Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
কোনে কোনে ২০২৪ চনত শুনিছা লাইক কৰা
আগতে দেউতাই গোৱা শুনো এতিয়া মোৰ প্ৰিয় হৈ পৰিল
Same here bro😢
Same
Bohut a priyo gan hoi mor
Amar deutaiu khub gaisil ....😢
অন্তৰৰ গভীৰৰ পৰা ওলাই অহা মৰ্মস্পৰ্শী কথা, কন্ঠ আৰু সুৰৰ কালজয়ী স্তম্ভ
সৰ্বকালৰ, সৰ্বশ্ৰেষ্ঠ গীত।সকলো স্তৰৰ লোকৰে গীতটি অতি প্ৰিয়।আচলতে গীতিকাৰ কেশৱ মহন্ত, সুৰকাৰ ৰুদ্ৰ বৰুৱা আৰু দৰদী কন্ঠ শিল্পী খগেন মহন্ত ডাঙৰীয়াৰ ত্ৰিবেণী সঙ্গমেই মূল মন্ত্ৰ।
আগতে গীতৰ সৃষ্টি হৈছিল আজিকালি গীত বনাই... Old is gold.
এইএ গান ! সুনীও আমনি নলগা অপৰূপ আনন্দ দায়ক । প্ৰতিজন শিল্পীৰে আছে সুকীয়া মৰ্জদা.......!
😂🙏
@@dancerqueenshaswatitalukda3405 😊
কেতিয়াও আমনি নলগা এটি গীত।অপূৰ্ব।
পুৰণি চিত্ৰৰেই পুনৰাবৃত্তি হৈ আছে জগতত যেন নতুন ৰূপত,,, old is gold.👍🙏
সেই যে সোনালী শৈশৱত শুনা গানবোৰ,কি সুন্দৰ।
কেতিয়াও পাহৰিব নোৱাৰা, সুন্দৰ গীত
কিমান যে ভাল পাও গীতটি শব্দৰে বুজাব নোৱাৰোঁ.... বিশেষকৈ দেউতা বেগতে আহিবি আহোঁতে ঝুনুকা আনিবি,,,,,,,,,,,❤ বহুত ভালপাও ❤ মাৰ মুখত সৰুৰ পৰাই শুনি আহিছোঁ এই গীতটি ❤️
কেশৱ মহন্তৰ অপূৰ্ব সৃষ্টিত খগেন মহন্তৰ অপূৰ্ব কন্ঠৰ সঙযোযনে সুন্দৰৰ অপূৰ্ব মাত্ৰ আ বহন কৰিছে। মই সৰু কালৰ পৰাই শুনিছোঁ।
Mur 6mohiya suwali jnik aitu gaan logai dile he suwe... Bht vl lge gaantu
হৃদয় মন শান্ত কৰা গান ।🤗❤️
Eman khundar geet aji kali manuhe pahorise
Old is forever gold... 2021t khuni asu... Jiyai thokaloi khunim
কি যে অমিয় সুৰৰ সেই গীত
আমাৰ হৃদয়ৰ গান।যত আমি আমাক বিচাৰি পাও।
অপূৰ্ব সৃষ্টি, অপূৰ্ব পৰিৱেশন👌👌👌👌👌👌👌👌👌♥️♥️♥️♥️♥️♥️♥️
আগতে দেউতাই ৰেডিঅʼ ত গানটো ডাঙৰ ডাঙৰ কৈ লগাই থাকে । আজি সেই দিন বোৰ মনত পৰি গʼল । 😌
নিভাঁজ অসমীয়া গান।❤❤
2023 চনত এই গানটো শুনি বহুত ভাল লাগিল । আজিৰ দিনত বহুত কম মানুহে এই পুৰণা গীতবিলাক শুনে ।
We should encourage our next generation for such old songs
My one month old boy goes to sleep only when I play this song. Amazing!! It's my favourite song..may be my son also love to hear this song..
Very beautiful song.. old is always gold
Old is always glod✨❤️
সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ গীত। শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়াৰ অপূৰ্ব সৃষ্টি।
কি হাও কত গুচি যাও নিজেই নাজানো,কিন্তু কাণ্ড মনত।মনত পৰে পুৰণি দিন বোৰ ৰ কথাকিবা লাগে মোৰ,কেতিয়া ও ঘূৰি নাহে খেই মধুৰ দিন বোৰ।মহন্ত চাৰ ৰ এই গানটো খুনিলে পগলা হৈ জাও
2020 anyone ... Fvrt song ever
Always
মা এ গানটি সদায় গাই থাকে....ভালো লগা হৈ গৈছে ....♥️♥️♥️
I can't believe there are some people who disliked such a beautiful song! Gaan tu buji napali ne ki?
Teu luk fokotiya gaanor lover like Neel Akash, Kusum Koilashr dore gaanor lover
one of the best song in Assamese music history
0:30 masterpiece.... 🌷🙃
বহু দিনৰ মূৰত খগেনদাৰ original version টো শুনিবলৈ পাই ভাল লাগিল।
Very nice
Xundar gaan dei agr din bur aku pbo mn jai...❤️❤️❤️❤️❤️❤️
কেশৱ মহন্ত,ৰুদ্ৰ বৰুৱাআৰু খগেন মহন্তৰ অমৰ সৃষ্টি।
গানটি শুনি বহুত ভাল লাগিল
ত
চঊঙচ
দেউতাৰ খুবেই প্ৰিয় গীতটো,, বৰ্তমান মোৰ,,,,,❤
এইবিলাক চিৰসেউজ গীত। শুনি থাকিলেও হেঁপাহ নপলাই।
Aei geet sunile pradhamik bidyalayot parhi thoka din buraloi manot pore . Oti prio geet .
Heart Touching song😍😍😍😍
Gud&good ❤️❤️❤️👍
বৰ ভাল লাগিল🎉😮😊😮😮
Mor dautar val puwa git moro val lage 🙏🙏🙏🌺🌺🌺🌸🌸🌸🌷🌷🌷🌷🙏🙏🙏
2021 still listening...
lovly melodious...voice❤️
গীতটি শুনি বহুত ভাল পাওঁ মই!
ইমান ধুনীয়া
পুৰনাগিতবোভাল.লাগে
অন্যতম প্ৰিয় গীত। হিয়া দহিলে ।
Old is gold 💛💛😍
জীয়েক আৰু বাপেকৰ এই চিৰন্তন সম্পৰ্ক গীতটোৱে যিমান সুন্দৰকৈ ধৰি ৰাখিছে, এয়া আনত বিচাৰি পোৱা নাযায়।
দেউতা ই গাইছিল। এতিয়া বৰকৈ মনত পৰে দেউতা লৈ
𝘒𝘶 𝘯𝘶 𝘨𝘢𝘢𝘯𝘳 𝘭𝘨𝘵 𝘵𝘶𝘭𝘰𝘯𝘢 𝘯𝘩𝘰𝘪 𝘵𝘦𝘶𝘭𝘶𝘬𝘳 𝘨𝘦𝘵...𝘹𝘴𝘢𝘪 𝘩𝘳𝘵 𝘵𝘰𝘶𝘤𝘩𝘪𝘯𝘨😍
গীতটি শুনিলেই চকুপানী ওলায়।।। Aibor Eman xundor..
অতি সুন্দৰ গীত....
চিৰ যুগমীয়া গীত।মোৰ প্ৰিয় গীত।
I love this song 🥰🥰
বহুত ভাল লাগিল শুনি ❤️❤️👍🤩
2022 still listening... 😊
মজা
2024 চনত BA 4th semester r Assamese RC paper khonot pohi asu ai gan birur bikhoye 😊❤
মোৰ দেউতাৰ প্ৰিয় গীত...মোৰো বহু ত প্ৰিয়
2121 ajio xuni aso ei gaan to❤❤❤
সচাকৈ বহুত বহুত ভাল লাগে 🙏
Old is gold ❤️❤️❤️❤️❤️
Awesome
Old is gold 🥇
*সুৰৰ সম্ৰাটদেৱ আমাৰ মাজত সদায় স্মিতি সমূহ জিয়াই থাকিৱ.....॥
ডাউনভোট দিয়া কেইজন মানুহ নে পিশাচ! মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত
aeburhe gieet hoi xuni bahut val lage atitaloi manot pori jai
😍😍😍love from Kokrajhar
Really mind blowing.
suni dhunia lagil
Akhomoiot aibur geet radio khunisilu ki je bhal lgisil..atioa bhal pao aibur geet🥰🥰
Old fvt song😊👀
I love this song ❤️❤️❤️❤️❤️❤️🙏🙏🙏
Really,so heart tousching song
Evergreen song 💗❤️💗
Mont porile Aji khunilu montu Val lagise gol
Moi o bhaal pao
Old is gold 😍
বহুত ভাল লাগিল
oti uttam
Heibur din a vl asill .... anekua lage Jen ...punor ghuri ahok...🥀❤️🌼
Hridoi sui juwa geet.
Axomor bahirot Thoka protijon manuhe buji paai ai bedona.Apun jonor pora aatori Thoka r dukh.
হৃদয় শাত পৰা গীত
No one can sing this song as you
purni horu kalor din bur le mnt pre aibr gan hunile ki dhunia gan asl
Life time my favourite song
Suni thakile hepah natalia
Break up hol , kintu atu gan xuni mon val lagi gol
Agote radio t xunisilo ai gan tu
মোৰ প্ৰিয় গীত ।
❤️heart touching song
kharote khona gan.. bht val lage
Very very intersting
❤❤❤❤
মোৰ প্ৰিয় গীততি
আজি তেওঁলৈ স্মৰণ কৰি এই গীতটো শুনিলো
Old is gold
Awesome 😊🤩
I love this song 😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍😍
Wow😍😍😍😍
কোনে কোনে ২০২৪ চনত শুনিছা লাইক কৰা
আগতে দেউতাই গোৱা শুনো এতিয়া মোৰ প্ৰিয় হৈ পৰিল
Same here bro😢
Same
Same
Bohut a priyo gan hoi mor
Amar deutaiu khub gaisil ....😢
অন্তৰৰ গভীৰৰ পৰা ওলাই অহা মৰ্মস্পৰ্শী কথা, কন্ঠ আৰু সুৰৰ কালজয়ী স্তম্ভ
সৰ্বকালৰ, সৰ্বশ্ৰেষ্ঠ গীত।সকলো স্তৰৰ লোকৰে গীতটি অতি প্ৰিয়।আচলতে গীতিকাৰ কেশৱ মহন্ত, সুৰকাৰ ৰুদ্ৰ বৰুৱা আৰু দৰদী কন্ঠ শিল্পী খগেন মহন্ত ডাঙৰীয়াৰ ত্ৰিবেণী সঙ্গমেই মূল মন্ত্ৰ।
আগতে গীতৰ সৃষ্টি হৈছিল আজিকালি গীত বনাই... Old is gold.
এইএ গান ! সুনীও আমনি নলগা অপৰূপ আনন্দ দায়ক । প্ৰতিজন শিল্পীৰে আছে সুকীয়া মৰ্জদা.......!
😂🙏
@@dancerqueenshaswatitalukda3405 😊
কেতিয়াও আমনি নলগা এটি গীত।অপূৰ্ব।
পুৰণি চিত্ৰৰেই পুনৰাবৃত্তি হৈ আছে জগতত যেন নতুন ৰূপত,,, old is gold.👍🙏
সেই যে সোনালী শৈশৱত শুনা গানবোৰ,কি সুন্দৰ।
কেতিয়াও পাহৰিব নোৱাৰা, সুন্দৰ গীত
কিমান যে ভাল পাও গীতটি শব্দৰে বুজাব নোৱাৰোঁ.... বিশেষকৈ দেউতা বেগতে আহিবি আহোঁতে ঝুনুকা আনিবি,,,,,,,,,,,❤ বহুত ভালপাও ❤ মাৰ মুখত সৰুৰ পৰাই শুনি আহিছোঁ এই গীতটি ❤️
কেশৱ মহন্তৰ অপূৰ্ব সৃষ্টিত খগেন মহন্তৰ অপূৰ্ব কন্ঠৰ সঙযোযনে সুন্দৰৰ অপূৰ্ব মাত্ৰ আ বহন কৰিছে। মই সৰু কালৰ পৰাই শুনিছোঁ।
Mur 6mohiya suwali jnik aitu gaan logai dile he suwe... Bht vl lge gaantu
হৃদয় মন শান্ত কৰা গান ।🤗❤️
Eman khundar geet aji kali manuhe pahorise
Old is forever gold... 2021t khuni asu... Jiyai thokaloi khunim
কি যে অমিয় সুৰৰ সেই গীত
আমাৰ হৃদয়ৰ গান।যত আমি আমাক বিচাৰি পাও।
অপূৰ্ব সৃষ্টি, অপূৰ্ব পৰিৱেশন👌👌👌👌👌👌👌👌👌♥️♥️♥️♥️♥️♥️♥️
আগতে দেউতাই ৰেডিঅʼ ত গানটো ডাঙৰ ডাঙৰ কৈ লগাই থাকে । আজি সেই দিন বোৰ মনত পৰি গʼল । 😌
নিভাঁজ অসমীয়া গান।❤❤
2023 চনত এই গানটো শুনি বহুত ভাল লাগিল । আজিৰ দিনত বহুত কম মানুহে এই পুৰণা গীতবিলাক শুনে ।
We should encourage our next generation for such old songs
My one month old boy goes to sleep only when I play this song. Amazing!! It's my favourite song..may be my son also love to hear this song..
Very beautiful song.. old is always gold
Old is always glod✨❤️
সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ গীত। শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়াৰ অপূৰ্ব সৃষ্টি।
কি হাও কত গুচি যাও নিজেই নাজানো,কিন্তু কাণ্ড মনত।মনত পৰে পুৰণি দিন বোৰ ৰ কথা
কিবা লাগে মোৰ,কেতিয়া ও ঘূৰি নাহে খেই মধুৰ দিন বোৰ।
মহন্ত চাৰ ৰ এই গানটো খুনিলে পগলা হৈ জাও
2020 anyone ... Fvrt song ever
Always
মা এ গানটি সদায় গাই থাকে....ভালো লগা হৈ গৈছে ....♥️♥️♥️
I can't believe there are some people who disliked such a beautiful song! Gaan tu buji napali ne ki?
Teu luk fokotiya gaanor lover like Neel Akash, Kusum Koilashr dore gaanor lover
one of the best song in Assamese music history
0:30 masterpiece.... 🌷🙃
বহু দিনৰ মূৰত খগেনদাৰ original version টো শুনিবলৈ পাই ভাল লাগিল।
Very nice
Xundar gaan dei agr din bur aku pbo mn jai...❤️❤️❤️❤️❤️❤️
কেশৱ মহন্ত,ৰুদ্ৰ বৰুৱাআৰু খগেন মহন্তৰ অমৰ সৃষ্টি।
গানটি শুনি বহুত ভাল লাগিল
ত
চঊঙচ
দেউতাৰ খুবেই প্ৰিয় গীতটো,, বৰ্তমান মোৰ,,,,,❤
এইবিলাক চিৰসেউজ গীত। শুনি থাকিলেও হেঁপাহ নপলাই।
Aei geet sunile pradhamik bidyalayot parhi thoka din buraloi manot pore . Oti prio geet .
Heart Touching song😍😍😍😍
Gud&good ❤️❤️❤️👍
বৰ ভাল লাগিল🎉😮😊😮😮
Mor dautar val puwa git moro val lage 🙏🙏🙏🌺🌺🌺🌸🌸🌸🌷🌷🌷🌷🙏🙏🙏
2021 still listening...
lovly melodious...voice❤️
গীতটি শুনি বহুত ভাল পাওঁ মই!
ইমান ধুনীয়া
পুৰনাগিতবোভাল.লাগে
অন্যতম প্ৰিয় গীত।
হিয়া দহিলে ।