Video není dostupné.
Omlouváme se.
Ojaantric || Assamese Podcast ft.
Vložit
- čas přidán 25. 11. 2022
- Nihal Das's New Song : • Akou Ebar | Nihal Das ...
Our Second channel:
Oasis Talukdar : www.youtube.co....
Udayan Duarah : www.youtube.co....
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 7002428586
#ojaantric
#assamesepodcast
#subasanadutta
অযান্ত্ৰিকৰ বুকুত ভিতালী বাৰ কথাবোৰো থাকি যোৱাহেঁতেন একোটা খণ্ডৰ ব্যক্তিগতভাৱেই হাজাৰ স্ৰোতা হ'লোহেতেন।
সুবাসনা বা, বৰ্ণালী বাহঁতৰ কন্ঠবোৰ আমাৰ ল'ৰালিৰ মধুৰতম ঝংকাৰ।
সৰ্বপ্ৰথমেই বহুত বহুত বেছি ধন্যবাদ উদিদা আৰু অৱেছিচদা।অপেক্ষাৰত আছিলো বহু দিনৰ পৰা।সুবাসনা বাক পাম পাম বুলি। মই এই অনুষ্ঠানৰ নিয়মিয়া দৰ্শক।
সুবাসনা বাক প্ৰথমে গোলাঘাটৰ,টেলগৰমৰ NRL ৰ সমীপৰ এটা বিহুৰ অনুষ্ঠানত দেখিছিলো।ইমান সহজ -সৰল।অমায়িক।বাৰ অমীয়া সুৰৰ সমীয়া মাধুৰিত বাৰ গীতৰ তালে তালে মনে নাচি উঠিছিল।ইমান সুৱলা,সুমধূৰ,স্পষ্ট কন্ঠ।ই একক অনন্য আৰু অদ্বিতীয়।বাৰ কন্ঠত সঁচাকৈয়ে যাদু আছে।বাৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়।সপোন বাক এবাৰ লগ পাই কথা পতাৰ।
মৰমৰ একেবাৰেই আপোন আপোন যেন লগা উদিদাকো লগ পোৱাৰ বহু পুৰণি আশা।মই গোলাঘাটৰ তেওঁ আমাৰ স্থানীয় কিন্তু পোনপতীয়া বাৰ্তালাপৰ সুযোগ সুবিধা মিলা নাই।Equinox ৰ অনুষ্ঠানত online ত কথা পতাৰ সুযোগ পাইছিলো।অভিনেতা,শিল্পী এজন ইমানো যে সহজ -সৰল হ'ব পাৰে মই সপোনটো ভৱা নাছিলো।বাকী,অযান্ত্ৰিকৰ পৰিয়ালবৰ্গলৈ বহুত বেছি মৰম।এই অনুষ্ঠানভাগি আৰু আগবাঢ়ি যাওঁক তাকে কামনা কৰিলো।স্বনামধন্য ব্যক্তিসকলৰ জীৱনগাঁঠা ঘৰুৱা পৰিৱেশৰ বাৰ্তালাপৰ মাজেৰে আমি বহু কথা জানিছো,শিকিছো,বুজিছো।সেইবাবে পুণৰ সকলোলৈ ধন্যবাদ জনালোঁ।
অযান্ত্ৰিকৰ অনুৰাগী
টিংকু শইকীয়া।
সুবাসনা দত্তৰ সেই গীতটি “ৰজনীগন্ধা” আছিল 😂😂 ৰজনীগন্ধা বিমল পান মছলা, পকতিয়াই নাখালে নালাগে মজা
আগৰ বাৰৰ দৰে এইবাৰো সম্পূৰ্ণ Episode টো চালো। অসমৰ Female Singer বোৰৰ ভিতৰত সুবাসনা দত্ত মোৰ অতিকৈ প্ৰিয়। ভাল লাগিল...
"আপুনি আহিব" গানটো ইমানেই প্ৰিয় নহয় কিমান শুনিছোঁ হিচাব নাই❤️ সুবাসনা বা সদাই প্ৰিয় হৈ থাকিব❤️✨ ভগৱানে ভালে ৰাখক সদাই, ধন্যবাদ অজান্ত্ৰিক 💚
সচাকৈ খুব ভাল লাগিল।
অযান্ত্ৰিক ৰ বাবে ৰৈ থাকো ।
সুবাসনা দত্ত ।
তেওঁৰ মাতটো য়েই মিঠা।
সুন্দৰ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি সকলক আমাৰ সম্মুখত লৈ অনা বাবে অযান্ত্ৰিক জিন্দাবাদ 👌👍🙏💐
মই ভাবিছিলো অলপ দিনৰ আগত হোৱা ভূমিকম্পত মাটি ফাটি সোমাই গ'ল আৰু অযান্তিক।
ৰজনী গন্ধা বিমল পান মছলা পকতিয়াই পকতিয়াই গানটো
Subasona baa is my favourit female singer...thank you for inviting..
All time favourite Subasana baa.... You are really a melody queen ❤️❤️❤️
বহুত বহুত ধন্যবাদ অযান্ত্ৰিক পৰিয়াললৈ❤️ মোৰ আটাইতকৈ প্ৰিয় আৰু মৰমৰ গায়িকা সুবাসনা বা😘😘 সদায় এনেকৈয়ে তুমি আগুৱাই যোৱা....অনুষ্ঠানটি চাই সঁচাই খুউব ভাল লাগিল
Ojaantric ei episode tu bur bhut bhal lagile western gan tu huni subasana bar aru dangor fan hoi golu I love this episode ❤️❤️💤🎧👌🏻🙏🏻🙏🏻
প্ৰথমে অযান্ত্ৰিক পৰিয়ালক বহুত বহুত ধন্যবাদ সুবাসনা দত্তক অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে। সুবাসনা মোৰ অতি প্ৰিয় গায়িকা আৰু বহুত মৰমৰ। আজিৰ খন্ডটো সচাঁকৈ বৰ ভাল লাগিল। আগলৈও এনে ৰসাল খন্ড চাবলৈ পাম বুলি আশাৰে বাট চালো
Thanks a lot for the support♥️♥️🙏 lots of love to you guys ♥️🙏
ৰাতিপুৱাই ইমান ধুনীয়া উপহাৰটি পাই সচাঁই মনটো ভাল লাগি গল । আৰু উৎপল দা ক কেতিয়া মাতিবনো ?? বৰ হেঁপাহেৰে ৰৈ আছো মাতিবছোন এদিন ..Oasis da and Ud da
ৰাতিপুৱা ৰ চাহ আৰু দেওবৰীয়া সবিশেষ 💕.. যি হলেও ভাল লাগিল । সোনকালে দিব episode বোৰ ❤️, বহুত বহুত মৰম লখিমপুৰ ৰ পৰা ।
Moi u Lakhimpur
Bring Anupam saikia in the show.. Mark my word, you will feel blessed after doing the show , he is one of the most underrated singer as well composer specially when it comes to Bihu or some local traditionalal song, he is such a gem. Bring him UD and Owesis
Nihal Das's New Song : czcams.com/video/777lcGqul9k/video.html
Incredible creation
মোৰ আটাইতকৈ প্ৰিয় গায়িকা সুবাসনা বা ❤️ বহুত বেছি ভাল লাগিল...ধন্যবাদ অযান্ত্ৰিক 🙏
Without UD da r story 🤣🤣 Ojaantric is incomplete....
সুবাসনা দত্তক সৰুপথাৰত এবাৰ শংকৰদেৱৰ জন্মোৎসৱত লগ পাইছিলোঁ।তেতিয়া একেবাৰে সৰু আছিল। আমিও সৰু আছিলোঁ। তেতিয়াই গম পাইছিলোঁ এদিন এনেদৰে উজ্বলি উঠিব বুলি। বহুত মৰম আৰু শুভকামনা জনালোঁ।
প্রিয় ব্যক্তিৰ সৈতে এটা সুন্দৰ অনুষ্ঠান 😍 সকলোলৈকে শুভ ৰাতিপুৱা ♥
কৌশিক নন্দন বৰুৱা দাদা, জুবিন দা, অনুৰাধা শৰ্মা বাইদেউক চাব বিচাৰো 🥰
Logote Indrani sharma k u lage
Most beautiful lady singer of Assamese♥️♥️♥️
You mean female.
Ojantric r protitu episode a saisi kintu comments dia nhoi mur
Kintu age comment nkri nuarilu ..bisakh krok emne hahisu nhoi age show tu sai 😂 specially stage r ktha bur huni .....
Bhot mrom aru xovokamona apunalokoloi ...aru kri jawk anek....
Roi thaku sabloi ojantric aru roi thkim khodai ❤️❤️
Thank you 😊
I have seen her many a times... She is very talented.. diphu t mur ghr r oknman dur t a tewr ghr tu asil.. bohut horur a pra dekhislu... A very skillful girl... 💕
Subasana ba's voice with Raman Da's composition being ......
My all time favorite Assamese Female Singer. Thanks for inviting her❤️
উফ্ফ.. কিমান দিন যে wait কৰালে নতুন episode ৰ কাৰণে!! Big fan from Germany ❤️ ❤️ daily দুটা মান কে পুৰণা episode চাওঁ 😀
আপুনি আহিব গানটো ৰ কথা একো নকওঁ আৰু..........🥺💗 একদম অন্তৰত সোমাই আছে.......❣️💗💗💗
কুৰুৱাবাহী সত্রৰ ফালৰ পৰাও আপোনালৈ বহুত বহুত ধন্যবাদ জনালো😍
আজি অ'যান্ত্ৰিক সুৱাসনা বাৰ বাবেই শেষলৈকে চালো। মোৰ প্ৰিয় গায়িকা।আমাৰ অসমৰ লতা।
Next plz কৌশিক নন্দন বৰুৱা 🌼💝
Yaaa please 🥺❤
অযান্ত্ৰিক.....সচাঁকৈয়ে যান্ত্ৰিকতাৰ পৰা বহু দুৰৈত❤️
Subashana is the melody queen 👑❤️❤️
Lastor time khinit bohut hahilu. Bhal lagil. Thank you all.
We must expect some English song from Subasana in future. Subasana you sang that English song so beautifully, birat bhal lagil. Aapuni please keitaman English gaan release koroksun.
"apuni ahibo " ai gaan2 muru bohut priyoo....
Montu bhal lagi gol aji, bahut hahilu😊 Thanks Ojaantric
❤ bohut dinor pisot emaan hahilu .. thankyou so much Ojaantric . Ba j eman vl acting koribou pare jona nasilu xosakey
উদয়ন দা big fan ❤️ যোৰহাটত জুবিন দাৰ birthday ত লগ পাব মন আছিল, নোৱাৰিলোঁ। Love from Dergaon, Golaghat ❤️💥
বহুত ভাল লাগিল ৷ বিশেষকৈ আপোনালোকৰ এই অভিজ্ঞতাবোৰ ৷৷
Asha koru dada hunkale hunkale Jen new episode Ane.... Aji sai bohut vl lagil❤️❤️❤️
Finally new episode ahile 🤩❤️..... long live Ojantric ❣️
Please bring R.G bucket list (Rohit Gogoi) !
(Rajanigandha Bimal paan masala)
Aapunar pratitu gaan val lage baa eman mitha aapunar voice but heitu gaan huni shocked hoi goixilu mane aapuni kiyoooo.............Hodai dhuniya dhuniya kam kori jaok ❤️❤️❤️❤️
অনুৰাধা শৰ্মা পূজাৰী বাইদেউক plz এবাৰ নিমন্ত্ৰণ জনাওক 🙏🙏
তেওঁৰ লগত সাক্ষাৎ কৰা এওঁলোকৰ ক্ষমতা নাই
Altu faltu fatibo nuwari nhoi teuu
@@dipankarchangmaiaxom1299uaaau pondit jon
Please bring R.G bucket list!
The queen of melody lots love from golagaht....
বহুত ভাল লাগিল,অনুপম শইকীয়া দেৱক পাৰে যদি এদিন আনিবচোন।তেওঁৰ বিষয়ে জানিবলৈ বহুত ইচ্ছা আছে।
Seriously নিলীম আকাশ গীততি মোৰ ও বৰ প্ৰিয়। আৰু আপোনাৰ সেই মুহূর্তৰ অনূভব শুনি CZcamsত গানতো বিচাৰিলো। প্রবীন বৰা আৰু জুবিন দাই গাইছে আৰু কিনাৰতে আপোনাক দেখি সুখকন অনুভব কৰিব পাৰিছো। বাকি আৰুনো কি কম। Ojaantric সদায় প্রিয় তাতে উপস্থিত আছে সুবাসনা বা । 🙏
Melody Queen 💥 love from Golaghat ❤️🌹
Bht val lagil , tat a akou subasana baaa ❤️
Love you ojaantric ❤️❤️❤️❤️❤️ lots of love ❤️💕
Dhuniya hoise...bahut bhal lagil..agoloi o aru bhal bhal artist matibo buli akha thakil. love you all.
পুৱাৰ প্ৰভাৱতেই সুবাস প্ৰিয় তেওঁ...লগতে আপোনালোক দুয়ো...❤️
Please bring R.G bucket list
Iman naturally camerat ulaise.. Eour Natural beauty sauk..Khubei bhal palu..misamisi make up loi byasta ami bor ..
ধন্যবাদ অজান্ত্ৰিক । মোৰ অতিকৈ প্ৰিয় 'বা' জনীক আমন্ত্ৰণ কৰাৰ বাবে। ◆ Melody Queen of Assam .🙏
❤️ 4m Duliajan ✌️.
She sings really classy western songs ❤️❤️❤️
The last minute , though it's unexpected...it's wow
Show must go on 👍
আকৌ চালো !
সুবাসনা বা মোৰ favourite " আপোনি আহিব "মোৰ অতিকে প্ৰিয় ❤❤
Best melodious female singer in assam.lov a lot
ভাল লাগিল episode টো চাই। বহুত হাঁহিলো । আৰু গান টো অলপ অলপ কৈ গম পাইছোঁ 😂. Vreegu dai এবাৰ সেই গানটোক লৈ subasana বা ক এবাৰ prank call ও কৰিছিল।
Best episode....biraaat bhal lgil dei...eman hahilu....repeat kori sai asu... really so sweet voice..
Female singer ভিতৰত অন্যতম ❤️
Program to bohut bhal lage. Sandal or kahani to suni bohut hahilu. I like the songs Subasana very much. You both the guys are incredible.
Thanks to অজন্ত্ৰিক and entire team,she is one of my favourite singer,but oasis asked a lot of questions to justify the incorrect pronunciation matter,she is a singer,music is her subject,listen to her constructively, please don't mind my explanation, being an well wisher this is just opinion...love from Delhi
Finally new episode ahi gol😍 but last tot bohot bht bht hahilu bht funny 😂😅
love from sivasagar ❤
অযান্ত্ৰিক আৰু অযান্ত্ৰিকৰ এই মানুহ বোৰ বৰ বেছি প্ৰিয় ❤️
"1:02:30" best moment of the show,"aiepine aha, aiepine aha..." koute moi ukiyai ukiyai hahilu.
Please bring R.G bucket list.
বাপৰে আহিল দেই বহু দিনৰ মুৰত এটি খন্দ.....সুৱাসনা বা আপোনাৰ লাইভ অনুষ্টান চাই বহুত ভাল লাগিল
Bohut val lagil sai... Khub hahilu, bohut kotha hikibo parilu... Hundor💞
বহুত ভাল লাগিল এপিছড টো 💚💚 সুবাসনা বাক বহুত ভাল লাগে। ............. 👉👉👉লগতে আপোনালোকলৈ এটা অনুৰোধ , সাংস্কৃতিক জগতৰ লগত জড়িত সকলৰ বাহিৰেও অন্যান্য বিভিন্ন ক্ষেত্রৰ লগত জড়িত সকলকো মাতিবলৈ আৰম্ভ কৰক। নহলে প্ৰায় খিনিয়ে একে ধৰণৰেই হৈ গৈছে লাহে লাহে। বেলেগে কি ভাবে নাজানো আৰু ....... এইখিনি মোৰ অনুভৱ হে মাথোঁ। 🙏🙏🙏🙏
Amazing episode after a long time...Enjoyed it...."Vange,,tapoli maru" was very relatable...
Atiyaloi jiman ta episode saisu sokolutkoi vll lagile Aitu episode... Subasana baa you are all time favourite ♥️♥️♥️
One of my favorite female singer।
This is the best episode ❤️ last or khini hahi hahi pet bikhai gol
ৰৈ থাকো অযান্ত্রিক চাবলৈ। ইমান ঘৰুৱা যেন লাগে❤️
মেঘৰঞ্জনী বাক মাতিবচোন এবাৰ
Assam r topmost female singer . Abar lg pabo ase Xubaxona dutta💕🥰☺🤗
আপোনি গানৰ বাবেটো favourit আছিলেই।কিন্তু ব্যক্তিত্ব টো গম পায় আৰু সন্মান বাঢ়ি গল। ধন্যবাদ বা।সু স্বাস্থ্য কামনা কৰিলো।
57:40 start huwar pora xekholoi, Krishno hahi hahi pet bikhai gol dei🤣🤣🤣🙏🙏 best episode❤🤣👏aru tolole namibo nuwaru rupalim🤣🤣🤣🔥🔥🔥🔥 UD dar eta beleg k podcast lobo sun bohut mjaa mjaa funny stories ulabo🤣🔥
Akdomm😂😂😂❤
Ufff roi roi... Aahile aako "Ojantric"😍😍
Subasana baa what a voice... Jonai nasilu upuni imn val western gai buli.. Ati hunkale western ata korok.....
Both Brothers... Being a fan of ojaantric.. I will like to suggest a song "বানে ধোৱা মাজুলী" by Rupam Borah. Haanhi Haanhi pet bikhuwai dile kintu aji r episode tu e (Last part)
One of the funniest and weirdest episodes of Ojantric. Loved it. ❤️
Subhasana ba r smile Tu bht cute re🥰
My all time fvrt singer
Love from tingkhong ❤️❤️ UD da after a long time montu val lagi jai video ahile।। Apuni ahibo one of my favourite song Subha ba❤️❤️
সঁচাকৈয়ে পাহৰিব নোৱাৰা episode 🤩🤩🤩🤩
So sweet , Ojaantric long live .
Ojaantric is always a love ❤️.. nice episode. Last r fale besi bhal lagil. Eta request asil , pare jodi Reema Borah baa k matibosun 💙
অশেষ ধন্যবাদ ojantric আজি ৰাতিপুৱা উঠিয়ে মাৰ গালিৰ সলনি ojantric ৰ notification পালোঁ 😌video 2 চাই দেখো মোৰ প্ৰিয় বা জনী 😍oasis দা আৰু ud দা তোমালোকৰ video বোৰ নাপালে বহুত miss কৰো তোমালোকৰ মাত বোৰ মোৰ সদায় প্ৰিয় সুৱসনা বা ৰ মাত ৰ কথা নকওঁ আৰু গোটে অসমত সুবাস বিলাই 😇 নলবাৰীৰ লোহাৰকাঠা ৰ পৰা বহুত বহুত মৰম জাচিলো তোমালকলৈ 💖💖
Val lagil sai episode tu 😌last part khini khub val lagil experience bur 😂
বহুত বহুত ভাল লাগিল অ চাই,তিনীওজনকে বহুত বহুত মৰম💞💞💞💞🤩🤩
Subasona is my favourite singer 👌❤️👍 mojja.. thank you much ojantric
UD your rakh experience is just next level 😂🤣🤣🤣🤣🤣hahi hahi pet bikh hoi goise...🤣🤣🤣pls you tell your other funny experiences in every episode 🤣🤣🤣
আজিৰ episode টো বহুত ভাল লাগিল । শেষৰ খিনি চাই হাঁহি হাঁহি চকুৰ পানী ওলাই গল দেই😂😂😂
অনুষ্ঠান তো ভাল লাগিল দাদা 👌💚বিজয় বিশাল দাদা ক মাতিব চোন আপোনালোকৰ অনুষ্ঠান তোলৈ...
I m also a homesick person nd i also believe in family time 😘😘😘 its a great feeling to find similarities with you fvrt female singer 😘
The show must go on!!
Bahut dhuniya episode ❤️❤️❤️...gunjan daak loi aahol he🙏🙏
Uff Subasana dutta ❤❤❤ abr log pabo mon ase dei❤😊