Gaurav Gogoi News : ৰাইজৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ প্ৰতি মোহ ভংগ হৈছেঃ গৌৰৱ গগৈ | N18V
Vložit
- čas přidán 5. 06. 2024
- Gaurav Gogoi News | নগাঁৱত যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈ
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#gauravgogoi #assamnews
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/desc-youtube এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
পিয়াজ হাজৰিকাৰ দেখাদেখি নাই যে 😢 তেওঁ গৌৰৱ গগৈৰ ঘৰৰ সন্মুখত তামোল পানৰ দোকান দিয়ক অতিছিঘ্ৰে
😂
😂😂😂Moja disa dei
A😅
@@sunitalama3572
গৌৰৱ গগৈয়ে কথা ক'লে তেখেতৰ পিতৃ তৰুণ গগৈয়ে কথা কৈ থকা যেন লাগে
একদম হচা
Next chief minister hbo lage assamor. ❤❤❤
আপুনি যেন সদায়েই এনেধৰণেৰে অহংকাৰহীন হৈ থাকে। এই বিনয়ী গুণে আপোনাক ৰাইজৰ মৰমৰ নেতা কৰি তুলিছে ।
আপোনাৰ ভাল হওক। ৰাইজৰ ভাল হওক।
আমি জানো ২০২৬ত আপোনাৰ নেতৃত্বতত অসমত নতুন চৰকাৰ হবলৈ গৈ আছে। আপুনি মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিব। আৰু আগতীয়াকৈ শুভেচ্ছা থাকিল।
Gaurav gogoi jindabad ❤❤❤
বিজেপিৰ চামচাবোৰে লাজ পাই আবুল তাবুল বকিছে।
U r next CM of Assam
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ গৌৰৱ গগৈ দাঙৰিয়া অসমৰ নহয় ভাৰতৰ গৌৰৱ হয়
ইমান ভাল কথা কৈছে আপোনাক আমি বহুত ভাল পাওঁ আপোনালৈ আমাৰ বহুত শুভেচ্ছা থাকিল ভালে থাকক
ইমান সুন্দৰ কৈ কৈছে।
Sir, l like your speech. There is none in new . B. J. P like you. You are a gentle, honest and the best. M. P.for the norteast. We proud on you sir. Thank you sir.
Aapuni jen hodai Gaurav dai hoi thake..kam korak...juji jauk.. aapunar lgt aji all Assam ase
শেষৰ বক্তব্য টো কিন্তু বৰ বেয়াকৈ এচাত দিলে দেই!😂😂
ধন্য তুমি অসমৰ গৌৰৱ।
😂
শেষৰটো শুনি ভাল লাগিছে।
So polite, soft hearted, class gentleman. You are really great sir. Your behaviour really inspiring us. Thank you sir, thank you.
Bohut kotha ase apunar pora xikibole dada....apuni aru aguwai jaouk...🙏👏
Sauk dangoriya...Apuni notun projonmok hanghatik muhise. Apunar kotha aru asar byobohar khub val lage.
The great leader of Assam is Gaurav gogoi sir.
Next CM Gaurav Gogoi ❤🎉🎉🎉🎉
অসমৰ গৌৰৱ 💚
মোহন ভংগ হোৱা নাই, কিন্তু আপুনি তুলনামূলকভাৱে আনজনতকৈ যোগ্য বাবে আপুনি জিকিল । আপুনি বহু বিজেপি আৰু অগপৰ ভোট পাই বিপুল ভোট ত জয়যুক্ত হ'ল । আৰু বিজেপি ৰ অহংকাৰ ভংগ হ'ল ।
Dada last or kothakhini bohut bhal lagil
অতি সুন্দৰ বক্তব্য ছাৰ অশেষ ধন্যবাদ জনালোঁ
Naxt 26 at assam c m habale khuvassa thakil gaurav sir ❤❤❤
২৬ লৈ অপেক্ষা কৰক। নাম নিচান হৈ যাব কংগ্ৰেছ। থাকিব মাথোঁ এনেকুৱা কিছুমান ছদ্মবেশী user id.
আমাৰ গৌৰৱ অসমৰ গৌৰৱ
He is so humble ,innocent,nd honest❤️
Very nice taking, Gaurav gogoi sir......
Gaurav gogoi sir ❤️💯🔥juiiii 🔥💯
Mojja disa gorov daa i love you
Good
🙏🙏🙏🙏
গৌৰৱ গগৈ দাঙৰিয়া আপোনাৰ নিৰপেক্ষ ভাষণ বোৰ শুনি বৰ ভাল লাগে শুনি থাকিব মন যায়।
দিল্লী হিলাই দিয়া পৰা নেতা
Love you dada
I love congress.all assames should love congress for their best
Ujjawald ❤ bhi
We are always in love with Himanta as a dynamic leader❤❤❤❤❤❤❤
Love you Gaurav gogoi
ভাল মানুহৰ ভাল কথা।।
Bjp কেইজন মান নেতাই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা আচাৰ ব্যৱহাৰ শিকক কেনেকৈ নিৰপেক্ষ ভাৱে কথা কিছূমান কব লাগে।
Gaurav Gogoi zindabad
Congratulations 👏 👏
Gourav Gogoi zindabad
Gaurav Gogoi Jindabad
আজি মই কথা এটা কৈ থওঁ, গৌৰৱ গগৈ ডাঙৰীয়াই এদিন প্ৰধান মন্ত্ৰী হোৱাটো নিশ্চিত।
Sir, বহুত ভাল লাগে আপোনাৰ গহীন গম্ভীৰ কথাবোৰ, কিমান ভাবি চিন্তি কথা কৈ আপুনি, আপোনাৰ পৰা যধা মূৰ্খ কিছুমানে শিকিব লগীয়া বহুত আছে।।
Congratulation
গৌৰৱ গগৈ আৰু নগাও সাংসদ গৰাকী বাদে বাকী কাৰোকো ভাল নালাগে
অসমৰ বিজেপি চৰকাৰখনৰ প্ৰতি যোৰহাটৰ একাংশ ৰাইজৰ বাহিৰে আন খিলঞ্জীয়াৰ মোহভংগ হৈছে বুলি কব নোৱাৰি ৷ ধুবুৰী আৰু নগাঁৱৰ সংখ্যালঘু ৰাইজেহে এআইইউডিএফক প্ৰত্যাখান কৰি কংগ্ৰেছক ভোট দিলে ৷ যোৰহাটৰ পূৰ্বৰ সাংসদ গৰাকীৰ কিছু বিফলতাইহে তাত কংগ্ৰেছক বিজয়ী কৰিলে ৷
আৰে ভাই এয়াইতো বিজয়৷ ডিব্ৰুগড়ত যে লুৰিণ নামৰ ডেকা লৰাটোৱে সৰ্বা বুঢ়াক হিলাই দিছিল৷ কিন্তু কথমিপে সৰ্বা নন্দ ৰক্ষা পৰিল ৷ নহলে বাকি কি হল হয় গম পালি হেতেন
Bjp neta bilakor ahankari swabhabor karone jorhator raije bjp k eibar vote dia nai.baki gaurav gogoir personality ei khetrot main factor hisape kam koise.prakton hankhod gorakik jorhator raije jothesto bhal pai.
আমি নগাঁও জিলাৰ মিয়া নহয়, কথা জানি কব কংগ্ৰেছক ভোট দিছোঁ। বৰদলৈ ভাল মানুহ কাৰণে ভোট দিছোঁ।
বাংলাদেশী প্ৰেমী বিজেপিৰ অহংকাৰৰত প্ৰস্ৰাৱ কৰি দিবলৈও বহুতো মানুহে বিজেপিক বাদ দি যাকে ভাল পাইছে তাকে দিছে৷
Yes
❤ love you sir
Amar moromor Gaurav iman bhodro iman hanto boktoibyo bilak oti hundor ❤👍🙏🏽
He is only one politician who is not diplomatic...Great personality..🙏
I love Congress❤
❤❤❤❤
Gaurav zindabad.
গৌৰৱ গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ তিনি গগৈ জিন্দাবাদ
Congratulations to you Gaurav Sir, Salute for your Vision and wisdom.
A Great Hope to see you as Chief Minister of Assam in coming future.
Gaurab Gogoi only real politician of Assam
Outstanding
Next cm gorav gogoi
Next cm
Incredible Figure From Assam & North East, High Fives 👋
Very good speech 🙏
❤
Good very good I love you so much sir
Next CM of Assam
Good job sir
Dhuburi==Nagaon==Jorhat
👍
Best wishes sir 🙏
❤❤❤
Quality leader
Sir koliyabor karone 10 bosor Kam ki korile olopman kobo sun,
তিনি খনত জিকিয়েই ইমান গুন বখানি থাকিব নালাগে।দুবাৰ জিকি কি কি কাম কৰি দেখুৱালে। আপুনি বিদেশীৰ সমস্যা অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিবনে । Congress তিনিখন আৰু বিজেপি ন খন আসন পাইছে আগতকৈ দুখন বেছিকে পাইছে তেওঁলোকে চুপ চাপে আছে দেখন আৰু আপুনি।লাভ নাই এইখন mpৰ হে election বিধান সভাৰ নহয়।😅😅😅😅😅
Toi faltu comments dii thak toi joliso 🔥😅 niiii
Teu khub binomro❤
Gaurab gogai zindabad
Moza dise
Good news
Lagte roho
ভাল লাগে চাৰক
Gentleman
The policians should follow the formula of ” sportman sprites ”
😢😢😢sir 🙏👌♥️♥️ 1:05
Indian Oil Depo ase Nagaon Bypass ot ( start Bypass)
কংগ্ৰেছে কেতিয়াও অসমত জিকিব নোৱাৰে।
আমাৰ জীৱন কংগ্ৰেছে শেষ কৰি দিছে আমি টকা দিৱ নোৱাৰাৰ বাবে চাকৰি নাপালো
বিজেপি য়ে মেধাবী ছাত্ৰক চাকৰি দিয়ে সেই বাবে অসমৰ মানুহে কংগ্ৰেছ ক ভোট নিদিয়ে
Hemontoi Assam hakh krila. Hosa kotha
সেইকাৰণে 99 আৰু 241
কলিয়াবৰত হাৰিম বুলি ভাবি, যোৰহাট পালিগৈ ,এতিয়া চাধা মুহাৰি মুহাৰি গাজা দি থাকক ।
BJP hatao Assam basao Congress zindabad
Val Jona manuh
😂😂😂😂😂😂😂😂😂😂
Gaurav gogoi should practice Assamese language pronounciation 😂
Eyake koi Val neta ❤namrata
congrest.Murdhabad❤❤❤.
Election t jikau অসমীয়া হৰাও অসমীয়া তাত it may bjp cong or any other say no more sir ami অসমীয়া
We the Assamese people love you Gaurav gogoi.you are the only Assamese person who loves his State people very much.we love you very very much.
Congress zindabad
মূল মানুহজনেই ভক্সেল
গৌৰৱ গগৈ ডাঙৰীয়া আপুনি সাংসদ য়েই নহয় এটা অনুষ্ঠান।
Asamar para dujan mantri Delhi lai gal,tahate yate pek pekai thak
Pabitra MARGHERITA DADA y nijar aagar tital GOGOI tu atiya para likhib lage.JAMIB.Teo gharar sab a Gogoi he likhe dekhon??
অকল যোৰহাট লৈ বহি থাক তই