাকীয়ে নিৰপেক্ষভাৱে নিজৰ দায়িত্বহে পালন কৰিছে ৷
    মই ভাৱো পৰীক্ষাৰ নিয়মাৱলী প্ৰস্তুত কৰাসকলহে মূল দায়ী ৷

    • @kushaldoley4590
      @kushaldoley4590 Před měsícem

      Right

    • @nabanitdas2867
      @nabanitdas2867 Před měsícem

      Allow kore kintu reporting time t ke 1hr agot goi kobo lgibo ....mura muri time t gole aibur excuse tehete mani noloi

  • @sarmaji92
    @sarmaji92 Před měsícem +5

    উচিত তদন্ত লাগে আমাক। চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে অতি সোনকালে।

  • @mriduldas3818
    @mriduldas3818 Před měsícem +28

    অদ্ভূত কাহিনী,,কি যে হব।।😢😢😢

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI Před měsícem +4

      Principal Gunda, sur dokait lompot

    • @bkp9774
      @bkp9774 Před měsícem +2

      তাক দিৰেক্ত পাছ কৰাই দিব লাগে, বামুন হয় । 😊😊😊😊 আমাৰ ছেট হয় ।

    • @subhambaruah9337
      @subhambaruah9337 Před měsícem

      ​@@bkp9774xi tohot buror nisina ambedkar r pukor seleka st sc nhoi.Hard work kori pass hobo xi

    • @nabanitdas2867
      @nabanitdas2867 Před měsícem +1

      ​@@SAILENDRAPRASADGOSWAMIAdmit card khn t likhai ase...dhormiyo kiba poridhan kora students khini reporting time t ke 1hr agot jabo lagibo....akebare mura muri time t gole teuluke aibur aku excuse nuhune....moi nije pai thoisu 😢

  • @sharmakaushik2009
    @sharmakaushik2009 Před měsícem +9

    সাহস কৰি লেণ্টা হৈ দিব লাগিছিল। লাজ পালে হেতেন invigilator জনে।

  • @swastikakandali2404
    @swastikakandali2404 Před měsícem +6

    লৰাটোৰ মানসিক অবস্থা টো কি হব পাৰে অলপো ভাবিব নোৱাৰা মানুহ শিক্ষক কেনেদৰে হব পাৰে ।

  • @dibyanayanbhattacharya3905
    @dibyanayanbhattacharya3905 Před měsícem +21

    অনভিজ্ঞ বিবেকহীন জধামূৰ্খ অধ্যক্ষই উচিত শাস্ত্ৰী পাব লাগে । পৰীক্ষাৰ্থীক হাৰাশাস্ত্ৰী কৰা অধ্যক্ষই তেওঁৰ প্ৰতিষ্ঠান আৰু আন শিক্ষক- কৰ্মচাৰীক কেনেকৈ চলাব ।
    এইখন প্ৰতিষ্ঠানত ভৱিষ্যতে NTAৰ কোনো পৰীক্ষা অনুষ্ঠিত নকৰে যেন ।

    • @bkp9774
      @bkp9774 Před měsícem +1

      মই অধ্যক্ষ হলে টো লগুণ চিঙি দিলোঁ হয় , @ জুবিন zindabad

    • @gunjansarmah4799
      @gunjansarmah4799 Před měsícem

      Toi knakoi nu adhakya hobi kosun zubeen r gu khua2​@@bkp9774

    • @Haribol1460
      @Haribol1460 Před měsícem +1

      ​@@bkp9774Tuk je kuthar loi dingi serai dilu hoi sudiror jaat modahi sogunor bongso tohotor lgt kotha patile parachit hobo lge

    • @subhambaruah9337
      @subhambaruah9337 Před měsícem

      ​@@bkp9774ambedkar r pukor seleki thak kla st sc

    • @alokhajong5436
      @alokhajong5436 Před měsícem

      ​@@bkp9774 baal ko

  • @shriatiramrabha9388
    @shriatiramrabha9388 Před měsícem +9

    মান হানি কেছ দিব লাগে। Principal is bramun himself. He knows what is sanatan dharma. He may be son of other caste. Parants may complain to appripriate authority of Department. The principal should panalised .

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 Před měsícem +35

    পৰীক্ষা ত লগূন খোলা কথাটো আজি হে শুনিলো। আচৰিত হৈছো।

    • @mauchumidas1734
      @mauchumidas1734 Před měsícem

      Logun t aanguthi tu bondha aasil exam holot aanguthi full aibur aliow nohoy

    • @bkp9774
      @bkp9774 Před měsícem

      লগুণ পিন্ধি গলে গেছ মাৰ্ক পালে হয় । 😅😅😅

    • @sohanmajhi7615
      @sohanmajhi7615 Před měsícem

      😂😂😂😂​@@bkp9774

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Před měsícem +34

    অধ্যক্ষ জন চক্ৰবৰ্তী তেও হয়টো ব্ৰামুন নহয়নে,মেটেল থাকিব নোৱাৰে লিখা আছে,আমাৰ বোৰে কানফুলি খুলি সোমাইছে,নিয়মাৱলী পঢ়া নাছিলেনে,আঙঠি খুলি থৈ গৈছে,মামা,ভাগিনআৰুঅধ্যক্ষ তিনি ব্ৰামন,মেটেল থাকিব নোৱাৰাটো পৰীক্ষা নিয়ন্টনৰ অযুক্তিকৰ নিয়ম,অধ্যক্ষ বাধ্য কেন্দ্ৰৰ লোক, নিয়ন্টক নহয়,অভিভাবক সকলক সাধাৰন বহাৰ ব্যবস্হা সকলো কেন্দ্ৰতে নাই,নিট পৰীক্ষাত গুৱাহাটীৰ আশেপাশে কিছু কেন্দ্ৰদিছে যত এখন হোটেল,বহিবলৈ ঠাই নাই,কতৃপক্ষই গুৰুত্ব দিব,লগতে মামাই নজৰ দিব,যদিও চেন্টেল পৰীক্ষা ,ডবল ইন্জিন চৰকাৰ,বিলৈ হব নেলাগে

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI Před měsícem +2

      Oi Chakraborty tok ari diya nohab.

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI Před měsícem +2

      Oi Manash Chakraborty toi sini piwa

    • @nakulbasumatary6964
      @nakulbasumatary6964 Před měsícem

      Brahmn kenekai jati hal, Brahmanar janmagat bhasha ki, Ami Jano jati ata prakriti prodatta janagosti, jar nijasha ata bhasha thakhe,bivinna karmar nija parampara jiban sheili thakhe.

    • @ajitsarma8237
      @ajitsarma8237 Před měsícem

      সেইটো বেংগলী

    • @Xopun_96
      @Xopun_96 Před měsícem

      Goru khuwa Brahmon sage

  • @rupjyotisarma7434
    @rupjyotisarma7434 Před měsícem +5

    অতি সোনকালে তেখেতক বৰ্খাস্ত কৰক।

  • @sgmedeluajan740
    @sgmedeluajan740 Před měsícem +5

    কলেজৰ পিনচিপালক ২টা কাণটলিয়া চৰ দুটা দিলে চব ঠিক হৈ যাব

    • @bkp9774
      @bkp9774 Před 26 dny

      তোক নিদিব হবলা ?

  • @assam2006
    @assam2006 Před měsícem +14

    ভেকচিন লোৱাৰ পিছত এনে ঘটনা বৃদ্ধি পাইছে

  • @WrituponWritupon
    @WrituponWritupon Před měsícem +4

    It is a procedure of competitive exams rules. Can't be denied.

  • @axomjintugamer7568
    @axomjintugamer7568 Před 29 dny +2

    এই যুগত কম্পিউটাৰ চলি আছে ।গতিকে আঙুথিত । ইন্টাৰনেট থাকিব পাৰে ।গতিকে আঙুঠি খুলিব কৈছিল চাগে।

  • @IamTimung
    @IamTimung Před měsícem +4

    এইজন পাকিস্তানৰ এজেণ্ট, শিক্ষক নহয়, বুৰ্বক 😡😡
    হিন্দু বিৰোধী শিক্ষক জন ক'ত আছে এতিয়া, আমাৰ গাঁৱত হোৱা হ'লে এই বুৰ্বক শিক্ষকজনক মৰিয়াই মৰিয়াই অৱস্থা কাহিল কৰি দিলোঁ হয় ।😡

    • @alaminmullah
      @alaminmullah Před 28 dny

      Kio Toho tor major dakin atiaw Jat path asai. Alop lora sowalik. Science t pora bi.nohola dangoriya aha hobo.

  • @sgdworld4581
    @sgdworld4581 Před 15 dny

    সন্মানীয় অধ্যক্ষজনে নিৰপেক্ষ দায়িত্ব পালন কৰিছে!

  • @ranjansarkar9219
    @ranjansarkar9219 Před měsícem +11

    Burkha khuli paise ne
    Kun jahara teacher aijon
    Hindu dharmak Target aibor

    • @bkp9774
      @bkp9774 Před měsícem +1

      জহৰা বামুন হয়, চক্ৰৱৰ্তী বুলি কোৱা শুনিছোঁ।

  • @amalchandrasarmah2849
    @amalchandrasarmah2849 Před měsícem +10

    যিয়ে লগুনত হাত দিছে তেওঁ তাতে সাৰি নেযায় ক'ত সাহস পালে নৱগুনত হাত দিবলৈ ক্ষমা খুজিব লাগিব

  • @user-xf8qh4ld3o
    @user-xf8qh4ld3o Před měsícem +4

    চৰকাৰে বেৱস্হা‌লোৱা‌ উচিত।‌

  • @Dustin-ew2py
    @Dustin-ew2py Před měsícem +2

    বহুত অন্যায় হৈছে... কাৰোবাক কানফুল, চেইন সকলো খুলিছে আৰু কোনোবাই চেইন পিন্ধিয়েই ভিতৰলৈ সোমাই গৈছে...এইবোৰ কি নিয়ম...

  • @saurabhchakravarty6955
    @saurabhchakravarty6955 Před měsícem +7

    উচিত বিচাৰ হব লাগে

  • @montudutta7017
    @montudutta7017 Před měsícem +15

    আমাৰ এইবোৰ বিস্বাস নহয় , কাৰণ কলিযুগত হৰিনামেই শ্ৰেষ্ঠ 🙏 সকলো মানুহৰ হৰিৰতেই ভগৱান বিৰাজমান 🙏 একচিত্তে ভগৱানক চিন্তা কৰিলে সকলোতে পাই 🙏 স্থান , সমষৰ কোনো প্ৰয়োজন নাই বা ফুল তুলসীৰ ও প্রয়োজন নাই । য'তেই সত্য তাতেই ভগৱান 🙏🙏🙏🙏🙏

    • @ArunSaikia-ol2kw
      @ArunSaikia-ol2kw Před měsícem +2

      লগুণ আৰু হৰি নামৰ সম্পৰ্কে জনা উচিত মহাসয়

    • @gunjansarmah4799
      @gunjansarmah4799 Před měsícem

      Dutta da apuni nijor mote life tu ji vl dekhe solok.....kin2 brahman apunar mote nosole....nija darshan ase......apuni vl montyobo dise aikheni a apunak help korebo......

    • @montudutta7017
      @montudutta7017 Před měsícem

      @@gunjansarmah4799 বামুনক কব লগীয়া বহুত আছে কৈ নো কি লাভ , আনৰপৰা জ্ঞান লব নালাগে আৰু আমিও বামুনক জ্ঞান নিদিও কাৰণ বামুনৰ টিনিঙা আমাৰ হৰি নাম 🙏 যি কি নহওঁক কাকো কোনেও নিন্দা কৰিব নাপাই 🙏🙏🙏

    • @montudutta7017
      @montudutta7017 Před měsícem +3

      @@ArunSaikia-ol2kw কেতিয়াবা বামুনৰ ঘৰত চাহ জলপান খাইছানে বোপাই 👍যদি পাইছা তেনেহ'লে চাহ খোৱা কাপড় বা জলপান খোৱা বাতিটো ধুইও পাইছা চাগে ?

    • @sanjibgoswami1862
      @sanjibgoswami1862 Před měsícem +2

      তোমাৰ হৰিনাম তুমি লৈ থাকা লগুণ গচিক দেউতাকে দিয়া সৰ্বোৎকৃত্ত্ব উপহাৰ হিচাবে ব্ৰাহ্মণেমানি আহিছে

  • @DambaruNath-jc4em
    @DambaruNath-jc4em Před měsícem +10

    কলিৰ যোগ

  • @hiranyagogoi8118
    @hiranyagogoi8118 Před měsícem +6

    Balo exam patise ,kihor chakraborty he lagun khulibo adhikar he kot pale principal tuk thik hikkh dibo lage

    • @bkp9774
      @bkp9774 Před měsícem +1

      তই গগৈ আহোমে বামোনৰ কথা কি ডাল জান।

    • @DK-ld6wv
      @DK-ld6wv Před měsícem +1

      ​@@bkp9774Ahom bamun buli kotha nai..Bhul tu bhul..Loghun khular kot adhikar pale...Miya nohole bongali hobo sage principal tu

  • @sunandaborah8177
    @sunandaborah8177 Před 18 dny

    দুভাগ্য জনক কোনো ধৰ্মত হাত দিয়াৰ অধিকাৰ নাই ।

  • @mrigankasarma553
    @mrigankasarma553 Před měsícem +3

    ছি,ছি, মহা পাপী মানুহ লগুনৰ মাহাত্ম্য ৰ কথা নাজানে । তেওঁৰ কাপোৰ খুলি দিলে কেনে পাব। সেই একে ই কথা

  • @Ggh32033
    @Ggh32033 Před měsícem +4

    Nta rules and regulations t clearly mention ase je kunubai religious karont kiba wear korile heitu khulibo nuare, heitu accept kora hbo. Trpst u eiblk kore? Principal hoi ajon well educated mnhui hboi, they should have read the rules and regulations carefully. Moi nijeo exam tu di paisu, clearly mentioned ase.

  • @basisthaacharya6590
    @basisthaacharya6590 Před měsícem +21

    ছাত্ৰ জনক মানসিক ভাৱে নিৰ্যাতন কৰাৰ সাহস ক'ত পালে ? লগুণ মাত্ৰ ব্ৰাহ্মণ সকলৰেই নহয়, এয়া সভ্য ভাৰতীয় সনাতন সকলৰ সংস্কাৰ। আইনগত ব্যবস্থা গ্ৰহণ কৰিব লাগে।

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m Před měsícem +5

    এজন ব্ৰাহ্মণৰ নিৰ্দেশত আন এজন ব্ৰাহ্মণৰ লগুণ খুলি দিয়া হ'ল।
    কি আচৰিত , অদ্ভুত ঘটনা।

    • @BhagwanDeka-yg4yw
      @BhagwanDeka-yg4yw Před měsícem

      এতিয়ানো brahman কেইজন আছে।এতিয়া বামুণ হে ।সৰু কথা। মামাও বামুণ।

  • @iswarkrishnamisra2271
    @iswarkrishnamisra2271 Před měsícem +8

    অধ্যক্ষ জনক শাস্ত্ৰি দি ছাত্ৰ জনকউপনয়ন নতুনকৈ পাতি সকলো খৰচ বহন কৰিব লাগিব অধক্ষজনে আৰু উপনয়ন পতা স্থানত গৈ ক্ষমা খূজিব লাগিব।

    • @bkp9774
      @bkp9774 Před měsícem

      গাহৰি মাংসৰ ৰুটি ভাজি বনালে আমও জাম, উপনয়নত 😊😊😊

    • @MANASH_PRATIM_SARMA
      @MANASH_PRATIM_SARMA Před měsícem

      ​@@bkp9774হয় ঘৰত মাৰ ভনীয়েৰা আছে যদি লৈ আঁহিবি,এদিন ৰাতি ৰাখিম ইয়াতে😂, তাৰ পিছদিনা গাহৰি খাও ,খাচী খাওঁ, ব্ৰইলেৰ যি লাগে সব দিম ।

    • @gunjansarmah4799
      @gunjansarmah4799 Před měsícem

      ​@@bkp9774tur maar baperok fry korim

  • @bharotiborthakur8044
    @bharotiborthakur8044 Před měsícem +2

    কি ব্যৱস্থা কৰিৱ মুখ্যমন্ত্ৰী য়ে।আতি মৰ্মান্তিক আৰু দুখ জনক ঘটনা। অপমান কৰিছে ব্ৰাহ্মণ সমাজক। এনে ঘটনাত জড়িত দোষিক শাস্তি দিয়ক।

  • @SagarMisra.
    @SagarMisra. Před měsícem +1

    Porompora rokha koriboi lagibo❤

  • @RationalistAssam
    @RationalistAssam Před měsícem +24

    মই ব্ৰহ্মণ ঘৰত জন্ম হৈছো যদিও লগুন নিপিন্ধো, অদৰকাৰি বস্তু মোৰ বাবে। এইবোৰ বিষয়কলৈ বিতৰ্ক হ'বই নালাগে! বাকী ঘটনাটোৰ বিষয়ে উচিত যুক্তি দিব লাগে অধ্যক্ষই। কিন্তু ইয়াত ব্ৰাহ্মণ সমিতিৰ কিবা মূখ্য সম্পাদক জনৰ কথাবোৰহে হাস্যজনক। বিশেষকৈ তেওঁৰ কথাত জ্যাতিস্বভিমান, মই বৰ ভাৱ, অতি অহংকাৰ প্ৰকাশ পাইছে। এনেবোৰ কাৰণেই ব্ৰাহ্মণ জাতিক সকলোৱে ঠাট্টা আৰু ভাল নোপোৱা হৈছে। তেওঁলোকৰ এনে ব্ৰাহ্মণ্যবাদী মনোভাব অতিজৰ পৰাই চলি থকা দেখা গৈছে। নিজৰ ধৰ্মক উচ্চ দেখাই কথা কবলৈ গৈ কি নাচাৰ বিজ্ঞানীৰ নামত কি ফটুৱা যুক্তি দিছে অতি হাস্যজনক। তথ্যহীন, ভিত্তিহীন কথাৰে নাছা, বিজ্ঞান আৰু বিজ্ঞানীক টানি এইবোৰ জ্যাতিস্বভীমান দেখাবলৈ লাজ পাব লাগে। এচাম ব্ৰাহ্মণৰ এইবোৰ চৰিত্ৰ বহু পুৰণি, পাছে এইবোৰ কথাৰে যুক্তিবাদী মানুহক বুৰ্বক বনাব নোৱাৰে।

    • @bharatibarkataki7592
      @bharatibarkataki7592 Před měsícem +4

      ঘৰ শত্ৰু বিভীষণ ৷

    • @bharatibarkataki7592
      @bharatibarkataki7592 Před měsícem

      @@gunjansarmah4799 আচলতে তেখেত ভূলতে ব্ৰাহ্মণৰ ঘৰত জন্ম হ’ল ৷

    • @RationalistAssam
      @RationalistAssam Před měsícem +3

      As Aspected Answer..যুক্তি নথকা মানুহৰ উত্তৰ এনেকুৱাই হ'ব। এনেবোৰ মানুহৰ উত্তৰ গোড়া ইচলাম ধৰ্মী মানুহৰ লগত একেই। ধৰ্মই মানুহক কি পৰ্যায়লৈ অন্ধ কৰিব পাৰে এইবোৰ তাৰেই উদাহৰণ।

    • @RationalistAssam
      @RationalistAssam Před měsícem

      ​@@gunjansarmah4799 ব্ৰাহ্মণৰ ঘৰত জন্মহৈ এনেকুৱাহে শিক্ষা পালে নেকি? যুক্তি তৰ্ক বুজি পায় নে নাপায়?

    • @RationalistAssam
      @RationalistAssam Před měsícem

      ​@@bharatibarkataki7592 কিয় ক'লে? হেমচন্দ্ৰ বৰুৱাৰ নাম শুনিছে নে? পেৰিয়াৰ নাম শুনিছে? লোকনাথ গোস্বামীৰ নাম শুনিছে? কমলাকান্ত ভট্টাচাৰ্যৰ নাম শুনিছে? নাজানে যদি পঢ়িব.. তেওঁলোকো তেন্তে ঘৰ শত্ৰু আপোনাৰ ভাষাত?

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 Před měsícem +11

    প্ৰিঞ্চিপাল জন ব্ৰাহ্মণ ( চক্ৰৱৰ্তী ), এই সম্পৰ্কে তেখেত জ্ঞাত আৰু ছাত্ৰ জনে আঙঠিটোৰে সৈতে পৰীক্ষাত বহিলে তেখেতৰ চাকৰিটো কটা নেযায় ৷ WhatsApp থকা ঘড়ী, কিতাপ , মবাইল, নোটবুক , কেলকুলেটৰ এইবোৰহে ৰাখি থব লাগে , লগুণ, আঙুঠি , জোতা চেন্দেল, সাধাৰণ ঘড়ী, পাগুৰি, মুখা, নেপকিন খুলি ৰখাৰ যুক্তি নাই ৷

    • @bkp9774
      @bkp9774 Před měsícem

      দিন আহি আছে, আমি চবেই লেংতা হৈ থাকিম,
      কিছূমান বোৱাৰীয়ে টো আৰম্ভ কৰিয়ে দিলে গৰম ৰ বাহানা লৈ 😊😊😊

    • @gunjansarmah4799
      @gunjansarmah4799 Před měsícem

      ​@@bkp9774tur ghoinik loi jbo kunubai

    • @TarunChDeka-cb4go
      @TarunChDeka-cb4go Před měsícem

      নকলি বা্মুন চাগে,চৰকাৰে লক্ষ্য কৰক অভিভাবক সকলক বহিব কেইখন মান বেন্চ দিব পৰা নাই,ৰাতিপুৱাৰ পৰা গধুলী ছয় বজালৈ ৰাস্টাত ৰব লগীয়া হৈছে,নামত চেন্টাৰ কামত নাই

    • @nabanitdas2867
      @nabanitdas2867 Před měsícem

      Water bottle tue allow nokore....aibur koribo ...hoise aruuu 🙃

  • @rantusharma2759
    @rantusharma2759 Před měsícem +10

    Principal must be suspended

  • @thebluebird8172
    @thebluebird8172 Před měsícem +10

    উচিত শাস্তি দিব লাগে

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před měsícem +5

    লগুণৰ মূল্য নজনা মূৰ্খই ইয়াত মন্তব্য নিদিয়াই ভাল ৷ ফাল্টু মন্তব্য দি ৰাইজৰ আগত নিজৰহে পৰিচয় দিছে ৷আমি সকলোৱে সকলোকে সন্মান কৰা উচিত ৷

    • @alaminmullah
      @alaminmullah Před 28 dny

      Shudro film sabi tohora film .hindu bramon ki bogi pabi.

  • @DilipGoswami-ve3ow
    @DilipGoswami-ve3ow Před měsícem +8

    সুন্দৰ পদক্ষেপ
    উচিত তদন্ত হওঁক

  • @sirajulhaquechoudhury8519
    @sirajulhaquechoudhury8519 Před měsícem +1

    Must follow the dress code. If any religious issue regarding dress it should be mentioned in the application form during form fill up.

  • @dulalsarma4875
    @dulalsarma4875 Před měsícem +2

    জ্ঞান হিন অধ্যক্ষ।

  • @jmgassam1622
    @jmgassam1622 Před 29 dny +1

    পৰীক্ষাৰ কাৰণে লগুনৰ কি সম্বন্ধ।উচিত তদন্ত চৰকাৰে কৰিব লাগে।

  • @user-dl8fn8yx7s
    @user-dl8fn8yx7s Před měsícem +2

    Besi tyte checking hoise.exsmr logot logunr ki relation

  • @user-si6ft3bf7w
    @user-si6ft3bf7w Před měsícem +1

    সদৌ অসম ব্ৰাক্ষ্মণ সমাজে লাগিব লাগে

  • @devidk7991
    @devidk7991 Před měsícem +1

    উচিত শাস্তি দিয়ক তেনে জধা মূৰ্খ অধ্যক্ষ্যজনক।

  • @Rajiv-bd3lr
    @Rajiv-bd3lr Před měsícem +5

    Muslim - Religion First.
    Brahman - Casteism First
    And
    We are Assamese First. We don't care about Religion and Caste. Our hero is Lachit Borphukan. He is our God.
    JOI LACHIT
    JOI AAI OXOM
    ✊🏻

    • @jyotishmansarma4179
      @jyotishmansarma4179 Před měsícem

      Fotuya toi.... Bramhan, khyatrio, boissa Sanatan dhormor a hoi... Xokalo ake
      Aru akhomiyar xamalo niyam Sanaton r a hoi..... Bihu bilak r niyam bilak sale gom pabi, Sharkar deve hori buli koisil.... Xai hori o Sanatan dhormor a pora oha
      Ako nojona ke level dekha Joi ai akhom koi lav nai, Giyan ahoran kor tatiya he janibi

    • @rajiv1223
      @rajiv1223 Před měsícem +1

      ​​​​​​@@jyotishmansarma4179 sup thtr dore ami jati sai nathako nohoi ..fotuwa kak koiso thtr dore fotuwa kijani duniya t nai sobote khali ami bamun anekoi a thaka oxomia buli kio nokowa nijoke dangor dekhabor karone caste tu agborhai kio diya..aru bihu oxomia r hoi..iyaro credit lage nki thtk ..aru moi oxomia hoi 100 bar kom Joi Aai Oxom buli.. tor dore fake nohoi..bamungiri north india t jai dekha iyat nohoi ami khatir nokoro..

    • @jyotishmansarma4179
      @jyotishmansarma4179 Před měsícem

      @@rajiv1223 oi sudur vai Bamungiri bula ako bastu nai, Sanatan dhormor bikhoye porh gom pabi.... Sanatani Akhomiya buli gaurab kar
      Bihu r niyam bilak te toi najone a🤣
      Toi te akhomiya a nohoi a kela, Bihut ki ki kore tako najano😂
      Xaru soli atak xudhbi, Joi ai akhom buli kole a akhomiya hoi najai.... Jodha murkha toi ata

  • @0___KIRAN___0
    @0___KIRAN___0 Před měsícem +1

    Main ktha tu hll exmar ji khn notice tat sposto vabe likhia thoi jj kunu electronic bastu, rosi kanfuli anekua jikunu bstu vitort nibo nidia tarr pistu jdi jdi pindhi goise ruu ami nu ki kmm....iat security ba teacher jnr kunu vul nai....jdi ako examr timet kunubai kiba krute dhora pre tatia ai hkl luke homalusona kribo security ruu mastor bure ki kri asil buli.... 😢😢😢😢

  • @Danirojasfc6
    @Danirojasfc6 Před měsícem +18

    লগুণ, পাগুৰি, হিজাব একেই কথা।
    আনৰ অপমান হলে ভাল লাগে নিজৰ হলে কেনে লাগে।😅😅😅
    যি কৰিছে ভালেই কৰিছে। মুছলমান হোৱা হলে হীজাব খুলিব দিলে হয়।
    পাঞ্জাবী হোৱা হলে পাগুৰী খুলিব দিলে হয়।
    # নিজৰ মান সন্মান যেনেকৈ লাঘৱ হলে দোষ লাগে ঠিক তেনেদৰেই আনৰ ধৰ্ম্মক সন্মান কৰিবলৈ শিকক।
    #আমিও ক্ষেত্ৰীয় হয়। গায়ত্ৰী মন্ত আমিও জানোঁ লগতে আমি আনৰ ধৰ্ম্মক আন্তৰিকতাৰে সন্মান কৰোঁ।

    • @bkp9774
      @bkp9774 Před měsícem +5

      মামা বামুন যে, সেইকাৰণে ইহঁতৰ তেল ফাতিছে ।

    • @subhambaruah9337
      @subhambaruah9337 Před měsícem +3

      Hijab r kotha najanu kintu logun aru paguri amar indian culture hoi

    • @samiranborkotoky2338
      @samiranborkotoky2338 Před měsícem +1

      Alpo Bidya bhoyonkor... baki aku nokow...

    • @subhambaruah9337
      @subhambaruah9337 Před měsícem

      @@samiranborkotoky2338 kar olpo vidya r kotha koisa

    • @bkp9774
      @bkp9774 Před měsícem

      @@subhambaruah9337 বাদ দিয়া হে, লগুণ ডাল কৰ বালৰ ইণ্ডিয়ান কালছৰ হয় ।

  • @notactive3264
    @notactive3264 Před měsícem +2

    Jagi examak loi niyam ase niyam follow kariba lagiba vai....karan exam hoi

  • @indiannortheastkitchen
    @indiannortheastkitchen Před měsícem +2

    অধ্যক্ষ চক্ৰবৰ্তী জন গৰু খোৱা ব্ৰাহ্মণ😂😂😂

  • @kaberibhattacharjee5958
    @kaberibhattacharjee5958 Před 25 dny +1

    Principal jon chakraborty hoi na jane niki j logun khulibo na pay...

  • @user-ci4ve2jr8x
    @user-ci4ve2jr8x Před měsícem +10

    মানহানি কেচ দিব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে ।

    • @bkp9774
      @bkp9774 Před měsícem

      ঘেঁনতা কেলা ।

    • @gunjansarmah4799
      @gunjansarmah4799 Před měsícem

      ​@@bkp9774 e kin2 ultakoi jonmisil so yar kotha ulta dekha pabo raiz

    • @user-ci4ve2jr8x
      @user-ci4ve2jr8x Před měsícem

      পগলা কুকুৰে কামুৰিলে ভদ্ৰ মানুহে ওলোটাই নাকামোৰে ।পাগল পাগলেই কৈ লাভ নাই ।

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi Před měsícem +5

    Garu Piton Diba লাগে Kukurok. ই. Kon Dharmor মানুহ. Eyar Lingoto Kati Diba লাগে.

    • @bkp9774
      @bkp9774 Před měsícem +1

      লিংগ কাতি দিলে টো মিয়া হৈ যাব, বামুন মিয়া হব 😅😅😅

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh Před měsícem +5

    মুখ্যমন্ত্ৰী মহোদয়ে কথাটো জানিলে,দুখীয়ে উচিত শাস্তি পাব !

  • @pinkupatowary4905
    @pinkupatowary4905 Před měsícem +10

    অধ্যক্ষ জন নিজে বামুন দেখো তেও নাজানে নেকি

    • @Haribol1460
      @Haribol1460 Před měsícem

      Bengali buror kunu mulya nai miya aru bengali akei.

  • @hydradanger5302
    @hydradanger5302 Před měsícem +1

    অধ্যক্ষজন ব্ৰাহ্মণ হৈও এনে কাম কৰা বাবেহে মই বেছি আচৰিত হৈছো । বেছি দাম্ভিক যেন লাগে অধ্যক্ষ জন ।

    • @manashhazarika076
      @manashhazarika076 Před měsícem

      ব্ৰাহ্মণ হ'বলৈ হ'লে ব্ৰাহ্মণ ৰ গুণ সমূহ থাকিব লাগিব। মানুহৰ গুণ আৰু কৰ্ম ৰ দ্বাৰা হে ব্ৰাহ্মণ ৰ সৃষ্টি হয়, জন্ম সূত্ৰে নহয়। চক্ৰৱৰ্তী উপাধি টো এটা সম্প্ৰদায়ৰ লগত হে জড়িত, ব্ৰাহ্মণ ৰ লগত নহয় । হ'ব পাৰে তেখেতৰ পিতৃ আৰু পূৰ্বজ ব্ৰাহ্মণ কিন্তু তেখেতৰ চিন্তা ধাৰা আৰু গুণ সমূহ ব্ৰাহ্মণ ৰ নহয় । এতেকে তেখেত ব্ৰাহ্মণ নহয়।

    • @nabanitdas2867
      @nabanitdas2867 Před měsícem

      Teu nta guideline khn follow korise....tat likhai ase sb

  • @mahimaranjan3420
    @mahimaranjan3420 Před měsícem +22

    লগুণ খুলিব দিয়া কোন এই জধামূৰ্খ ! এখন শিক্ষা অনুষ্ঠানত থকাৰ তাৰ কোনো অধিকাৰেই নাই ! তাক তুৰন্তে অপসাৰণ কৰক !

  • @pabinsarma2989
    @pabinsarma2989 Před měsícem +2

    চৰকাৰে উচিত তদন্ত কৰক,,, দোষী ক কঠোৰ শাস্তি দিয়ক

  • @Rekhasvlog1515
    @Rekhasvlog1515 Před měsícem +24

    অধ্যক্ষ চক্ৰবৰ্তী জন 😮ঘৰৰপৰা মাইকী লগত দন কৰি আহিছিল ছাগে । সেই কাৰণে ছাত্ৰ ছাত্ৰী সকলৰ লগত এই ব্যবহাৰ কৰিছে । 😮😮

  • @sayanikapayeng3366
    @sayanikapayeng3366 Před měsícem +1

    সকলোবোৰ জাতিৰ বাবে লঘোন প্ৰয়োজন নাই

  • @SewaliMahanta-kg5sv
    @SewaliMahanta-kg5sv Před měsícem +7

    ইয়াৰ উচিত বিচাৰ হ'ব লাগে নহলে আগলৈও আৰু ভয়ংকৰ কাম কৰিব.

    • @bkp9774
      @bkp9774 Před měsícem +3

      লগুণ ডাল চিঙি দিব লাগে, লেথা দেছ।

    • @gunjansarmah4799
      @gunjansarmah4799 Před měsícem

      ​@@bkp9774tur phon no2 desun

  • @bikramjitsinghdas2311
    @bikramjitsinghdas2311 Před měsícem +1

    ইছলামৰ -টুপীৰ বা বামুনৰ - লগুণ এই সকলোবোৰ মুল ধৰ্ম । এই ধমৰ্ৰ নিচাসক্ত সকলে বিভিন্ন যুক্তিৰে প্ৰথা/ পৰম্পৰাৰ আশ্ৰয় লৈ আমাৰ সমাজ ধংস কৰিছে । মদ / ভাঙ আদিৰ দৰে অপশক্তিৰ বিৰুদ্ধে মাত মাতিব কোনে ? Wind shop বন্ধ কৰিবলৈ আস্ফালন কৰক ? এই সংগঠন বোৰে এই বোৰ বিষয়ত মাত মাতিব নে ?

    • @bkp9774
      @bkp9774 Před 26 dny

      ৱাইন ছপ বন্ধ হলে চৰকাৰে নচলিব, কোনোবা সংগঠনে বাধা দিলে চৰকাৰে পুলিচ লগাই পিটোন দিব,
      আৰু ফ্ৰী চাউল কৰ পৰা দিব? কথা বোৰ ভাবি চিন্তি কবা হে। কম দামী হলেও দুই এপাগ লবা , তেহে চৰকাৰ খন চলিব।

  • @Jyotiprasad958
    @Jyotiprasad958 Před měsícem +8

    শীঘ্ৰেই উচিত তদন্ত হব লাগে

  • @user-ih1kq8nx3o
    @user-ih1kq8nx3o Před měsícem +3

    দেশ কাল তললৈ গ'ল ,কৰি যুগ..........

  • @arabindataye4524
    @arabindataye4524 Před měsícem +1

    What a nonsense activity of examination center authority .The Assam government should immediately action to authority.

  • @rekhasarmah460
    @rekhasarmah460 Před měsícem +6

    অধ্যক্ষ ক উচিত শাস্তি দিব লাগে।

  • @joyjeetbhattacharjee8620

    Very sad, as I m also Brahmin I condemn this is ritual and respect should be given.

  • @hiteswardaa6360
    @hiteswardaa6360 Před měsícem +2

    Princpal...must...be...sudpended

  • @sankarbhatt1503
    @sankarbhatt1503 Před měsícem +1

    মই ইয়াক তীব্ৰ ভাযাৰে গৰিহনা দিছো।ইয়াৰ উচিত তদন্ত হব লাগে ।দোষীয়ে উচিত শাস্তি পাব লাগে।

  • @_NE_07
    @_NE_07 Před měsícem +2

    Kantoliya sor logai diok . Tar emn hahokh knkoi hol.

  • @Nityanand-zu5wr
    @Nityanand-zu5wr Před 20 dny

    V good

  • @JagajitMedhi
    @JagajitMedhi Před měsícem +1

    অধ্যক্ষ জনে বেয়া কাম কৰিছে, শাস্তি পাব লাগে

  • @bituparnasarma3613
    @bituparnasarma3613 Před měsícem +1

    Right

  • @user-hz8xn8xh1v
    @user-hz8xn8xh1v Před měsícem +2

    এটা তন্দন্ত চাই উচিৎ বিচার লাগে এটি নাটক CUTE lage Amar moto মানুষ পড়তে লাগতোনা আমার কপাল

  • @pankajjyotibora25
    @pankajjyotibora25 Před 27 dny +1

    Amar gaont hbo lagisil ei teacher tuk val ke pitilu hoi

  • @goodstudent3608
    @goodstudent3608 Před měsícem +3

    পঢ়া শুনা নকৰিলে exam বেয়া হবই, লগুণ খুলিছে বুলি exam বেয়া হয় নেকি 😂😂

  • @tilokbaishnab1618
    @tilokbaishnab1618 Před 27 dny +1

    Ki karone logun kulile Mani luwa nohob . Amar bamun manuhok kiman niti niam Kori logun dia hoi.aji hokolu bamun manuhok apman Kora hoise. Usit todonta korok.

  • @bharatibarkataki7592
    @bharatibarkataki7592 Před měsícem +7

    ইয়াৰ বিহিত ব্যৱস্থা ল’ব লাগে ৷ অধ্যক্ষজন যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে ৷ লগুণ খুলিবলৈ তেওঁ ক’ত অধিকাৰ পালে ৷ মূৰত গোবৰ আছে নেকি ৷ ল’ৰাজনকো মানসিক শাস্তি দিয়াৰ অধিকাৰ নাই ৷

    • @bkp9774
      @bkp9774 Před měsícem +1

      বামুন জাগিছে, জাগিচে জাগিবৈ, বামুন বামুণৰ জৈনে। 😅😅😅

  • @user-ux2sv4ir5g
    @user-ux2sv4ir5g Před měsícem +7

    উচিত বিচার করা হউক

  • @challengetvandallvideo192
    @challengetvandallvideo192 Před měsícem +1

    সোনকালে তদন্ত হোৱা উচিত ৷

  • @lachithazarika1142
    @lachithazarika1142 Před měsícem +13

    তহতৰ লগুণ ডাল আতৰাই দিওতেই তহতৰ ধৰ্মীয় অনুভূতিৰ ওপৰত আঘাত কৰা হ'ল। কিন্তু তহতে নিজকে উচ্চ জাতিৰ বুলি দেখুৱাবলৈ গৈ আন জাতিৰ মানুহক লেইলেইছেইছেই কৰিলে,আন জাতিৰ মানুহৰ হাতেৰে পানী এগিলাচো নাখালে, বেলেগ জাতৰ ছোৱালী বিয়া কৰিলে এঘৰীয়া কৰিলে মানৱীয়তা বা মানৱ ধৰ্মৰ ওপৰত আঘাত কৰা নহয়?

    • @haridevrabha2296
      @haridevrabha2296 Před měsícem +4

      একদম ঠিক কৈছে আপুনি

    • @nabanitdas2867
      @nabanitdas2867 Před měsícem +3

      Jot tot khabou jabo nuare

    • @manikasarma7221
      @manikasarma7221 Před 28 dny +2

      Tumaloke Nimna jatir buli nice dekhon certificate lowa

    • @haridevrabha2296
      @haridevrabha2296 Před 28 dny

      @@manikasarma7221 সেইটো নোলোৱা হলে সকলো মাল তহঁতেয়ে লৈ শেষ কৰি দিলে হয়, আমি একো ভাগে নেপালো হয়।
      এতিয়াও টো ৰৌ-ভকুৱা বিলাক আপোনালোকে ভগাই লোৱা আৰু আমাক অকল গৰৈ-চেং কেইটাহে দিয়া।কথাটো মাছক লৈ কোৱা নাই।ভাগ্য ভাল আমি মহান Bhimrao Ramji Ambedkar দৰে নেতা পাইছিলো আৰু তেওঁৰ সৃষ্ঠাত সকলো সম্ভৱ হল।
      মহান Bhimrao Ramji Ambedkar যদি সংবিধান নিলিখি বেলেগ অইন কোনোবাই লিখিলে হয় আজি আমি এইখিনি সুবিধাও নেপালো হয়।
      Jai bharat,Jai Baba Bhimrao Ramji Ambedkar.

    • @lachithazarika1142
      @lachithazarika1142 Před 28 dny

      @@manikasarma7221 Where is it mentioned in the certificate that someone is "lower caste"? Do you know the meaning of the word "scheduled"? First go through the history of India, Why it was necessary to provide some constitutional safeguard to some communities?

  • @joshnaray3117
    @joshnaray3117 Před měsícem +5

    শিক্ষক নে পাকিস্তানৰ উগ্রপন্থী , শিক্ষ জনক কানলিয়া চোৰ দিব লাগিছিল , ধৰ্মৰ ওপৰত অত্যাচাৰ , পাগল শিক্ষ তু চাকৰিৰ পৰা বষিস্কাৰ কৰিব লাগে