প্ৰতিযোগিতাত ঢোলবাদন কেনেকৈ কৰিব শিকোঁ আহক |ঢোলত নাচনী চেও| how to play dhol in a competition |

Sdílet
Vložit
  • čas přidán 24. 04. 2023
  • আজিৰ ভিডিঅ'ত বজোৱা চাপৰ সমূহ time stamp ৰ সৈতে তলত দিয়া হৈছে।
    *************************************************
    4:36 [দিঘলীয়া চেও]
    ঘেনতাখি দোঘেন তাতাখি দোঘেন (৩ বাৰ) তাতাখি__(৪ বাৰ) তাখিদিঘেন খিতাওঁ উৰু
    ঘিনদাঢ ধিনদাচ
    ঢিলপিছে মিৰিদাওঁ ধুৰু ধুৰু দাওঁদাওঁ (২ বাৰ)
    তাখিদিঘেন খিতাওঁ উৰু ঘিনদাচ তাখিদিঘেন খিতাওঁ উৰু ঘিনদাচ দিঘেনিতি ঘেন ঘেন দিঘেনিতি ঘেনদাওঁ(২ বাৰ) দিঘেনদাওঁ দিঘেনদাওঁ
    তালপিছে মিৰিদাও ঢিলপিছে মিৰিদাওঁ (৩ বাৰ) ধুৰদাওঁ ধুৰদাওঁ ধুৰু ধুৰু দাওঁধুৰু দাওঁদাওঁ
    তাওঁখিতা ৰিঘেনদাওঁ ঘেনিতিঘেন দাওঁ দাওঁ দিঘেনিতা ৰিঘেনদাওঁ ঘেনিতিঘেননিতিঘিন তাখিদিঘেনিতিঘি তাখিৰখিতা ৰিঘেনদাওঁ ঘিন
    ঘেনদাওঁ ঘেনখিতা ৰিঘেনদাওঁ ঘিন, ঘেনতাক দিঘেনাক তালপিছে মিৰিদাওঁ ঢিলপিছে মিৰিদাওঁ (২ বাৰ)
    দিঘেনিতা দিঘনাক ঘেনতাঘিনিতাঘিন তাকদিঘিনিতিঘিন তাখিঘিনদিঘেনাক ঘেন
    ঘেনদাওঁ ঘেনখিতা ৰিঘেনদাওঁ ঘেন ঘেনিতাখিদিঘেনাক ঘেনতাক তালপাছে মিৰিদাওঁ
    দিঘেনিতাদিঘিনাক তালিপিছে মিৰিদাওঁ ধুৰুদাওঁ দাওঁধুৰু ধুৰু ধুৰু দাওঁধুৰু দাওঁ
    ঘেনতাক ঘেনতাঘেনিতা ঘেন দিঘিনাক ঘিন।
    *************************************************
    6:51[খৰা চেও]
    ঘিনঘিন দাওঁদাওঁ ঘিনঘিনা খিতিঘিন
    তাকদিঘিন দাওঁ দাওঁ ,
    ঘিনঘিনা খিতিঘিন তাকদিঘিন দাওঁ দাওঁ
    দিঘিনদাওঁ দিঘিনদাওঁ দাওঁ দিঘিনদাওঁ (২ বাৰ)
    তাওঁখিতা ৰিঘেনদাওঁ ঘেনিতিঘেন দাওঁ দাওঁ
    দিঘেনিতা ৰিঘেনদাওঁ ঘেনিতিঘেন দাওঁ
    ঘেনঘেনা খিতিঘিনা উৰুঘেনা তিঘিনাক
    ঘেনতাক দিঘেনাক ঘিন।।
    *************************************************
    7:36 [মহিলা নাচনী চেও]
    ঘিনঘিন দাওঁদাওঁ ধুৰু ধুৰু দাওঁ দাওঁ খিতিঘিন দাওঁদাওঁ ধুৰু ধুৰু দাওঁ (২ বাৰ বজাব) খিত খিতা খিততাওঁ খিতখিতা খিত, তাকোগুদু ঘিনদাওঁ তাকোগুদু ঘিন (২ বাৰ বজাব) ঘিনঘিন তাকউৰঘেন খিত তাক খিতিঘিন তাকউৰঘেন খিত তাক , খিততাখি ঘিনঘিনা ঘিনতিঘিনিতিঘিন খিতাখি ঘিনঘিনা ঘিন।
    *************************************************
    8:40 [মহিলা নাচনী চেও]
    ঘিনগিৰঘিনাকঘিন ঘিনঘিন দাওঁদাওঁ
    খিতঘিনি খিতঘিনি খিতঘিনি দাওঁ দাওঁ (২বাৰ)
    খিতাগিৰঘিনাকঘিন ঘিনঘিন দাওঁদাওঁ
    খিতঘিন খিতঘিনি খিতঘিনি দাওঁ দাওঁ (২ বাৰ)
    ঘিনগিৰঘিনাকঘিন তাক তাক তাক তাক
    খিতাগিৰঘিনাকঘিন তাক তাক তাক তাক
    দিতাখিনিতিখিতি ঘিন উৰু ঘিন উৰু
    ঘিনতাঘিনিতিঘিন তাকঘিন ঘিনতাক ঘিন।।
    *************************************************
    11:19 [দোমোনী চেও]
    ঘিন কোহাকোহা খিতি খিতকোহা খিতি ( ২ বাৰ)
    কোহাখিতি _ _ _ _ (৪ বাৰ)
    খিতখিতি খিতখিতি খিতখিতি খিততাওঁ
    ঘিনঘিনা ঘিনঘিনা ঘিনঘিনা ঘিনদাওঁ (২ বাৰ বজাব)
    ঘিনঘিনি ঘিনদাওঁ তাখিঘিনি ঘিনদাওঁ
    খিততাখি ঘিনঘিনা ঘিন।।
    *************************************************
    প্ৰতিযোগিতাৰ ঢোলবাদন কৰোঁতে গুৰুঘাট, দুটা খৰাচেও, দিঘলীয়া চেও এটা, নাচনী চেও দুটা, বুঢ়া চেও এপালচ আৰু দোমোনি চেও বজালেই হ'ব।
    Video Creadit :-
    record & uploaded by Rupak Das

Komentáře • 63

  • @dasrupak
    @dasrupak Před rokem +11

    চাপৰ সমূহ আপোনালোকৰ সুবিৰ্ধাথে লিখিতভাবে description ত দিয়া হৈছে।

  • @BituDas1y
    @BituDas1y Před 3 měsíci

    Bhut val lagil dada❤

  • @r.ctalukdar1659
    @r.ctalukdar1659 Před 3 měsíci +1

    মন্তব্যবোৰ অসমীয়া ভাষাৰ লিপিৰে লিখিবলৈ সেৱা ধৰিলো ঢোল বাদনৰ নিয়ম নীতি ভাল হৈছে।ভাল লাগিল।

  • @nikunjabordoloi2363
    @nikunjabordoloi2363 Před rokem +2

    সচাঁয় বহুত সুন্দৰ হৈছে তেখেতলৈ সকলোৱে এটা লাইক কৰক 🙏🙏

  • @srimanta__
    @srimanta__ Před rokem +1

    Val lagil baba khura ❤

  • @pranjalbania9210
    @pranjalbania9210 Před rokem

    Hodaai apunaar videor opekkhaat thaku.
    Thankyou.

  • @rajmixture
    @rajmixture Před rokem

    ভাল লাগিল ।

  • @ldbordoloi8869
    @ldbordoloi8869 Před rokem

    Bohut val lagil❤❤❤❤

  • @basantakumardas41
    @basantakumardas41 Před 6 měsíci

    বহুত সুন্দৰ দাদা 🎉

  • @dilipkumarbarman2097
    @dilipkumarbarman2097 Před rokem

    Very nice Dada Bhai Jai Radhe Radhe

  • @supradipghosh1286
    @supradipghosh1286 Před rokem

    Fantastic sirji

  • @dlsomironofficial5023

    অতি সন্দুৰ হৈছে

  • @user-qh5mg8cx4u
    @user-qh5mg8cx4u Před 3 měsíci

    এই------ মজা

  • @pallabiborah9269
    @pallabiborah9269 Před 3 měsíci

    Vl lagise

  • @TultulGogoi-nv2or
    @TultulGogoi-nv2or Před rokem

    সুন্দৰ।

  • @dipikagogoi9483
    @dipikagogoi9483 Před rokem

    অতি সুন্দৰ

  • @RashmiRekhaMech
    @RashmiRekhaMech Před 4 měsíci

    Vall lagil

  • @birenbora8091
    @birenbora8091 Před rokem

    ভাল পাইছোঁ ৷

  • @chandanborah7413
    @chandanborah7413 Před rokem

    Nice 👍👍

  • @anamikaphukan2211
    @anamikaphukan2211 Před rokem

    Nice 👍🏻

  • @sagrbr6365
    @sagrbr6365 Před rokem

    👌👌

  • @pankajdawo
    @pankajdawo Před rokem

    Sir nice

  • @nitulnath5489
    @nitulnath5489 Před rokem

    ধন্যবাদ গুৰুজনা।।🙏

  • @itsmylife9685
    @itsmylife9685 Před rokem

    Thank you 😊

  • @hiraksvlogs54
    @hiraksvlogs54 Před rokem

    𝗺𝘇𝗮𝗮 𝘀𝗶𝗿

  • @debojitmoran577
    @debojitmoran577 Před 4 měsíci

    Moiu hikim aajir pora

  • @chanakyadekachanakyadeks4005

    Dada tumar ghr kat mi sikhim dul

  • @sunilsonowal6989
    @sunilsonowal6989 Před rokem

    Portijugitat guwa nam ase jodi dib sun

  • @nxt_abhi_678
    @nxt_abhi_678 Před rokem

    Sir moi jdi bau hatere mari lou protijugita bojabo parim ne

  • @Nayandeepvolog
    @Nayandeepvolog Před rokem

    আপোনাৰ ঘৰ কোন জেগাত হয় জনাব চোন

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před rokem

      গোলাঘাটত। কিবা সুধিবলগীয়া থাকিলে আমাৰ মেইলত যোগাযোগ কৰিব পাৰিব।

  • @theas21raider
    @theas21raider Před rokem

    চাপৰ বোৰ screen লিখি দিলে বেছি ভাল আমাৰ শিকি বলৈ

  • @nayanmonirongpi2039
    @nayanmonirongpi2039 Před rokem

    Number 2 dibo moi kotha patim aru apunar tat dhul khikim

  • @user-ot3yw6bi3r
    @user-ot3yw6bi3r Před 3 měsíci

    মই সৰুৰে পৰা এনেদৰেই পৰিবেশন কৰি আহিছোঁ। ভগৱানৰ কৃপাত আৰু জেষ্ঠ জনৰ আশীৰ্বাদত প্ৰতিযোগিতাত স্থান পাবলৈ সক্ষম হৈছো। কিন্তু এতিয়া নাযানো কিয় যোজনা ভাগৰ বাবে কোনো কোনোৱে উভতি ধৰে।।

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 3 měsíci +1

      আমিও প্ৰতিযোগিতা কৰোঁতে যোজনা নোগোৱাকৈয়ে স্থান লাভ কৰিছিলোঁ, গতিকে বজায় যোৱা এনেবোৰ কথাত মন বেয়া নকৰিব। আমাৰ শুভেচ্ছা থাকিল ♥️

    • @user-ot3yw6bi3r
      @user-ot3yw6bi3r Před 3 měsíci

      @@TeamLohorGolaghat নিশ্চয় চাৰ আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ।

  • @ramengogoi2465
    @ramengogoi2465 Před 4 měsíci

    দীঘলীয়া প্ৰথম চেওটো একেবাৰে পুৰনি নহয় নেকি? কৰবাত নতুন সংযোজন হোৱা যেন লাগিছে ৷

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      মহাশয় আমি গোলাঘাটৰ প্ৰচলিত চেওটোহে বজাবলৈ চেষ্টা কৰিছো, ঠাই বিশেষে ইয়াৰ বাদন শৈলী কিছু বেলেগ হ'ব পাৰে।

  • @firujphukan
    @firujphukan Před 4 měsíci

    পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব ছাৰ '' আপুনি ভিডিঅ' যোগেদি ঢোলৰ চাপৰ বিলাক আমাৰ মাজলৈ দিছে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশাকৰোঁ আগলৈ ঢোল আৰু খোলৰ চাপৰ বিলাক আমাৰ মাজলৈ আগবঢ়ায় দিয়ে যেন । ঈশ্বৰে আপোনাক মঙ্গল কৰক ।। 🙏

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před 4 měsíci

      আপোনালোকৰ গঠনমূলক মন্তব্যই আমাক অনুপ্ৰাণিত কৰাৰ বাবে ধন্যবাদ থাকিল। লোকবাদ্য সমুহৰ চেও-চাপৰ/বুল-বাজনা বোৰৰ প্ৰচাৰ আৰু প্ৰসাৰ আমাৰ মূল লক্ষ্য। এই সমূহ অনাগত দিনত আগবঢ়ায় যাবলৈ চেষ্টা কৰিম 🙏🏻

  • @user-hg6fl1di3b
    @user-hg6fl1di3b Před 4 měsíci

    Apuni mukoli hoi bojaba

  • @tosenkonwar9225
    @tosenkonwar9225 Před 3 měsíci

    চাপৰ সমুহ লিখি দিব পাৰিব নেকি

  • @dncreative6497
    @dncreative6497 Před rokem

    আপোনাৰ ঘৰ কত হয় জনাব চোন,,, আৰু আপোনাৰ নম্বৰটো দিব🙏🙏

  • @shaan077
    @shaan077 Před rokem

    শেষৰ চাপৰতো দাদা , দুমনি খৰা চেও নহয় জানো🙏

  • @gagandeka6089
    @gagandeka6089 Před rokem

    আপোনাৰ ফোন নম্বৰ টো দিবা নে কি

  • @statusavailable2855
    @statusavailable2855 Před rokem

    Digholia sapor to vul hoise

  • @user-td3vm6gz7i
    @user-td3vm6gz7i Před rokem +3

    Apuner bhul hoise

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před rokem +2

      হয় নেকি? শুধৰাই দিলে ভাল পাম।

    • @nayandeepkonwar
      @nayandeepkonwar Před 3 měsíci

      ঢোল বাদনত যোজনা কেনেকৈ আহিব?ঢোল বাদন হৈছে যেতিয়া অকল ঢোলকে বজাব লাগে।যদি মোৰ কিবা ভুল হৈছে ক্ষমা কৰিব।
      যদি যোজনা দিবই লাগে তেতিয়া হ'লে পেঁপা বাদনটো পেপুৱাই যোজনা দিব লাগিব

  • @theaesthetic5484
    @theaesthetic5484 Před rokem

    naam alp dibo sun

    • @TeamLohorGolaghat
      @TeamLohorGolaghat  Před rokem +1

      দিম বাৰু ♥️

    • @theaesthetic5484
      @theaesthetic5484 Před rokem

      Apunar dore imn hundorkoi CZcams t moi blg kotu pwa nai , apunar video bur sai saie bojabo parisuge lhe lhe